🆗Part-558(59:14-18)Al-Hashr(The Gathering)

✔️Part-558(59:14-18)Al-Hashr(The Gathering)
.___________________________________________
🟥Muktabul's Temple Verse:
Template 2:48 intercession(ছুপাৰিছ):
🟩A)There is No Intercession in the Hereafter according to the Qur'an.🟦B)-The Myth of Intercession: https://bit.ly/3MGzVFk
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-558(59:14-18)Al-Hashr
৫৯:১৬{The real Satan is man's own complex of desires(an-nafs)-see note/link at 14:22)
(ref-4:120 (Satan create false hopes, dispensing Paradise and Hell, and vain desires such as the ‘seventy two’ heavenly beauties, dispensing Paradise and Hell)}
৫৯:১৭(চয়তানৰ মতে চলা জন আৰু চয়তান দুয়োজনে জাহান্নামত যাব।তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান)
.___________________________________________
🆗৫৯:১৪
لَا يُقَاتِلُونَكُمْ جَمِيعًا إِلَّا فِي قُرًى مُحَصَّنَةٍ أَوْ مِنْ وَرَاءِ جُدُرٍ ۚ بَأْسُهُمْ بَيْنَهُمْ شَدِيدٌ ۚ تَحْسَبُهُمْ جَمِيعًا وَقُلُوبُهُمْ شَتَّىٰ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْقِلُونَ
সিহঁতে সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে🌹, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।
(Note: তেওঁলোকৰ মিত্ৰতা এক উচ্চ মতাদৰ্শৰ ওপৰত নহয়, স্বাৰ্থপৰতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে-sa).
.
✍️Note-sam:
dhālika bianna.🌹 See note to 22:6 and Notepad XIV.-Note on-"dhālika bianna(ذَٰلِكَ بِأَنَّ/For it is that):
find note 47:3-https://bit.ly/43FpGHp
.
✍️Ap-ref:
৬:৬৫
قُلْ هُوَ الْقَادِرُ عَلَىٰ أَنْ يَبْعَثَ عَلَيْكُمْ عَذَابًا مِنْ فَوْقِكُمْ أَوْ مِنْ تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُمْ بَأْسَ بَعْضٍ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ لَعَلَّهُمْ يَفْقَهُونَ
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
[6:65(Violation of Allah's laws can inflict you from the top in the form of tyrannical rule ets-see note)(Quran Explain itself-note)
(6:65(আল্লাহৰ বিধান উলংঘা কৰিলে আপোনাক ওপৰৰ পৰা অত্যাচাৰী শাসনৰ ৰূপত প্ৰয়োগ কৰিব পাৰে ets-see note)(Quran Explain itself-note)
- find note 6:65- https://bit.ly/3mArW1T]
.___________________________________________
🆗৫৯:১৫
كَمَثَلِ الَّذِينَ مِنْ قَبْلِهِمْ قَرِيبًا ۖ ذَاقُوا وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
(Note:এই ইন্টাৰপলেচন - সত্যক অস্বীকাৰ কৰা আৰু মুনাফিক উভয়ৰে সৈতে যিদৰে সম্পৰ্কিত - ১৭ আয়াতত দ্বৈত ৰূপৰ উপস্থিতিৰ দ্বাৰা ন্যায্যতা প্ৰদান কৰা হৈছে-as)
.
✍️Verse/Note:
59:15. Their (the munafiqeens) plight is also like those (Jews) who have just suffered 
the consequences of their own doings (59:2). Hence they will be subjected to grievous 
chastisement just like that which the Jews suffered.pz.
.
✍️Verse/Note-by sam:
59:15 As the likeness of those shortly before them:1 — they tasted the evil consequence of their affair, and they have a painful punishment;

1. Arabic: qarīb — near of either time or place. I have rendered according to time which is the plainest reading and that followed by most translators, yet the reference must also be to those peoples destroyed by God whose histories are found throughout the Qur’an and whose locations are generally presented as physically close by. The Petra thesis points to sites local to its location — but without acceptance of the Egypt as the locus for Firʿawn. The Arabia Felix thesis points to sites in the Yemen region for all locations, including that of Firʿawn. Mecca is geographically removed from both regions. See Notepad XVI.
(Google translate no guarantee:
qarīb — সময় বা স্থানৰ ওচৰত।  মই সময় অনুসৰি অনুবাদ কৰিছো যিটো আটাইতকৈ সাধাৰণ পঠন আৰু বেছিভাগ অনুবাদকে অনুসৰণ কৰা, তথাপিও উল্লেখটো হ’ব লাগিব ঈশ্বৰে ধ্বংস কৰা সেই জনগোষ্ঠীসমূহৰ বিষয়েও যাৰ ইতিহাস সমগ্ৰ কোৰআনত পোৱা যায় আৰু যাৰ স্থানসমূহ সাধাৰণতে শাৰীৰিকভাৱে ওচৰৰ বুলি উপস্থাপন কৰা হৈছে।  পেট্ৰাৰ থিছিছে ইয়াৰ স্থানৰ স্থানীয় স্থানসমূহলৈ আঙুলিয়াই দিয়ে — কিন্তু ইজিপ্তক ফিৰাউনৰ বাবে স্থান হিচাপে গ্ৰহণ নকৰাকৈ।  আৰব ফেলিক্সৰ থিছিছে ফিৰাউনকে ধৰি সকলো স্থানৰ বাবে য়েমেন অঞ্চলৰ স্থানসমূহলৈ আঙুলিয়াই দিয়ে।  মক্কা ভৌগোলিকভাৱে দুয়োটা অঞ্চলৰ পৰা আঁতৰত)
.___________________________________________
🆗৫৯:১৬
كَمَثَلِ الشَّيْطَانِ إِذْ قَالَ لِلْإِنْسَانِ اكْفُرْ فَلَمَّا كَفَرَ قَالَ إِنِّي بَرِيءٌ مِنْكَ إِنِّي أَخَافُ اللَّهَ رَبَّ الْعَالَمِينَ
ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।
.
✍️refs-as:Cf. 8:48; also 14:22.
৮:৪৮
وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ ۖ فَلَمَّا تَرَاءَتِ الْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّي بَرِيءٌ مِنْكُمْ إِنِّي أَرَىٰ مَا لَا تَرَوْنَ إِنِّي أَخَافُ اللَّهَ ۚ وَاللَّهُ شَدِيدُ الْعِقَابِ
আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোঁকিলে আৰু ক’লে, ‘নিশ্চয় মই তোমালোকৰ পৰা সম্পৰ্কমুক্ত, নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰো’, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
.
১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
(The real Satan is man's own complex of desires(an-nafs)- find 14:22 note/link:
.
৪:১২০

يَعِدُهُمْ وَيُمَنِّيهِمْ ۖ وَمَا يَعِدُهُمُ الشَّيْطَانُ إِلَّا غُرُورًا

সি সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, আৰু চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিয়েই দিয়ে।
(4:120-122(Satan create false hopes, dispensing Paradise and Hell, and vain desires such as the ‘seventy two’ heavenly beauties, dispensing Paradise and Hell)(Hell shall be the abode of those who are duped by Satan)-find verses: https://bit.ly/41aSh5v)
.___________________________________________
🆗৫৯:১৭
فَكَانَ عَاقِبَتَهُمَا أَنَّهُمَا فِي النَّارِ خَالِدَيْنِ فِيهَا ۚ وَذَٰلِكَ جَزَاءُ الظَّالِمِينَ
ফলত সিহঁত দুজনৰ পৰিণাম হ’ব যে, সিহঁত দুজনেই জাহান্নামী; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান।
(Note:Both = The person and his selfish desires-sa)(This verse resolves the examples given at both 59:15 and 
59:16-sam)
.___________________________________________
🆗৫৯:১৮(Be God-conscious)(WHAT YOU PLANT TODAY - YOU REAP TOMORROW)
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَلْتَنْظُرْ نَفْسٌ مَا قَدَّمَتْ لِغَدٍ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।
.
✍️Note: alladhīna āmanū. See note to 2:257 and Notepad II.iv.(sam).
(alladhīna āmanū-II.iv by sam

See note to al muttaqūn at 2:2.(sam).
(Taqwa/Muttaqun-1-sam,2-raf:
.
✍️Ap-ref:The Command to have Taqwa and to prepare for the Day of Resurrection.
৪:১
 يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَخَلَقَ مِنْهَا زَوْجَهَا وَبَثَّ مِنْهُمَا رِجَالًا كَثِيرًا وَنِسَاءً ۚ وَاتَّقُوا اللَّهَ الَّذِي تَسَاءَلُونَ بِهِ وَالْأَرْحَامَ ۚ إِنَّ اللَّهَ كَانَ عَلَيْكُمْ رَقِيبًا
হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, আৰু তাক্বৱা অৱলম্বন কৰা ৰক্ত-সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।
(Pl find notes of 4:1-link:
.___________________________________________
WORD BY WORD MEANING BB:
[59:14] They will not (Laa) fight you (Yuqaatiluuna-kum’) all (Jamiiån) except (illa) within (Fii) fortified 
(Muhassonatin) towns (Qurran) or (Aw') behind (Min Waraai) walls (Juduri). Their might (Ba'su-hum)
among themselves (Bai'nahum) is intense (Shadiidun). You might think they (Tah'sabu-hum) are together 
(Jamiiån), but (Wa) their hearts (Quluubu-hum) are diverse (Shattaa). That (Zaalika) is because they 
(Bi'anna-hum’) are a people (Qaw'mun) who do not (Laa) reason (Ya'qiluun). 
[59:15] Like (Ka) the example (Mathali) of those who (Ellaziina) were recent (Qariiba) before them (Min
Qab'li-him’); they tasted (Zaaqu') the evil consequences (Wabaala) of their affair (Am'ri-him’), and (Wa)
they will have (Lahum) a painful (Aliim) punishment (Åzaabun).
[59:16] Like (Ka) the example (Mathali) of the devil (Es'Shai'toani), when (Iz') he says (Qaala) to (Li) the 
human being (El' Insaani), "Disbelieve (Ek'fur')," then (Fa) when (Lamma) he (the human) disbelieves (Kafara), he 
(Satan)
says (Qaala), "Indeed, I am (Innii) free from you (Bariiun Min-ka), I am (Innii) afraid of GOD (Akhaafu-
llaha), LORD (Rabba) of the worlds (El'Åålamiin)." 
[59:17] So (Fa) the end of both (Ååqibata-humaa) is (Kaana) that they (Annahuma) will be in (Fii) the Fire 
(En'Naari); eternally (Khalidai'ni) therein (Fiiha). And (Wa) that (Zaalika) is the requital (Jazaau') of the 
transgressors (Ez'Zoalimiin).
[59:18] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), beware of GOD (Ettaqu'llaha). And let (Wal')
a soul (Naf'sun) observe (Tanzur') what (Maa) he has sent forth (Qaddamat') for (Li) tomorrow (Gadin), so
(Wa) beware of GOD (Ettaqu'llaha). Indeed, GOD (Innallaha) is conversant (Khabiiru) with what (Bimaa)
you do (Ta'maluun). 
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 16.04.2023-Naz-villa✔️
........Ramadan/2023.........
🔴Work Progress ~ 
🟡Approx. Pages~ 3,792 nos.
⚫Parts ~ 558 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)