📦Part-543(57:01-04)Al-Hadeed(Iron)

✔️Part-543(57:01-04)Al-Hadeed (Iron)
.___________________________________________
৫৭ঃ ছুৰা আল-হাদীদ
🟩Part-543 ‏Video Template Sub: ‏আদেশ কেৱল মাত্ৰ আল্লাহৰেই(إِنِ الْحُكْمُ إِلَّا لِلَّهِ)-Analysis.
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-543(57:01-04)Al-Hadeed
‏Video Template Sub: ‏আদেশ কেৱল মাত্ৰ আল্লাহৰেই(إِنِ الْحُكْمُ إِلَّا لِلَّهِ)-Analysis.
৫৭:১-২(আকাশমণ্ডল আৰু পৃথিৱীয় সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। সৰ্বময় কৰ্তৃত্ব তেওঁৰেই।)
৫৭:৩(আল্লাহেই আদি আৰু অন্ত)
৫৭:৪{তাৰকাৰাজ্য সৃষ্টিত=২দিন,বসবাসযোগ্য হ’বলৈ পৃথিৱী সৃষ্টিত=৪দিন,মুঠ=৬দিন)-টোকা চাব}
•সময় আপেক্ষিকঃ
•আকাশৰ পৰা পৃথিৱীলৈকে ১দিন=আমাৰ ১,০০০ বছৰ(৩২:৫)
•ফিৰিস্তাসকল আৰু ৰূহৰ ঊৰ্দ্ধগামীতাৰ ১দিন= আমাৰ ৫০,০০০ বছৰ(৭০:৪)
.___________________________________________
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
📦৫৭:১
 سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
✍️Note on: Glory & Might, the Wise to God :
.
✍️Note:
How does everything glorify God? Honouring God or glorifying Him does not take place by songs of praise or indeed any ritual prayer but by following his laws and guidance. Even the free-willed human is subject to His physical laws and must breathe, bleed and answer the call of nature and consequently submits to His laws and thus glorifies God. Willingly following and implementing His guidance is the highest form of honouring God. See verses and footnotes 57:1; 59:24.(sig).
(৫৯:২৪
هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
✍️Ap-ref:
১৭:৪৪
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
.___________________________________________
📦৫৭:২
لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ يُحْيِي وَيُمِيتُ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
.___________________________________________
📦৫৭:৩
هُوَ الْأَوَّلُ وَالْآخِرُ وَالظَّاهِرُ وَالْبَاطِنُ ۖ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
.
✍️Note:আদি আৰু অন্ত; Link:
.___________________________________________
📦৫৭:৪
هُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ يَعْلَمُ مَا يَلِجُ فِي الْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنْزِلُ مِنَ السَّمَاءِ وَمَا يَعْرُجُ فِيهَا ۖ وَهُوَ مَعَكُمْ أَيْنَ مَا كُنْتُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা*।
.
✍️Ap-refs*
৬:৫৯
۞ وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।
.
১১:৫
أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।
.
১৩:১০
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
.
✍️Note:sa:
Six Stages or Eras: 
7:54, 10:3, 11:7, 25:59, 50:38, 57:4, 41:10
(Press the link:
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[57:1] Whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) gives glory (Sabbaha) to GOD (Lillahi), and (Wa) HE (Huwa) is the ALMIGHTY (El' Åziizu), the WISE (El' Hakiim). 
[57:2] To HIM belongs (Lahu) the dominion (Mul'ku) of the heavens (Es'Samaawaati) and the earth (Wal'Ar'di); HE gives life (Yuh'yii) and (Wa) causes death (Yumiitu), and (Wa) HE (Huwa) is capable of (Qadiir
Ålaa) all (Kulli) things (Shai'in).
[57:3] HE (Huwa) is the ALPHA 1
(El' Awwalu) and the OMEGA 2
(Wal' Aakhiru), the APPARENT 3
(Ez'Zoahiru) and the HIDDEN 4
(Wal' Baatinu), and (Wa) HE (Huwa) is aware of (Åliim Bi) all (Kulli) things
(Shai'in). 
[57:4] HE (Huwa) is the One who (Ellazii) created (Khalaqa) the heavens (Es'Samaawaati) and the earth 
(Wal' Ar'do) in (Fii) six (Sittati) days (Ayyaamin) and then (Thumma) sat firmly on (Es'tawaa Ålaa) the Throne 
(El'År'shi). HE knows (Ya'lamu) whatever (Maa) penetrates (Yaliju) into the earth (Fiil' Ar'di) and whatever (Wamaa) comes out (Yakh'ruju) of it (Min'ha) and whatever (Wamaa) descends (Yanzilu) from (Mina) the heaven (Es'Samaai) and whatever (Wamaa) ascends (Ya'ruju) therein (Fiiha). And (Wa) HE (Huwa) is with you (p) (Maåkum’) wherever (Ai'na Maa) you may be (Kuntum). And (Wa) GOD (Ellahu) is cognizant (Basiir)of whatever (Bimaa) you do (Ta'maluuna). 
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 01.04.2023-Naz-villa✔️
.................................(10th Ramadan)
🔴Work Progress ~ 87.42%
🟡Approx. Pages~ 3,724 nos.
⚫Parts ~ 543 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)