🤬Part-582(66:04-07)Al-Tahreem (Prohibition)

✔️Part-582(66:04-07)Al-Tahreem (Prohibition)
.___________________________________________
✔️ Video Template,sub:কবৰত তিনিমুঠি মাটি:
লিংকত চাওঁক:২০:৫৫:https://bit.ly/3pyt47p
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-582(66:04-07)Al-Tahreem
৬৬:৪(চোৰাংচোৱাগিৰি কৰি নবীৰ হাদিস লিখা নিষেধ: https://bit.ly/3BoA4q6)
৬৬:৫(তথাকথিত বহু অনুবাদৰ ভুলবোৰ চাব)(ref:9:112 see at last)
৬৬:৬(হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা)
৬৬:৭(alladhīna kafarū means)(কাফৰা মানে যিসকলে কোৰআনৰ সতৰ্কবাণী বা উপদেশ প্ৰত্যাখ্যান কৰে বা অস্বীকাৰ কৰে)
.___________________________________________
🤬৬৬:৪
إِنْ تَتُوبَا إِلَى اللَّهِ فَقَدْ صَغَتْ قُلُوبُكُمَا ۖ وَإِنْ تَظَاهَرَا عَلَيْهِ فَإِنَّ اللَّهَ هُوَ مَوْلَاهُ وَجِبْرِيلُ وَصَالِحُ الْمُؤْمِنِينَ ۖ وَالْمَلَائِكَةُ بَعْدَ ذَٰلِكَ ظَهِيرٌ
🔺যদি তোমালোক উভয়ে আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছে। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তেওঁৰ সহায়কাৰী আৰু জীব্ৰীল* লগতে সৎকৰ্মশীল মুমিনসকলেও, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলো তেওঁৰ সহায়কাৰী।
.
✍️Notes:
🔺Although in the sequence the Prophet is referred to in the third person, it is obvious that it is he who is commanded through revelation to speak thus to his wives-66:3.as
.
[টোকা: এই আয়াতটো সাধাৰণতে পৰম্পৰাগত অনুবাদত ভুল অনুবাদ কৰা হয়, কিয়নো ইয়াত নিয়ন্ত্ৰক আৰু বিশ্বাসীসকলক মহম্মদৰ মাওলা (প্ৰভু/পৃষ্ঠপক্ষক/মাষ্টৰ) বুলি অন্তৰ্ভুক্ত কৰা হয়।  মাত্ৰ এজনেই মাওলা, আৰু সেয়া আন কোনো নহয়, আল্লাহ।  ২:২৮৬ চাওক-ইদিপ]
.
‘Angels’ here denotes perseverance, restraint, resolve contentment 3:126, 8:9, 
9:26, 33:56. Here we see absolute refutation of Hadith collectors who ‘try to spy’ through fabricated accounts of the Prophet’s private life(sa).
(Google translate no guarantee:
ইয়াত স্বৰ্গদূতসকলে অধ্যৱসায়, সংযম, সন্তুষ্টিৰ সংকল্প বুজায় ৩:১২৬, ৮:৯, ৯:২৬, ৩৩:৫৬।  ইয়াত আমি হাদীছ সংগ্ৰাহকসকলৰ নিৰপেক্ষ খণ্ডন দেখিবলৈ পাওঁ যিসকলে নবীৰ ব্যক্তিগত জীৱনৰ ৰচনামূলক বিৱৰণীৰ জৰিয়তে ‘চোৰাংচোৱাগিৰি কৰিবলৈ চেষ্টা কৰে’)link:https://bit.ly/3BoA4q6
.
✍️BB-ref:(2:97)*
২:৯৭
قُلْ مَنْ كَانَ عَدُوًّا لِجِبْرِيلَ فَإِنَّهُ نَزَّلَهُ عَلَىٰ قَلْبِكَ بِإِذْنِ اللَّهِ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ وَهُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইবাবে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী কিতাবৰো সত্যায়নকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।
.
✍️Ap-ref:
৪:৮৩
وَإِذَا جَاءَهُمْ أَمْرٌ مِنَ الْأَمْنِ أَوِ الْخَوْفِ أَذَاعُوا بِهِ ۖ وَلَوْ رَدُّوهُ إِلَى الرَّسُولِ وَإِلَىٰ أُولِي الْأَمْرِ مِنْهُمْ لَعَلِمَهُ الَّذِينَ يَسْتَنْبِطُونَهُ مِنْهُمْ ۗ وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ لَاتَّبَعْتُمُ الشَّيْطَانَ إِلَّا قَلِيلًا
আৰু যেতিয়া সিহঁতৰ ওচৰত শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি থাকে। যদি সিহঁতে সেই সংবাদটো ৰাছুল আৰু সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে সিহঁতে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।
.___________________________________________
🤬৬৬:৫
عَسَىٰ رَبُّهُ إِنْ طَلَّقَكُنَّ أَنْ يُبْدِلَهُ أَزْوَاجًا خَيْرًا مِنْكُنَّ مُسْلِمَاتٍ مُؤْمِنَاتٍ قَانِتَاتٍ تَائِبَاتٍ عَابِدَاتٍ سَائِحَاتٍ ثَيِّبَاتٍ وَأَبْكَارًا
যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱত তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈয়ো উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ🐞, মুমিনাহ, অনুগত, তাওবাকাৰিণী, ইবাদতকাৰিণী, ❌ছিয়াম পালনকাৰিণী🔺, অকুমাৰী🏺 আৰু কুমাৰী🌀।
.
✍️muslīm🐞 at 2:128-sam
.
🔺The third word from the end of the verse, SaYiHat, which we have translated as "active in their societies" simply means to travel or move around for a cause. About two century after the revelation of the Quran, when the rights of women were one by one were taken through all-male enterprises called hadith, ijtihad and tafseer, Muslim communities found themselves thinking and living like the enemies of Islam in the Days of Ignorance. The misogynistic mind of orthodox commentators and translators simply could not fathom the notion of a Muslim woman traveling around alone to do anything – and so they pretended that the word in question was not SaYaHa, but SsaWM – fasting! Socially active women were indeed more difficult to control than the women who would fast in their homes; they were even less costly, since they would eat less. For the usage of the verb form of the root, see 9:2. The word SaYaHa has nothing to do with fasting; the Quran consistently uses the word SaWaMa for fasting (2:183; 4:92; 5:89;  19:26; 33:35; 58:4).(edip).
.
🏺The second word from the end is THaYiBat, which means “those who return, or those who are responsive”. Various derivatives of the same root are used to mean “reward” or “refuge” or “cloths”. For instance, see 2:125; 3:195. The Arabic words for widow are ARMiLa or AYaMa. The Quran uses AYaMa for widow or single; see: 24:32.
.
🌀The last word of this verse, aBKaR, which means those who are "young," "early risers" or "foremost," has traditionally, and implausibly, been interpreted as "virgins" in this passage. The resulting distorted meaning of the verse supports a sectarian teaching that justifies a man marrying more than one virgin. The Arabic word for virgin is BaTuL or ADRa.
.
✍️ref:as:9:112(pl see its word by word meaning in English -fid 9:112-link:
.___________________________________________
🤬৬৬:৬
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ
হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক🍄-1 জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল,🍄-2 য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱৰ🍄-3 ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যি কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।🍄-4
.
✍️Note-as:
🍄-1("আপোনাৰ পৰিয়াল" বা "আপোনাৰ মানুহ";  কিন্তু ahl শব্দটোৱে নিজৰ জাতি, ধৰ্ম, বৃত্তি আদিৰ লগতে এই শব্দটোৰ আটাইতকৈ ব্যাপক অৰ্থত "নিৰ্ভৰশীল" লোককো বুজায়)
.
🍄-2(২:২৪
فَإِنْ لَمْ تَفْعَلُوا وَلَنْ تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ ۖ أُعِدَّتْ لِلْكَافِرِينَ
এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা , তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।)
.
🍄-3(৭৪:২৭
وَمَا أَدْرَاكَ مَا سَقَرُ
আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?+৭৪:৩০-৩১)
.
🍄-4(অৰ্থাৎ এই স্বৰ্গদূত শক্তিসমূহ আল্লাহৰ ইচ্ছাকৃত কাৰণ আৰু ফলৰ নিয়মৰ অধীনত থাকে যিয়ে পদাৰ্থৰ জগতখনতকৈ কম নহয় আত্মাৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰে।)
.___________________________________________
🤬৬৬:৭
يَا أَيُّهَا الَّذِينَ كَفَرُوا لَا تَعْتَذِرُوا الْيَوْمَ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ
হে কাফিৰসকল!🦚 আজি তোমালোকে ওজৰ পেচ কৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
(কাফৰা মানে প্ৰত্যাখ্যান কৰা বা অস্বীকাৰ কৰা)
.
✍️Note:sam:🦚
NOTEPAD-alladhīna kafarū- II(II.i)-by sam-2:6: https://bit.ly/3xtZ8dj
(কোৰআনত এইটোৱেই একমাত্ৰ দৃষ্টান্ত য’ত এই শ্ৰেণীটোক প্ৰত্যক্ষভাৱে সম্বোধন কৰা হৈছে।)
.___________________________________________
WORD BY WORD MEANING BB:
[66:4] If (In) you repent (Tatuubaa) to GOD (ilaallahi), then (Fa) the hearts of you both (f) (Quluubu-kumaa)
have (Qad') inclined (Sogat'), but (Wa) if (In) you assist each other (Tazoaharaa) against him (Ålai'hi), then (Fa) indeed, GOD (Innallaha) is (Huwa) his guardian (master) (Maw'laa-hu), and (Wa) Gabriel (2:97) (Jib'riilu), the righteous believers (Soalihul' Mu'miniina) and (Wa) the Angels (El'Malaaikatu) would assist (Zohiiru)
after (Ba'da) that (Zaalika).
[66:5] Perhaps (Åsaa) if (In) he should divorce you (f)
(Tollaqa-kunna), his LORD (Rabbu-hu) would (An)
manifest (Yub'di) to him (Lahu) better (Khai'ran) wives (Az'waajan) than you (f)
(Minkunna); submitting 1
(Mus'limaatin), believing 2
(Mu'minaatin), obedient 3
(Qaanitaatin), repentant 4
(Taaibaatin), worshipping 5
(Ååbidaatin), tourists 6
(Saaihaatin), divorcees 7
(Thayyibaatin) and (Wa) virgins 9
(Ab'kaaraa).
[66:6] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), protect (Quu') yourselves (Anfusa-kum’) and 
(Wa) your families (Ah'lii-kum’)
from a fire (Naaran) whose fuel (Waquudu-ha) is people (En'Naasu) and 
stones (El'Hijaaratu), over it (Ålai'ha) are thick (Gilaazun) and strong (Shidaadun) Angels (Malaaikatun); they 
do not (Laa) disobey GOD (Ya'suuna-llaha) in what (Maa) HE commands them (Amara-hum’) and (Wa)
they do (Yaf'åluuna) whatever (Maa) they are commanded (Yu'maruun). 
[66:7] O you (Yaa Ayyuha) who (Ellaziina) have disbelieved (Kafaru'), you will not (Laa) be excused 
(Ta'taziru') that day (El'Yaw'ma). You will only (Innama) be requited (Tuj'zaw'na) for what (Maa) you have 
(Kuntum) done (Ta'maluun). 
🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 13.05.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~ 3,880 nos.
⚫Parts ~ 582 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer 
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)