🌀🏟️৭৯

🏟️631-মিনি সূচিঃPart-631(79:01-07)Al-Naaze'aat
৭৯:১-৭(ইয়াত কেয়ামত ঘটিবই বুলি পাঁচটি বৈশিষ্ট্যৰ শপত কৰা হৈছে)
(ভিডিঅ'টেমপ্লেট: (Code:5-23)৩:৭(মুহকামত আৰু মুতাশ্বাবিহ আয়াত):
.
৭৯:১৪(ref:কিয়ামত সংঘটিত হোৱাৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।)
৭৯:১৫(মূছাৰ ঘটনাটো পঢ়িছেনে? সকলোৱে বিচাৰৰ দিনা জীৱনত যিয়েই কৰিলে তাৰ উত্তৰ দিব লাগিব, আৰু এই দায়িত্বৰ প্ৰতি মানুহক সচেতন কৰাটো প্ৰতিজন নবীৰ মূল কাম- টোকা আছে।)
৭৯:১৮(পৱিত্ৰ কেনেকৈ হয়? টোকা আছে)
.
৭৯:২৭(ref:সমগ্ৰ আল্লাহ-সৃষ্ট বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আৰু জটিলতাৰ তুলনাত মানুহৰ তুচ্ছতাক আঙুলিয়াই দি বিশ্বব্ৰহ্মাণ্ডৰ "মানুহকেন্দ্ৰিক" দৃষ্টিভংগীক খণ্ডন কৰে- টোকা আছে।)
৭৯:৩০(বৰ্তমান সময়ত পৃথিৱীখনক বিস্তৃত কৰিছে বুলিলে গোল পৃথিৱীখনকে বিস্তৃত কৰিছে বুলি ধাৰণা কৰিব। কিন্তু, এই কথাটোকে তথাকথিত হাদিস আৰু বাইবেলৰ প্ৰভাৱত আজিৰ পৰা প্ৰায় ৪০-৪৫বছৰৰ আগলৈকে পৃথিৱীখন যে কণীৰ দৰে গোল এই কথাটো মানি লোৱা নাছিল,ফলত কি কি ঘটিব পাৰে এডিপৰ তলৰ লিংকত চাওঁক: https://t.ly/rvrz)
৭৯:৩৫(নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে-৫৩:৩৯-টোকা)
৭৯:৪৩-৪৬(কিয়ামত কেতিয়া সংঘটিত হ’ব’, তাৰ জ্ঞান কেৱল প্ৰতিপালকৰ ওচৰত আছে)
🏟️🏟️ Chapter End 🏟️🏟️

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)