🍱Part-580(65:06-12)Al-Talaaq(Divorce)

✔️Part-580(65:06-12)Al-Talaaq (Divorce)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
✔️Video Template Subject: 
"আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী"(إِنَّا لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ)- ২:১৫৬ৰ তাৎপৰ্য: লিংক- https://bit.ly/44Zt3JZ
.___________________________________________
মিনি সূচিঃPart-580(65:06-12)Al-Talaaq
৬৫:৬-৭(তালাকৰ প্ৰসঙ্গ)
৬৫:১০(তাক্বৱা-লিংক চাওঁক)
৬৫:১১(কোৰআনৰ বুজনে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব।(ঈমান অনা মানে কি?-লিংক চাওঁক)
৬৫:১২(Allah's Perfect Power -see refs)
.___________________________________________
🍱৬৫:৬
أَسْكِنُوهُنَّ مِنْ حَيْثُ سَكَنْتُمْ مِنْ وُجْدِكُمْ وَلَا تُضَارُّوهُنَّ لِتُضَيِّقُوا عَلَيْهِنَّ ۚ وَإِنْ كُنَّ أُولَاتِ حَمْلٍ فَأَنْفِقُوا عَلَيْهِنَّ حَتَّىٰ يَضَعْنَ حَمْلَهُنَّ ۚ فَإِنْ أَرْضَعْنَ لَكُمْ فَآتُوهُنَّ أُجُورَهُنَّ ۖ وَأْتَمِرُوا بَيْنَكُمْ بِمَعْرُوفٍ ۖ وَإِنْ تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهُ أُخْرَىٰ
তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সঙ্কটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানসকলক স্তন পান কৰায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ পক্ষৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।
.___________________________________________
🍱৬৫:৭
لِيُنْفِقْ ذُو سَعَةٍ مِنْ سَعَتِهِ ۖ وَمَنْ قُدِرَ عَلَيْهِ رِزْقُهُ فَلْيُنْفِقْ مِمَّا آتَاهُ اللَّهُ ۚ لَا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا مَا آتَاهَا ۚ سَيَجْعَلُ اللَّهُ بَعْدَ عُسْرٍ يُسْرًا
বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ* পিছত সচ্চলতা প্ৰদান কৰিব।
.
✍️BB-ref:(94:6)*
৯৪:৬
إِنَّ مَعَ الْعُسْرِ يُسْرًا
নিশ্চয় দুখৰ লগতেই আছে সুখ।
.
Allah does not burden a person beyond what He can bear. (2:286)
.___________________________________________
🍱৬৫:৮(Punishment for defying Allah's Commandments)
وَكَأَيِّنْ مِنْ قَرْيَةٍ عَتَتْ عَنْ أَمْرِ رَبِّهَا وَرُسُلِهِ فَحَاسَبْنَاهَا حِسَابًا شَدِيدًا وَعَذَّبْنَاهَا عَذَابًا نُكْرًا
আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ লৈছিলো আৰু আমি সিহঁতক কঠিন শাস্তি বিহিছিলো।
.___________________________________________
🍱৬৫:৯
فَذَاقَتْ وَبَالَ أَمْرِهَا وَكَانَ عَاقِبَةُ أَمْرِهَا خُسْرًا
ফলত সিহঁতে নিজ কৃতকৰ্মৰ সোৱাদ পালে; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।
.___________________________________________
🍱৬৫:১০
أَعَدَّ اللَّهُ لَهُمْ عَذَابًا شَدِيدًا ۖ فَاتَّقُوا اللَّهَ يَا أُولِي الْأَلْبَابِ الَّذِينَ آمَنُوا ۚ قَدْ أَنْزَلَ اللَّهُ إِلَيْكُمْ ذِكْرًا
আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা🔺 অৱলম্বন কৰা, হে বোধসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ* কৰিছে এটা উপদেশ..
.
🔺Taqwa/Muttaqun-1-sam,2-raf:
.
১৫:৯*
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
.___________________________________________
🍱৬৫:১১
رَسُولًا يَتْلُو عَلَيْكُمْ آيَاتِ اللَّهِ مُبَيِّنَاتٍ لِيُخْرِجَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَمَنْ يُؤْمِنْ بِاللَّهِ وَيَعْمَلْ صَالِحًا يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ قَدْ أَحْسَنَ اللَّهُ لَهُ رِزْقًا
এজন ৰাছুল*, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান🦚 আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।
.
✍️BB-ref:(98:2)*
৯৮:২
رَسُولٌ مِنَ اللَّهِ يَتْلُو صُحُفًا مُطَهَّرَةً
আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
(98:2 (The evidence that) a Messenger from God is conveying to them in purified Scrolls.

Note:
That are well-scored and well-written on parchment by honored scribes. 52:2, 80:13
(৫২:২
وَكِتَابٍ مَسْطُورٍ
শপত কিতাবৰ যিটো লিপিবদ্ধ আছে,
.
৮০:১৩
فِي صُحُفٍ مُكَرَّمَةٍ
এইটো মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।)
.
✍️Ap-refs:
১৪:১
 الر ۚ كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ
আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
.
২:২৫৭
اللَّهُ وَلِيُّ الَّذِينَ آمَنُوا يُخْرِجُهُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۖ وَالَّذِينَ كَفَرُوا أَوْلِيَاؤُهُمُ الطَّاغُوتُ يُخْرِجُونَهُمْ مِنَ النُّورِ إِلَى الظُّلُمَاتِ ۗ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব।
.
৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,
.
✍️ঈমান আনিছে/Believe in: Press link:   
.
✍️Note:
Displacement/ turmoil: (Arabic: zulm. Root Z'L'M). Zulm is the antonym of islam. Islam means to 
harmonise and achieve peace and order by balance in tune with the laws of God, peace by acceptance 
or submission to His ordinance and laws. Zulm is the displacement of those values that create discord 
and conflict sinking into the depths of moral darkness. One element that accurately illustrates islam and 
zulm (peace and turmoil) is water made from two hydrogen atoms and one oxygen atom. When both 
elements come together in proper proportion they combine to create water, the most abundant and life 
sustaining liquid on earth. However, when separated the hydrogen atom is highly flammable, and while 
oxygen promotes combustion and can be very dangerous near hydrogen. Similarly a society, which was 
once diverse with individuals who had their own conflicting goals, when based on Absolute Laws and 
Permanent Values comes together, like water, as one stable life enhancing unit of peace and security, 
but when its values are displaced, the same society becomes a fire-bed of discord, fear and turmoil -
truly a hell of their own making. See verses 7:20; 27:11; 35:20. Also see 2:35; 7:14; 17:60; 94:5 & 68:52. 
Does evil exist? When we understand that evil is the displacement of order (the Quran terms this as 
zulm) we can then put it into context. See verse 7:201.(sig).
.___________________________________________
🍱৬৫:১২
اللَّهُ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ وَمِنَ الْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ الْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوا أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ وَأَنَّ اللَّهَ قَدْ أَحَاطَ بِكُلِّ شَيْءٍ عِلْمًا
তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ* পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।
.
✍️BB-ref:(67:3)*
৬৭:৩
الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ
যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?
.
✍️Ap-refs:
৭১:১৫
أَلَمْ تَرَوْا كَيْفَ خَلَقَ اللَّهُ سَبْعَ سَمَاوَاتٍ طِبَاقًا
তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?
.
১৭:৪৪
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
.
✍️Note:
Intelligent design: see verse 41:53.(sig).
.
ছুৰা সমাপ্ত 
.___________________________________________
WORD BY WORD MEANING BB:
[65:6] Lodge them (the divorcees)
(As'kinuu-hunna) at (Min') where (Hai'thu) you lodge (Sakantum) of (Min) your 
spot (place) (Wuj'di-kum) and do not (Walaa) harm them (Tudoarruu-hunna) in order to (Li) oppress them (Tudoyyiqu' Ålai'hinna). And (Wa) if (In) they should be (Kunna) those (U'laati) with pregnancy (Ham'lin), 
then (Fa) spend on them (Anfiqu' Ålai'hinna) until (Hattaa) they emanate (Yado'na) their pregnancy (Ham'la-
hunna). And (Fa) if (In') they breastfeed (Ar'do'na) for you (Lakum), then (Fa) give them (Aatu-hunna) their 
fees (Ujuura-hunna) and (Wa) deliberate (Etamiru') between you (Bai'nakum) in (Bi) kindness (Ma'ruufin); 
but (Wa) if (In) you are in hardship (Ta'ååsar'tum’), then (Fa) another person (Ukh'raa) may nurture
(Satur'diu) for him (the father) (Lahu). 
[65:7] Let (Li) one who possesses (Zuu) abundance (Saåtin) spend (Yunfiq') from (Min) his abundance (Saåti-hi), as for (Wa) one whose (Man) sustenance (Riz'qu-hu) has been limited for him (Qudira Ålai'hi), 
thus let (Fal') him spend (Yunfiq') from what (Mimmaa) GOD (Ellahu) has given him (Aataa-hu). GOD (Ellahu) does not (Laa) charge (Yukallifu) a soul (Naf'san) except (illa) what (Maa) HE has given it (Aataa-
ha). GOD will grant (Sa Yaj'ålu-llahu) ease (Yus'raa) after (Ba'da) hardship (94:6) (Us'rin). 
[65:8] And (Wa) how many (Ka'ayyin) a (Min) town (Qar'yatin) was insolent (Åtat') to (Ån) the command 
(Am'ri) of its LORD (Rabbi-ha) and (Wa) HIS messengers (Rusuli-hi), consequently (Fa) We held it
responsible (Haasab'naa-haa) with a severe (Shadiidan) reckoning (Hisaaban) and punished it (Åzzab'naa-
haa) with a condemnable (Nuk'raa) punishment (Åzaaban). 
[65:9] And (Fa) it tasted (Zaaqat') the evil consequences (Wabaala) of its affair (Am'ri-ha), and (Wa) the  outcome (Ååqibatu) of its affair (Am'ri-haa) was (Kaana) a loss (Khus'raa). 
[65:10] GOD has prepared (Aådda-llahu) a severe (Shadiida) punishment (Åzaaban) for them (Lahum); so 
(Fa) beware of GOD (Ettaqu-llaha), O (Yaa) those (U'lii) of intelligence (El'Al'baabi) who (Ellaziina) have 
believed (Aamanu'). GOD (Ellahu) has (Qad') sent down (Anzala) a remembrance (Zik'raa) to you (p) (ilai'kum).
[65:11] A messenger (98:2) (Rasuulan) reciting (Yat'lu') to you (Ålai'kum) the verses of GOD (Aayaati-llahi)
clearly (Mubayyinaatin) in order to (Li) bring (Yukh'rija) those who (Ellaziina) believe (Aamanu') and (Wa)
do (Åmilu') good deeds (Es'Soalihaati) out of (Mina) darknesses (Ez'Zulumaati) into (ilaa) the light (En'Nuuri). 
And (Wa) whoever (Man) believes (Yu'min) in GOD (Billahi) and acts (Ya'mal') righteous (Soalihan), HE will 
admit him (Yad'khil'hu) into gardens (Jannaatin) beneath which (Min Tah'ti-ha) rivers (El'An'haaru) flow 
(Taj'rii); eternally (Khaalidiina) therein (Fiiha) forever (Abadan). GOD (Ellahu) has already (Qad') perfected
(Ah'sana) the sustenance (Riz'qaa) for him (Lahu).
[65:12] GOD (Ellahu) is the One who (Ellazii) created (Khalaqa) seven (Sab'å) heavens (Samaawaatin) and 
(Wa) of the earth (Minal' Ar'di), the like of them (67:3) (Mith'la-hunna). The command (El'Am'ru) descends 
(Yatanazzalu) among them (Bai'nahunna) so that (Li) you may know (Ta'lamuu') that GOD (Annallaha) is 
capable of (Qadiirun Ålaa) all (Kulli) things (Shai'in) and that GOD (Annallaha) has (Qad') encompassed 
(Ahaato Bi) all (Kulli) things (Shai'in) in knowledge (il'ma).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 11.05.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~ 3,872 nos.
⚫Parts ~ 580 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer 
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)