🌀🆗৫৯

🆗555-মিনি সূচিঃPart-555(59:01-04)Al-Hashr
৫৯:১(Everything glorifies Allah in its own Way)
৫৯:২(আহলে কিতাবধাৰিসকল কোন? আহল কিতাপৰ মানুহ(The People of the Scriptures) বুলিলে , কেৱল  ইহুদী আৰু খ্ৰীষ্টানক নুবুজাই। তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনে,জাকাত দিয়ে,ছালাত প্ৰতিষ্ঠা কৰে,শেষ দিৱসৰ প্ৰতি ঈমান আনে তেওঁলোক পুৰষ্কৃত হ'ব-৪:১৬২।।।
আল্লাহে বিশ্বাসীসকলক ৰক্ষা কৰে-ইতিহাস আৰু তথাকথিত সকলো হাদিসক কোৰআনে নাকচ কৰে - টোকা/লিংক আছে)
৫৯:৪(কোৰআন গ্ৰহণকাৰীৰ সৈতে জড়িত, ইয়াৰ দ্বাৰা ঠায়ে ঠায়ে বিভিন্ন সময়ত পঠোৱা বিভিন্ন ৰাছুলৰ কথা কোৱা হৈছে)
.
৫৯:৬-৮(Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran-see note)
.
৫৯:৯(তেওঁলোকেই এই দুনিয়াত আৰু পৰকালত সাফল্যমণ্ডিত-লিংক চাব)
৫৯:১০(ref:যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়)
৫৯:১১(আহলে কিতাবসকলৰ মাজৰ মুনফিকৰ সংগ্ৰাম বিৰোধীৰ ষড়যন্ত্ৰ)
৫৯:১২-১৩(মুনাফিকসকলে আল্লাহৰ চূড়ান্ত বিচাৰৰ চিন্তাতকৈ বহু বেছি ভয় জগাই তোলে এই জগতত তেওঁলোকৰ সন্মুখীন হোৱা স্পষ্ট, বস্তুগত বিপদসমূহে)
.
৫৯:১৬{The real Satan is man's own complex of desires(an-nafs)-see note/link at 14:22)
(ref-4:120 (Satan create false hopes, dispensing Paradise and Hell, and vain desires such as the ‘seventy two’ heavenly beauties, dispensing Paradise and Hell)}
৫৯:১৭(চয়তানৰ মতে চলা জন আৰু চয়তান দুয়োজনে জাহান্নামত যাব।তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান)
.
৫৯:১৯(আল্লাহক পাহৰি  নাযাব,নহল ফাছিক্ব হ'ব)
৫৯:২১(কোৰআনৰ বিশালতা)
৫৯:২৩-২৪(আল্লাহ কোন?)
.
🆗🆗🆗🆗End of Chapter 🆗🆗🆗

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)