🌺Part-613(73:17-20)Al-Muzammil(Cloaked)

✔️Part-613(73:17-20)Al-Muzammil(Cloaked)
.___________________________________________
মিনি সূচিঃPart-613(73:17-20)Al-Muzammil
টোকা: এই ৭৩ নং ছুৰাটো সম্পূৰ্ণ কোৰআন অধ্যয়ন কেন্দ্ৰীক। ইয়াত নবী মহম্মদৰ(আ:ছা:) চাহাবাসকলক লৈ কোৰআন প্ৰচাৰৰ মিছন আৰু ছালাত আৰু আকিমুচ-ছালাতৰ অৰ্থৰ ব্যৱহাৰিক দিশটো স্পষ্ট কৰিছে, অৰ্থাৎ আসন কেন্দ্ৰীক নামাজ নহয়। কিন্তু আল্লাহৰ লগত প্ৰত্যক্ষ ভাৱে যোগাযোগৰ নি‌য়ম দুটা সময়ত ৰুকু ছিজদাহেৰে ছালাত পালন কৰিব লাগিব। ইয়ো আকিমুচ -ছালাতৰ অন্তৰ্গত।
.___________________________________________
টোকা: এই ৭৩ নং ছুৰাটো সম্পূৰ্ণ কোৰআন অধ্যয়ন কেন্দ্ৰীক। ইয়াত নবী মহম্মদৰ(আ:ছা:) চাহাবাসকলক লৈ কোৰআন প্ৰচাৰৰ মিছন আৰু ছালাত আৰু আকিমুচ-ছালাতৰ অৰ্থৰ ব্যৱহাৰিক দিশটো স্পষ্ট কৰিছে, অৰ্থাৎ আসন কেন্দ্ৰীক নামাজ নহয়। কিন্তু আল্লাহৰ লগত প্ৰত্যক্ষ ভাৱে যোগাযোগৰ নি‌য়ম দুটা সময়ত ৰুকু ছিজদাহেৰে ছালাত পালন কৰিব লাগিব। ইয়ো আকিমুচ -ছালাতৰ অন্তৰ্গত।
আৰু এটা কথা, ৰছুল আৰু চাহাবসকলক কোৰআন পঢ়াৰ কথা কৈছে। তাৰ মানে তেওঁৰ ওচৰত কোৰআন মজুদ আছিল। 
মন কৰিবলগীয়া কথাটো হৈছে, যদিও ৰছুলক কথাবোৰ কৈআছে ,আচলতে কোৰআনৰ কথাবোৰ যিয়েই অধ্যয়ন কৰিছে(যিকোনো ধৰ্মৰ - ৬৮:৫০) তেওঁকেই কোৱা হৈছে, কাৰণ ৩:১৪৪নং আয়াতটোত আগতিয়াকৈ ৰছুল মৰি গলেও কোৰআনৰ কোনো ক্ষতি নহয়।।
➡️এই খণ্ডটো বুজিবলৈ ইয়াত দিয়া খণ্ডৰ ভিডিঅ'টো চোৱা অত্যন্ত জৰুৰী।।
.___________________________________________
🌺৭৩:১৭
فَكَيْفَ تَتَّقُونَ إِنْ كَفَرْتُمْ يَوْمًا يَجْعَلُ الْوِلْدَانَ شِيبًا
এতেকে তোমালোকে যদি কুফৰি কৰা তেন্তে তোমালোকে সেই দিনটোত কেনেকৈ আত্মৰক্ষা কৰিবা, যি দিৱসে শিশুসকলক বৃদ্ধত পৰিণত কৰিব,
.
✍️Verse/Note:
73:17 How, then, if you refuse to acknowledge the truth, will you protect yourselves on that Day which shall turn the hair of children grey,

Note:
In ancient Arabian usage, a day full of terrifying events was described metaphorically as a day on which the locks of children turn grey"; hence the use of this phrase in the Qur'an. Its purely metaphorical character is obvious since, according to the teachings of the Qur'an, children are considered sinless - i.e., not accountable for their doings - and will, therefore, remain untouched by the ordeals and terrors of the Day of Judgment.(as).
.___________________________________________
🌺৭৩:১৮
السَّمَاءُ مُنْفَطِرٌ بِهِ ۚ كَانَ وَعْدُهُ مَفْعُولًا
সেইদিনা আকাশখন বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।
.___________________________________________
🌺৭৩:১৯
إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
.
✍️BB-refs:(76:29)
৭৬:২৯
إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।
.___________________________________________
🌺৭৩:২০
۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِنْ ثُلُثَيِ اللَّيْلِ وَنِصْفَهُ وَثُلُثَهُ وَطَائِفَةٌ مِنَ الَّذِينَ مَعَكَ ۚ وَاللَّهُ يُقَدِّرُ اللَّيْلَ وَالنَّهَارَ ۚ عَلِمَ أَنْ لَنْ تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنَ الْقُرْآنِ ۚ عَلِمَ أَنْ سَيَكُونُ مِنْكُمْ مَرْضَىٰ ۙ وَآخَرُونَ يَضْرِبُونَ فِي الْأَرْضِ يَبْتَغُونَ مِنْ فَضْلِ اللَّهِ ۙ وَآخَرُونَ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ فَاقْرَءُوا مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَقْرِضُوا اللَّهَ قَرْضًا حَسَنًا ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا ۚ وَاسْتَغْفِرُوا اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ🔺 বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ🔺🔺 পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কোনো কোনোৱে অসুস্থ হৈ পৰিব, আকৌ কোনোবাই আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু 🔺🔺🔺যাকাত প্ৰদান কৰা লগতে আল্লাহক 🟢উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Note.🔺 Press the link:

🔺🔺মন কৰিব নবী মহম্মদ(আ:ছা:) আৰু তেওঁৰ লগৰীয়াসকলৰ কিছু অংশক কোৰআন অধ্যয়ন কৰিবলৈ কোৱা হৈছে। অৰ্থাৎ নবীৰ হাতত কোৰআন আছে। ইয়াক তেওঁৰ মৃত্যুৰ পাছত চাহাবাসকলে গছৰ ছাল পাথৰ আদিত লিখি ৰখা ৱহীবোৰ তেওঁলোকে এটগোট কৰি লিখা কথাবোৰ যে মিছা ওলাই পৰিছে। 
.
🔺🔺🔺What is ātū al zakāt?-See in link:
.
🟢Lend to God a goodly loan?(A)wealth spent on self nafs murder/qatl-قَاتَلَ(B)The Best Investment:
.___________________________________________
Word by word meaning BB:
[73:17] So (Fa) how (Kai'fa) can you be pious (Tattaquuna), if (In) you disbelieve (Kafar'tum) a day (Yaw'man)
that will make (Yaj'ålu) children (El'Wil'daana) become old (Shiibaa)?
[73:18] The sky (Es'Samaau) will be broken apart (Munfatiru) by it (Bihi); its promise (Wa'du-hu) will be (Kaana) effective (Maf'uulaa).
[73:19] Indeed (Inna), this (Haazihi) is a reminder (Taz'kiratun), so (Fa) whoever (Man) wills (Shaa'a) should 
take (Ettakhaza) a way (Sabiilaa) to (ilaa) his LORD 
(Rabbi-hi).  (76:29)
[73:20] Indeed (Inna), your LORD (Rabba-ka) knows (Ya'lamu) that you (s) (Annaka) get up (Taquumu) less 
(Ad'naa) than (Min) two-thirds 1
(Thuluthayi) of the night (Ellai'li), half of it 2
(Nis'fa-hu) and (Wa) one-
third of it 3
(Thulutha-hu), and so do (Wa) a faction (Toa'ifatun) of (Mina) those (Ellaziina) with you 
(Maåka). GOD (Ellahu) has estimated (Yuqaddiru) the night (Ellai'la) and the day (En'Nahaara). HE knows
(Ålima) that (An) you may never (Lan) calculate it (Tuh'suu-hu), so (Fa) HE has forgiven you (the believers)
(Taaba Ålai'kum), therefore (Fa) read (Eq'rau') what (Maa) is easy (Tayassara) of (Mina) the Koran
(El'Qur'aani). HE knows (Ålima) that (An) some of you (Minkum) will be (Sa Yakuunu) sick (Mar'doa) and 
others (Aakharuuna) will be travelling (Yad'ribuuna) in (Fii) the land (El'Ar'di) seeking (Yab'taguuna) for
(Min) the favour of GOD (Fad'li-llahi) while (Wa) others (Aakharuuna) will be fighting (Yuqaatiluuna) in 
(Fii) the way of GOD (Sabiili-llahi). So (Fa) read (Eq'rau') what (Maa) is easy (Tayassara) from it (Min'hu) and 
establish (Aqiimu) Prayer (Es'Solaata) and (Wa) give (Aatu') Charity (Ez'Zakaata), and lend GOD 
(Aq'ridu'llaha) a good (Hasana) loan (Qar'doan). And (Wa) whatever (Maa) you send forth (Tuqaddimu) for 
(Li) your souls (An'fusi-kum) of (Min) good (Khai'rin), you will find it (Tajiduu-hu) with GOD (Endallahi), 
which (Huwa) is better (Khai'ran) and (Wa) greater (A'zoma) in reward (Aj'raan). And (Wa) seek the 
forgiveness of GOD (Es'tag'firu'llaha); indeed, GOD (Innallaha) is Forgiving (Gafuurun) and Merciful (Rahiim). 
(Night Duty - 17:79 / 39:9 / 76:26 / 50:40)
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 14.06.2023-Naz-villa✔️
🔴Work Progress ~ 93.90%
🟡Approx. Pages~ 4,000 nos.
⚫Part ~ 613 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)