🏟️Part-633(79:25-46)Al-Naaze'aat (The Snatchers)

✔️Part-633(79:25-46)Al-Naaze'aat (The Snatchers)
✔️Video- https://t.ly/Ex7N by Muktabul 
.__________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.__________________________________________
✔️ভিডিঅ'টেমপ্লেট: (Code:5-23)
৩:৭(মুহকামত আৰু মুতাশ্বাবিহ আয়াত):
.__________________________________________
মিনি সূচিঃPart-633(79:25-46)Al-Naaze'aat
৭৯:২৭(ref:সমগ্ৰ আল্লাহ-সৃষ্ট বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আৰু জটিলতাৰ তুলনাত মানুহৰ তুচ্ছতাক আঙুলিয়াই দি বিশ্বব্ৰহ্মাণ্ডৰ "মানুহকেন্দ্ৰিক" দৃষ্টিভংগীক খণ্ডন কৰে- টোকা আছে।)
৭৯:৩০(বৰ্তমান সময়ত পৃথিৱীখনক বিস্তৃত কৰিছে বুলিলে গোল পৃথিৱীখনকে বিস্তৃত কৰিছে বুলি ধাৰণা কৰিব। কিন্তু, এই কথাটোকে তথাকথিত হাদিস আৰু বাইবেলৰ প্ৰভাৱত আজিৰ পৰা প্ৰায় ৪০-৪৫বছৰৰ আগলৈকে পৃথিৱীখন যে কণীৰ দৰে গোল এই কথাটো মানি লোৱা নাছিল,ফলত কি কি ঘটিব পাৰে এডিপৰ তলৰ লিংকত চাওঁক: https://t.ly/rvrz)
৭৯:৩৫(নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে-৫৩:৩৯-টোকা)
৭৯:৪৩-৪৬(কিয়ামত কেতিয়া সংঘটিত হ’ব’, তাৰ জ্ঞান কেৱল প্ৰতিপালকৰ ওচৰত আছে)
.__________________________________________
🏟️৭৯:২৫
فَأَخَذَهُ اللَّهُ نَكَالَ الْآخِرَةِ وَالْأُولَىٰ
অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।
.
✍️Verse/Note:
79:25 And thereupon God took him to task, [and made him] a warning example in the life to come as well as in this world.

Note:
Lit., "in the first [life]". See last sentence of 7:137 - "We utterly destroyed all that Pharaoh and his people had wrought, and all that they had built"(as).
(৭:১৩৭
وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الْأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَا ۖ وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنَىٰ عَلَىٰ بَنِي إِسْرَائِيلَ بِمَا صَبَرُوا ۖ وَدَمَّرْنَا مَا كَانَ يَصْنَعُ فِرْعَوْنُ وَقَوْمُهُ وَمَا كَانُوا يَعْرِشُونَ
আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।)
.
✍️Ap-refs:
১১:৯৯
وَأُتْبِعُوا فِي هَٰذِهِ لَعْنَةً وَيَوْمَ الْقِيَامَةِ ۚ بِئْسَ الرِّفْدُ الْمَرْفُودُ
আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!
.
২৮:৪১
وَجَعَلْنَاهُمْ أَئِمَّةً يَدْعُونَ إِلَى النَّارِ ۖ وَيَوْمَ الْقِيَامَةِ لَا يُنْصَرُونَ
আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলো; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক সহায় কৰা নহ’ব।
.__________________________________________
🏟️৭৯:২৬
إِنَّ فِي ذَٰلِكَ لَعِبْرَةً لِمَنْ يَخْشَىٰ
নিশ্চয় যিয়ে ভয় কৰে তাৰবাবে ইয়াত শিক্ষা আছে।
.__________________________________________
🏟️৭৯:২৭
أَأَنْتُمْ أَشَدُّ خَلْقًا أَمِ السَّمَاءُ ۚ بَنَاهَا
তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মাণ কৰিছে।
.
✍️Verse/Note:
79:27 [O MEN!] Are you more difficult to create than the heaven which He has built?

Note:
Lit., "or the heaven. . . ", etc. The "heaven" is here, as in many other places in the Qur'an, a metonym for "cosmic system" (cf. 2:29). The above verse is an echo of an earlier, more explicit passage - namely, 40:56, which should be read together. Both these passages refute the "man-centred" view of the universe by pointing out man's insignificance as compared with the vastness and complexity of the whole God-created universe.
(Google translate as it found, no guarantee:
"বা স্বৰ্গ। . . ", ইত্যাদি। "স্বৰ্গ" ইয়াত, কোৰআনৰ আন বহু ঠাইত থকাৰ দৰে, "ব্ৰহ্মাণ্ডীয় ব্যৱস্থা"ৰ এটা মেটনিম (cf. 2:29)।  ওপৰৰ পদটো আগৰ এটা, অধিক স্পষ্ট অংশৰ প্ৰতিধ্বনি - অৰ্থাৎ, ৪০:৫৬, যিটো একেলগে পঢ়িব লাগে।  এই দুয়োটা অংশই সমগ্ৰ আল্লাহ-সৃষ্ট বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আৰু জটিলতাৰ তুলনাত মানুহৰ তুচ্ছতাক আঙুলিয়াই দি বিশ্বব্ৰহ্মাণ্ডৰ "মানুহকেন্দ্ৰিক" দৃষ্টিভংগীক খণ্ডন কৰে।)
(২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে;  আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
.
৪০:৫৬
إِنَّ الَّذِينَ يُجَادِلُونَ فِي آيَاتِ اللَّهِ بِغَيْرِ سُلْطَانٍ أَتَاهُمْ ۙ إِنْ فِي صُدُورِهِمْ إِلَّا كِبْرٌ مَا هُمْ بِبَالِغِيهِ ۚ فَاسْتَعِذْ بِاللَّهِ ۖ إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ
নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)
.
✍️Ap-ref:
৩৬:৮১
أَوَلَيْسَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِقَادِرٍ عَلَىٰ أَنْ يَخْلُقَ مِثْلَهُمْ ۚ بَلَىٰ وَهُوَ الْخَلَّاقُ الْعَلِيمُ
যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ আকৌ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় হয়। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।
.__________________________________________
🏟️৭৯:২৮
رَفَعَ سَمْكَهَا فَسَوَّاهَا
তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।
.
✍️Verse/Note:
79:28 High has He reared its vault and formed it in accordance with what it was meant to be;(as).

Note:
See 87:2, which is the earliest instance, in the chronology of Qur'anic revelation, of the use of the verb sawwa in the above sense.
(৮৭:২
الَّذِي خَلَقَ فَسَوَّىٰ
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
(অৰ্থাৎ যাতে সকলো বস্তুৱেই যি হ’ব লাগে, সেইটোৱেই হ’ব পাৰে-sa)
.__________________________________________
🏟️৭৯:২৯
وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَاهَا
আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।
.__________________________________________
🏟️৭৯:৩০
وَالْأَرْضَ بَعْدَ ذَٰلِكَ دَحَاهَا
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।
(. دحاها (Arabic). Noun. دحاها‎ (dahaha). expanse · expanded · extended · stretched · egg-shaped · spread; made round; balanced ...)
✍️Note:✔️
৭৯:৩০(বৰ্তমান সময়ত পৃথিৱীখনক বিস্তৃত কৰিছে বুলিলে গোল পৃথিৱীখনকে বিস্তৃত কৰিছে বুলি ধাৰণা কৰিব। কিন্তু, এই কথাটোকে তথাকথিত হাদিস আৰু বাইবেলৰ প্ৰভাৱত আজিৰ পৰা প্ৰায় ৪০-৪৫বছৰৰ আগলৈকে পৃথিৱীখন যে কণীৰ দৰে গোল এই কথাটো মানি লোৱা নাছিল,ফলত কি কি ঘটিব পাৰে এডিপৰ তলৰ লিংকত চাওঁক: https://t.ly/rvrz)
.
✍️Verse/Note:
79:30. Next look at the earth. Earth and all the other celestial bodies were one mass, 
the Nebula. The earth was taken and thrown out of this, just like a stone being 
propelled away by a catapult (21:30).pz.

(Note: In verse 2:29 the word “Thumma” is not for sequence. The sequence of creation of 
celestial bodies is the same as has been described here. Modern day knowledge has 
revealed that the rapid rotation of Nebula resulted in the scattering of matter that 
eventually become these bodies. The meaning of the Quranic parable may be easily 
understood from this. That is, earth separated from Nebula just like how a stone moves 
out of a catapult and while spinning, moves away.)
(২১:৩০
أَوَلَمْ يَرَ الَّذِينَ كَفَرُوا أَنَّ السَّمَاوَاتِ وَالْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَاهُمَا ۖ وَجَعَلْنَا مِنَ الْمَاءِ كُلَّ شَيْءٍ حَيٍّ ۖ أَفَلَا يُؤْمِنُونَ
যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়কে পৃথক কৰি দিলো; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
.
২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে;  আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।)
.
✍️Note:
This is a simple description of the shape of the world which is really not round but an oblate spheroid.(sig).
.__________________________________________
🏟️৭৯:৩১
أَخْرَجَ مِنْهَا مَاءَهَا وَمَرْعَاهَا
তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,
.__________________________________________
🏟️৭৯:৩২
وَالْجِبَالَ أَرْسَاهَا
আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,
.__________________________________________
🏟️৭৯:৩৩
مَتَاعًا لَكُمْ وَلِأَنْعَامِكُمْ
এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।
.
✍️ref:as:
৮০:২৪
فَلْيَنْظُرِ الْإِنْسَانُ إِلَىٰ طَعَامِهِ
এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
.__________________________________________
🏟️৭৯:৩৪ 
فَإِذَا جَاءَتِ الطَّامَّةُ الْكُبْرَىٰ
আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,
.
✍️Ap-ref:
৫৪:৪৬
بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ أَدْهَىٰ وَأَمَرُّ
বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;
.__________________________________________
🏟️৭৯:৩৫
يَوْمَ يَتَذَكَّرُ الْإِنْسَانُ مَا سَعَىٰ
সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,
.
✍️Ap-ref:
৮৯:২৩
وَجِيءَ يَوْمَئِذٍ بِجَهَنَّمَ ۚ يَوْمَئِذٍ يَتَذَكَّرُ الْإِنْسَانُ وَأَنَّىٰ لَهُ الذِّكْرَىٰ
আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোনটো কামত আহিব?
.
✍️Verse/Note:
79:35. Through this revolution a society in which no one will be able to usurp the 
labour of others, shall be established. Everyone will see the fruit of one’s labour; and 
none of it shall go waste (20:15; 53:39; 56:63-73).pz.
(২০:১৫
إِنَّ السَّاعَةَ آتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا تَسْعَىٰ
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পাৰি।
.
৫৩:৩৯
وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَىٰ
আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
(Note:এই আয়াতৰ সম্পৰ্ক আখিৰাতৰ প্ৰতিদানৰ লগত জড়িত।)
.__________________________________________
🏟️৭৯:৩৬
وَبُرِّزَتِ الْجَحِيمُ لِمَنْ يَرَىٰ
আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।
.
✍️Verse/Note:
79:36. At that time Jaheem will become visible to those who are capable of seeing it. 
(Jahannum still exists, but is invisible. At that time it shall emerge and become 
visible.) (29:54; 39:48; 82:16).pz.
(২৯:৫৪
يَسْتَعْجِلُونَكَ بِالْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰিব।
.
৩৯:৪৮
وَبَدَا لَهُمْ سَيِّئَاتُ مَا كَسَبُوا وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু সিহঁতে যি অৰ্জন কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব আৰু সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।
.
৮২:১৬
وَمَا هُمْ عَنْهَا بِغَائِبِينَ
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।
.
২৬:৯১
وَبُرِّزَتِ الْجَحِيمُ لِلْغَاوِينَ
আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;)
.__________________________________________
🏟️৭৯:৩৭ 
فَأَمَّا مَنْ طَغَىٰ
এতেকে যিয়ে সীমালঙ্ঘন কৰে,
.__________________________________________
🏟️৭৯:৩৮
وَآثَرَ الْحَيَاةَ الدُّنْيَا
আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,
.
✍️Hayat-id-duniya = Life of this world = Short term = Instant gains = Disregard of the life to come(sa).
.__________________________________________
🏟️৭৯:৩৯
فَإِنَّ الْجَحِيمَ هِيَ الْمَأْوَىٰ
নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।
.__________________________________________
🏟️৭৯:৪০
وَأَمَّا مَنْ خَافَ مَقَامَ➡️ رَبِّهِ وَنَهَى النَّفْسَ عَنِ الْهَوَىٰ
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,
.
✍️Note:
Status: (Arabic: maqam). Be aware of your Sustainer's status and respond accordingly by 
fulfilling your obligations, because to Him you are accountable. See verse 2:125.(sig).
⬇️
২:১২৫
وَإِذْ جَعَلْنَا الْبَيْتَ🔺1 مَثَابَةً لِلنَّاسِ وَأَمْنًا وَاتَّخِذُوا مِنْ مَقَامِ🔺2 إِبْرَاهِيمَ مُصَلًّى ۖ وَعَهِدْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ أَنْ طَهِّرَا بَيْتِيَ لِلطَّائِفِينَ وَالْعَاكِفِينَ وَالرُّكَّعِ السُّجُودِ
আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালো🔺1; আৰু (আদেশ দিলো যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক চালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলো যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।
.
[2:125] We have integrated the purpose of life in the System🔺1 as a focal 
point for all people and a safe sanctuary. You should aspire to the status🔺2
.
🔺1System: (Arabic: bayta). This is the Deen-Islam, the established (social) order, the system of 
God. As with any system, results can be measured and following this System gives inevitable good results. In this verse 2:125, Abraham is given the task of cleansing God's System of all false beliefs 
and rituals and restoring conviction in the dynamic and life enhancing System of Deen-Islam. System: (Arabic: bayta), and house (Arabic: buyut). See verse 71:28🪻.
🔺2Status: (Arabic: maqam). The status of Abraham, an exemplary role model for all. See verses 
17:79, 55:46, 79:40.
.
১৪:১৪
وَلَنُسْكِنَنَّكُمُ الْأَرْضَ مِنْ بَعْدِهِمْ ۚ ذَٰلِكَ لِمَنْ خَافَ مَقَامِي وَخَافَ وَعِيدِ
নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।
_________
৭১:২৮🪻
رَبِّ اغْفِرْ لِي وَلِوَالِدَيَّ وَلِمَنْ دَخَلَ بَيْتِيَ مُؤْمِنًا وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ وَلَا تَزِدِ الظَّالِمِينَ إِلَّا تَبَارًا
হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক আৰু যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব লগতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।
.__________________________________________
🏟️৭৯:৪১
فَإِنَّ الْجَنَّةَ هِيَ الْمَأْوَىٰ
নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।
.__________________________________________
🏟️৭৯:৪২
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?
.__________________________________________
🏟️৭৯:৪৩
فِيمَ أَنْتَ مِنْ ذِكْرَاهَا
সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?
.
✍️Verse/Note:
79:43. (O Rasool! Tell them), “This is not within the sphere of my knowledge; I do 
not know when that will happen.” “(7:187; 33:63; 42:17.)”pz.
(৭:১৮৭
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ رَبِّي ۖ لَا يُجَلِّيهَا لِوَقْتِهَا إِلَّا هُوَ ۚ ثَقُلَتْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا تَأْتِيكُمْ إِلَّا بَغْتَةً ۗ يَسْأَلُونَكَ كَأَنَّكَ حَفِيٌّ عَنْهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেইটো কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
.
৩৩:৬৩
يَسْأَلُكَ النَّاسُ عَنِ السَّاعَةِ ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ ۚ وَمَا يُدْرِيكَ لَعَلَّ السَّاعَةَ تَكُونُ قَرِيبًا
মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱত কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।
.
৪২:১৭
اللَّهُ الَّذِي أَنْزَلَ الْكِتَابَ بِالْحَقِّ وَالْمِيزَانَ ۗ وَمَا يُدْرِيكَ لَعَلَّ السَّاعَةَ قَرِيبٌ
তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। কিহে তোমাক জনাব যে, সম্ভৱত কিয়ামত অতি নিকটৱৰ্তী?)
.__________________________________________
🏟️৭৯:৪৪
إِلَىٰ رَبِّكَ مُنْتَهَاهَا
ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;
.__________________________________________
🏟️৭৯:৪৫
إِنَّمَا أَنْتَ مُنْذِرُ مَنْ يَخْشَاهَا
যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।
.__________________________________________
🏟️৭৯:৪৬
كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوا إِلَّا عَشِيَّةً أَوْ ضُحَاهَا
যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হ'ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।
.
✍️Note:
The messenger brought no new guidance and neither could he foretell the future. See verses 
and footnotes 6:50; 42:13; 46:9.(sig).
.__________________________________________
।।।ছুৰা সমাপ্ত।।।
.__________________________________________
WORD BY WORD MEANING BB:
[79:25] So (Fa) GOD (Ellahu) seized him (Akhaza-hu) by exemplary punishment (Nakaala) for the first (El'Uulaa) and (Wa) the last (El'Aakhirati). 
[79:26] Indeed (Inna), there is (La) a lesson (Eb'ratan) in (Fii) that (Zaalika) for whomever (Liman) fears (Yakh'shaa).
[79:27] Are you (p) (A-antum') more difficult (Ashaddu) in creation (Khal'qaan) or (Ami) the sky (Es'Samaau)?
HE (God) constructed it (Banaa-haa)?
[79:28] HE raised (Rafaå) its ceiling (Sam'ka-haa) and (Fa) organized it (Sawwaa-ha).
[79:29] And (Wa) HE darkened (Ag'tosha) its night (Lai'la-haa) and brought forth (Akh'raja) its forenoon (Duhaa-ha).
[79:30] And (Wa) after (Ba'da) that (Zaalika) HE spread out (Dahaa-ha) the earth (El'Ar'do).
[79:31] HE produces (Akh'raja) its water (Maa’a-haa) from it (Min'ha) and (Wa) its pasture (Mar'åå-ha),
[79:32] and (Wa) the mountains (El'Jibaala) HE laid them (Ar'saa-ha)
[79:33] as provision (enjoyment) (Mataa’ån) for you (Lakum') and (Wa) for (Li) your livestock (An'ååmi-kum'). 
[79:34] And (Fa) when (Izaa) the major (El'Kub'raa) calamity (Ettoammatu) comes (Jaa'ati),
[79:35] the day (Yaw'ma) the human being (El' Insaanu) will remember (Yatazakkaru) what (Maa) he strove (Saåå). 
[79:36] And (Wa) Hell (El'Jahiimu) will be exposed (Burrizati) for those who (Liman) can see (Yaraa).
[79:37] As for (Fa Ammaa) one who (Man) transgressed (Togaa)
[79:38] and (Wa) preferred (Aathara) the worldly (Ed'Dun'ya) life (El'Hayaata), 
[79:39] then (Fa) indeed (Inna), Hell (El'Jahiima) will be (Hiya) the refuge (El'Ma'waa).
[79:40] And (Wa) as for (Ammaa) one who (Man') feared (Khaafa) the position (Maqaama) of his LORD (Rabbi-hi), and (Wa) refrained (Nahaa) the self (soul) (En'Naf'sa) from (Åni) inclination (El'Hawaa),
[79:41] then (Fa) indeed (Inna), Paradise (El'Jannata) will be (Hiya) the refuge (El'Ma'waa).
[79:42] They ask you (s) (Yas'aluunaka) about (Åni) the Hour (7:187) (Es'Saaåti), "When (Ayyaana) will it take place (Mur'saa-ha)?”
[79:43] while (Fiima) you (s) (Anta) are with (Min) its remembrance (Zik'raa-ha),
[79:44] to (ilaa) your LORD (s) (Rabbi-ka) is its ending (Muntahaa-ha).
[79:45] You (s) (Anta) are only (Innamaa) a warner (Munziru) for whoever (Man) fears it (Yakh'shaa-ha). 
[79:46] The day (Yaw'ma) they see it (Yaraw'na-ha), it will be as if they (Ka-anna-hum') had only (Lam' illa)
lingered (Yal'bathuu')
for an evening (Åshiyyatan) or (Aw') its forenoon (Duhaa-ha).
__________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 05.07.2023-Naz-villa✔️
🔴Work Progress ~ 95.96%
🟡Approx. Pages~ 4,108 nos.
⚫Parts ~ 633 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)