🪨Part-605(71:04-20)Noah
✔️Part-605(71:04-20)Noah
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
👉A]কোৰআনেই ৰছুলঃ B]নবী,ৰছুল,ৰিছালত
: https://bit.ly/42RDv4G
👉"কলম" আৰু "হাদিস"(৫৮৮খণ্ডৰ টেমপ্লেতৰ বিষয়): https://bit.ly/4223jcR
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
✔️Template Sub: 25:30 কোৰআনক পৰিত্যক্ত বস্তু বনালেঃ(See video Part-604)
২৫:৩০
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
"আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ/পৰিত্যক্ত-বস্তু সাব্যস্ত কৰিছে’।"
শেষ বিচাৰৰ দিনা ৰছুলে তেওঁৰ উম্মাহৰ বাবে চুপাৰিছ কৰাটো দৌৰৰেই কথা, ওলোটাই কোৰআন পৰিত্যাগ কৰিছে বুলি অভিযোগহে কৰিবঃ২৫:৩০
Pl Press the link: http://surl.li/hruni
.___________________________________________
মিনি সূচিঃPart-605(71:04-20)Noah
৭১:৪(ref:তাওবা সিহঁতৰ বাবে নহয়, যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’-৪:১৮)
৭১:৭(আল্লাহৰ কথা ক'লে তেওঁলোকে শুনিব নিবিচাৰে, নিজকে আঁতৰাই নিয়ে। "গতিকে তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে-১০৯:৬")
৭১:১৩(ref: কোৰআনত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?-২১:১০)
৭১:১৫(আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?-টোকা চাব)
.___________________________________________
🪨৭১:৪
يَغْفِرْ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُؤَخِّرْكُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ أَجَلَ اللَّهِ إِذَا جَاءَ لَا يُؤَخَّرُ ۖ لَوْ كُنْتُمْ تَعْلَمُونَ
তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব🔺। নিশ্চয় আল্লাহৰ* নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!
.
✍️BB-ref:(29:5)
২৯:৫
مَنْ كَانَ يَرْجُو لِقَاءَ اللَّهِ فَإِنَّ أَجَلَ اللَّهِ لَآتٍ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
✍️Note🔺
Namely, until the end of each person's life - implying that although they might be forgiven all sins committed before their postulated change of heart, they would henceforth, until their death, be held fully accountable for their behaviour in the light of that new-found faith. Cf. 4:18 - "repentance shall not be accepted from those who do evil deeds until their dying hour and then say, Behold, I now repent'".(as).
(Google translate no guarantee:
যথা, প্রতিটি ব্যক্তির জীবনের শেষ অবধি - এর অর্থ এই যে যদিও তাদের হৃদয় পরিবর্তনের পূর্বে কৃত সমস্ত পাপ ক্ষমা করা যেতে পারে, তবুও তাদের মৃত্যুর আগ পর্যন্ত তারা সেই নতুন আবিষ্কারের আলোকে তাদের আচরণের জন্য সম্পূর্ণরূপে দায়বদ্ধ থাকবে বিশ্বাস 4:18 - "যারা মন্দ কাজ করে তাদের মৃত্যুর সময় পর্যন্ত অনুতাপ কবুল করা হবে না এবং তারপর বলে, দেখ, আমি এখন তওবা করছি""।
(৪:১৮
وَلَيْسَتِ التَّوْبَةُ لِلَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ حَتَّىٰ إِذَا حَضَرَ أَحَدَهُمُ الْمَوْتُ قَالَ إِنِّي تُبْتُ الْآنَ وَلَا الَّذِينَ يَمُوتُونَ وَهُمْ كُفَّارٌ ۚ أُولَٰئِكَ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا
তাওবা সিহঁতৰ বাবে নহয়, যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা* কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
(Repentance*: what is it? See verse 9:112).
.___________________________________________
🪨৭১:৫
قَالَ رَبِّ إِنِّي دَعَوْتُ قَوْمِي لَيْلًا وَنَهَارًا
তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছো,
.___________________________________________
🪨৭১:৬
فَلَمْ يَزِدْهُمْ دُعَائِي إِلَّا فِرَارًا
‘কিন্তু মোৰ আহ্বানত সিহঁতৰ আঁতৰি যোৱাটোহে বৃদ্ধি পাইছে’।
.___________________________________________
🪨৭১:৭
وَإِنِّي كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوا أَصَابِعَهُمْ فِي آذَانِهِمْ وَاسْتَغْشَوْا ثِيَابَهُمْ وَأَصَرُّوا وَاسْتَكْبَرُوا اسْتِكْبَارًا
আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছো যাতে তুমি সিহঁতক ক্ষমা কৰা, তেতিয়াই সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোঁজ হৈ থাকিছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।
.
✍️Note:
This verse clearly shows that '...when invited to be protected by God through His guidance
brought by His messenger they placed their fingers in their ears, covered themselves with their
clothes...' It is the disbelievers (the kafirs) who did the covering from head to foot to avoid being
recognised, not the believers. Therefore the mode of dress (such as the Burka) or any similar attire
that covers a person and hides their features is not something believers would do. See verses 11:5; 24:31; 109:1-6.(sig).
(71:10)
(Google translate no guarantee:
এই আয়াতটি স্পষ্টভাবে দেখায় যে '...যখন ঈশ্বর তাঁর নির্দেশনার মাধ্যমে সুরক্ষিত হওয়ার জন্য আমন্ত্রিত হন
তাঁর রসূল দ্বারা আনা তারা তাদের কানে তাদের আঙ্গুল রাখল, তাদের দিয়ে নিজেদেরকে ঢেকে দিল
জামাকাপড়...' কাফেররা (কাফেররা) মাথা থেকে পা পর্যন্ত ঢেকে রেখেছিল।
স্বীকৃত, বিশ্বাসীদের নয়। তাই পোশাকের ধরন (যেমন বোরকা) বা অনুরূপ পোশাক
যা একজন ব্যক্তিকে ঢেকে রাখে এবং তাদের বৈশিষ্ট্য লুকিয়ে রাখে এমন কিছু নয় যা বিশ্বাসীরা করবে। আয়াত 11:5 দেখুন; 24:31; 109:1-6)
(১১:৫
أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।)
.___________________________________________
🪨৭১:৮
ثُمَّ إِنِّي دَعَوْتُهُمْ جِهَارًا
‘তাৰ পিছতো মই সিহঁতক প্ৰকাশ্য আহ্বান কৰিছো,
.___________________________________________
🪨৭১:৯
ثُمَّ إِنِّي أَعْلَنْتُ لَهُمْ وَأَسْرَرْتُ لَهُمْ إِسْرَارًا
‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছো’।
.___________________________________________
🪨৭১:১০
فَقُلْتُ اسْتَغْفِرُوا رَبَّكُمْ إِنَّهُ كَانَ غَفَّارًا
আৰু কৈছো, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহাক্ষমাশীল,
.___________________________________________
🪨৭১:১১
يُرْسِلِ السَّمَاءَ عَلَيْكُمْ مِدْرَارًا
তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ বৰ্ষাব,
.
✍️refs:11:40, 11:52
১১:৪০
حَتَّىٰ إِذَا جَاءَ أَمْرُنَا وَفَارَ التَّنُّورُ قُلْنَا احْمِلْ فِيهَا مِنْ كُلٍّ زَوْجَيْنِ اثْنَيْنِ وَأَهْلَكَ إِلَّا مَنْ سَبَقَ عَلَيْهِ الْقَوْلُ وَمَنْ آمَنَ ۚ وَمَا آمَنَ مَعَهُ إِلَّا قَلِيلٌ
অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ নাৱঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আনহাতে তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।
.
১১:৫২
وَيَا قَوْمِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُرْسِلِ السَّمَاءَ عَلَيْكُمْ مِدْرَارًا وَيَزِدْكُمْ قُوَّةً إِلَىٰ قُوَّتِكُمْ وَلَا تَتَوَلَّوْا مُجْرِمِينَ
‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।
.___________________________________________
🪨৭১:১২
وَيُمْدِدْكُمْ بِأَمْوَالٍ وَبَنِينَ وَيَجْعَلْ لَكُمْ جَنَّاتٍ وَيَجْعَلْ لَكُمْ أَنْهَارًا
‘আৰু তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।
.
✍️Verse/Note:
71:12 and will aid you with worldly goods and children, and will bestow upon you gardens, and bestow upon you running waters.(as).
Note:
The two last-mentioned blessings are an allusion to the state of happiness in the hereafter, symbolized in the Qur'an as "gardens through which running waters flow".
(Google translate no guarantee:
শেষ-উল্লেখিত দুটি আশীর্বাদ হল পরকালে সুখের অবস্থার প্রতি ইঙ্গিত, যাকে কোরানে "বাগান যার মধ্য দিয়ে প্রবাহিত জল প্রবাহিত হয়" হিসাবে চিহ্নিত করা হয়েছে।)
.___________________________________________
🪨৭১:১৩(Our Evolution)
مَا لَكُمْ لَا تَرْجُونَ لِلَّهِ وَقَارًا
তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়?
.
✍️Verse/Note:
71:13 What is the matter with you that you fail to acknowledge the majesty of God?(sa).
Note:
And that His Book can give you eminence. 21:10
(এবং তাঁর কিতাব আপনাকে মর্যাদা দিতে পারে। 21:10)
(২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?)
.___________________________________________
🪨৭১:১৪
وَقَدْ خَلَقَكُمْ أَطْوَارًا
‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।
.
✍️BB-ref:(22:5)
২২:৫
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
.
✍️Note:
How did life begin? See verse 36:82. See also verse 71:17.(sig).
(৩৬:৮২
إِنَّمَا أَمْرُهُ إِذَا أَرَادَ شَيْئًا أَنْ يَقُولَ لَهُ كُنْ فَيَكُونُ
তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।)
.
✍️Verse/Note:
71:14 "While He created you in stages?"
Note:
Evolution is a marvelous assembly line of creation designed by God. See 29:18; 41:9; 7:69; 15:26; 24:45; 32:7. Evolution of species through mutation and cumulative selection, as subscribed by the modern scientific community, provides sufficient evidence for the existence of immanent intelligent design in nature. The theory of evolution provides more evidence for an intelligent designer than a fingerprint on a canvas could provide clues about the identity of its human painter. Inferring the existence and some attributes of an intelligent designer from nature is as equally scientific as inferring the existence and some attributes of an unknown creature from its footprints left in the sand.(edip).
(Google translate no guarantee:
বিৱৰ্তন হৈছে ঈশ্বৰে ডিজাইন কৰা সৃষ্টিৰ এক আচৰিত সমাবেশ ৰেখা। ২৯:১৮ পদ চাওক; ৪১:৯; ৭:৬৯; ১৫:২৬; ২৪:৪৫; ৩২:৭। আধুনিক বৈজ্ঞানিক সমাজে গ্ৰহণ কৰা মিউটেচন আৰু ক্ৰমবৰ্ধমান নিৰ্বাচনৰ জৰিয়তে প্ৰজাতিৰ বিৱৰ্তনে প্ৰকৃতিত অন্তৰ্নিহিত বুদ্ধিমত্তাসম্পন্ন ডিজাইনৰ অস্তিত্বৰ পৰ্যাপ্ত প্ৰমাণ প্ৰদান কৰে। কেনভাছত আঙুলিৰ ছাপ এটাই ইয়াৰ মানৱ চিত্ৰকৰৰ পৰিচয়ৰ বিষয়ে সূত্ৰ দিব পৰাতকৈ বিৱৰ্তন তত্ত্বই এজন বুদ্ধিমান ডিজাইনাৰক অধিক প্ৰমাণ দিয়ে। প্ৰকৃতিৰ পৰা বুদ্ধিমান ডিজাইনাৰ এজনৰ অস্তিত্ব আৰু কিছুমান বৈশিষ্ট্যৰ অনুমান কৰাটোও বালিত এৰি থৈ যোৱা কোনো অজ্ঞাত জীৱৰ অস্তিত্ব আৰু কিছুমান বৈশিষ্ট্যৰ অনুমান কৰা সমানেই বৈজ্ঞানিক।)
(২৯:১৮
وَإِنْ تُكَذِّبُوا فَقَدْ كَذَّبَ أُمَمٌ مِنْ قَبْلِكُمْ ۖ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।
.
৪১:৯
۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!
.
৭:৬৯
أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِنْ رَبِّكُمْ عَلَىٰ رَجُلٍ مِنْكُمْ لِيُنْذِرَكُمْ ۚ وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ قَوْمِ نُوحٍ وَزَادَكُمْ فِي الْخَلْقِ بَسْطَةً ۖ فَاذْكُرُوا آلَاءَ اللَّهِ لَعَلَّكُمْ تُفْلِحُونَ
‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।
.
১৫:২৬
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ
আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা,
.
২৪:৪৫
وَاللَّهُ خَلَقَ كُلَّ دَابَّةٍ مِنْ مَاءٍ ۖ فَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ بَطْنِهِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ رِجْلَيْنِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ أَرْبَعٍ ۚ يَخْلُقُ اللَّهُ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমানে পেটত ভৰ দি চুচৰি যায়, আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোঁজকাঢ়ে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
৩২:৭
الَّذِي أَحْسَنَ كُلَّ شَيْءٍ خَلَقَهُ ۖ وَبَدَأَ خَلْقَ الْإِنْسَانِ مِنْ طِينٍ
যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক সৃজন কৰিছে উত্তমৰূপে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।)
.___________________________________________
🪨৭১:১৫
أَلَمْ تَرَوْا كَيْفَ خَلَقَ اللَّهُ سَبْعَ سَمَاوَاتٍ طِبَاقًا
তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?
.
✍️refs:BB.
৬৭:৩
الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ
যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?
.
৭৮:১২
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মাণ কৰিছো সুদৃঢ় সাতখন আকাশ।
.
৬৫:১২
اللَّهُ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ وَمِنَ الْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ الْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوا أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ وَأَنَّ اللَّهَ قَدْ أَحَاطَ بِكُلِّ شَيْءٍ عِلْمًا
তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।(find 65:12- http://surl.li/hsrqr)
.___________________________________________
🪨৭১:১৬
وَجَعَلَ الْقَمَرَ فِيهِنَّ نُورًا وَجَعَلَ الشَّمْسَ سِرَاجًا
আৰু এইবোৰৰ মাজত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।
.
✍️BB-ref:(78:13)
৭৮:১২-১৩
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মাণ কৰিছো সুদৃঢ় সাতখন আকাশ।
৭৮:১৩
وَجَعَلْنَا سِرَاجًا وَهَّاجًا
আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।
.
✍️Ap-ref:
১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.___________________________________________
🪨৭১:১৭
وَاللَّهُ أَنْبَتَكُمْ مِنَ الْأَرْضِ نَبَاتًا
‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,
.
✍️Verse/Note:sa:
71:17 And God has caused you to grow as a growth from the earth.
Note:
Recall the beginning of life out of water and organic matter, and the stages of evolution. 22:5
(২২:৫
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;)
.
✍️Note:
Evolution of mankind is like the cultivation of plants. See verses 11:6; 36:82.(sig).
(১১:৬
وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّ فِي كِتَابٍ مُبِينٍ
আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।
.
৩৬:৮২
إِنَّمَا أَمْرُهُ إِذَا أَرَادَ شَيْئًا أَنْ يَقُولَ لَهُ كُنْ فَيَكُونُ
তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।)
.___________________________________________
🪨৭১:১৮
ثُمَّ يُعِيدُكُمْ فِيهَا وَيُخْرِجُكُمْ إِخْرَاجًا
‘তাৰ পিছত তেওঁ তোমালোকক তালৈ ওভোতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব,
.___________________________________________
🪨৭১:১৯
وَاللَّهُ جَعَلَ لَكُمُ الْأَرْضَ بِسَاطًا
‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে,
.___________________________________________
🪨৭১:২০
لِتَسْلُكُوا مِنْهَا سُبُلًا فِجَاجًا
‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’
.___________________________________________
WORD BY WORD MEANING BB:
[71:4] ‘HE (God) will forgive you (Yag'fir' Lakum) for (Min) your sins (Zunuubi-kum) and (Wa) delay you
(Yuakkhir'kum’) for (ilaa) a fixed (Musamma) term (Ajalin). Indeed (Inna), when (Izaa) the term of GOD (29:5)
(Ajala-llahi) comes (Jaa'a) there is no (Laa) delay (Yuakkaru), if (Law') you should (Kuntum) know (Ta'lamuun).’ "
[71:5] He (Noah) said (Qaala), "LORD (Rabbi), Indeed I (Innii) invited (Daåw'tu) my people (Qaw'mii) night
(Lai'lan) and (Wa) day (Nahaara),
[71:6] but (Fa) my invitation (Du'ååi) did not (Lam') augment them (Yazid'hum) except (illa) in escape (Firaaraa).
[71:7] "And (Wa) whenever (Kullamaa) I (Innii) invited them (Daåw'tu-hum) so that (Li) YOU may forgive
them (Tag'fira Lahum’), they put (Jaåluu') their fingers (Asoabiå-hum’) in (Fii) their ears (Aazaani-him),
hiding with (Es'tag'shaw') their clothes (Thiyaaba-hum’), persisted (Asorru') and (Wa) became arrogant
(Es'tak'baru') with arrogance (Es'tik'baaraa).
[71:8] "Then (Thumma) I invited them (Daåw'tu-hum) publicly (Jihaaraa).
[71:9] "Then (Thumma) I (Innii) announced (A'lantu) to them (Lahum) and (Wa) confided to them (As'rar'tu
Lahum’) in secret (Is'raaraa)
[71:10] and (Fa) said (Qul'tu), "Seek the forgiveness (Es'tag'firu') of your LORD (Rabba-kum); indeed, HE
(Innahu) is (Kaana) a Forgiver (Gaffaaraa).
[71:11] "HE will send (Yur'sili) the sky (Es'Samaa'a) showering (Mid'raara) over you (p) (Ålai'kum)
[71:12] and (Wa) supply you (Yum'did'kum) with (Bi) wealth 1
(Am'waalin) and (Wa) children 2
(Baniina)
and (Wa) grant you (Yaj'ål Lakum’) gardens 3
(Jannaatin) and grant you (Yaj'ål Lakum’) rivers 4
(An'haaraa).
[71:13] “Why do you (Maa Lakum’) not (Laa) give back (Tar'juuna) dignity (Waqaaraa) to GOD (Lillahi)
[71:14] while (Wa) HE has (Qad') created you (p) (Khalaqa-kum) in stages (22:5) (At'waaraa)?
[71:15] “Do you not (Alam') see (Taraw') how (Kai'fa) GOD has created (Khalaqa-llahu) seven (Sab'å)
heavens (Samaawaatin) in layers (67:3) (Tibaaqaa)
[71:16] and (Wa) made (Jaåla) the moon (El'Qamara) wherein (Fiihinna) there is light (Nuuran) and made (Jaåla) the sun (Es'Sham'sa) a lamp (Siraajaa), (78:13)
[71:17] and (Wa) GOD (Ellahu) caused you to grow (Anbata-kum) from (Mina) the earth (El'Ar'di) as
vegetation (Nabaataa)
[71:18] and then (Thumma) HE returns you (Yueedu-kum’) into it (Fiiha) and (Wa) will bring you out
(Yukh'riju-kum) by extraction (Ikh'raajaa),
[71:19] and (Wa) GOD (Ellahu) has made (Jaåla) the earth (El'Ar'do) a platform (Bisaatoa) for you (Lakumu)
[71:20] that (Li) you may pursue (Tas'luku') road (Fijaajaa) ways (Subulan) thereof (Min'ha)?”
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 07.06.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~ 3,966 nos.
⚫Part ~ 605 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment