📦Part-547(57:17-20)Al-Hadeed(Iron)
✔️Part-547(57:17-20)Al-Hadeed(Iron)
✔️Video_ https://youtu.be/kHohPIjawiE
.___________________________________________
৫৭ঃ ছুৰা আল-হাদীদ
🗣️Part-534 Video Template Sub: আদেশ কেৱল মাত্ৰ আল্লাহৰেই(إِنِ الْحُكْمُ إِلَّا لِلَّهِ)-Analysis.
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-547(57:17-20)Al-Hadeed
৫৭:১৭(মৃত্যুৰ পিছত পুনৰ্জীৱিতৰ কথাটো আয়াতৰ মাজতেই আছে। আয়াতৰ অৰ্থ কি- লিংক চাব)
৫৭:১৮(আল্লাহক উত্তম ঋণ দিয়া মানে কি?-লিংক)
৫৭:১৯[কোৰআনত ব্যৱহৃত 'শ্বহীদ' শব্দৰ অৰ্থ ‘সাক্ষী’, আল্লাহৰ পথত মৃত্যু হোৱা ব্যক্তি নহয় (প্ৰমাণ-৫:১১৭)-লিংক চাব}{আল্লাহ আৰু তেওঁৰ ৰাছুলৰ(বহুবচন) প্ৰতি ঈমান অনা মানে কেৱল কোৰআনৰ হুকুম মনা-✔️মুক্তাবুল চাহাবৰ ভিডিঅ' চাব}]
৫৭:২০(পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য,এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী মাত্ৰ আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।)
.___________________________________________
📦৫৭:১৭
اعْلَمُوا أَنَّ اللَّهَ يُحْيِي الْأَرْضَ بَعْدَ مَوْتِهَا ۚ قَدْ بَيَّنَّا لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَعْقِلُونَ
জানি থোৱা যে, আল্লাহেই পৃথিৱীক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে🧎। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছো যাতে তোমালোকে বুজিব পাৰা।
.
✍️Note🧎:
এইটো আত্মসন্তুষ্টি আৰু মিছা অহংকাৰে মৃত হৈ পৰা হৃদয়বোৰত আল্লাহৰ-চেতনাৰ পুনৰ জাগৰণৰ প্ৰভাৱৰ এক আৰ্হিগত ইংগিত।(as)
.
✍️Verse/Note-sam:
17 Know that God gives life to the earth after its death. We have made plain1 the proofs2 to you, that you might use reason.
1. Arabic: bayyana. See note to 2:69.
(Arabic: bayyana. This form II verb can mean to clarify, to explain or to make plain. There is considerable overlap between these senses; however, given a comparison of all instances, to make plain fits the preponderance of cases, and in the interests of consistency that reading has been enforced where, as here, the verb is in the active voice).
2. Arabic: āyāt. See Notepad VIII.
.___________________________________________
📦৫৭:১৮
إِنَّ الْمُصَّدِّقِينَ وَالْمُصَّدِّقَاتِ وَأَقْرَضُوا اللَّهَ قَرْضًا حَسَنًا يُضَاعَفُ لَهُمْ وَلَهُمْ أَجْرٌ كَرِيمٌ
নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ🔔 দিয়ে, তেওঁলোকক (ইয়াৰ পৰিবৰ্তে) বহু গুণ বৃদ্ধি কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।
.
✍️Note on আল্লাহক উত্তম ঋণ:
(🔔57:11-lend to God a goodly loan?(A)wealth spent on self nafs murder/qatl-قَاتَلَ(B)The Best Investment: Press- link:
.___________________________________________
📦৫৭:১৯
وَالَّذِينَ آمَنُوا بِاللَّهِ وَرُسُلِهِ أُولَٰئِكَ هُمُ الصِّدِّيقُونَ ۖ وَالشُّهَدَاءُ عِنْدَ رَبِّهِمْ لَهُمْ أَجْرُهُمْ وَنُورُهُمْ ۖ وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ🏝️ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ; আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছে, সিহঁতেই জাহান্নামৰ অধিবাসী।
(🏝️কোৰআনত ব্যৱহৃত 'শ্বহীদ' শব্দৰ অৰ্থ ‘সাক্ষী’,মৃত্যু নহয়(প্ৰমাণ-৫:১১৭)
.
✍️Verse:
57:19 Those who believe in God and His Messengers, they are the truthful, as well as the witnesses to the truth, in the Sight of their Lord. For them are their reward and their light (of Faith). But, those who oppose or deny Our revelations, they are the companions of the Blazing Fire.(sa).
.
✍️Verse/Note:
57:19. And for those who believe in Allah and His Rasool in this manner, are being true to
their confession of Eiman and are guarding Nizam-e-Rabubiat through their struggle and
deeds (4:69), there shall be high honour as well the light that has been mentioned above(57:12). On the other hand for those who deny the truth and belie the Divine Laws, the
ways of life remain dark. They cannot proceed further. They are the inmates of Jahannum.pz.
(৪:৬৯
وَمَنْ يُطِعِ اللَّهَ وَالرَّسُولَ فَأُولَٰئِكَ مَعَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ وَالصِّدِّيقِينَ وَالشُّهَدَاءِ وَالصَّالِحِينَ ۚ وَحَسُنَ أُولَٰئِكَ رَفِيقًا
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ🏝️ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!
.
৫৭:১২
يَوْمَ تَرَى الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ يَسْعَىٰ نُورُهُمْ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ بُشْرَاكُمُ الْيَوْمَ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ ذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই মহাসফলতা’।)
.
✍️Note:
Martyrdom: Mu'mins, those convinced by this guidance, are prepared to fight for a just cause and to kill or get killed, and they receive their well deserved reward from God. See verses 3:158; 4:74-78; 47:35. See also verses 49:14-15.(sig).
.___________________________________________
📦৫৭:২০
اعْلَمُوا أَنَّمَا الْحَيَاةُ الدُّنْيَا لَعِبٌ وَلَهْوٌ وَزِينَةٌ وَتَفَاخُرٌ بَيْنَكُمْ وَتَكَاثُرٌ فِي الْأَمْوَالِ وَالْأَوْلَادِ ۖ كَمَثَلِ غَيْثٍ أَعْجَبَ الْكُفَّارَ نَبَاتُهُ ثُمَّ يَهِيجُ فَتَرَاهُ مُصْفَرًّا ثُمَّ يَكُونُ حُطَامًا ۖ وَفِي الْآخِرَةِ عَذَابٌ شَدِيدٌ وَمَغْفِرَةٌ مِنَ اللَّهِ وَرِضْوَانٌ ۚ وَمَا الْحَيَاةُ الدُّنْيَا إِلَّا مَتَاعُ الْغُرُورِ
জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।
.
✍️BB-ref:(3:14)
৩:১৪
زُيِّنَ لِلنَّاسِ حُبُّ الشَّهَوَاتِ مِنَ النِّسَاءِ وَالْبَنِينَ وَالْقَنَاطِيرِ الْمُقَنْطَرَةِ مِنَ الذَّهَبِ وَالْفِضَّةِ وَالْخَيْلِ الْمُسَوَّمَةِ وَالْأَنْعَامِ وَالْحَرْثِ ۗ ذَٰلِكَ مَتَاعُ الْحَيَاةِ الدُّنْيَا ۖ وَاللَّهُ عِنْدَهُ حُسْنُ الْمَآبِ
নাৰী, সন্তান, সোণ-ৰূপৰ স্তূপ, চিহ্নিত ঘোঁড়া, গবাদি পশু আৰু খেতি পথাৰৰ প্ৰতি আসক্তি মানুহৰ ওচৰত সুশোভিত কৰা হৈছে। এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।
.
✍️Verse/Note:
57:20. (Their eyes are always set on quick worldly gain, although according to the Quranic
concept of life) These are merely toys that provide temporary amusement. You may use them
as ornamentation or decoration and boast about them. You may pride yourself that you possess
more than others or compete amongst yourselves in respect of wealth and children. (These
things too are important, provided they are used/utilized for achieving a higher goal in life.
However if they are taken as an end in themselves then this is a false concept.) The gain you get
from it can be described like the parable of a crop that sprouts and swells after a few drops of
rain and the sight of which delights the farmer. However with a little bit of heat it starts to wither, turns yellow and then crumbles to dust, eventually becoming a grave calamity for the
farmer. There is only one way to get out of these disasters and that is to keep one's struggle in
harmony with Divine Laws.
Listen once again. If this worldly existence is taken as an end in itself one can
certainly acquire comforts, but these would be temporary and cheap. Human beings are
deceived in this way (16:92; 83:36; 102:1)pz.
.___________________________________________
WORD BY WORD MEANING BB:
[57:17] Know (E'lamuu') that (Anna) GOD (Annallaha) revives (Yuh'yii) the earth (El'Ar'do) after (Ba'da) its
lifelessness (Maw'ti-ha). We have (Qad') clarified (Bayyanna) to you (p) (Lakum) the verses (El'Aayaati);
perhaps you (Laållakum) will reason (Ta'qiluun).
[57:18] Indeed (Inna), the charitable men (El'Mussoddiqiina) and (Wa) the charitable women
(El'Mussoddiqaati) have lent GOD (Aq'radu'llaha) a good (Hasanan) loan (Qar'doan); HE will multiply for
them (Yudoaåfu La-hum) and they will have (Lahum) an honourable (Kariim) reward (Aj'run).
[57:19] As for (Wa) those who (Ellaziina) have believed (Aamanu') in GOD (Billahi) and (Wa) HIS
messengers (Rusuli-hi); they (Humu) are those (U'laaika) who are the honest (Es'Siddiiquun) and the
martyrs (Es'Shuhadaau) in front of (Enda) their LORD (Rabbi-him), they will have (Lahum) their reward
(Aj'ru-hum) and their light (Nuuru-hum). As for (Wa) those who (Ellaziina) have disbelieved (Kafaru') and
(Wa) denied (Kazzabu' Bi) Our verses (Aayaati-naa), those (U'laaika) will be the companions (As'haabu) of
Hell (El'Jahiim).
[57:20] Know (E'lamuu')
that the worldly (Ed'Dun'ya) life (El'Hayaatu) is only (Annama) play 1
(Laebun),
amusement 2
(Lah'wun), adornment 3
(Ziinatun), boasting 4
(Tafaakhuru) among you (Bai'nakum) and (Wa)
proliferation (Takaathurun) of wealth 5
(El'Am'waali) and children 6
(Wal' Aw'laadi). Like (Ka) the example
(Mathali) of a rain (Gai'thin) whose vegetation (Nabaatu-hu) delights (A'jaba) the hamlets (El'Kuffaara), then
(Thumma) it stirs up (Yahiiju) and (Fa) you see it (Taraa-hu) become yellow (Mus'farraa), then (Fa) it
becomes (Yakuunu) debris (Hutoamaa). And (Wa) in (Fii) the hereafter (El'Aakhirati) is severe (Shadiidun)
punishment (Åzaabun) and forgiveness (Mag'firatun) from GOD (Minallahi) as well as (Wa) approval
(Rid'waanun). And (Wa) the worldly (Ed'Dunyaa) life (El'Hayaatu) is only (Maa illa) an enjoyment (Mataau)
of delusion (El'Guruur). (3:14)
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 06.04.2023-Naz-villa✔️
........14th Ramadan/2023.........
🔴Work Progress ~
🟡Approx. Pages~ 3,740 nos.
⚫Parts ~ 547 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment