🌀📦৫৭
📦543-মিনি সূচিঃPart-543(57:01-04)Al-Hadeed
Video Template Sub: আদেশ কেৱল মাত্ৰ আল্লাহৰেই(إِنِ الْحُكْمُ إِلَّا لِلَّهِ)-Analysis.
৫৭:১-২(আকাশমণ্ডল আৰু পৃথিৱীয় সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। সৰ্বময় কৰ্তৃত্ব তেওঁৰেই।)
৫৭:৩(আল্লাহেই আদি আৰু অন্ত)
৫৭:৪{তাৰকাৰাজ্য সৃষ্টিত=২দিন,বসবাসযোগ্য হ’বলৈ পৃথিৱী সৃষ্টিত=৪দিন,মুঠ=৬দিন)-টোকা চাব}
•সময় আপেক্ষিকঃ
•আকাশৰ পৰা পৃথিৱীলৈকে ১দিন=আমাৰ ১,০০০ বছৰ(৩২:৫)
•ফিৰিস্তাসকল আৰু ৰূহৰ ঊৰ্দ্ধগামীতাৰ ১দিন= আমাৰ ৫০,০০০ বছৰ(৭০:৪)
.
📦544-মিনি সূচিঃPart-544(57:05-08)Al-Hadeed
৫৭:৫(আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব আল্লাহৰ)
৫৭:৭("Believe in God and His messenger"
Do the word Believe in messenger invite us to idolise the prophet?-See Note.
[ref:যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব-২:২৫৭)(সিহঁতে তোমাক প্ৰশ্ন কৰে, সিহঁতে কি ব্যয় কৰিব?)-Note]
৫৭:৮(আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ লৈছিল -টোকা চাব)
.
📦545-মিনি সূচিঃPart-545(57:09-11)Al-Hadeed
৫৭:৯(একমাত্ৰ সঠিক কোৰআন বিশ্লেষণাত্মক বুজনেই অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে)
৫৭:১০-১১{Lend to God a goodly loan?(A)wealth spent on self nafs murder/qatl-قَاتَلَ(B)The Best Investment}
.
📦546-মিনি সূচিঃPart-546(57:12-16)Al-Hadeed
["নুৰ" মানে কোৰআন:🟢]
৫৭:১২(মহান বিজয়)
৭:১৩(The Worst Losers-যিসকলৰ কোৰআনৰ শিখা নুমাই গৈছে তেওঁলোকে সেইদিনা আন্ধাৰত থাকিব লাগিব। এওঁলোকেই জীৱন কালত আল্লাহে বিশুদ্ধ কৰা বস্তুক নিষিদ্ধ কৰিছিল,যেনে: পুৰুষৰ বাবে সোণ আৰু ৰেশম নিষিদ্ধ কৰিছিল -টোকা চাব। দুটা ভাগত ৰখা মুমিন আৰু মুনাফিকৰ মাজত বাহ্যিক পাৰ্থক্য অতি কম কিন্তু ফলাফলৰ ক্ষেত্ৰত ইয়াৰ পাৰ্থক্য সম্পূৰ্ণ বিপৰীত)
৫৭:১৪(ref:মুনিৰ কথা আৰু কাম একেই কিন্তু মুনাফিকৰ চয়তানি কথাবোৰ সেইদিনা উন্মুক্ত হৈ পৰিব-টোকা আছে)
৫৭:১৫(ref:সেইদিনা কুফুৰি কৰা আৰু মুনাফিকি কৰা সকলক যিকোনো বিনিময়তেই ৰেহাই দিয়া নহব কাৰণ তেওঁলোকে ৰছুলে আল্লাহক একক ভাবে ইবাদত কৰিবলৈ কওঁতে শ্বিৰ্ক কৰিছিল)
৫৭:১৬(যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি গৈছে - ইয়াৰ মানে উত্তম হাদিস অৰ্থাৎ কোৰআনৰ কথা কৈছে-টোকা আছে-৩৯:২৩)
.
📦547-মিনি সূচিঃPart-547(57:17-20)Al-Hadeed
৫৭:১৭(মৃত্যুৰ পিছত পুনৰ্জীৱিতৰ কথাটো আয়াতৰ মাজতেই আছে। আয়াতৰ অৰ্থ কি- লিংক চাব)
৫৭:১৮(আল্লাহক উত্তম ঋণ দিয়া মানে কি?-লিংক)
৫৭:১৯[কোৰআনত ব্যৱহৃত 'শ্বহীদ' শব্দৰ অৰ্থ ‘সাক্ষী’, আল্লাহৰ পথত মৃত্যু হোৱা ব্যক্তি নহয় (প্ৰমাণ-৫:১১৭)-লিংক চাব}{আল্লাহ আৰু তেওঁৰ ৰাছুলৰ(বহুবচন) প্ৰতি ঈমান অনা মানে কেৱল কোৰআনৰ হুকুম মনা-✔️মুক্তাবুল চাহাবৰ ভিডিঅ' চাব}]
৫৭:২০(পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য,এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী মাত্ৰ আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।)
.
📦548-মিনি সূচিঃPart-548(57:21-25)Al-Hadeed
৫৭:২১(সকলোৱে জন্নত লাভৰ চেষ্টা কৰা উচিত,তাৰ বাবে লাগিব আল্লাহ আৰু ৰছুলৰ প্ৰতি ঈমান অনা অৰ্থাৎ কোৰআন- টোকা চাব)
৫৭:২২(আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই আপতিত নহয়। সুখৰ চাবিকাঠি: আল্লাহৰ প্ৰতি নিস্বাৰ্থ সমৰ্পণ:টোক আছে)
৫৭:২৪(কৃপণতাঃ পৃথিৱীৰ সকলোৱে যদি অকৃতজ্ঞ হয়, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’। কৃপণালি কৰা সকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি আছে )
৫৭:২৫[{The Quranic phrase "sharp (hadid) is thy sight today" (50:22).with a definite article (al -hadid), it signifies "all that is sharp", or "sharpness", as well as "iron". God's having "softened all sharpness"}
মন কৰিবঃ ✔️ৰছুল বহুবচনত আৰু কিতাপ নিদ্দিষ্টকৈ একবচনত আছে, অৰ্থাৎ ৱহী প্ৰাপ্ত কিতাপ অতীতৰ পৰা এখনেই। ইয়াক বুজি পঢ়িলেই কোৰআন-Note]
.
📦549-মিনি সূচিঃPart-549(57:26-29)Al-Hadeed
৫৭:২৬(ৰছুলসকলৰ বহু বংশধৰ দুষ্ট দগাবাজ আছিল)
৫৭:২৭(ইছলামত কোনো বৈৰাগ্যবাদ(Hermitism) আৰু ৰহস্যবাদৰ(mysticism) স্থান নাই-link)
৫৭:২৮(ref:ন্যায়-অন্যায়ৰ পাৰ্থক্য কৰাৰ শক্তি সেইজনৰেই থাকিব যি তাক্কৱা অৱলম্বন কৰিব-টোকা আছে)
৫৭:২৯(আহলে কিতাবসকল কোন?-link)
📦📦📦📦📦End of Chapter 📦📦📦📦📦
Comments
Post a Comment