🌻Part-650-652(87:01-19)Al-A'alaa (The Most High)
✔️Part-650-652(87:01-19)Al-A'alaa (The Most High)
✔️Video- Muktabul Hussain
650(1-2): https://rb.gy/jb6fg
651(3-8): https://t.ly/hg2Zs
652(9-19): https://t.ly/IMgNr
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️ Vide's Temple: "আল্লাহ কোৰআনৰ ব্যাখ্যাকাৰী"- কোৰআনতৰ বাহিৰত ইছলাম নাইঃ গতিকে ৰাছুলে কি কৰিবলৈ সক্ষম, কোৰআন আল্লাহে নে হাদিসে ব্যাখ্যা কৰে? হাদিস মনা মানেই ২৫:৩০ৰে আপুনি কোৰআন পৰিত্যজকাৰী: https://t.ly/E3vIS
.___________________________________________
Pre-Page:
This is the 87th Surah of the Qur’an and it has 19 verses. The Surah is adorned with eloquence, TASREEF and a few brand new concepts in a captivating style so typical of this Mighty Book of God.(sa).
.___________________________________________
মিনি সূচিঃPart-650-652(87:01-19)Al-A'alaa
৮৭:১(আল্লাহৰ মহিমা(glorify) ঘোষণা মানে, কেৱল শূন্য আৱেগৰ মুখত কোৱা নহয় বৰঞ্চ আকাশ আৰু পৃথিৱী আৰু ইয়াৰ ভিতৰৰ সকলো বস্তু সৃষ্টি কৰা সেই সত্তাৰ মহিমা আৰু আশ্চৰ্যৰ এক নিয়োজিত বিবেচনা আৰু প্ৰকাশ, যাৰ কাম হৈছে আল্লাহক যি তেওঁৰ প্ৰাপ্য তাক প্ৰদান কৰা। অৰ্থাৎ আকাশত(heven) থকাৰ দৰে পৃথিৱীতো তেওঁৰ মহিমা প্ৰকাশ কৰিবলৈ তেওঁৰ আজ্ঞা অনুসৰণ কৰক)
৮৭:৬-৭(কোৰআন হ'ল মানৱজাতিৰ বাবে এক উপদেশ মালা(যিকিৰ-৮৭:৯-১১)। সেয়েহে ই সদায় বৰ্তমান কালৰ কিতাপ- টোকা চাব)
৮৭:৯-১৫(যিসকলে কোৰআনৰ যিকিৰ অৰ্থাৎ উপদেশ গ্ৰহণ নকৰিব তেওঁলোকৰ দৰে দুৰ্ভগীয়া আৰু কোনো নহ'ব। তেওঁলোক দুজখত নাই মৰিব পাৰিব নাই জীব পাৰিব।
ইয়াৰ বিপৰীতে যিয়েই আল্লাহৰ উপদেশ(zikir) গ্ৰহণ(salat) কৰিব তেৱেঁই আল্লাহৰ ৰঙেৰে ৰঞ্জিত হৈ নিজকে পৰিশুদ্ধ(zakat) কৰিব পাৰিব তেৱেঁই ভাগ্যবান-৮৭:১৪-১৫।
৮৭:১৬-১৭(তোমালোকে কেৱল পৃথিৱীৰ জীৱনক প্ৰাধান্য নিদিবা। অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী- টোকা আছে)
৮৭:১৮-১৯(উক্ত একেই কথাবোৰ আগৰ নবীসকলোকো দিয়া হৈছিল)
.___________________________________________
🌻 ৮৭:১
سَبِّحِ اسْمَ رَبِّكَ الْأَعْلَى
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
.
✍️Sam's note:
Note to s-b-ḥ root at 2:30.
Arabic root: s-b-ḥ. The form II of this root is generally translated extol or glory — both of which are correct. However, this is not simply a mouthing of empty sentiments but an engaged consideration and expression of the majesty and wonder of that Being who created the heavens and the earth and everything within them, the function of which is to render to God that which is his due. See 87:1-5.
(এই মূলৰ দ্বিতীয় ৰূপটো সাধাৰণতে extol বা glory বুলি অনুবাদ কৰা হয় — যি দুয়োটা শুদ্ধ। কিন্তু এইটো কেৱল শূন্য আৱেগৰ মুখত কোৱা নহয় বৰঞ্চ আকাশ আৰু পৃথিৱী আৰু ইয়াৰ ভিতৰৰ সকলো বস্তু সৃষ্টি কৰা সেই সত্তাৰ মহিমা আৰু আশ্চৰ্যৰ এক নিয়োজিত বিবেচনা আৰু প্ৰকাশ, যাৰ কাম হৈছে আল্লাহক যি তেওঁৰ প্ৰাপ্য তাক প্ৰদান কৰা। ৮৭:১-৫ পদ চাওক।)
.
✍️Sa's note:
Establish His glory on earth. 56:96
৫৬:৯৬
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِيمِ
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
(Follow His commands to manifest His glory on earth as it is in the heavens(sa).
.___________________________________________
🌻৮৭:২
الَّذِي خَلَقَ فَسَوَّىٰ
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
.___________________________________________
🌻৮৭:৩
وَالَّذِي قَدَّرَ فَهَدَىٰ
আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,
.
✍️BB-ref:(20:50)
২০:৫০
قَالَ رَبُّنَا الَّذِي أَعْطَىٰ كُلَّ شَيْءٍ خَلْقَهُ ثُمَّ هَدَىٰ
মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
.
✍️Verse/Note:
87:3 and who determines the nature [of all that exists],* and thereupon guides it [towards its fulfilment],(as).
Note*
Cf. the last sentence of 25:2, also 20:50.
২৫:২
الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَلَمْ يَتَّخِذْ وَلَدًا وَلَمْ يَكُنْ لَهُ شَرِيكٌ فِي الْمُلْكِ وَخَلَقَ كُلَّ شَيْءٍ فَقَدَّرَهُ تَقْدِيرًا
যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।
.___________________________________________
🌻৮৭:৪
وَالَّذِي أَخْرَجَ الْمَرْعَىٰ
আৰু যিজনে তৃণ-লতা উৎপন্ন কৰিছে,
.___________________________________________
🌻৮৭:৫
فَجَعَلَهُ غُثَاءً أَحْوَىٰ
তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।
.
✍️ref:sa:
১৮:৪৫
وَاضْرِبْ لَهُمْ مَثَلَ الْحَيَاةِ الدُّنْيَا كَمَاءٍ أَنْزَلْنَاهُ مِنَ السَّمَاءِ فَاخْتَلَطَ بِهِ نَبَاتُ الْأَرْضِ فَأَصْبَحَ هَشِيمًا تَذْرُوهُ الرِّيَاحُ ۗ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ مُقْتَدِرًا
আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, এইটো পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰ উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.___________________________________________
🌻৮৭:৬
سَنُقْرِئُكَ فَلَا تَنْسَىٰ
অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
.
✍️BB-ref:(96:1)
৯৬:১
اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে,
(Pl see note below at 87:7)
.
✍️Verse/Note:
87:6 (O Messenger) We shall teach you by degrees that you will never forget.
Note:
Mankind need guidance like all things in the Universe do(sa).
.___________________________________________
🌻৮৭:৭
إِلَّا مَا شَاءَ اللَّهُ ۚ إِنَّهُ يَعْلَمُ الْجَهْرَ وَمَا يَخْفَىٰ
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
.
✍️কোৰআন হ'ল মানৱজাতিৰ বাবে এক উপদেশ মালা(যিকিৰ-৮৭:৯-১১)। সেয়েহে ই সদায় বৰ্তমান কালৰ কিতাপ।
See the link:
.___________________________________________
🌻৮৭:৮
وَنُيَسِّرُكَ لِلْيُسْرَىٰ
আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
.___________________________________________
🌻৮৭:৯✔️
فَذَكِّرْ إِنْ نَفَعَتِ الذِّكْرَىٰ*
এতেকে উপদেশ* দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
.
✍️BB-ref: (80:4)*
৮০:৪
أَوْ يَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرَىٰ
অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
(Pl see Part-634(80-01-04)'Abasa's link:
.___________________________________________
🌻৮৭:১০✔️(৯ৰ টোকা চাব)
سَيَذَّكَّرُ مَنْ يَخْشَىٰ
উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
.___________________________________________
🌻৮৭:১১(৯ৰ টোকা চাব)
وَيَتَجَنَّبُهَا الْأَشْقَى
আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
.___________________________________________
🌻৮৭:১২
الَّذِي يَصْلَى النَّارَ الْكُبْرَىٰ
সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
.___________________________________________
🌻৮৭:১৩
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
.
✍️BB-ref:(20:74)
২০:৭৪
إِنَّهُ مَنْ يَأْتِ رَبَّهُ مُجْرِمًا فَإِنَّ لَهُ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীয়াই থাকিবও নোৱাৰিব
.
✍️Verse/Note:
87:13 wherein he will neither die nor remain alive.
Note:
I.e., in consequence of having remained aloof from the divine reminder. (Cf. 74:28.)
(৭৪:২৮
لَا تُبْقِي وَلَا تَذَرُ
ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।)
.___________________________________________
🌻৮৭:১৪
قَدْ أَفْلَحَ مَنْ تَزَكَّىٰ
নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।
.___________________________________________
🌻৮৭:১৫
وَذَكَرَ اسْمَ رَبِّهِ فَصَلَّىٰ
আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।
.
✍️Verse/Note:
87:15 And keeps foremost in mind the Name and Attributes of his Lord and then follows Him.(sa).
Note:
‘Ism’ = Name = Attributes. ‘Salu’ = Follow closely. In the context here: trying to adopt the ‘Hue’ of God, the Divine attributes in one’s personality in the human capacity 2:138, 83:28
(২:১৩৮
صِبْغَةَ اللَّهِ ۖ وَمَنْ أَحْسَنُ مِنَ اللَّهِ صِبْغَةً ۖ وَنَحْنُ لَهُ عَابِدُونَ
আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।
.
৮৩:২৮
عَيْنًا يَشْرَبُ بِهَا الْمُقَرَّبُونَ
(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যপ্ৰাপ্তসকলে পান কৰিব।)
.___________________________________________
🌻৮৭:১৬
بَلْ تُؤْثِرُونَ الْحَيَاةَ الدُّنْيَا
কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া,
.
✍️Verse/Note:
87:16 But nay, you prefer the life of this world (given to instant gains instead of benefiting others that ensures success in both lives). [2:201, 3:147, 4:134, 7:156, 10:64,17:72, 28:77, 42:22](sa).
Pl see the above verses in the link:
.___________________________________________
🌻৮৭:১৭
وَالْآخِرَةُ خَيْرٌ وَأَبْقَىٰ
অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
.
✍️BB-ref:(28:60)
২৮:৬০
وَمَا أُوتِيتُمْ مِنْ شَيْءٍ فَمَتَاعُ الْحَيَاةِ الدُّنْيَا وَزِينَتُهَا ۚ وَمَا عِنْدَ اللَّهِ خَيْرٌ وَأَبْقَىٰ ۚ أَفَلَا تَعْقِلُونَ
আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?
.___________________________________________
🌻৮৭:১৮
إِنَّ هَٰذَا لَفِي الصُّحُفِ الْأُولَىٰ
নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
.
✍️(87:18 This has been said in the former revelations as well.(sa).
Note:
Suhuf = Scrolls = Revelations
.___________________________________________
🌻৮৭:১৯
صُحُفِ إِبْرَاهِيمَ وَمُوسَىٰ
ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।
.
✍️BB-refs:(53:36-37)
৫৩:৩৬-৩৭
أَمْ لَمْ يُنَبَّأْ بِمَا فِي صُحُفِ مُوسَىٰ
নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহীত কৰা হোৱা নাই?
৫৩:৩৭
وَإِبْرَاهِيمَ الَّذِي وَفَّىٰ
আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?
.___________________________________________
ছুৰা সমাপ্ত
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[87:1] Glorify (Sabbihi) the name (Es'ma) of your LORD (s) (Rabbi-ka), the Most High (El' A'laa)*,
[87:2] the One who (Ellazii) creates (Khalaqa) and (Fa) organizes (Sawwaa),
[87:3] and (Wa) the One who (Ellazii) predestines (Qaddara) and (Fa) guides (Hadaa), (20:50)
[87:4] and (Wa) the One who (Ellazii) produces (Akh'raja) pasture (El'Mar'å)
[87:5] and (Fa) renders it (Jaåla-hu) clasp (Ah'waa) scum (Guthaa”an).
[87:6] We will make you (s) read (Sa Nuq'riu-ka), so (Fa) you will not (Laa) forget (Tansaa), (96:1)
[87:7] except (illa) what (Maa) GOD wills (Shaa'a-llahu). Indeed, HE (Innahu) knows (Ya'lamu) what is public (El'Jah'ra) and what (Wamaa) is hidden (Yakh'faa).
[87:8] And (Wa) We will ease you (s) (Nuyassiru-ka) towards ease (Lil' Yus'raa).
[87:9] So (Fa) remind (Zakkir'), if (In) the Remembrance (80:4) (Ez'Zik'ra) should benefit (Nafaåti);
[87:10] whoever (Man) fears (Yakh'sha) will be reminded (Sa Yazzakkaru),
[87:11] but (Wa) the most wretched (El'Ash'qaa) will avoid it (Yatajannabu-ha),
[87:12] one who (Ellazii) will burn (Yas'laa) in the greatest (El'Kub’raa) Fire (En'Naara),
[87:13] and (Thumma) he will neither (Laa) die (Yamuutu) therein (Fiihaa) nor (Walaa) live (Yah'yaa).(20:74)
[87:14] Whoever (Man) purifies (himself) (Tazakkaa) has indeed (Qad') succeeded (Af'laha),
[87:15] and (Wa) commemorates (Zakara) the name (Es'ma) of his LORD (Rabbi-hi) and (Fa) prays (Sollaa).
[87:16] In fact (Bal'), you (p) prefer (Tu'thiruuna) the worldly (Ed'Dun'ya) life (El'Hayaata),
[87:17] while (Wa) the hereafter (El'Aakhiratu) is better (Khai'run) and (Wa) more lasting (Ab'qaa). (28:60)
[87:18] Indeed (Inna), this (Haaza) is in (Lafii) the first (previous) (El'Uula) pages (Es'Suhufi),
[87:19] the pages (Suhufi) of Abraham (Ib'raahiima) and (Wa) Moses (Muusaa).
(53:36-37)
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 25.07.2023-Naz-villa✔️
🔴Work Progress ~ 97.55%
🟡Approx. Pages~ 4,176 nos.
⚫Parts ~ 650-652 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment