🍋Part-584-586(67:01-17)Al-Mulk (Kingship)
✔️Part-584-586(67:01-17)Al-Mulk (Kingship)
✔️Videos- Muktabul Hussain
584(1-2) https://youtu.be/dQeXLqx6BHs
585(3-9) https://youtu.be/hT-XfAGMpd0
586(10-17) https://youtu.be/NQN8yeQUu_s
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
✔️Video Template Title 40:12
Pl see in the link:
.___________________________________________
মিনি সূচিঃPart-584-586(67:01-17)Al-Mulk
৬৭:১(সকলো ক্ষমতা আল্লাহৰ ওচৰত-লিংক চাব)
৬৭:২((আল্লাহে মানুহক সৃষ্টি কৰিছে পৰীক্ষা কৰিবৰ বাবে-টোকা চাব)
৬৭:৩-৫(The subject of seven ascending heights is still under scientific investigation -See notes and notes 67:5)
৬৭:৬-১১(যিসকলে কোৰআনৰ আইন কানুনক অস্বীকাৰ কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’ -টোকাবোৰ চাব)
৬৭:১২(যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান-টোকা চাব)
৬৭:১৬-১৭(Life of the world is too brief and unpredictable to postpone the good until tomorrow-See Notes)
.___________________________________________
🍋৬৭:১
تَبَارَكَ الَّذِي بِيَدِهِ الْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
.
✍️Verse/notes/refs: press link:
.___________________________________________
🍋৬৭:২
الَّذِي خَلَقَ الْمَوْتَ وَالْحَيَاةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ الْعَزِيزُ الْغَفُورُ
যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা* কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।
.
✍️BB-ref:(76:2)*
৭৬:২
إِنَّا خَلَقْنَا الْإِنْسَانَ مِنْ نُطْفَةٍ أَمْشَاجٍ نَبْتَلِيهِ فَجَعَلْنَاهُ سَمِيعًا بَصِيرًا
আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।
.
✍️Note:
This is the purpose of life: to develop and become a better creation. There is nothing in a
caterpillar that tells you it's going to be a butterfly and in a similar way the human being evolves into
a new eminent creation. The evolution process has taken billions of years and the human being has
emerged as the master of the world. However, it doesn't stop here, there is a life yet to come and
'death' is just a transition. This world is a matrix to develop the Self to make it fit for the next stage in
evolution. This Quran is the guidance that will help you do this. See verses 6:132; 23:14; 67:2; 84:19; 90:3-8 and also footnote to verse 10:109. Does the human being and the universe
have a purpose? The atheist says no. He says that while the individual can be purposeful, the
universe itself does not have a purpose, or indeed a 'purposer'. From a Quranic perspective, this is
arrogance. Do the individuals at the micro level have a purpose, but something as grand and complex
as the cosmos does not? See verses 3:191; 21:16; & 7:201; 16:106; 87:3.(sig).
.___________________________________________
🍋৬৭:৩
الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ
যিজনে সাতখন আকাশ স্তৰে স্তৰে* সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?
.
✍️BB-ref:(71:15)*
৭১:১৫
أَلَمْ تَرَوْا كَيْفَ خَلَقَ اللَّهُ سَبْعَ سَمَاوَاتٍ طِبَاقًا
তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?
.
✍️Note:as:
Or: "conforming [with one another]", this being the primary significance of tibaq (sing. tabaq). For the meaning of the "seven heavens", see surah 2:29.
(২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
(Pl find the notes on 2:29-link:
.
✍️Verse/notes: link:
.___________________________________________
🍋৬৭:৪
ثُمَّ ارْجِعِ الْبَصَرَ كَرَّتَيْنِ يَنْقَلِبْ إِلَيْكَ الْبَصَرُ خَاسِئًا وَهُوَ حَسِيرٌ
তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।
.
(বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহক সামৰি লোৱাৰ প্ৰচেষ্টাত)
.___________________________________________
🍋৬৭:৫
وَلَقَدْ زَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَجَعَلْنَاهَا رُجُومًا لِلشَّيَاطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ السَّعِيرِ
নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ* দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।
.
✍️BB-ref:(41:12)*
৪১:১২
فَقَضَاهُنَّ سَبْعَ سَمَاوَاتٍ فِي يَوْمَيْنِ وَأَوْحَىٰ فِي كُلِّ سَمَاءٍ أَمْرَهَا ۚ وَزَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَحِفْظًا ۚ ذَٰلِكَ تَقْدِيرُ الْعَزِيزِ الْعَلِيمِ
তাৰ পিছত তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলো। এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।
(Pl find the notes on 41:12 in the link:
https://aqspart2.blogspot.com/2022/12/part-4444109-14fussilatdetailed.html?m=1)
.
✍️Note:sa:
15:17, 37:6, 72:8. Astrologers, fortune-tellers, clairvoyants, mystics, and Sufis who, for selfish gains, claim knowledge of the Unseen and the future, are either themselves deceived or deceive others. Rajm also denotes speaking out of conjecture like throwing stones randomly, or shooting in the dark.
(১৫:১৭, ৩৭:৬, ৭২:৮। স্বাৰ্থপৰ লাভৰ বাবে অদৃশ্য আৰু ভৱিষ্যতৰ জ্ঞান দাবী কৰা চুফীসকলে হয় নিজেই প্ৰতাৰিত হয় নহয় আনক প্ৰতাৰণা কৰে। ৰাজমৰ অৰ্থ হ’ল অনুমানৰ বাহিৰত কথা কোৱা যেনে এৰাব নোৱাৰাকৈ শিল নিক্ষেপ কৰা, বা আন্ধাৰত গুলী চলোৱা।
(১৫:১৭
وَحَفِظْنَاهَا مِنْ كُلِّ شَيْطَانٍ رَجِيمٍ
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো;
.
৩৭:৬
إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ
নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো,
.
৭২:৮
وَأَنَّا لَمَسْنَا السَّمَاءَ فَوَجَدْنَاهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا
‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;)
.___________________________________________
🍋৬৭:৬
وَلِلَّذِينَ كَفَرُوا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ۖ وَبِئْسَ الْمَصِيرُ
আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।
.
✍️Verse:
67:6. This is not confined to them alone. For all who deny the Divine Law, in
any walk of life, the end shall be doom and destruction. And what an awful end it
shall be!pz.
.
✍️Verse/note:
67:6 for, suffering in hell awaits all who are [thus] bent on blaspheming against their Sustainer:🐳 and how vile a journey's end!(as)
Note🐳
I.e., by presuming to know what will happen in the future - a knowledge which rests with God alone. This connects with the statement in verse 4 that man can never truly unravel the mysteries of cosmic space ("the heavens"), which in its turn implies that he should not presume to foretell terrestrial events from the position and the aspects of the stars. Since only God knows "that which is beyond the reach of a created being's perception" (al-ghayb), any such attempt is a blasphemy (kufr).
(Google translate no guarantee:
ভবিষ্যতে কি ঘটবে তা অনুমান করে - এমন একটি জ্ঞান যা একমাত্র আল্লাহর কাছেই স্থির। এটি আয়াত 4 এর বিবৃতির সাথে সংযোগ করে যে মানুষ কখনই মহাজাগতিক স্থানের ("আকাশ") রহস্য উদঘাটন করতে পারে না, যার ফলে তার অবস্থান এবং নক্ষত্রের দিক থেকে পার্থিব ঘটনা সম্পর্কে পূর্বাভাস দেওয়া উচিত নয়। যেহেতু একমাত্র আল্লাহই জানেন "যা একটি সৃষ্ট সত্তার উপলব্ধির বাইরে" (আল-গায়েব), এই ধরনের যেকোন চেষ্টা একটি ধর্মনিন্দা(kufr)।)
.___________________________________________
🍋৬৭:৭
إِذَا أُلْقُوا فِيهَا سَمِعُوا لَهَا شَهِيقًا وَهِيَ تَفُورُ
যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।
.
✍️ Note:edip.
Many future events are told in past tense, indicating the certainty of their coming into being.
.___________________________________________
🍋৬৭:৮
تَكَادُ تَمَيَّزُ مِنَ الْغَيْظِ ۖ كُلَّمَا أُلْقِيَ فِيهَا فَوْجٌ سَأَلَهُمْ خَزَنَتُهَا أَلَمْ يَأْتِكُمْ نَذِيرٌ
ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে* সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’?
.
✍️BB-ref:(39:71)*
৩৯:৭১
وَسِيقَ الَّذِينَ كَفَرُوا إِلَىٰ جَهَنَّمَ زُمَرًا ۖ حَتَّىٰ إِذَا جَاءُوهَا فُتِحَتْ أَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَا أَلَمْ يَأْتِكُمْ رُسُلٌ مِنْكُمْ يَتْلُونَ عَلَيْكُمْ آيَاتِ رَبِّكُمْ وَيُنْذِرُونَكُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا ۚ قَالُوا بَلَىٰ وَلَٰكِنْ حَقَّتْ كَلِمَةُ الْعَذَابِ عَلَى الْكَافِرِينَ
আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাত সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘অৱশ্যে হয়’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত অনিবাৰ্য হৈছে।
(Pl find verses 39:71-72 in the link: https://bit.ly/432XvAN)
.___________________________________________
🍋৬৭:৯
قَالُوا بَلَىٰ قَدْ جَاءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللَّهُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ كَبِيرٍ
সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।
.
✍️Ap-refs:17:15, (39:71-see above)
১৭:১৫
مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু ৰাছুল প্ৰেৰণ নকৰালৈকে আমি শাস্তি প্ৰদানকাৰী নহয়।
.___________________________________________
🍋৬৭:১০✔️
وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ
আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।
.
✍️BB-ref:(25:44)
২৫:৪৪
أَمْ تَحْسَبُ أَنَّ أَكْثَرَهُمْ يَسْمَعُونَ أَوْ يَعْقِلُونَ ۚ إِنْ هُمْ إِلَّا كَالْأَنْعَامِ ۖ بَلْ هُمْ أَضَلُّ سَبِيلًا
অথবা তুমি ভাৱা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।
.
✍️Note:A warner is anyone who honestly conveys the Divine Message. 7:179(sa).
৭:১৭৯
وَلَقَدْ ذَرَأْنَا لِجَهَنَّمَ كَثِيرًا مِنَ الْجِنِّ وَالْإِنْسِ ۖ لَهُمْ قُلُوبٌ لَا يَفْقَهُونَ بِهَا وَلَهُمْ أَعْيُنٌ لَا يُبْصِرُونَ بِهَا وَلَهُمْ آذَانٌ لَا يَسْمَعُونَ بِهَا ۚ أُولَٰئِكَ كَالْأَنْعَامِ بَلْ هُمْ أَضَلُّ ۚ أُولَٰئِكَ هُمُ الْغَافِلُونَ
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
.___________________________________________
🍋৬৭:১১
فَاعْتَرَفُوا بِذَنْبِهِمْ فَسُحْقًا لِأَصْحَابِ السَّعِيرِ
ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।
.
✍️Note:
After judgement has taken place, those who wronged their Self will feel remorse. See verse 14:22.(sig).
(১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
.___________________________________________
🍋৬৭:১২
إِنَّ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ بِالْغَيْبِ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ
নিশ্চয় যিসকলে নেদেখাকৈ* নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।
.
✍️BB-ref:(36:11)*
৩৬:১১
إِنَّمَا تُنْذِرُ مَنِ اتَّبَعَ الذِّكْرَ وَخَشِيَ الرَّحْمَٰنَ بِالْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍ وَأَجْرٍ كَرِيمٍ
তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰষ্কাৰৰ সুসংবাদ দিয়া।
.
✍️Note:
For this rendering of the expression bi'l-ghayb, see surah 2:3.
See in the link:
.___________________________________________
🍋৬৭:১৩
وَأَسِرُّوا قَوْلَكُمْ أَوِ اجْهَرُوا بِهِ ۖ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত।
.
(Qaul = Word = Saying = Utterance. It also signifies thought, opinion, belief and idea)
.___________________________________________
🍋৬৭:১৪
أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ اللَّطِيفُ الْخَبِيرُ
যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
.
✍️ref:See surah 6:103
৬:১০৩
لَا تُدْرِكُهُ الْأَبْصَارُ وَهُوَ يُدْرِكُ الْأَبْصَارَ ۖ وَهُوَ اللَّطِيفُ الْخَبِيرُ
দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিক আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
.___________________________________________
🍋৬৭:১৫
هُوَ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ ذَلُولًا فَامْشُوا فِي مَنَاكِبِهَا وَكُلُوا مِنْ رِزْقِهِ ۖ وَإِلَيْهِ النُّشُورُ
তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে,🏺 এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।
.
✍️Note: 🏺lit-"যিনি পৃথিবীকে আপনার অধীন (ধলুলান) করেছেন": অর্থাৎ, সেই বুদ্ধিমত্তার কাছে আত্মসমর্পণ করা যা তিনি মানুষকে দিয়েছেন।
.___________________________________________
🍋৬৭:১৬
أَأَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يَخْسِفَ بِكُمُ الْأَرْضَ فَإِذَا هِيَ تَمُورُ
তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?
.
✍️Verse/Note:
67:16 Can you ever feel secure that the High Sovereign will not cause the earth to swallow you up when it begins to quake?sa.
Note:
Life of the world is too brief and unpredictable to postpone the good until tomorrow 67:21, 67:30, 80:25.
Mun fis Sama = He Who is in the heaven = Since God is Omnipresent, the correct understanding is ‘The High Sovereign’ = Lord Supreme.
(Google translate no guarantee:
পৃথিৱীৰ জীৱনটো অতি চমু আৰু অভাৱনীয়, ভাল কামবোৰ কাইলৈ ৬৭:২১, ৬৭:৩০, ৮০:২৫ লৈ পিছুৱাই দিব নোৱাৰি।
মুন ফিছ সামা = যিজন স্বৰ্গত আছে = যিহেতু আল্লাহ সৰ্বব্যাপী, গতিকে শুদ্ধ বুজন হ’ল ‘উচ্চ সাৰ্বভৌম’ = পৰম প্ৰভু)
(৬৭:২১
أَمَّنْ هَٰذَا الَّذِي يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُ ۚ بَلْ لَجُّوا فِي عُتُوٍّ وَنُفُورٍ
কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত অবিচল হৈ আছে।
.
৬৭:৩০
قُلْ أَرَأَيْتُمْ إِنْ أَصْبَحَ مَاؤُكُمْ غَوْرًا فَمَنْ يَأْتِيكُمْ بِمَاءٍ مَعِينٍ
কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?
.
৮০:২৫
أَنَّا صَبَبْنَا الْمَاءَ صَبًّا
নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
.___________________________________________
🍋৬৭:১৭
أَمْ أَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يُرْسِلَ عَلَيْكُمْ حَاصِبًا ۖ فَسَتَعْلَمُونَ كَيْفَ نَذِيرِ
অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা* পঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!
.
✍️BB-ref:(29:40)*
২৯:৪০
فَكُلًّا أَخَذْنَا بِذَنْبِهِ ۖ فَمِنْهُمْ مَنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًا وَمِنْهُمْ مَنْ أَخَذَتْهُ الصَّيْحَةُ وَمِنْهُمْ مَنْ خَسَفْنَا بِهِ الْأَرْضَ وَمِنْهُمْ مَنْ أَغْرَقْنَا ۚ وَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক ধৰিছিলো। সিহঁতৰ কিছুমানৰ ওপৰত আমি পঠাইছিলো শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞঁৰে, আৰু কিছুমানক পুতি পেলাইছিলো ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলো। আৰু আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি যুলুম কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
.
✍️Ap-ref:17:68
১৭:৬৮
أَفَأَمِنْتُمْ أَنْ يَخْسِفَ بِكُمْ جَانِبَ الْبَرِّ أَوْ يُرْسِلَ عَلَيْكُمْ حَاصِبًا ثُمَّ لَا تَجِدُوا لَكُمْ وَكِيلًا
তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোক সহ কোনো অঞ্চলক খহাই নিদিব বুলি অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলি? তাৰ পিছত তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক নাপাবা।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[67:1] Blessed (Tabaaraka) is the One (Ellazii) in (Bi) whose hand (Yadi-hi) is the dominion (El'Mul'ku)*, for
(Wa) HE (Huwa) is capable of (Qadiir Ålaa) all (Kulli) things (Shai'in).
[67:2] The One who (Ellazii) created (Khalaqa) life (El'Hayaata) and (Wa) death (El'Maw'ta) in order to (Li)
test you (76:2) (Yab'luwa-kum’)
as to which of you (Ayyukum) is best (Ah'sanu) in deed (Åmalan), and (Wa) HE
(Huwa) is the ALMIGHTY (El' Åziizu), the FORGIVING (El' Gafuur).
[67:3] The One who (Ellazii) created (Khalaqa) seven (Sab'å) heavens (Samaawaatin) in layers (71:15)
(Tibaaqan). You do not (Maa) see (Taraa) any (Min) disparity (Tafaawutin) in (Fii) the creation (Khal'qi) of
the GRACIOUS (Er' Rah'maani). So (Fa) return (Er'jie) eyesight (El'Basora); do (Hal') you see (Taraa) any (Min)
defects (Futuur)?
[67:4] Then (Thumma) return (Er'jie) eyesight (El'Basora) twice again (Karratai'ni); the eyesight (El'Basora)
will reverse (Yanqalib') to you (the human) (ilai'ka) in contempt (Khaasi-an) while (Wa) being (Huwa) tired (Hasiir).
[67:5] And (Wa) We have certainly (Laqad') adorned (Zayyanna) the lowest (Ed'Dun'ya) heaven (Es'Samaa'a)
with (Bi) lamps (41:12) (Masoabiiha) and have rendered them (Jaål'naa-ha) as missiles (Rujuuman) against (Li)
the devils (Shayaatiini), and (Wa) We have prepared (A'tad'naa) the punishment (Åzaaba) of the Inferno
(Es'Saeer) for them (Lahum).
[67:6] And (Wa) for those who (Lillaziina) disbelieved (Kafaru') in (Bi) their LORD (Rabbi-him) is the
punishment (Åzaabu) of Hell (Jahannama); and (Wa) wretched (Bi'sa) is the destiny (El'Masiir).
[67:7] When (Izaa) they are thrown (Ul'qu') therein (Fiiha), they will hear it (Samiu' Laha) inhaling
(Shahiiqan) as (Wa) it (Hiya) boils up (Tafuur),
[67:8] almost (Takaadu) sets apart (Tamayyazu) from (Mina) anger (El'Gai'zi). Whenever (Kullamaa) a group (Faw'jun) is thrown (Ul'qiya) therein (Fiiha), its keepers (39:71) (Khazanatu-haa) will ask them (Sa'ala-hum’), "Did (A-) a warner (Naziir) not (-lam') come to you (p) (Ya'ti-kum)?"
[67:9] They (the disbelievers) will say (Qaalu'), "Indeed (Balaa), a warner (Naziirun) had (Qad') come to us (Jaa'a-
naa), but (Fa) we denied (Kazzab'naa) and (Wa) said (Qul'naa), ‘GOD (Ellahu) did not (Maa) send down (Nazzala) anything (Min Shai'in), you (p) (Antum) are only (In' illa) in (Fii) grave (Kabiir) error (Dolaalin).’ "
[67:10] And (Wa) they will say (Qaalu'), "If we had (Law' Kunna) listened (Nas'mau) or (Aw') reasoned
(Na'qilu), we would not (Maa) have been (Kunna) among (Fii) the companions (As'haabi) of the Inferno
(Es'Saeer)." (25:44)
[67:11] Thus (Fa) will they confess (E'tarafu' Bi) their sin (Zanbi-him’), and (Fa) it will be remote (Suh'qan)
for (Li) the companions (As'haabi) of the Inferno (Es'Saeer).
[67:12] Indeed (Inna), those who (Ellaziina) feared (Yakh'shaw'na) their LORD (Rabba-hum) in the unseen
(36:11) (Bil' Gai'bi) will have (Lahum) forgiveness (Mag'firatun) and (Wa) magnificent (Kabiir) reward (Aj'run).
[67:13] Whether (A-) you confide (-sirru') your speech (Qaw'la-kum’) or (Awi) publicize it (Ej'haru' Bi-hi); indeed, HE (Innahu) is aware of (Åliim Bi) the essence (Zaati) of the bosoms (Es'Suduur).
[67:14] Should (A-) HE who created (Khalaqa) not (-laa) know (Ya'lamu), while (Wa) HE (Huwa) is the
AFFABLE (El’ Latiifu), the COGNIZANT (El' Khabiir)?
[67:15] HE (Huwa) is the One who (Ellazii) made (Jaåla) the earth (El'Ar'do) tractable (Zaluulan) for you
(Lakumu); so (Fa) walk on (Em'shu' Fii) its uplands (Manaakibi-ha) and (Wa) eat (Kulu') from (Min) its
sustenance (Riz'qi-hi). And (Wa) to HIM (ilai'hi) is the resurrection (En'Nushuur).
[67:16] Would you feel safe (A-amintum) in case (An) HE who (Man) is in (Fii) the heaven (Es'Samaai)
causes the earth (El'Ar'da) to swallow you (p) (-Yakh'sifa Bi-kumu), and (Fa) then (Izaa) it (Hiya) would swing (Tamuur)?
[67:17] Or (Am') would you feel safe (Amintum) in case (An) HE who (Man) is in (Fii) the heaven
(Es'Samaai) sends (Yur'sila) a storm (29:40) (Haasiban) against you (p) (Ålai'kum’), then (Fa) you would know (Sa
Ta'lamuuna) how (Kai'fa) was MY warning (Naziiri)?
🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 18.05.2023-Naz-villa✔️
......14-17/5/23-fever..no work...
🔴Work Progress ~ 91.45%
🟡Approx. Pages~ 3,896 nos.
⚫Parts ~ 584-586 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment