🆗Part-556(59:05-08)Al-Hashr(The Gathering)
✔️Part-556(59:05-08)Al-Hashr(The Gathering)
✔️Video- https://youtu.be/ywtZIa5sKi8
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟥Muktabul's Temple Verse:
Template 2:48 intercession(ছুপাৰিছ):
🟩A)There is No Intercession in the Hereafter according to the Qur'an.🟦B)-The Myth of Intercession: https://bit.ly/3MGzVFk
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||•••••••••••
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
মিনি সূচিঃPart-556(59:05-08)Al-Hashr
৫৯:৬-৮(Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran-see note)
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🆗৫৯:৫
مَا قَطَعْتُمْ مِنْ لِينَةٍ أَوْ تَرَكْتُمُوهَا قَائِمَةً عَلَىٰ أُصُولِهَا فَبِإِذْنِ اللَّهِ وَلِيُخْزِيَ الْفَاسِقِينَ
তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।
.
✍️Verse/Note:
59:5. You cut down
some palm trees and left some standing at their roots. You did all this according to Divine Laws which permitted you to wage war against them (22:39). The objective was to show
that people who go astray suffer disgrace.pz.
(২২:৩৯
أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
(Pl see verses/notes of 22:38-40-link:
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🆗৫৯:৬
وَمَا أَفَاءَ اللَّهُ عَلَىٰ رَسُولِهِ مِنْهُمْ فَمَا أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍ وَلَا رِكَابٍ وَلَٰكِنَّ اللَّهَ يُسَلِّطُ رُسُلَهُ عَلَىٰ مَنْ يَشَاءُ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🆗৫৯:৭
مَا أَفَاءَ اللَّهُ عَلَىٰ رَسُولِهِ مِنْ أَهْلِ الْقُرَىٰ فَلِلَّهِ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ كَيْ لَا يَكُونَ دُولَةً بَيْنَ الْأَغْنِيَاءِ مِنْكُمْ ۚ وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا ۚ وَاتَّقُوا اللَّهَ ۖ إِنَّ اللَّهَ شَدِيدُ الْعِقَابِ
আল্লাহে জনবসতিৰ অধিবাসীসকলৰ* পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি প্ৰদান কৰিছে সেয়া আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশালীসকলৰ মাজতেই আৱৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
.
✍️BB-ref:(8:41)
৮:৪১
۞ وَاعْلَمُوا أَنَّمَا غَنِمْتُمْ مِنْ شَيْءٍ فَأَنَّ لِلَّهِ خُمُسَهُ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ وَمَا أَنْزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ الْفُرْقَانِ يَوْمَ الْتَقَى الْجَمْعَانِ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।(see analysis in the below link)
.
✍️Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran:
।।।
ফাই আৰু গনিমৰ সম্পত্তি: দুয়োটাৰ অৰ্থ সম্পদ আহৰণ যদিও গুণগত ফালৰ পৰা কিছু পাৰ্থক্য আছে। কিন্তু, দুয়োটাই কাৰোবাৰ ওপৰত যুদ্ধ কৰি আহৰণ কৰা সম্পত্তি নহয়-চাওঁক: ৪৮:১৫,২০🌹।
ঘনিমাহ (যুদ্ধ জয়ৰ পাছত পোৱা সম্পত্তি🚴) আৰু ফাই (পুনৰুদ্ধাৰ কৰা সম্পত্তি)ৰ মাজত এটা পাৰ্থক্য।
(🚴নিজ সুৰক্ষাৰ বাবে আনে আক্ৰমণ কৰিলে, যুদ্ধ জয়ত লাভ হোৱা যুদ্ধৰ সামগ্ৰী, ঘোৰা হাতী উট ইত্যাদিবোৰ। আৰু ....
ফাই হৈছে যিবোৰ সম্পত্তি এঠাইৰ পৰা আন ঠাইলৈ হিজৰতৰ(migrate) সময়ত এৰি যোৱা ঘৰ-বাৰী জীৱ-জন্তু, বাগান ইত্যাদি-চাওঁক-৫৯:৬-৭। মন কৰিবলগীয়া কথাটো হৈছে, এই ৫৯:৬-৭আয়াত আহলে-কিতাপধাৰি সকলৰ সময়ৰ। গতিকে নবী মহম্মদক-আ:ছা: content and contex অবিহনেই টানি আনি বুখাৰি, মুছলিমে মেনুপুলেত কৰি কৈ দিলেযে মহম্মদ-আ:ছা: ইছলামৰ ল-মেকাৰ। জনা উচিতযে ৰছুলৰ কাম কেৱল আল্লাহৰ ৱহী প্ৰচাৰ কৰাহে আইন প্ৰনয়নৰ বাবে নহয়-তলৰ লিংক চাওঁক: Misinterpretation 59:7
.
🌹48:20- Ghanim:
...syedraf...
.
✍️Ref-pz: 9:58-60
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🆗৫৯:৮
لِلْفُقَرَاءِ الْمُهَاجِرِينَ الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ وَأَمْوَالِهِمْ يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا وَيَنْصُرُونَ اللَّهَ وَرَسُولَهُ ۚ أُولَٰئِكَ هُمُ الصَّادِقُونَ
এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজিৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।
.
✍️Verse/Note:
8. Also in the spoils of war there is a share for immigrants (Muhajireen) who were
thrown out of their dwellings and deprived of their possessions. They certainly deserve
financial help. They are always willing to help the Divine Order in whatever manner they
can. These are the people who proved their claim to Eiman by giving sacrifices. (That is
why their opponents perpetrated all kinds of hardships and torture on them 22:40.)pz.
(২২:৪০
الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ بِغَيْرِ حَقٍّ إِلَّا أَنْ يَقُولُوا رَبُّنَا اللَّهُ ۗ وَلَوْلَا دَفْعُ اللَّهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَهُدِّمَتْ صَوَامِعُ وَبِيَعٌ وَصَلَوَاتٌ وَمَسَاجِدُ يُذْكَرُ فِيهَا اسْمُ اللَّهِ كَثِيرًا ۗ وَلَيَنْصُرَنَّ اللَّهُ مَنْ يَنْصُرُهُ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ
তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ ৰব আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয়ৰ লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।)
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
WORD BY WORD MEANING BB:
[59:5] Whatever (Maa) you have severed (Qata'tum) of (Min) palm trees (Liinatin) or (Aw') left it
(Tarak'tumuu-ha) standing (Qaa’imatan) on (Ålaa) it roots (Usuuli-ha); then (Fa) it was by (Bi) the permission of GOD (Iz'ni-llahi) in order to (Li) disgrace (Yukh'ziya) the immoral (El'Faasiqiin).
[59:6] As for (Wa) what (Maa) GOD (Ellahu) awarded to (Afaa'a Ålaa) HIS messenger (Rasuuli-hi) from
them (the disbelievers)
(Min'hum); thus (Fa) you (p) shall not (Maa) be excited (Aw'jaf'tum) over such (Ålai'hi)
concerning (Min’) horses (Khai'lin) or (Walaa) riding camels (Rikaabin), however (Walaakinna) GOD
(Ellaha) empowers (Yusallitu) HIS messengers (Rusula-hu) over (Ålaa) whomever (Man) HE wills (Yashaau),
for (Wa) GOD (Ellahu) is capable of (Qadiir Ålaa) all (Kulli) things (Shai'in).
[59:7] Whatever (Maa) GOD (Ellahu) awarded to (Afaa'a Ålaa) HIS messenger (Rasuuli-hi) from (Min') the
people of the towns (8:41) (Ah'lil' Quraa); it thus (Fa) belong to GOD 1
(Lillahi) and (Wa) to the Messenger 2
(Lir’ Rasuuli) and to (Li) the relatives 3
(Ziil' Qur'baa), the orphans 4
(El'Yataamaa), the poor people 5
(El'Masaakiini) and the wayfarer 6
(Eb'ni Es'Sabiili), so that it will not (Kai' Laa) be (Yakuuna) rotated
(Duulata) between (Bai'na) the rich (El'Ag'niyaai) among you (Minkum). And (Wa) whatever (Maa) the
Messenger (Er'Rasuulu) gives you (Aataa-kumu), then (Fa) take it (Khuzuu-hu); and whatever (Wamaa) he
forbids you from (Nahaa-kum’ Ån’hu), then (Fa) refrain from it (Entahu' Ån'hu) and beware of GOD
(Ettaqu'llahi). Indeed, GOD (Innallaha) is severe (Shadiidu) in punishment (El'Eqaab).
[59:8] For (Lil’) the needy (Fuqaraai) emigrants 7
(El’Muhaajiriin) who (Ellaziina) were expelled (Ukh'riju')
from (Min) their homes (Diyaari-him) and (Wa) their properties (Am'waali-him), seeking (Yab'taquuna) the
favour (Fad'lan) and approval (Rid'waanan) of GOD (Minallahi) while (Wa) supporting GOD (Yansuruuna-
llaha) and HIS messenger (Rasuula-hu). Those (U'laaika) are (Humu) the truthful (Es'Soadiquun).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 14.04.2023-Naz-villa✔️
........Ramadan/2023.........
🔴Work Progress ~
🟡Approx. Pages~ 3,789 nos.
⚫Parts ~ 556 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment