🌀🍏৯৩

🍏664-মিনি সূচিঃPart-664(93:01-11)Al-Duhaa (The Forenoon) 
৯৩:১-২("উজ্জ্বল ৰাতিপুৱাৰ সময়" আৰু "যেতিয়া ৰাতিটো নিশ্চল আৰু আন্ধাৰ হয়"ৰ অৰ্থ-টোকা আছে)
৯৩:৫-৭(আগ-কথা চাব। আল্লাহৰ হিদায়ৎ পাবলৈ আল্লাহৰ কিতাপ বুজি সেই মতে ইবাদত কৰিব লাগিব। তেতিয়াহে দিশসাৰাৰ(অনাথ) পৰা সৰল পথ পাব।)
৯৩:৯-১১(এই ছুৰাত অনাথ মানে আল্লাহৰ কিতাপৰ জ্ঞান শূণ্যতা আৰু ভিক্ষাৰী মানে আল্লাহে তেওঁৰ কিতাপৰ জ্ঞান দিয়াৰ পাছত আন জ্ঞান নথকা জনক কোৱা হৈছে। এই জ্ঞানৰ কথা প্ৰচাৰ কৰাটো আল্লাহৰ হুকুম।)
🍏🍏 Chapter End 🍏🍏

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)