🏊Part-643(83:17-36)Al-Mutaffifeen (প্রতাৰক)
✔️Part-643(83:17-36)Al-Mutaffifeen (প্রতাৰক)
✔️Video- Muktabul Hussain:
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
🎪 Video's Template Subject:
কৃত্ৰিম বন্ধ্যাকৰণ(খাছী) hamstrung: এক অপৰাধ
: https://rb.gy/bxwha (খণ্ড- ৬৪১)
.___________________________________________
মিনি সূচিঃPart-643(83:17-36)Al-Mutaffifeen
৮৩:১৮-২১(এই পৃথিৱীত ইমানক ধেমালি হিচাপে লোৱা কাফিৰ আৰু কাফিৰসকলৰ বেয়া কাম ছিজ্জিন (৮৩:৭-৯) নামৰ লিখিত লিপিত থাকিব।
বিশ্বাসীসকলৰ, ধৰ্মপৰায়ণসকলৰ ভাল কামবোৰ ইল্লাইয়িন (৮৩:১৮-২১) নামেৰে জনাজাত আন এটা লিখিত লিপিত লিপিবদ্ধ কৰা হ’ব। লিংক আছে)
৮৩:২৩(ইল্লাইয়িনৰ গৰাকীসকলে শেষ বিচাৰৰ দিনা আমাৰ ৰব্ আল্লাহ চুবহানাহু ৱা তা'লাক দেখিবলৈ পাব। কিন্তু, ছিজ্জিয়ানসকলে নেদেখিব-৮৩:১৫। টোকা চাব)
৮৩:২৮(ref:আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা)
৮৩:২৯(কোৰআনত আপোনাৰ বিষয়ে বৰ্তমান কালত কেনেকৈ আপোনাক কথা কয় তাৰ আচৰিত ডিজাইন টোকাত চাওঁক)
৮৩:৩২-৩৩(সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক* হিচাপে পঠোৱা হোৱা নাই।)
.___________________________________________
🏊৮৩:১৭
ثُمَّ يُقَالُ هَٰذَا الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ
তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
.___________________________________________
🏊৮৩:১৮(১৮-২১)
كَلَّا إِنَّ كِتَابَ الْأَبْرَارِ لَفِي عِلِّيِّينَ
কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যৱান লোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।
.
✍️Note-৮৩:১৮-১৯: এই পৃথিৱীত ইমানক ধেমালি হিচাপে লোৱা কাফিৰ আৰু কাফিৰসকলৰ বেয়া কাম ছিজিন (৮৩:৭-৯) নামৰ লিখিত লিপিত থাকিব।
বিশ্বাসীসকলৰ, ধৰ্মপৰায়ণসকলৰ ভাল কামবোৰ ইল্লাইয়িন (৮৩:১৮-২১) নামেৰে জনাজাত আন এটা লিখিত লিপিত লিপিবদ্ধ কৰা হ’ব।
Read in details in the link:
Relation between ✔️Kiraman-Katibin & ✔️'Illiyin' and 'Sijjin:
.
✍️Verse/Note:
83:18 Nay, the record of those who made room for others in the community is in 'Illiyyeen.
Note:
Birr= Virtue = Make expanse = Make room for others in the society = Help people to adjust and make progress in a new environment = Exponential growth(sa).
.___________________________________________
🏊৮৩:১৯
وَمَا أَدْرَاكَ مَا عِلِّيُّونَ
আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি?
.___________________________________________
🏊৮৩:২০
كِتَابٌ مَرْقُومٌ
চিহ্নিত আমলনামা।
.___________________________________________
🏊৮৩:২১
يَشْهَدُهُ الْمُقَرَّبُونَ
সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অৱলোকন কৰে।
.___________________________________________
🏊৮৩:২২
إِنَّ الْأَبْرَارَ لَفِي نَعِيمٍ
নিশ্চয় পূণ্যৱানসকলেই থাকিব পৰম সুখ-শান্তিত,
.
✍️BB-ref:(82:13)
৮২:১৩✔️
إِنَّ الْأَبْرَارَ لَفِي نَعِيمٍ
নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
.___________________________________________
🏊৮৩:২৩
عَلَى الْأَرَائِكِ يَنْظُرُونَ
সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
.
✍️Verse/Note:
83:23 [resting on couches, they will look up [to God]:
Note:
Cf. 7:23. As elsewhere in the Qur'an, the "couches" of the virtuous in paradise symbolize complete restfulness and inner fulfilment.(as).
(৭:২৩
قَالَا رَبَّنَا ظَلَمْنَا أَنْفُسَنَا وَإِنْ لَمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ
সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমি নিজৰে প্ৰতি অন্যায় কৰিছো, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হম’।
.
rf-refs:
৭৫:২২-২৩
وُجُوهٌ يَوْمَئِذٍ نَاضِرَةٌ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
৭৫:২৩
إِلَىٰ رَبِّهَا نَاظِرَةٌ
সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
.
((But for the unbelievers and wrongdoers, they will be deprived of this most blessful gift as the Almighty God says in the Holy Qur'an:
“Nay! Surely, they (evildoers) will be veiled from seeing their Lord that Day.” (83:15)
৮৩:১৫
كَلَّا إِنَّهُمْ عَنْ رَبِّهِمْ يَوْمَئِذٍ لَمَحْجُوبُونَ
কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।))
_________
83:23 On luxurious furnishings they watch.rk
_________
83:23 On beautiful thrones, they will look up (to the Magnificent Kingdom. 76:20).(sa).
(৭৬:২০
وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا
আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।)
.___________________________________________
🏊৮৩:২৪
تَعْرِفُ فِي وُجُوهِهِمْ نَضْرَةَ النَّعِيمِ
তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,
.___________________________________________
🏊৮৩:২৫
يُسْقَوْنَ مِنْ رَحِيقٍ مَخْتُومٍ
সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;
.___________________________________________
🏊৮৩:২৬
خِتَامُهُ مِسْكٌ ۚ وَفِي ذَٰلِكَ فَلْيَتَنَافَسِ الْمُتَنَافِسُونَ
আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।
.
83:26 The seal of it is musk. For all this, then, let every aspirant aspire. [57:20, 102:1](sa).
৩৭:৬১
لِمِثْلِ هَٰذَا فَلْيَعْمَلِ الْعَامِلُونَ
এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত,
.
কিন্তু;(৫৭:২০
اعْلَمُوا أَنَّمَا الْحَيَاةُ الدُّنْيَا لَعِبٌ وَلَهْوٌ وَزِينَةٌ وَتَفَاخُرٌ بَيْنَكُمْ وَتَكَاثُرٌ فِي الْأَمْوَالِ وَالْأَوْلَادِ ۖ كَمَثَلِ غَيْثٍ أَعْجَبَ الْكُفَّارَ نَبَاتُهُ ثُمَّ يَهِيجُ فَتَرَاهُ مُصْفَرًّا ثُمَّ يَكُونُ حُطَامًا ۖ وَفِي الْآخِرَةِ عَذَابٌ شَدِيدٌ وَمَغْفِرَةٌ مِنَ اللَّهِ وَرِضْوَانٌ ۚ وَمَا الْحَيَاةُ الدُّنْيَا إِلَّا مَتَاعُ الْغُرُورِ
জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।
.
১০২:১
أَلْهَاكُمُ التَّكَاثُرُ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।)
.___________________________________________
🏊৮৩:২৭
وَمِزَاجُهُ مِنْ تَسْنِيمٍ
আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ,
.
✍️Verse/Note:
83:27 For, it consists of nobility.
Note:
Tasneem = Tashreef = Nobility = Raising in rank and honor = Hosting with respect = Exalting(sa).
.___________________________________________
🏊৮৩:২৮
عَيْنًا يَشْرَبُ بِهَا الْمُقَرَّبُونَ
(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যপ্ৰাপ্তসকলে পান কৰিব।
.
✍️ref-as:
৭৬:৫
إِنَّ الْأَبْرَارَ يَشْرَبُونَ مِنْ كَأْسٍ كَانَ مِزَاجُهَا كَافُورًا
নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰণ হ’ব কাফূৰ।
.
✍️Verse/Note:
83:28 A Spring from which the nearest (to God) drink. (76:17)(sa).
(৭৬:১৭
وَيُسْقَوْنَ فِيهَا كَأْسًا كَانَ مِزَاجُهَا زَنْجَبِيلًا
আৰু তাত সিহঁতক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,)
Note:
Hue of God = We take our hue from God. Nearest to God are those who have adopted His Sibghah = Hue or Color = His attributes in the human capacity. 2:138, 83:28. That means adopting the Divine Attributes in our limited human capacity such as: kindness – empathy - creativity – mercy - forgiveness – turning to people in love and affection – attaining wisdom - kindness - effort - concealment of sins - justice - bounteousness - generosity - greatness - love - glory - dignity - insight - and all other goodness and beauty are attributes of God. Knowledge learning – compassion – clemency – taking care - peacefulness – remaining aware – sense of duty - determination – honesty – protecting others – generosity – unity - self-control – leniency - approachability - appreciation – moral strength – patience - showing light – guiding - independence – truthfulness – maintenance of people and things – keeping pledges – resolve – benefiting others – beautiful designing – providing – listening – observing – being worthy of trust – nobility of character – giving – and sense of responsibility. Interestingly, people can make a self-assessment by this spectrum as to where they stand on the ascending ladder of Tazkiah self-actualization or personal development.
(Google translate as it found, no guarantee:
ঈশ্বরের রঙ = আমরা ঈশ্বরের কাছ থেকে আমাদের রঙ গ্রহণ করি। ঈশ্বরের নিকটতম তারাই যারা তাঁর সিবগাহ = বর্ণ বা রঙ = তাঁর গুণাবলী মানব ক্ষমতায় গ্রহণ করেছে। 2:138, 83:28। তার মানে আমাদের সীমিত মানবিক সামর্থ্যের মধ্যে ঐশ্বরিক গুণাবলী গ্রহণ করা যেমন: দয়া-সহানুভূতি-সৃজনশীলতা-মমতা-ক্ষমা-মানুষের প্রতি ভালোবাসা ও স্নেহের দিকে ফিরে যাওয়া-প্রজ্ঞা-দয়া-প্রচেষ্টা-পাপ গোপন করা-ন্যায়-বিচার-বহিদা-উদারতা-মহানতা। - প্রেম - গৌরব - মর্যাদা - অন্তর্দৃষ্টি - এবং অন্যান্য সমস্ত ভাল এবং সৌন্দর্য ঈশ্বরের বৈশিষ্ট্য। জ্ঞান শিক্ষা – সমবেদনা – করুণা – যত্ন নেওয়া – শান্তি – সচেতন থাকা – কর্তব্যবোধ – সংকল্প – সততা – অন্যকে রক্ষা করা – উদারতা – একতা – আত্মনিয়ন্ত্রণ – নম্রতা – সান্নিধ্য – উপলব্ধি – নৈতিক শক্তি – ধৈর্য – আলো দেখানো – পথপ্রদর্শক – স্বাধীনতা - সত্যবাদিতা - মানুষ এবং জিনিসগুলির রক্ষণাবেক্ষণ - অঙ্গীকার রাখা - সংকল্প - অন্যদের উপকার করা - সুন্দর নকশা - প্রদান - শোনা - পর্যবেক্ষণ - বিশ্বাসের যোগ্য হওয়া - চরিত্রের আভিজাত্য - প্রদান - এবং দায়িত্ববোধ। মজার বিষয় হল, লোকেরা এই বর্ণালী দ্বারা একটি স্ব-মূল্যায়ন করতে পারে যে তারা তাজকিয়াহ স্ব-বাস্তবকরণ বা ব্যক্তিগত বিকাশের আরোহী সিঁড়িতে কোথায় দাঁড়িয়ে আছে।
(২:১৩৮
صِبْغَةَ اللَّهِ ۖ وَمَنْ أَحْسَنُ مِنَ اللَّهِ صِبْغَةً ۖ وَنَحْنُ لَهُ عَابِدُونَ
আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।
.___________________________________________
🏊৮৩:২৯
إِنَّ الَّذِينَ أَجْرَمُوا كَانُوا مِنَ الَّذِينَ آمَنُوا يَضْحَكُونَ
নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,
.
✍️Verse/Note:
83:29 BEHOLD, those who have abandoned themselves to sin are wont to laugh at such as have attained to faith.
Note:
In the original, verses 29-33 are in the past tense, as if viewed from the time-level of Judgment Day. However, since the preceding and the following passages (i.e., verses 18-28 and 34-36) are formulated in the future tense, verses 29-33 (which relate to life in this world) maybe adequately rendered in the present tense.(as).
(Google translate as it found, no guarantee:
মূলত ২৯-৩৩ পদবোৰ অতীত কালত আছে, যেন বিচাৰ দিনৰ সময়-স্তৰৰ পৰা চোৱা হৈছে। কিন্তু যিহেতু পূৰ্বৰ আৰু পিছৰ অংশবোৰ (অৰ্থাৎ ১৮-২৮ আৰু ৩৪-৩৬ পদ) ভৱিষ্যত কালত প্ৰণয়ন কৰা হৈছে, গতিকে ২৯-৩৩ পদ (যিবোৰ এই জগতৰ জীৱনৰ সৈতে জড়িত) সেয়েহে ইয়াক বৰ্তমান কালত পৰ্যাপ্তভাৱে ৰেণ্ডাৰ কৰা হৈছে।)
.___________________________________________
🏊৮৩:৩০
وَإِذَا مَرُّوا بِهِمْ يَتَغَامَزُونَ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।
.___________________________________________
🏊৮৩:৩১
وَإِذَا انْقَلَبُوا إِلَىٰ أَهْلِهِمُ انْقَلَبُوا فَكِهِينَ
আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,
.___________________________________________
🏊৮৩:৩২
وَإِذَا رَأَوْهُمْ قَالُوا إِنَّ هَٰؤُلَاءِ لَضَالُّونَ
আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।
.___________________________________________
🏊৮৩:৩৩
وَمَا أُرْسِلُوا عَلَيْهِمْ حَافِظِينَ
অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক* হিচাপে পঠোৱা হোৱা নাই।
.
✍️BB-ref:(13:11)*
১৩:১১
لَهُ مُعَقِّبَاتٌ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ يَحْفَظُونَهُ مِنْ أَمْرِ اللَّهِ ۗ إِنَّ اللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا مَا بِأَنْفُسِهِمْ ۗ وَإِذَا أَرَادَ اللَّهُ بِقَوْمٍ سُوءًا فَلَا مَرَدَّ لَهُ ۚ وَمَا لَهُمْ مِنْ دُونِهِ مِنْ وَالٍ
মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে, তেন্তে সেয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।
.
✍️Ap-refs:(23:108-111)
.___________________________________________
🏊৮৩:৩৪
فَالْيَوْمَ الَّذِينَ آمَنُوا مِنَ الْكُفَّارِ يَضْحَكُونَ
এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।
.
✍️Verse/Note:
83:34 That Day those who have chosen to be graced with belief will be in a position to laugh at the deniers. [7:43, 15:47](sa).
(৭:৪৩
وَنَزَعْنَا مَا فِي صُدُورِهِمْ مِنْ غِلٍّ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ ۖ وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي هَدَانَا لِهَٰذَا وَمَا كُنَّا لِنَهْتَدِيَ لَوْلَا أَنْ هَدَانَا اللَّهُ ۖ لَقَدْ جَاءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ ۖ وَنُودُوا أَنْ تِلْكُمُ الْجَنَّةُ أُورِثْتُمُوهَا بِمَا كُنْتُمْ تَعْمَلُونَ
আৰু আমি সিহঁতৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, সিহঁতৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। সিহঁতে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। আৰু সিহঁতক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।
.
১৫:৪৭
وَنَزَعْنَا مَا فِي صُدُورِهِمْ مِنْ غِلٍّ إِخْوَانًا عَلَىٰ سُرُرٍ مُتَقَابِلِينَ
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,)
.___________________________________________
🏊৮৩:৩৫
عَلَى الْأَرَائِكِ يَنْظُرُونَ
সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।
.
✍️Verse/Note:
83:35 On beautiful thrones, they will look up (to the Magnificent Kingdom 76:20).
(৭৬:২০
وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا
আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।)
.___________________________________________
🏊৮৩:৩৬
هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوا يَفْعَلُونَ
কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?
(Thawaab = Return on an investment-sa)
.___________________________________________
ছুৰা সমাপ্ত
.___________________________________________
WORD BY WORD MEANING BB:
[83:17] And (Thumma) they will be told (Yuqaalu), "This (Haaza) is what (Ellazii) you used to (Kuntum)
deny (Tukazzibuun Bi-hi)."
[83:18] Nay (Kallaa)! Indeed (Inna), the register (record) (Kitaaba) of the pious (El'Ab'raari) is in (Lafii) loftiness
(Elliyyiin).
[83:19] And (Wa) what (Maa) will make you (s) know (Ad'raa-ka) what (Maa) is loftiness (Elliyyuun)?
[83:20] It is a numerical (Mar'quum) register (Kitaabun).
2
[83:21] Those nearby (El'Muqarrabuun) will witness it (Yash'hadu-hu).
[83:22] Indeed (Inna), the pious (El'Ab'raara) will be in (Lafii) bliss (Naeem),
(82:13)
[83:23] observing (Yanzuruun) on (Ålaa) couches (El'Araa'iki).
[83:24] You will recognize (Ta'rifu) the splendour (Nad'rata) of Bliss (En'Naeem) in (Fii) their faces
(Wujuuhi-him').
[83:25] They will be given to drink (Yas'qaw'na) from (Min) sealed (Makh'tuum) nectar (Rahiiqin),
[83:26] whose conclusion (Khitaamu-hu) is of musk (Mis'kun); and (Wa) so let (Fal') the competitors
(El'Mutanaafisuun) compete (Yatanaafasi) for (Fii) that (Zaalika).
[83:27] And (Wa) its mixture (Mizaaju-hu) is of (Min) fragrance (perfume) (Tas'niim);
[83:28] as a spring (Åi'nan) from which (Bihaa) those nearby (El'Muqarrabuun) will drink (Yash'rabu).
[83:29] Indeed (Inna), those who (Ellaziina) acted wrong (Aj'ramu') used to (Kaanu’) laugh at (Yad'hakuun
Min) those who (Ellaziina) believed (Aamanu').
[83:30] And (Wa) whenever (Izaa) they (the wrongful)
passed by them (Marru' Bihim'), they would wink at each
other (Yatagaamazuun).
[83:31] And (Wa) whenever (Izaa) they turned (Enqalabuu') to (ilaa) their people (Ah'li-himu), they would
return (Enqalabu') teasing (Fakihiin).
[83:32] And (Wa) whenever (Izaa) they saw them (the believers) (Ra'aw'hum'), they would say (Qaaluu'), "Indeed
(Inna), these people (Haaulaai) are (La) lost (Doalluun),
[83:33] for (Wa) there are no (Maa) guardians (13:11) (Haafiziin) sent (Ur'silu') over them (Ålai'him')."
[83:34] So (Fa) today (El'Yaw'ma), those who (Ellaziina) believed (Aamanu') are laughing at (Yad'hakuun
Mina) the disbelievers (El'Kuffaari),
[83:35] observing (Yanzuruun) on (Ålaa) couches (El'Araa'iki).
[83:36] Have (Hal') the disbelievers (El'Kuffaaru) been rewarded (Thuwwiba) for what (Maa) they have
been (Kaanu') doing (Yaf'åluun)?
(SRV - 83:9, 83:20)
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 14.07.2023-Naz-villa✔️
🔴Work Progress ~ 96.90%
🟡Approx. Pages~ 4,150 nos.
⚫Parts ~ 643 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment