🧑‍💻Part-669(97:01-05)Al-Qadr (Destiny)

✔️Part-669(97:01-05)Al-Qadr (Destiny)
.==================================.
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.==================================.
✔️আগ-কথাঃ লাইলাতাল কাদৰ (ডিক্রীৰ নিশা).
Pl Press the link:
.==================================.
মিনি সূচিঃPart-669(97:01-05)Al-Qadr
আগ-কথাত লাইলাতাল কাদৰ।
৯৭:১-২{মহম্মদৰ📍 ওপৰত কোৰআন (الْحَقُّ) নাযিল(نُزِّلَ) হৈছিল(ইয়াত মহম্মদ মানে আব্দুল্লাহৰ পুতেক মহম্মদ নহয়- টোকা আছে) আৰু ৰছুলৰ মুখৰ পৰা ওলোৱা বাণীবোৰেই কোৰআন-৮১:১৯)।
এই কোৰআন পুংখানুপুংখ ভাৱে পঢ়িলে আমাৰ ওপৰত কোৰআন নাযিল হয়-২৪:৩৪।)
৯৭:৩-৪(When/how are fates determined? see Note)
.==================================.
🧑‍💻৯৭:১-২
 إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ
নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো;
.
✍️Verse/Note:
1. We revealed this Quran with permanent values and principles at a time when the world had become dark, without the light of Wahi. Hence, the night when the revelation started was indeed the beginning of 
a new era (2:185;14:1; 44:1-4; 81:17-19).pz.
(১৪:১
 الر ۚ كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ
আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।.
.
৮১:১৭-১৯
وَاللَّيْلِ إِذَا عَسْعَسَ
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
৮১:১৮
وَالصُّبْحِ إِذَا تَنَفَّسَ
আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
৮১:১৯
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ
নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।
(81:19 This is the revealed Word in the dialect of a noble Messenger. [44:58, 69:40]
৪৪:৫৮
فَإِنَّمَا يَسَّرْنَاهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ
এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
.
৬৯:৪০
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ
নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

.
✍️Note:
Destiny: (Arabic: qadr. Derivative: taqdir). 
To have a determined and objective conclusion. Destiny in this aspect means the final outcome of a particular event or situation with an end 
determined by absolute law. For example you could say that an apple seed is destined to become 
an apple. It could never become a pear or a banana, and it could not in itself change this result. 
However, an individual's end is not so determined, no person is destined for heaven or hell, only 
their actions decide the consequences. All actions have determined outcomes and these can be 
said to be taqdir: destiny. A person is free to make choices but, once the choice is made, is not 
free from the consequences of that choice and that becomes the determined destiny of the 
individual.(sig).
.
৯৭:২
وَمَا أَدْرَاكَ مَا لَيْلَةُ الْقَدْرِ
তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?
.
✍️Note of verses 97:1-2
👉১-মহম্মদৰ📍 ওপৰত কোৰআন (الْحَقُّ) নাযিল(نُزِّلَ) হৈছিল:
৪৭:২
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَآمَنُوا بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ الْحَقُّ مِنْ رَبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّئَاتِهِمْ وَأَصْلَحَ بَالَهُمْ
আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ📍 প্ৰতি যি অৱতীৰ্ণ(🌱) হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
(📍 ইয়াত মহম্মদ মানে আব্দুল্লাহৰ পুতেক মহম্মদ নহয়।)
.
(🌱Qoul e Rasool, Ruh, Jibril-MS:

(📍Muhammad: Praiseworthy - because of his exemplary character. (Arabic: muhammadin. Root: H'M'D. Derivatives: hamd, hamida, hamid, ahmad, muhammadun). This verse reads: "Those who believe and work righteousness and believe in what was sent down to the praiseworthy...". 'The word 'muhammad'
(with a small 'm') is not necessarily a proper name but like many words can be used as such, however, this is not the case in the Quran where it is always used as an adjective. It is clear that God did not use the messenger's name throughout the Quran despite him being the recipient of the revelation. The messenger's role, like messengers before him, was the perfect 
delivery of the complete and intact message and being an example to his people by following God's guidance. See verses 3:144; 33:40; 48:29; 61:6. See also 5:67; 43:43; 72:27-18 & 46:35.(sig).
(৩:১৪৪
وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ
আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।)
.
👉২- ইয়াৰ পাছত পুংখানুপুংখ ভাৱে কোৰআন পঢ়িলে আমাৰ ওপৰত কোৰআন নাযিল হয়:
৪:১৭৪
يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمْ بُرْهَانٌ مِنْ رَبِّكُمْ وَأَنْزَلْنَا إِلَيْكُمْ نُورًا مُبِينًا
হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো।
.
২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
.
২৪:৩৪
وَلَقَدْ أَنْزَلْنَا إِلَيْكُمْ آيَاتٍ مُبَيِّنَاتٍ وَمَثَلًا مِنَ الَّذِينَ خَلَوْا مِنْ قَبْلِكُمْ وَمَوْعِظَةً لِلْمُتَّقِينَ
অৱশ্যে আমি তোমালোকৰ ওচৰত অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰা কিছুমান দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে কিছুমান উপদেশ।
.
👉৩- বিশ্লেষণ:১নংৰ ৪৭:২আয়াত:
২:১৮৫
شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ🌴 فِيهِ الْقُرْآنُ هُدًى لِلنَّاسِ وَبَيِّنَاتٍ مِنَ الْهُدَىٰ وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْيَصُمْهُ ۖ وَمَنْ كَانَ مَرِيضًا أَوْ عَلَىٰ سَفَرٍ فَعِدَّةٌ مِنْ أَيَّامٍ أُخَرَ ۗ يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يُرِيدُ بِكُمُ الْعُسْرَ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ
ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে🌴 মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ যে তোমালোকক হিদায়ত দিছে তাৰবাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
(🌴3rd person masculine singular (form IV) passive perfect verb)

৪৭:২-মহম্মদৰ ওপৰত নাযিল হোৱা কিতাপখন ২:১৮৫ত উল্লেখিত কিতাপখন।
।।।
👉৪-আয়াত ৯৭:১ৰ ব্যাকৰণ:

It is common in Quran to describe past events in present tense and future events in past tense. For example, following verses talks about the Day of Qiamat but written in past and present tense(zia).
(কোৰআনত অতীতৰ পৰিঘটনা বৰ্তমান কালত আৰু ভৱিষ্যতৰ পৰিঘটনাক অতীত কালত বৰ্ণনা কৰাটো সাধাৰণ কথা।  উদাহৰণস্বৰূপে, তলৰ আয়াতবোৰত কায়ামতৰ দিনৰ কথা কোৱা হৈছে যদিও অতীত আৰু বৰ্তমান কালত লিখা হৈছে।)
৫৪:১-৮
৫৪:১
 اقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ*✔️ الْقَمَرُ
কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
(✔️*3rd person masculine singular (form VII) perfect verb)
৫৪:২
وَإِنْ يَرَوْا آيَةً يُعْرِضُوا وَيَقُولُوا سِحْرٌ مُسْتَمِرٌّ
আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’।
৫৪:৩
وَكَذَّبُوا وَاتَّبَعُوا أَهْوَاءَهُمْ ۚ وَكُلُّ أَمْرٍ مُسْتَقِرٌّ
আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
৫৪:৪
وَلَقَدْ جَاءَهُمْ مِنَ الْأَنْبَاءِ مَا فِيهِ مُزْدَجَرٌ
আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,
৫৪:৫
حِكْمَةٌ بَالِغَةٌ ۖ فَمَا تُغْنِ النُّذُرُ
এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত অহা নাই।
৫৪:৬
فَتَوَلَّ عَنْهُمْ ۘ يَوْمَ يَدْعُ الدَّاعِ إِلَىٰ شَيْءٍ نُكُرٍ
এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
৫৪:৭
خُشَّعًا أَبْصَارُهُمْ يَخْرُجُونَ مِنَ الْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌ مُنْتَشِرٌ
অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিংহে,
৫৪:৮
مُهْطِعِينَ إِلَى الدَّاعِ ۖ يَقُولُ الْكَافِرُونَ هَٰذَا يَوْمٌ عَسِرٌ
সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।
.
Another example,
৩৯:৬৮-৭৩
৩৯:৭৩
وَسِيقَ الَّذِينَ اتَّقَوْا رَبَّهُمْ إِلَى الْجَنَّةِ زُمَرًا ۖ حَتَّىٰ إِذَا جَاءُوهَا وَفُتِحَتْ أَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَا سَلَامٌ عَلَيْكُمْ طِبْتُمْ فَادْخُلُوهَا خَالِدِينَ
আৰু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম, আপোনালোক ভাল আছিল। এতেকে স্থায়ীভাৱে থকাৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।
__________
✔️৯৭:১
 إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ
নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো;
.
৪৪:২-৪
وَالْكِتَابِ الْمُبِينِ
শপত সুস্পষ্ট কিতাবৰ!
৪৪:৩
إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ۚ إِنَّا كُنَّا مُنْذِرِينَ
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
৪৪:৪
فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ
সেই ৰাতিতেই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
.
২:১৮৫
شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ فِيهِ الْقُرْآنُ هُدًى لِلنَّاسِ وَبَيِّنَاتٍ مِنَ الْهُدَىٰ وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْيَصُمْهُ ۖ وَمَنْ كَانَ مَرِيضًا أَوْ عَلَىٰ سَفَرٍ فَعِدَّةٌ مِنْ أَيَّامٍ أُخَرَ ۗ يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يُرِيدُ بِكُمُ الْعُسْرَ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ
ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ যে তোমালোকক হিদায়ত দিছে তাৰবাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
The above verses confirms the same - Ramadan is the month during which the Quran is revealed......"
(ওপৰৰ আয়াতবোৰেও একে কথাকে নিশ্চিত কৰিছে - ৰমজান হৈছে সেই মাহ য'ত কোৰআন অৱতীৰ্ণ হয়......")
.==================================.
🧑‍💻৯৭:৩
لَيْلَةُ الْقَدْرِ خَيْرٌ مِنْ أَلْفِ شَهْرٍ
লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ।
.==================================.
🧑‍💻৯৭:৪
تَنَزَّلُ الْمَلَائِكَةُ وَالرُّوحُ فِيهَا بِإِذْنِ رَبِّهِمْ مِنْ كُلِّ أَمْرٍ
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
.
✍️Note-When/how are fates determined?: See in the link:
.
✍️Ref-pz:
“Al-Rooh” is the divine energy that makes laws in the world of ‘Amr’. This divine energy 
revealed ‘Wahi’ in the heart of the Nabi. That is why Wahi has also been called “Al-Rooh”. That 
is why, considering the context, we have taken “Al-Rooh” to mean “Divine Energy” at times, and 
“Wahi” in other places. (See 16:2; 42:53; 17:85-86; 2:97-87; 26:193; 70:4; 78:38.)
.
✍️Verse/Note-sam:
Sam-97:4 (The angels and the Spirit descend therein by the leave of their Lord*1) — of every sort*2 of affair.*3
.
*1. Having properly understood and parsed the rest of the chapter the present clause falls naturally into a nested parenthetical statement; thus, on ‘the Night of Determination’ it is ‘by the leave of their Lord’ (i.e. by the leave of the Lord of those who make the determination or, possibly, the Lord of the angels and the Spirit themselves) that the angels and the Spirit descend — and not because one happened rightly to guess at and observe a particular night, one whose expectation is drawn from an entirely different literature and whose characteristics require (in order for such a phenomenon to seem to be discerned within the Qur’an) the mangling of Arabic usage in the local context out of all alignment with those senses established throughout the corpus (for more see notes below).
(Google translate, no guarantee:
অধ্যায়টোৰ বাকী অংশ সঠিকভাৱে বুজি আৰু বিশ্লেষণ কৰাৰ পিছত বৰ্তমানৰ খণ্ডটো স্বাভাৱিকতে এটা নেষ্টেড বন্ধনীৰ বক্তব্যত পৰে;  এইদৰে ‘সংকল্পৰ ৰাতি’ত ই ‘তেওঁলোকৰ প্ৰভুৰ অনুমতিত’ (অৰ্থাৎ নিৰ্ণয় কৰাসকলৰ ঈশ্বৰৰ অনুমতিত বা সম্ভৱতঃ স্বৰ্গদূত আৰু আত্মাৰ ঈশ্বৰৰ অনুমতিত) যে ফেৰেস্তা আৰু আত্মা নামি আহে – আৰু কোনোবাই এটা বিশেষ ৰাতি সঠিকভাৱে অনুমান কৰি পালন কৰাৰ বাবে নহয়, যাৰ আশা সম্পূৰ্ণ বেলেগ সাহিত্যৰ পৰা উদ্ভৱ হৈছে আৰু যাৰ বৈশিষ্ট্যৰ প্ৰয়োজন (যাতে কোৰআনৰ ভিতৰত এনে এটা পৰিঘটনা বুজা যায়)। .  ক) সমগ্ৰ সংগ্ৰহটোত প্ৰতিষ্ঠিত সেই ইন্দ্ৰিয়সমূহৰ সৈতে সকলো প্ৰান্তিককৰণৰ বাহিৰত স্থানীয় প্ৰসংগত আৰবী ব্যৱহাৰৰ ব্যৱস্থাপনা (অধিক বিৱৰণৰ বাবে তলৰ টোকা চাওক)।

*2. Arabic: min kulli. See note to 2:164.
(২:১৬৪
إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِي تَجْرِي فِي الْبَحْرِ بِمَا يَنْفَعُ النَّاسَ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ مَاءٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ وَتَصْرِيفِ الرِّيَاحِ وَالسَّحَابِ الْمُسَخَّرِ بَيْنَ السَّمَاءِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, ৰাতি আৰু দিনৰ পৰিবৰ্তনত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলা জাহাজত আৰু আকাশৰ পৰা আল্লাহে যি বৰষুণ বৰ্ষাইছে যাৰ ফলত ভূ-পৃষ্ঠক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিছে, তাৰ মাজত প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী আৰু বতাহৰ দিশ পৰিবৰ্তনত লগতে আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।)

*3. The translators render min kulli here as [...]on every (errand) or [...]with each (decree). Nowhere in the remaining 44 instances of min kulli in the Qur’an do we find anything close to such a value. The task in hand is not to try to bend the Qur’an to what one’s favourite school of ‘Islam’ has constructed on the basis of the ḥadīth, but to seek coherence and sense within the integrity of the Qur’an’s own fabric. On such a basis, min kulli can only mean every sort of, of every, among every or from (among) every. And ‘amr means command, matter or affair. By treating the phrase above as a nested statement (see note thereto) and min kulli in accordance with its commonest pan-textual value (for more see note to 2:164) the sense becomes The Night of the Determination is better than a thousand months[...] of every sort of affair — the import of the second part of this statement being: no matter how lived, or of any type whatsoever.
(Google translate no guarantee:
অনুবাদকসকলে ইয়াত মিন কুল্লীক [...] প্ৰতিটো (আদেশ) বা [...] প্ৰতিটো (ডিক্রী)ৰ সৈতে বুলি ৰেণ্ডাৰ কৰে।  কোৰআনৰ বাকী ৪৪টা মিন কুল্লীৰ দৃষ্টান্তৰ ভিতৰত ক’তো আমি এনে মূল্যৰ ওচৰৰ একো বিচাৰি নাপাওঁ।  হাতত থকা কামটো হ’ল হাদীছৰ ভিত্তিত নিজৰ প্ৰিয় ‘ইছলাম’ বিদ্যালয়ে যিটো গঢ়ি তুলিছে তাৰ প্ৰতি কোৰআনক মোহাৰিবলৈ চেষ্টা কৰা নহয়, বৰঞ্চ কোৰআনৰ নিজৰ কাপোৰৰ অখণ্ডতাৰ ভিতৰত সংহতি আৰু জ্ঞান বিচৰা।  এনে ভিত্তিত মিন কুল্লীৰ অৰ্থ হ’ব পাৰে প্ৰতিটো ধৰণৰ, প্ৰতিটোৰ, প্ৰতিজনৰ মাজত বা প্ৰতিজনৰ পৰা (মাজৰ পৰা)।  আৰু ‘আমৰ মানে আদেশ, বিষয় বা বিষয়।  ওপৰৰ বাক্যাংশটোক এটা নেষ্টেড ষ্টেটমেন্ট হিচাপে (তাৰ টোকা চাওক) আৰু ইয়াৰ সাধাৰণ পেন-টেক্সচুৱেল মান অনুসৰি মিন কুলি হিচাপে গণ্য কৰিলে (অধিক জানিবলৈ ২:১৬৪ৰ টোকা চাওক) অৰ্থটো হৈ পৰে যে নিৰ্ণয়ৰ নিশা হাজাৰ মাহতকৈ ভাল  এই বক্তব্যৰ দ্বিতীয় অংশৰ আমদানি হ'ল: যিমানেই জীয়াই নাথাকক কিয়, বা যিকোনো ধৰণৰ।)
.==================================.
🧑‍💻৯৭:৫
سَلَامٌ هِيَ حَتَّىٰ مَطْلَعِ الْفَجْرِ
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।
.
✍️Verse/Note:
97:5 Peace! It is a message of Peace and Security, and inevitably, a new Morning of Enlightenment shall dawn. [39:69](sa).
(৩৯:৬৯
وَأَشْرَقَتِ الْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ الْكِتَابُ وَجِيءَ بِالنَّبِيِّينَ وَالشُّهَدَاءِ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَهُمْ لَا يُظْلَمُونَ
আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।.
.
৮৩:৬
يَوْمَ يَقُومُ النَّاسُ لِرَبِّ الْعَالَمِينَ
যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।pz.

.==================================.
।।ছুৰা সমাপ্ত।।
.==================================.
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[97:1] Indeed (Innaa), We revealed it (44:3) (Anzal'naa-hu) in (Fii) the night (Lai'lati) of destiny (El'Qad'r)*. 
 
[97:2] And (Wa) what (Maa) will make you (s) know (Ad'raa-ka) what (Maa) is the night of destiny (Lai'latul' 
Qad'r)?
 
[97:3] The night of destiny (Lai'latul' Qad'ri) is better (Khai'run) than (Min') a thousand (Al'fi) months (Shah'ri). 
 
[97:4] The Angels (El'Malaaikatu) and (Wa) the Spirit (Er'Ruuhu) descend (Tanazzalu) therein (Fiihaa) by (Bi)
the permission (Iz'ni) of their LORD (Rabbi-him) for (Min) every (Kulli) matter (Am'r); (44:4-5)
[97:5] it (Hiya) is peaceful (Salaamun) until (Hattaa) the beginning (Mat'lae) of dawn (El'Faj'r).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 12.08.2023-Naz-villa✔️
🔴Work Progress ~ 98.98%
🟡Approx. Pages~ 4,460 nos.
⚫Parts ~ 669 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)