🔥Part-570-571(63:01-02)(03-05)- Munaafeqoon(The Hypocrites)
✔️Part-570-571(63:01-02)(03-05)- Munaafeqoon(The Hypocrites)
✔️Video- Muktabul Hussain
570- https://youtu.be/ipF2bHeWC6U (01-02)
571- https://youtu.be/yOTLacttiSc (03-05)
.___________________________________________
✔️Video Template- আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো(لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ) : https://bit.ly/3NsOnku
.___________________________________________
✔️ Pre-Page: Press the link:
.___________________________________________
মিনি সূচিঃPart-570-571(63:01-02)(03-05)- Munaafeqoon.
৬৩:১-২("মুহাম্মাদুৰ ৰাছুলুল্লাহ" অৰ্থাৎ আল্লাহৰ ৰছুল বুলি সাক্ষী দিয়া সকল মুনাফিক-টোকা আছে)
৬৩:৩(সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁত নুবুজা হৈছে)
.___________________________________________
🔥৬৩:১
إِذَا جَاءَكَ الْمُنَافِقُونَ قَالُوا نَشْهَدُ إِنَّكَ لَرَسُولُ اللَّهِ ۗ وَاللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُ وَاللَّهُ يَشْهَدُ إِنَّ الْمُنَافِقِينَ لَكَاذِبُونَ
যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া।
.
✍️Note:("মুহাম্মাদুৰ ৰাছুলুল্লাহ" বুলি আল্লাহৰ ৰছুল বুলি সাক্ষী দিয়া সকল মুনাফিক):
.
✍️Note: Press the link:
.
✍️BB-ref:(4:79)
৪:৭৯
مَا أَصَابَكَ مِنْ حَسَنَةٍ فَمِنَ اللَّهِ ۖ وَمَا أَصَابَكَ مِنْ سَيِّئَةٍ فَمِنْ نَفْسِكَ ۚ وَأَرْسَلْنَاكَ لِلنَّاسِ رَسُولًا ۚ وَكَفَىٰ بِاللَّهِ شَهِيدًا
তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুলস্বৰূপে প্ৰেৰণ কৰিছো; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
.___________________________________________
🔥৬৩:২
اتَّخَذُوا أَيْمَانَهُمْ جُنَّةً فَصَدُّوا عَنْ سَبِيلِ اللَّهِ ۚ إِنَّهُمْ سَاءَ مَا كَانُوا يَعْمَلُونَ
সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
.
✍️ref:sa:58:16.
৫৮:১৬
اتَّخَذُوا أَيْمَانَهُمْ جُنَّةً فَصَدُّوا عَنْ سَبِيلِ اللَّهِ فَلَهُمْ عَذَابٌ مُهِينٌ
সিহঁতে নিজ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
.___________________________________________
🔥৬৩:৩
ذَٰلِكَ بِأَنَّهُمْ آمَنُوا ثُمَّ كَفَرُوا فَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ
এয়া এইবাবেই যে, সিহঁতে ঈমান আনাৰ পিছত কুফৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁত নুবুজা হৈছে।
.
✍️Note:sa:
Variation between utterance and action hampers the power of reasoning within human psyche 61:2
(৬১:২
يَا أَيُّهَا الَّذِينَ آمَنُوا لِمَ تَقُولُونَ مَا لَا تَفْعَلُونَ
হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?)
.___________________________________________
🔥৬৩:৪
۞ وَإِذَا رَأَيْتَهُمْ تُعْجِبُكَ أَجْسَامُهُمْ ۖ وَإِنْ يَقُولُوا تَسْمَعْ لِقَوْلِهِمْ ۖ كَأَنَّهُمْ خُشُبٌ مُسَنَّدَةٌ ۖ يَحْسَبُونَ كُلَّ صَيْحَةٍ عَلَيْهِمْ ۚ هُمُ الْعَدُوُّ فَاحْذَرْهُمْ ۚ قَاتَلَهُمُ اللَّهُ ۖ أَنَّىٰ يُؤْفَكُونَ
আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক হোৱা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!
.
✍️ref-as-:9:30, 5:75
৯:৩০
وَقَالَتِ الْيَهُودُ عُزَيْرٌ ابْنُ اللَّهِ وَقَالَتِ النَّصَارَى الْمَسِيحُ ابْنُ اللَّهِ ۖ ذَٰلِكَ قَوْلُهُمْ بِأَفْوَاهِهِمْ ۖ يُضَاهِئُونَ قَوْلَ الَّذِينَ كَفَرُوا مِنْ قَبْلُ ۚ قَاتَلَهُمُ اللَّهُ ۚ أَنَّىٰ يُؤْفَكُونَ
আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ আল্লাহৰ পুত্ৰ’। এইটো কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক ওভোতাই নিয়া হৈছে!
.
৫:৭৫
مَا الْمَسِيحُ ابْنُ مَرْيَمَ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ وَأُمُّهُ صِدِّيقَةٌ ۖ كَانَا يَأْكُلَانِ الطَّعَامَ ۗ انْظُرْ كَيْفَ نُبَيِّنُ لَهُمُ الْآيَاتِ ثُمَّ انْظُرْ أَنَّىٰ يُؤْفَكُونَ
মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।
.___________________________________________
🔥৬৩:৫
وَإِذَا قِيلَ لَهُمْ تَعَالَوْا يَسْتَغْفِرْ لَكُمْ رَسُولُ اللَّهِ لَوَّوْا رُءُوسَهُمْ وَرَأَيْتَهُمْ يَصُدُّونَ وَهُمْ مُسْتَكْبِرُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জোকাৰি অস্বীকৃতি জনায়, আৰু তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।
.
✍️Note:sa
Istighfar = Protection of forgiveness = Absolving the faults through good deed = Guarding of the ‘self’ = Guarding against detriment.
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[63:1] When (Izaa) the hypocrites (El'Munaafiquuna)* come to you (s) (Jaa'a-ka) they say (Qaalu'), "We
testify (Nash'hadu) that you (Innaka) are (La) a messenger of GOD (Rasuulu-llahi)." And (Wa) GOD (Ellahu)
knows (Ya'lamu) that you (Innaka) are (La) HIS messenger (Rasuulu-hu), and (Wa) GOD testifies (Yash'hadu) that (Inna) the hypocrites (El'Munaafiqiina) are (La) liars (Kaazibuun). (4:79)
[63:2] They have taken (Ettakhazuu') their oaths (Ai'maana-hum’) as a shield (58:16) (Junnatan), so (Fa) they
turned away from (Soddu' Ån) the way of GOD (Sabiili-llahi). Indeed, they (Innahum) were doing
(Ya'maluun) what (Maa) was (Kaanu') evil (Saa'a).
[63:3] That (Zaalika) is because they (Bi'anna-hum’) believed (Aamanu') and then (Thumma) disbelieved (Kafaru'); and (Fa) their hearts (Quluubi-him) have been sealed (Tubiå Ålaa), so (Fa) they (Hum) do not (Laa)
comprehend (Yaf'qahuun).
[63:4] And (Wa) when (Izaa) you see them (Ra'ai'ta-hum’), their personalities (Aj'saamu-hum’) might please
you (s) (Tu'jibu-ka), and (Wa) if (In) they speak (Yaquulu') you might listen (Tas'ma') to (Li) their speech (Qaw'li-him’), as if they (Ka'anna-hum) were propped (Musannadatun) timbers (Khushubun). They think
(Yah'sabuuna) every (Kulla) shout (Soi'hatin) is against them (Ålai'him). They (Humu) are the enemies (El'Åduwwu), so (Fa) beware of them (Eh'zar'hum’). GOD (Ellahu) opposes them (Qaatala-humu); how
(Annaa) are they lying (Yu'fakuun)?
[63:5] When (Izaa) they are told (Qiila La-hum’), "Come (Ta'åålaw'), the messenger of GOD (Rasuulu-llahi)
will seek forgiveness (Yas'tag'fir') for you (Lakum)," they bend (Lawwaw') their heads (Ru'uusa-hum’) and
(Wa) you (s) see them (Ra'ai'ta-hum’) turning away (Yasudduuna) and (Wa) they (Hum) become arrogant (Mus'tak'biruun).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 29.04.2023-Naz-villa✔️
🔴Work Progress ~ 90.06%
🟡Approx. Pages~ 3,836 nos.
⚫Parts ~ 570-571 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment