🎲Part-667-668(96:01-19)Al-'Alaq (The Embryo)
✔️Part-667-668(96:01-19)Al-'Alaq (The Embryo)
✔️Video- Muktabul Hussain
667- https://youtu.be/RSImw7n1Kdw (1-6)
668- https://youtu.be/wavgvEt7DY4 (7-19)
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️ Pre-Page: ৯৬:আল-আলাক, ছুৰাৰ প্ৰথম কেই আয়াত হীৰা পৰ্বতৰ গুহাত প্ৰথম নাযিল হোৱা কথাটো হাস্যকৰ😂।(code:5-47)
(Press the link: https://t.ly/zHsUg )
.___________________________________________
মিনি সূচিঃPart-667-668(96:01-19)Al-'Alaq
৯৬:১-৫(The use of knowledge is power. See verses)নবী মহম্মদ-আ:ছা: যে এজন সাক্ষৰ(literate) মানুহ আছিল তাৰ আন এটা প্ৰমাণ।)।(Alaq(عَلَقٍ) means Leech,but the hadith makers preferred blood-clot).(আল্লাহে শিক্ষা দিছে কোৰআন কলমেৰে-টোকা আছে)
৯৬:৬-৮[মানুহে সীমালঙ্ঘন(তাঘূত=মিছা গ'ডক অৰ্থাৎ নবী আদিৰ ইবাদত কৰা) কৰি ভাল পায়। আল্লাহে শেষত ইয়াৰ বিচাৰ কৰিব]
৯৬:৯-১৯✅(আজি দুবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত কিছু কথা:
আজি "বিশ্লেষণাত্মক কোৰআনচৰ্চা(লিখনি)+একমাত্ৰ পথ(ভিডিঅ')" অৰ্থাৎ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
২(দুই)বছৰ হোৱাৰ প্ৰাকক্ষণত কাকতালি হিচাপে ৯৬:আল-আলাক ছুৰাটো সম্পূৰ্ণ হ'ল(খণ্ড-৬৬৮)। আলহামদুলিল্লাহ।
এই ছুৰাটোত ৯৬:৯-১৯লৈ আমাৰ উদ্দেশ্যৰ কথা আৰু ইয়াৰ বিপৰীত চিত্ৰখন পৰম কৰুণাময় আল্লালেই চিত্ৰিত কৰি দিলে।
আমি আল্লাহে কোৰআন যেনেকৈ ব্যাখ্যা(২৫:৩৩) কৰিছে তেনেকৈয়ে বিশ্লেষণ কৰি আহিছো। কিন্তু, বহুতে আমাৰ ব্যাখ্যা আৰু ভিডিঅ' চাই, কিন্তু তেওঁলোকে নিজৰ কোৰআনৰ বাহিৰৰ স্থিতিৰ পৰা তিলমানো লৰচৰ নহৈ মুখ ঘূৰাই লয়। এনে কৰাৰ পৰিণাম উক্ত ৯৬:৯-১৯ত আল্লাহে স্পষ্ট কৰিছে।)
.___________________________________________
🎲৯৬:১
اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে,
.
✍️Verse/Note:(নবী মহম্মদ-আ:ছা: যে এজন সাক্ষৰ(literate) মানুহ আছিল তাৰ আন এটা প্ৰমাণ। ২:৭৮ পদ চাওক; ৭:১৫৭)- Pl Press the link:
.
✍️: Knowledge alone is not power: the
use of knowledge is power. See verses 6:51; 9:122; 58:11.
৬:৫১
وَأَنْذِرْ بِهِ الَّذِينَ يَخَافُونَ أَنْ يُحْشَرُوا إِلَىٰ رَبِّهِمْ ۙ لَيْسَ لَهُمْ مِنْ دُونِهِ وَلِيٌّ وَلَا شَفِيعٌ لَعَلَّهُمْ يَتَّقُونَ
আৰু ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত একত্ৰিত কৰা হ’ব এনেকুৱা অৱস্থাত যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো ছুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।
.
৯:১২২
۞ وَمَا كَانَ الْمُؤْمِنُونَ لِيَنْفِرُوا كَافَّةً ۚ فَلَوْلَا نَفَرَ مِنْ كُلِّ فِرْقَةٍ مِنْهُمْ طَائِفَةٌ لِيَتَفَقَّهُوا فِي الدِّينِ وَلِيُنْذِرُوا قَوْمَهُمْ إِذَا رَجَعُوا إِلَيْهِمْ لَعَلَّهُمْ يَحْذَرُونَ
আৰু মুমিনসকলৰ সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে সিহঁতৰ প্ৰত্যেক দলৰ একাংশই কিয় নোলায়, যাতে সিহঁতে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া সিহঁতে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিব তেতিয়া সিহঁতৰ সম্প্ৰদায়ক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে সিহঁতে সতৰ্ক হয়।
.
৫৮:১১
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قِيلَ لَكُمْ تَفَسَّحُوا فِي الْمَجَالِسِ فَافْسَحُوا يَفْسَحِ اللَّهُ لَكُمْ ۖ وَإِذَا قِيلَ انْشُزُوا فَانْشُزُوا يَرْفَعِ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَالَّذِينَ أُوتُوا الْعِلْمَ دَرَجَاتٍ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
.___________________________________________
🎲৯৬:২
خَلَقَ الْإِنْسَانَ مِنْ عَلَقٍ
তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।
.
✍️BB-ref:(22:5)
২২:৫
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
(Pl find notes of 22:5: https://rb.gy/br8bm )
.
✍️Verse/Note:
96:2. Man however differs from everything else. On the one hand he
happens to be social and has to live alongside other people. On the other, if he
was not guided by the Wahi, everyone would adhere to the means of
nourishment like leeches; and continue sucking the blood of other people
(17:100; 70:19).pz.
.
✍️Imp-Note:
Alaq(عَلَقٍ) means Leech,but the hadith makers preferred blood-clot, which is contradiction with medical science.
Press the link: https://t.ly/1X6jV
.___________________________________________
🎲৯৬:৩
اقْرَأْ وَرَبُّكَ الْأَكْرَمُ
পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
.___________________________________________
🎲৯৬:৪
الَّذِي عَلَّمَ بِالْقَلَمِ
যিজনে কলমৰ* সহায়ত শিক্ষা দিছে।
.
✍️BB-ref:(68:1)*
৬৮:১
ن ۚ وَالْقَلَمِ وَمَا يَسْطُرُونَ
নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত!
(The Explanation of the Pen Concerning
Allah's statement,
وَالْقَلَمِ
By the pen,
The apparent meaning is that this refers to the actual pen that is used to write. This is like Allah's saying,
Read! And your Lord is the Most Generous. Who has taught by the pen. He has taught man that which he knew not. (96:3-5)
.___________________________________________
🎲৯৬:৫
عَلَّمَ الْإِنْسَانَ مَا لَمْ يَعْلَمْ
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
.
✍️BB-ref:(4:113)
৪:১১৩
وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكَ وَرَحْمَتُهُ لَهَمَّتْ طَائِفَةٌ مِنْهُمْ أَنْ يُضِلُّوكَ وَمَا يُضِلُّونَ إِلَّا أَنْفُسَهُمْ ۖ وَمَا يَضُرُّونَكَ مِنْ شَيْءٍ ۚ وَأَنْزَلَ اللَّهُ عَلَيْكَ الْكِتَابَ وَالْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُنْ تَعْلَمُ ۚ وَكَانَ فَضْلُ اللَّهِ عَلَيْكَ عَظِيمًا
আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।
(Pl find the verse/notes of 4:113 in the link:
.
✍️Note-sa:
কলমটোৱে মানুহৰ বাবে অনন্য লিখিত অভিলেখৰ জৰিয়তে জ্ঞানৰ সংক্ৰমণ আৰু বিনিময়ৰ প্ৰতীক। যিহেতু এইটো মানৱজাতিৰ বাবে এক ঐশ্বৰিক উপহাৰ, “তেওঁৱেই শিক্ষা দিছিল।”
(ref-rf:৫৫:২
عَلَّمَ الْقُرْآنَ
তেৱেঁই শিক্ষা দিছে কোৰআন,)
.
✍️Note-as:
"The pen" is used here as a symbol for the art of writing or, more specifically, for all knowledge recorded by means of writing: and this explains the symbolic summons "Read!" at the beginning of verses 1 and 3. Man's unique ability to transmit, by means of written records, his thoughts, experiences and insights from individual to individual, from generation to generation, and from one cultural environment to another endows all human knowledge with a cumulative character; and since, thanks to this God-given ability, every human being partakes, in one way or another, in mankind's continuous accumulation of knowledge, man is spoken of as being "taught by God" things which the single individual does not - and, indeed, cannot - know by himself. (This double stress on man's utter dependence on God, who creates him as a biological entity and implants in him the will and the ability to acquire knowledge, receives its final accent, as it were, in the next three verses.) Furthermore, God's "teaching" man signifies also the act of His revealing, through the prophets, spiritual truths and moral standards which cannot be unequivocally established through human experience and reasoning alone: and, thus, it circumscribes the phenomenon of divine revelation as such.
(Google translate as it found, no guarantee:
"কলম" ইয়াত লিখাৰ কলাৰ বাবে বা অধিক নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে লিখাৰ দ্বাৰা লিপিবদ্ধ কৰা সকলো জ্ঞানৰ বাবে প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে: আৰু ইয়াৰ দ্বাৰা "পঢ়ক!" লিখিত ৰেকৰ্ডৰ জৰিয়তে ব্যক্তিৰ পৰা ব্যক্তিলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আৰু এটা সাংস্কৃতিক পৰিৱেশৰ পৰা আন এটা সাংস্কৃতিক পৰিৱেশলৈ নিজৰ চিন্তা, অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি প্ৰেৰণ কৰাৰ অনন্য ক্ষমতাই মানুহৰ সকলো জ্ঞানক ক ক্ৰমবৰ্ধমান চৰিত্ৰ; আৰু যিহেতু এই ঈশ্বৰ-প্ৰদত্ত ক্ষমতাৰ বাবেই প্ৰতিজন মানুহেই কোনোবা নহয় কোনোবা প্ৰকাৰে মানৱজাতিৰ জ্ঞানৰ অবিৰত সঞ্চয়ত অংশগ্ৰহণ কৰে, গতিকে মানুহক "ঈশ্বৰৰ দ্বাৰা শিকোৱা" বুলি কোৱা হয় যিবোৰ একক ব্যক্তিয়ে নকৰে - আৰু, সঁচাকৈয়ে, নোৱাৰে - নিজেই জানিব পাৰে। (মানুহক জৈৱিক সত্তা হিচাপে সৃষ্টি কৰা আৰু তেওঁৰ মাজত জ্ঞান আহৰণৰ ইচ্ছা আৰু ক্ষমতা ৰোপণ কৰা ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীলতাৰ ওপৰত এই দুগুণ জোৰ দিয়াটোৱে ইয়াৰ চূড়ান্ত উচ্চাৰণ লাভ কৰে, ক’ব পাৰি, পৰৱৰ্তী তিনিটা পদত।) তদুপৰি, ঈশ্বৰৰ মানুহে "শিক্ষা" দিয়াটোৱে ভাববাদীসকলৰ জৰিয়তে আধ্যাত্মিক সত্য আৰু নৈতিক মানদণ্ডসমূহ প্ৰকাশ কৰাৰ কাৰ্য্যকো বুজায় যিবোৰ কেৱল মানুহৰ অভিজ্ঞতা আৰু যুক্তিৰ দ্বাৰা নিৰ্দ্বিধায় প্ৰতিষ্ঠা কৰিব নোৱাৰি: আৰু, এইদৰে, ই ঐশ্বৰিক প্ৰকাশৰ পৰিঘটনাটোক সেইদৰেই পৰিসীমাবদ্ধ কৰে।)
.___________________________________________
🎲৯৬:৬
كَلَّا إِنَّ الْإِنْسَانَ لَيَطْغَىٰ📍
বাস্তৱতে, মানুহে 📍সীমালঙ্ঘন কৰি থাকে।
.
✍️Verse/Note:
96:6 Nay, man tries to play God!
Note:
Tagha = Trying to be supreme = Being a false god = Grossly overweening = Arrogance beyond limits = Creating rebellion = Trespassing Permanent Values. Taaghoot= A false god = Tyrant = Humans claiming Divine powers = Priesthood(sa).
(📍Pl find ṭaghūn=ṭaghūt: see 51:53 https://bit.ly/3l2SIz9)
.___________________________________________
🎲৯৬:৭
أَنْ رَآهُ اسْتَغْنَىٰ
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।
.___________________________________________
🎲৯৬:৮
إِنَّ إِلَىٰ رَبِّكَ الرُّجْعَىٰ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
.___________________________________________
🎲৯৬:৯
أَرَأَيْتَ الَّذِي يَنْهَىٰ
তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।
(Pl see it's note below 96:10)
.___________________________________________
🎲৯৬:১০
عَبْدًا إِذَا صَلَّىٰ
এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
.
✍️Note: ইয়াত ছালাত মানে নামাজ পঢ়াক বাধা(৯৬:৯) দিয়াৰ কথা কোৱা নাই। ছালাত মানে নামাজ নহয়।
মন কৰিব ৩৩:৫৬ আয়াতত ছালাতক কিয় দৰূদ বনাই দিয়া হ'ল। ছাল্লুৰ এটা অৰ্থ যোগাযোগ।
(৩৩:৫৬
إِنَّ اللَّهَ وَمَلَائِكَتَهُ 📍يُصَلُّونَ عَلَى النَّبِيِّ ۚ يَا أَيُّهَا الَّذِينَ آمَنُوا صَلُّوا عَلَيْهِ وَسَلِّمُوا تَسْلِيمًا
নিশ্চয় আল্লাহে নবীৰ প্ৰশংসা কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰূদ📍 পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।)
ছালাত মানে আল্লাহৰ আদেশ নিষেধৰ লগত যোগাযোগ ৰাখি সেই মতে কাম কৰা। আল্লাহৰ কিতাপক আল্লাহৰ আয়াতৰ দ্বাৰাই প্ৰচাৰ কৰাটো ইয়াৰ অন্তৰ্গত। আমাৰ এই বিশ্লেষণাত্মক কোৰআন চৰ্চাৰ প্ৰচাৰকো বহুতেই গুৰুত্ব নিদি উপলুঙা কৰে। ইয়াৰ পৰিমাণ ৯৬:১০ৰ পাছৰ আয়াতবোৰত ফালে আছে-rf}
Pl Press the link:
.___________________________________________
🎲৯৬:১১
أَرَأَيْتَ إِنْ كَانَ عَلَى الْهُدَىٰ
কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত,
.___________________________________________
🎲৯৬:১২
أَوْ أَمَرَ بِالتَّقْوَىٰ
অথবা তাক্বৱাৰ🔺 নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
.
✍️তাক্কৱা🔺 কি?কোৰআনৰ পৰা ইয়াৰ উপকাৰ:
.___________________________________________
🎲৯৬:১৩
أَرَأَيْتَ إِنْ كَذَّبَ وَتَوَلَّىٰ
কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
.
✍️Verse/Note-sam:
13 Hast thou considered*1 if he denies and turns away?*2
*1. Arabic: a ra’ayt-. See note to 6:40.
(৬:৪০
قُلْ أَرَأَيْتَكُمْ إِنْ أَتَاكُمْ عَذَابُ اللَّهِ أَوْ أَتَتْكُمُ السَّاعَةُ أَغَيْرَ اللَّهِ تَدْعُونَ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰত কিয়ামত উপস্থিত হয়, তেন্তে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)
*2. This formula is found at 20:48, 75:32, 92:16, 96:13.
(২০:৪৮
إِنَّا قَدْ أُوحِيَ إِلَيْنَا أَنَّ الْعَذَابَ عَلَىٰ مَنْ كَذَّبَ وَتَوَلَّىٰ
‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।
.___________________________________________
🎲৯৬:১৪
أَلَمْ يَعْلَمْ بِأَنَّ اللَّهَ يَرَىٰ
সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
.___________________________________________
🎲৯৬:১৫
كَلَّا لَئِنْ لَمْ يَنْتَهِ لَنَسْفَعًا بِالنَّاصِيَةِ
কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।
.
✍️Verse/Note:
96:15 Let him beware! If he does not desist, We will seize him by the forelock (to a state of humiliation).(sa).
Note:
Forelock, pointing to the frontal lobes of the brain, indicates all cognitive abilities. 11:56
(মগজুৰ ফ্ৰন্টাল লোবলৈ আঙুলিয়াই দিয়া ফ’ৰলক ই সকলো জ্ঞান ক্ষমতাক সূচায়। ১১:৫৬)
(১১:৫৬
إِنِّي تَوَكَّلْتُ عَلَى اللَّهِ رَبِّي وَرَبِّكُمْ ۚ مَا مِنْ دَابَّةٍ إِلَّا هُوَ آخِذٌ بِنَاصِيَتِهَا ۚ إِنَّ رَبِّي عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ
‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।)
.___________________________________________
🎲৯৬:১৬
نَاصِيَةٍ كَاذِبَةٍ خَاطِئَةٍ
মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।
.
✍️Verse-sa:
96:16 A forelock that is given to denial and committing fault upon fault.
.___________________________________________
🎲৯৬:১৭
فَلْيَدْعُ نَادِيَهُ
এতেকে সি নিজ পৰিষদক মাতি আনক।
.
✍️Note-as:
ই সেই অহংকাৰৰ ইংগিত যিয়ে মানুহক ইমান সঘনাই নিজকে "স্বাধীন" বুলি গণ্য কৰিবলৈ ভ্ৰান্ত কৰে (ওপৰৰ ৬-৭ আয়াত চাব)।
.___________________________________________
🎲৯৬:১৮
سَنَدْعُ الزَّبَانِيَةَ
অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ-প্ৰহৰীসকলক*(myrmidons)।
.
✍️BB-ref:(66:6)*
৬৬:৬
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ
হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যি কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।
(Pl find the verse/notes of 66:6 in the link:
.___________________________________________
🎲৯৬:১৯
كَلَّا لَا تُطِعْهُ وَاسْجُدْ🚀 وَاقْتَرِبْ ۩➡️
কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।
.
✍️Note:NOTEPAD IV-🚀sajada-sam: https://bit.ly/3F6C3ld
(বিশষ টোকাঃ এই আয়াতত চিজদাহৰ চিহ্ন আছে। এইবোৰ মনে গঢ়া। এই বিষয়ে এই খণ্ডৰ ওপৰৰ ভিডিঅ'টো চাব)
.___________________________________________
_ছুৰা সমাপ্ত _
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[96:1] Read (Eq'ra') in (Bi) the name (Es'mi) of your LORD (s) (Rabbi-ka) who (Ellazii) creates (Khalaq),
[96:2] HE creates (Khalaqa) the human being (El' Insaana) from (Min') a thrombus (Ålaq)*; (22:5)
[96:3] read (Eq'ra'), and (Wa) your LORD (s) (Rabbu-ka) is the Most Honourable (El' Ak'ram),
[96:4] the One who (Ellazii) has taught (Ållama) by (Bi) the pen (68:1) (El'Qalam);
[96:5] HE has taught (Ållama) the human being (El' Insaana) what (Maa) he knew (Ya'lam’) not (Lam'). (4:113)
[96:6] Nay (Kallaa)! Indeed (Inna), the human being (El 'Insaana) is (La) transgressing (Yat'gaa),
[96:7] because (An) he thinks he (Raa'hu) has been spared (Es'tag'naa).
[96:8] Indeed (Inna), to (illaa) your LORD (Rabbi-ka) is the return (Er'Ruj'åå).
[96:9] Have you (s) seen (Ara-ai'ta) the one who (Ellazii) forbids (Yan'haa)
[96:10] a servant (Ab'daan) when (Izaa) he prays (Sollaa)?
[96:11] Have you (s) seen (Ara-ai'ta) whether (In) he is (Kaana) upon (Ålaa) the Guidance (El'Hudaa)
[96:12] or (Aw') calls for (Amara Bi) piousness (Ettaq'waa)?
[96:13] Have you (s) seen (Ara-ai'ta) when (In) he denies (Kazzaba) and (Wa) turns away (Tawallaa)?
[96:14] Does he not (Alam' Bi) know (Ya'lam) that GOD (Annallahi) sees (Yaraa)?
[96:15] Nay (Kallaa)! Indeed, if (Lain) he does not (Lam') refrain (Yantahi), We will (La) scorch him (-Nas'faåå) by (Bi) the forelock (En'Naasiya');
[96:16] the forelock (Naasiyatin) of a liar (Kaazibatin) at fault (Khaatia’).
[96:17] And let (Fal') him call (Yad'u) his association (Naadiya-hu);
[96:18] We will call (Sa Nad'u) the myrmidons (66:6) (Ez'Zabaaniya').
[96:19] Nay (Kallaa)! Do not (Laa) obey him (Tuti'hu), but (Wa) prostrate (submit) (Es'jud') and (Wa) draw
nearer (Eq'tarib).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 10/11.08.2023-Naz-villa✔️
🔴Work Progress ~ 98.96%
🟡Approx. Pages~ 4,456 nos.
⚫Parts ~ 667-668 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment