🖤Part-662-663(92:01-21)Al-Layl (The Night)

✔️Part-662-663(92:01-21)Al-Layl (The Night)
✔️Video- Muktabul Hussain
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️ Video template sub:Taqwa/Muttaqi
👉1)- Muktabul Video (Part-662) template:
👉2)-(Code.4-35)-A)তাকৱা কি?কোৰআনৰ পৰা ইয়াৰ উপকাৰ:
B)sam 53:32-
Notes on: (১)ডাঙৰ -পাপ,২)সৰু-পাপ,৩)অশ্লীল কাৰ্যকলাপ,৪)জাকা আৰু জাকাত, ৫)তাক্কৱা আৰু মুত্তাক্কুনৰ কোৰআনি সূত্ৰ
১)-ithm/ডাঙৰ পাপ, ২)-lamam/সৰু পাপ
৩)-fāḥishat, faḥshā’/অশ্লীল/যৌন কাৰ্যকলাপ
৪)-Purity/zakkā and Purification/Zakaat
৫)-Taqwa/Muttaqun
👉3)-Raf's video and article on taqwa:
.___________________________________________
মিনি সূচিঃPart-662-663(92:01-21)Al-Layl
✔️[(কোৰআনৰ কথাবোৰ আল্লাহে বৰ্তমান আমাক কৈ আছে-৭:৩, ৯২:১৪)]
৯২:১-৪(আল্লাহৰ শপত)
৯২:৫-৮(আল্লাহৰ আদেশ মৰ্মে দান কৰা মানে তাক্বৱা(see video template sub) অৱলম্বন কৰিলে, বিপৰীতে সীমাৰ বাহিৰত অহংকাৰ কৰি মই বৰ বুলি অহংকাৰ কৰা মানেই তাগুত(৮ৰ টোকাত চাব) অৱলম্বন কৰা)
৯২:৯-১১(যিসকলে আল্লাহৰ উত্তম কথাক গুৰুত্ব নিদি তথাকথিত হাদিসবোৰক উত্তম বুলি ভাৱি তাৰ ইবাদত কৰিলে তেওঁলোকৰ পথ কঠিন হ'ব)
৯২:১২-১৩(আল্লাহে হিদায়তৰ সৰল পথটো দেখুৱাই দিয়ে। সৰল পথৰ লগতে তথাকথিত হাদিসৰ বক্ৰ পথো আছে-১৬:৯। গতিকে কোনটো পথ পালন কৰিব সেইটো নিজৰ কথা। মনত ৰখা ভাল: পৰকাল আৰু ইহকালৰ মালিক একমাত্ৰ আল্লাহ।)
৯২:১৪-২১(সৰল পথ নলৈ বক্ৰ পথ গ্ৰহণ কৰা সকলযে দুজখৰ জুইত জ্বলি থাকিব সেইটো খাটাং।
কিন্তু, মুত্তাক্বী(see video template sub) ব্যক্তিক আল্লাহে নিৰাপদে ৰাখিব। এইসকলৰ পৰা আল্লাহে  সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে জান্নাতৰ বিনিময়ত-৯:১১১ (১৮নংৰ লিংক চাব)।
.___________________________________________
🖤৯২:১
 وَاللَّيْلِ إِذَا يَغْشَىٰ
শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
.
✍️BB-ref:(91:4)
৯১:৪
وَاللَّيْلِ إِذَا يَغْشَاهَا
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
.
✍️Verse/Note:
92:1 By the night when it covers.

Note: See 89:5.
৮৯:৫
هَلْ فِي ذَٰلِكَ قَسَمٌ لِذِي حِجْرٍ
ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
.___________________________________________
🖤৯২:২
وَالنَّهَارِ إِذَا تَجَلَّىٰ
শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
.
✍️BB-ref:(91:3)
৯১:৩
وَالنَّهَارِ إِذَا جَلَّاهَا
দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে,
.___________________________________________
🖤৯২:৩
وَمَا خَلَقَ الذَّكَرَ وَالْأُنْثَىٰ
আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।
.
✍️Verse/Note:
92:3 Consider the creation of the male and the female!

Note:
Lit., "Consider that which has created [or "creates"] the male and the female", i.e., the elements which are responsible for the differentiation between male and female. This, together with the symbolism of night and day, darkness and light, is an allusion - similar to the first ten verses of the preceding surah(Chapter:91🐻) - to the polarity evident in all nature and, hence, to the dichotomy (spoken of in the next verse) which characterizes man's aims and motives.(as).
(Google translate no guarantee:
"বিবেচনা করুন যা সৃষ্টি করেছে [বা "সৃষ্টি করেছে"] পুরুষ এবং মহিলা", অর্থাৎ, পুরুষ এবং মহিলার মধ্যে পার্থক্যের জন্য দায়ী উপাদানগুলি।  এটি, রাত্রি ও দিন, অন্ধকার এবং আলোর প্রতীকের সাথে, একটি ইঙ্গিত - পূর্ববর্তী সূরার(Chapter:91🐻) প্রথম দশটি আয়াতের অনুরূপ - সমস্ত প্রকৃতিতে স্পষ্ট মেরুত্বের প্রতি এবং তাই, দ্বিধাবিভক্তির প্রতি (পরবর্তীতে বলা হয়েছে)  শ্লোক) যা মানুষের লক্ষ্য ও উদ্দেশ্যকে চিহ্নিত করে।)
.
✍️Ap-refs:
৭৮:৮
وَخَلَقْنَاكُمْ أَزْوَاجًا
আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
.
৫১:৪৯
وَمِنْ كُلِّ شَيْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ
আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।)
.___________________________________________
🖤৯২:৪
إِنَّ سَعْيَكُمْ لَشَتَّىٰ
নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
.
✍️Verse/Note:
92:4 Verily, [O men,] you aim at most divergent ends!

Note:
I.e., at good and bad ends (cf. 91:8🐻) - sc., "and so the consequences of your doings are, of necessity, divergent".
(Pl find 91:8 at🐻 above 92:3's note).
.___________________________________________
🖤৯২:৫
فَأَمَّا مَنْ أَعْطَىٰ وَاتَّقَىٰ
এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে,
.
✍️Verse/Note:
92:5 So, he who gives and guards against evil, [92:18-19](sa).(see verses below)
.___________________________________________
🖤৯২:৬
وَصَدَّقَ بِالْحُسْنَىٰ
আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে,
.
✍️(অৰ্থাৎ সময় আৰু সামাজিক পৰিস্থিতিৰ পৰা স্বাধীন নৈতিক মূল্যবোধত আৰু সেয়েহে "নৈতিক আৱশ্যকতা" বুলি বৰ্ণনা কৰিব পৰা বস্তুটোৰ নিৰপেক্ষ বৈধতাত-as)
.___________________________________________
🖤৯২:৭
فَسَنُيَسِّرُهُ لِلْيُسْرَىٰ
আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।
.
✍️ref-as,bb:
৮৭:৮
وَنُيَسِّرُكَ لِلْيُسْرَىٰ
আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
.___________________________________________
🖤৯২:৮
وَأَمَّا مَنْ بَخِلَ وَاسْتَغْنَىٰ
আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে,
.
✍️ref-as:Cf. 96:6-7.
৯৬:৬-৭
كَلَّا إِنَّ الْإِنْسَانَ لَيَطْغَىٰ
বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।
(Tagha = Trying to be supreme = Being a false god = Grossly overweening = Arrogance beyond limits = Creating rebellion = Trespassing Permanent Values. Taaghoot= A false god = Tyrant = Humans claiming Divine powers = Priesthood.
Google translate: তঘা = সৰ্বোচ্চ হ'বলৈ চেষ্টা কৰা = মিছা দেৱতা হোৱা = স্থূলভাৱে অতিক্ৰম কৰা =p সীমাৰ বাহিৰত অহংকাৰ = বিদ্ৰোহৰ সৃষ্টি কৰা = স্থায়ী মূল্যবোধ অতিক্ৰম কৰা।  Taaghoot= এজন মিছা দেৱতা = অত্যাচাৰী = ঈশ্বৰীয় শক্তি দাবী কৰা মানুহ = পুৰোহিতৰ পদ)
(ṭaghūn=ṭaghūt: see ✔️51:53 AnalyticalQS
find verse/notes: https://bit.ly/3l2SIz9)
৯৬:৭
أَنْ رَآهُ اسْتَغْنَىٰ
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।
.___________________________________________
🖤৯২:৯
وَكَذَّبَ بِالْحُسْنَىٰ
আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে,
.___________________________________________
🖤৯২:১০
فَسَنُيَسِّرُهُ لِلْعُسْرَىٰ
আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।
.
✍️Verse:edip:
92:10 We will make the difficult path for him.
.
✍️Ap-ref:
৬:১১১
۞ وَلَوْ أَنَّنَا نَزَّلْنَا إِلَيْهِمُ الْمَلَائِكَةَ وَكَلَّمَهُمُ الْمَوْتَىٰ وَحَشَرْنَا عَلَيْهِمْ كُلَّ شَيْءٍ قُبُلًا مَا كَانُوا لِيُؤْمِنُوا إِلَّا أَنْ يَشَاءَ اللَّهُ وَلَٰكِنَّ أَكْثَرَهُمْ يَجْهَلُونَ
আৰু আমি সিহঁতৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা ক’লেও আৰু সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ।
.___________________________________________
🖤৯২:১১
وَمَا يُغْنِي عَنْهُ مَالُهُ إِذَا تَرَدَّىٰ
আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।
.
✍️Verse/Note:
92:11 And what could his wealth avail when he himself falls! [69:28, 111:2](sa).
(৬৯:২৮
مَا أَغْنَىٰ عَنِّي مَالِيَهْ ۜ
‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।
.
১১১:২
مَا أَغْنَىٰ عَنْهُ مَالُهُ وَمَا كَسَبَ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।)
.___________________________________________
🖤৯২:১২
إِنَّ عَلَيْنَا لَلْهُدَىٰ
নিশ্চয় পথপ্ৰদৰ্শন* কৰাটোৱে আমাৰ কৰ্তব্য।
.
✍️BB-ref:(2:38)*
২:৩৮
قُلْنَا اهْبِطُوا مِنْهَا جَمِيعًا ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنْ تَبِعَ هُدَايَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
আমি ক’লো, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তাৰো কোনো কাৰণ নাই’ ।
.
✍️Ap-ref:16:9
১৬:৯
وَعَلَى اللَّهِ قَصْدُ السَّبِيلِ وَمِنْهَا جَائِرٌ ۚ وَلَوْ شَاءَ لَهَدَاكُمْ أَجْمَعِينَ
আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিলেহেঁতেন।
(Pl find the verse 16:9 in the link:
.___________________________________________
🖤৯২:১৩
وَإِنَّ لَنَا لَلْآخِرَةَ وَالْأُولَىٰ
নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
.
✍️Verse/Note:
92:13 To Us belong the End and the Beginning. [93:4](sa).
(৯৩:৪
وَلَلْآخِرَةُ خَيْرٌ لَكَ مِنَ الْأُولَىٰ
নিশ্চয় তোমাৰ বাবে পৰৱৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।)
.___________________________________________
🖤৯২:১৪✔️(কোৰআনৰ কথাবোৰ আল্লাহে বৰ্তমান আমাক কৈ আছে-৭:৩, ৯২:১৪)
فَأَنْذَرْتُكُمْ نَارًا تَلَظَّىٰ
এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।
.___________________________________________
🖤৯২:১৫
لَا يَصْلَاهَا إِلَّا الْأَشْقَى
তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য,
.___________________________________________
🖤৯২:১৬
الَّذِي كَذَّبَ وَتَوَلَّىٰ
যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
.___________________________________________
🖤৯২:১৭
وَسَيُجَنَّبُهَا الْأَتْقَى
আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী* ব্যক্তিক,
.
✍️BB-(49:13)*
৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.___________________________________________
🖤৯২:১৮
الَّذِي يُؤْتِي مَالَهُ يَتَزَكَّىٰ
যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে,
.
✍️Verse/Note:
92:18 Who gives his wealth that he may grow in goodness to self-actualization. [9:111](sa).
(৯:১১১
۞ إِنَّ اللَّهَ اشْتَرَىٰ مِنَ الْمُؤْمِنِينَ أَنْفُسَهُمْ وَأَمْوَالَهُمْ بِأَنَّ لَهُمُ الْجَنَّةَ ۚ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِي التَّوْرَاةِ وَالْإِنْجِيلِ وَالْقُرْآنِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِ مِنَ اللَّهِ ۚ فَاسْتَبْشِرُوا بِبَيْعِكُمُ الَّذِي بَايَعْتُمْ بِهِ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
-Pl press the link for 9:111:
.___________________________________________
🖤৯২:১৯
وَمَا لِأَحَدٍ عِنْدَهُ مِنْ نِعْمَةٍ تُجْزَىٰ
আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
.
✍️Verse/Note:
92:19 Not that he is returning any favors. [76:9](sa).
(৭৬:৯
إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللَّهِ لَا نُرِيدُ مِنْكُمْ جَزَاءً وَلَا شُكُورًا
সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।)
.___________________________________________
🖤৯২:২০
إِلَّا ابْتِغَاءَ وَجْهِ** رَبِّهِ الْأَعْلَىٰ*
কেৱল তাৰ মহান প্ৰতিপালকৰ* সন্তুষ্টিৰ প্ৰত্যাশাত**;
.
✍️BB-(87:1)*, (76:9)**, 
৮৭:১
 سَبِّحِ اسْمَ رَبِّكَ الْأَعْلَى
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
.
৭৬:৯
إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللَّهِ لَا نُرِيدُ مِنْكُمْ جَزَاءً وَلَا شُكُورًا
সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।
.___________________________________________
🖤৯২:২১
وَلَسَوْفَ يَرْضَىٰ
আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।
.
✍️Note:
Salvation and guidance: See verses 2:183; 11:51; 57:10; 73:20. and 40:66.(sig).
.___________________________________________
ছুৰা সমাপ্ত 
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[92:1] By (Wa) the night (Ellai'li)* when (Izaa) it covers (Yag'shaa), (91:4)
[92:2] and (Wa) the day (En'Nahaari) when (Izaa) it reveals (Tajallaa), (91:3)
[92:3] and (Wa) that which (Maa) created (53:45) (Khalaqa) the male (Ez'Zakara) and the female (El'Unthaa).
[92:4] Indeed (Inna), your efforts (Sa'ya-kum') are (La) diverse (Shattaa).
[92:5] As for (Fa Amma) one who (Man') gives (A'taa) and (Wa) reverences (Ettaqaa)
[92:6] and (Wa) gives credence to (Soddaqa Bi) the best (El'Hus'naa),
[92:7] then (Fa) We will ease him (Sa Nuyassiru-hu) towards ease (87:8) (Lil' Yus'raa). 
[92:8] As for (Wa Amma) one who (Man) is stingy (Bakhila) and (Wa) gives up (Es'tag'naa)
[92:9] and (Wa) denies (Kazzaba Bi) the best (El'Hus'naa),
[92:10] thence (Fa) We will ease him (Sa Nuyassiru-hu) towards hardship (Lil' Us'raa).
[92:11] And (Wa) his wealth (Maalu-hu) will not (Maa) avail him (Yug'nii Ån'hu) when (Izaa) he declines (Taraddaa).
[92:12] Indeed (Inna), upon Us (Ålai'naa) is (La) the Guidance (2:38)
(El'Hudaa).
[92:13] and (Wa) indeed (Inna), the hereafter (Lal' Aakhirata) and the first life (El'Uulaa) belongs to Us (Lanaa).
[92:14] So (Fa) I (God) have warned you (p) (An'zar'tu-kum’) of a blazing (Talazzoa) fire (Naaran).
[92:15] None (Laa) will burn therein (Yas'laa-haa) except (illa) the most wretched (El'Ash'qaa),
[92:16] who (Ellazii) denied (Kazzaba) and (Wa) turned way (Tawallaa).
[92:17] But (Wa) the most pious (49:13) (El'At'qaa) will shield from it (Sa Yujannabu-ha),
[92:18] who (Ellazii) gives (Yu'tii) his wealth (Maala-hu) to purify (himself) (Yatazakkaa),
[92:19] and (Wa) not (Maa) for (Li) someone (Ahadin) next to him (Enda-hu) to repay (Tuj'zaa) with (Min) a favour (Ni'matin)
[92:20] except (illa) seeking (Eb'tigaa'a) the countenance (76:9) (Waj'hi) of his LORD (Rabbi-hi), the Most High (87:1) (El' A'laa).
[92:21] And (Wa) he will surely be (La Saw'fa) pleased (Yar'doa).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 05.08.2023-Naz-villa✔️
🔴Work Progress ~ 98.59%
🟡Approx. Pages~ 4,430 nos.
⚫Parts ~ 662-663 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)