🪵Part-540(56:39-61)Al-Waaqe'ah
✔️Part-540(56:39-61)Al-Waaqe'ah
✔️Video- https://youtu.be/T5qUAxCTKWw
.___________________________________________
🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-540(56:39-61)Al-Waaqe'ah
৫৬:৫১-৫৫(ইতিপূৰ্বে ভোগ-বিলাসত যিসকল মগ্ন আছিল তেওঁলোকে সেই দিনটোৰ শাস্তিক সন্দেহ কৰিছিল। তেওঁলোকক যাক্কূম গছ খাবলৈ দিয়া হ'ব। যিবিলাক পেটৰ মাজত উতলি থাকিব-লিংক চাব)
৫৬:৫০(সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ* নিৰ্দিষ্ট সময়ত’)
৫৬:৫৬(৫৬:২৪-শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ তাগুত/শ্বিৰ্ক বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা। তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ: https://bit.ly/42OQRis)
৫৬:৫৭(আল্লাহৰ সৃষ্টিৰ ওপৰত চিন্তা কৰক)
.___________________________________________
🪵৫৬:৩৯
ثُلَّةٌ مِنَ الْأَوَّلِينَ
সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা,
.___________________________________________
🪵৫৬:৪০
وَثُلَّةٌ مِنَ الْآخِرِينَ
আৰু বহুসংখ্যক হ'ব পৰৱৰ্তীসকলৰ মাজৰ পৰা।
.
✍️Note: on 56:39-40: see link:
https://muktabulraf.blogspot.com/2023/03/5639-40note.html?m=1
.___________________________________________
🪵৫৬:৪১(Hell)
وَأَصْحَابُ الشِّمَالِ مَا أَصْحَابُ الشِّمَالِ
আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
.
✍️Verse/Note:
56:41 Then, the unblessed ones. Ah, how unfortunate are the unblessed ones! [56:9]
(৫৬:৯
وَأَصْحَابُ الْمَشْأَمَةِ مَا أَصْحَابُ الْمَشْأَمَةِ
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
(Pl find the verse/note 56:9-link:
https://aqspart2.blogspot.com/2023/03/part-5385601-14al-waaqeah.html?m=1)
.___________________________________________
🪵৫৬:৪২
فِي سَمُومٍ وَحَمِيمٍ
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু ➡️উত্তপ্ত উতলা পানীত,
.
✍️Note:For this rendering of hamim,see6:70.
(৬:৭০
وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ➡️ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে ➡️অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।)
(Pl find the verse 6:70 in the link:
https://qurantafseeritself.blogspot.com/2021/12/part-127665-71-httpsyoutu.html)
.___________________________________________
🪵৫৬:৪৩
وَظِلٍّ مِنْ يَحْمُومٍ
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
.
✍️Ap-ref:(77:29-34)
৭৭:২৮
وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
৭৭:২৯
انْطَلِقُوا إِلَىٰ مَا كُنْتُمْ بِهِ تُكَذِّبُونَ
(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
৭৭:৩০
انْطَلِقُوا إِلَىٰ ظِلٍّ ذِي ثَلَاثِ شُعَبٍ
যোৱা তিনিটা শাখাবিশিষ্ট জুইৰ ছাঁৰ পিনে,
৭৭:৩১
لَا ظَلِيلٍ وَلَا يُغْنِي مِنَ اللَّهَبِ
যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
৭৭:৩২
إِنَّهَا تَرْمِي بِشَرَرٍ كَالْقَصْرِ
নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
৭৭:৩৩
كَأَنَّهُ جِمَالَتٌ صُفْرٌ
এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,
৭৭:৩৪
وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
.___________________________________________
🪵৫৬:৪৪
لَا بَارِدٍ وَلَا كَرِيمٍ
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
.___________________________________________
🪵৫৬:৪৫
إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ ⬅️مُتْرَفِينَ
নিশ্চয় সিহঁত ইতিপূৰ্বে ➡️ভোগ-বিলাসত মগ্ন আছিল,
.
✍️Verse/Note:
56:45 For, behold, in times gone by they were wont to abandon themselves wholly to the ➡️pursuit of pleasures,(as).
Note.
I.e., to the exclusion of all moral considerations. For the meaning of the term mutraf, see surah 11:116)
(find the verse/note 11:116 in the link:
https://qurantafseeritself.blogspot.com/2022/03/part-21611114-123hudend-httpsyoutu.html)
.___________________________________________
🪵৫৬:৪৬
وَكَانُوا يُصِرُّونَ عَلَى الْحِنْثِ الْعَظِيمِ
আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
.___________________________________________
🪵৫৬:৪৭
وَكَانُوا يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
.___________________________________________
🪵৫৬:৪৮
أَوَآبَاؤُنَا الْأَوَّلُونَ
আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)?
.___________________________________________
🪵৫৬:৪৯
قُلْ إِنَّ الْأَوَّلِينَ وَالْآخِرِينَ
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰৱৰ্তীসকলকো--
.___________________________________________
🪵৫৬:৫০
لَمَجْمُوعُونَ إِلَىٰ مِيقَاتِ يَوْمٍ مَعْلُومٍ
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ* নিৰ্দিষ্ট সময়ত’।
.
✍️BB-ref:(26:38)*
২৬:৩৮
فَجُمِعَ السَّحَرَةُ لِمِيقَاتِ يَوْمٍ مَعْلُومٍ
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
.
✍️Note:
56:50 All will be gathered together at an appointed time on a Day well-known.”
Note.
Ma’loom = Well known = Known to God alone. The word Ma’loom signifies the absolute truth about the Day of Resurrection.
.
✍️Ap-refs:11:103-105
১১:১০৩
إِنَّ فِي ذَٰلِكَ لَآيَةً لِمَنْ خَافَ عَذَابَ الْآخِرَةِ ۚ ذَٰلِكَ يَوْمٌ مَجْمُوعٌ لَهُ النَّاسُ وَذَٰلِكَ يَوْمٌ مَشْهُودٌ
নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব;
.___________________________________________
🪵৫৬:৫১
ثُمَّ إِنَّكُمْ أَيُّهَا الضَّالُّونَ الْمُكَذِّبُونَ
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
.___________________________________________
🪵৫৬:৫২
لَآكِلُونَ مِنْ شَجَرٍ مِنْ زَقُّومٍ
নিশ্চয় আহাৰ কৰিবা যাক্কুম🛎️ গছৰ পৰা,
.
✍️BB-ref:(37:62)
৩৭:৬২
أَذَٰلِكَ خَيْرٌ نُزُلًا أَمْ شَجَرَةُ الزَّقُّومِ
(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম🛎️ গছ উত্তম?
.
✍️Verse/Note:
56:52 You will eat from the tree of your bitter deeds. [37:62, 44:43, 56:52]
(🛎️যাক্কূম গছ হৈছে পাপীৰ খাদ্য-see link:
https://bit.ly/3zgfPJX)
.___________________________________________
🪵৫৬:৫৩
فَمَالِئُونَ مِنْهَا الْبُطُونَ
সেইটোৰেই তোমালোকে পেট ভৰাবা,
.___________________________________________
🪵৫৬:৫৪
فَشَارِبُونَ عَلَيْهِ مِنَ الْحَمِيمِ
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
.___________________________________________
🪵৫৬:৫৫
فَشَارِبُونَ شُرْبَ الْهِيمِ
তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
.
✍️Verse/Note:
56:55 And you will drink as the camels with false thirst drink.”(sa).
Note.
Greed could never give inner contentment.
(লোভ কেতিয়াও আভ্যন্তৰীণ সন্তুষ্টি দিব নোৱাৰিলে)
26:225, 102:1
(২৬:২২৫
أَلَمْ تَرَ أَنَّهُمْ فِي كُلِّ وَادٍ يَهِيمُونَ
তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?
.
১০২:১
أَلْهَاكُمُ التَّكَاثُرُ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।)
.___________________________________________
🪵৫৬:৫৬
هَٰذَا نُزُلُهُمْ يَوْمَ الدِّينِ
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
.
✍️Ap-ref:(18:107)
১৮:১০৭
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ كَانَتْ لَهُمْ جَنَّاتُ الْفِرْدَوْسِ نُزُلًا
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ।
(Pl find the verse note 18:107-link:
https://qurantafseeritself.blogspot.com/2022/06/part-28118102-110al-kahfthe-cave.html)
.___________________________________________
🪵৫৬:৫৭(আল্লাহৰ সৃষ্টিৰ ওপৰত চিন্তা কৰক)
نَحْنُ خَلَقْنَاكُمْ فَلَوْلَا تُصَدِّقُونَ
আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
.___________________________________________
🪵৫৬:৫৮
أَفَرَأَيْتُمْ مَا تُمْنُونَ
তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
.
✍️Note:as:
ইয়াৰ দ্বাৰা পুৰুষৰ বীৰ্য্য আৰু মাইকী ডিম্বাশয় দুয়োটাকে বুজোৱা হয় আৰু এইদৰে, ইয়াৰ অৰ্থ হ'ল, প্ৰজননৰ ভয়ংকৰ, জটিল পৰিঘটনাটোক বুজোৱা হয়।
.___________________________________________
🪵৫৬:৫৯
أَأَنْتُمْ تَخْلُقُونَهُ أَمْ نَحْنُ الْخَالِقُونَ
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো?
.___________________________________________
🪵৫৬:৬০
نَحْنُ قَدَّرْنَا بَيْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ--
.___________________________________________
🪵৫৬:৬১
عَلَىٰ أَنْ نُبَدِّلَ أَمْثَالَكُمْ وَنُنْشِئَكُمْ فِي مَا لَا تَعْلَمُونَ
তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
.
✍️Verse/Note:
56:61 from changing the nature of your existence* and bringing you into being [anew] in a manner [as yet] unknown to you.
Note*
Lit., "changing your likenesses (amthal)". However, the term mathal signifies also, tropically, the state, condition and the qualities (sifat) of a thing or person - in brief, "the nature of his [or its] existence".(as).
.___________________________________________
WORD BY WORD MEANING BB:
[56:39] a group (Thullatun) from (Mina) the predecessors (El'Awwaliin),
[56:40] and (Wa)
another group (Thullatun) from (Mina) the later generations (El'Aakhiriin).
[56:41] As for (Wa) the companions (As'haabu) of the left (Es'Shimaali); who (Maa) are the Companions
(As'haabu) of the left side (Es'Shimaal)
[56:42] in (Fii) hot flame (Samuumin) and (Wa) magma (Hamiim),
[56:43] and (Wa) a shelter (Zillin) of (Min) heat (Yah'muum),
[56:44] neither (Laa) cool (Baaridin) nor (Walaa) hospitable (Kariim).
[56:45] Indeed, they (Innahum') were (Kaanu') wealthy (Mut'rafiin), before (Qab'la) that (Zaalika),
[56:46] and (Wa) they used to (Kaanu') persist (Yusirruuna) in (Ålaa) a terrible (El'Åziim) perjury (El'Hinthi),
[56:47] and (Wa) they used to (Kaanu') say (Yaquuluuna), "When (A’izaa) we die (Mit'naa) and become (Kunnaa) dust (Turaaban) and bones (Ezoaman), are (A-) we indeed (-innaa) to (La) be resurrected
(Mab'uuthuun)?
[56:48] "Also (Awa) our forefathers (Aabaau-naal' Awwaluun)?"
[56:49] Say (Qul'): "Indeed (Inna), the predecessors (El'Awwaliina) and (Wa) the later generations (El'Aakhiriin)
[56:50] will be (La) gathered (Maj'muu'uuna) for (ilaa) an appointed time (26:38) (Miiqaati) of a well-known
(Ma'luum) day (Yaw'min)."
[56:51] Then (Thumma) indeed, you (p) (Innakum')! O (Ayyuha) misguided (Ed'Doalluuna) deniers (El'Mukazibuun)
[56:52] will (La) eat (Akiluuna) from (Min) the tree (Shajarin) of (Min) bitterness (Zaquum),
(37:62)
[56:53] and (Fa) filling (Maaliuuna) the bellies (El'Butuun) therefrom (Min'haa)
[56:54] and (Fa) drinking (Shaaribuuna) on top of it (Ålai'hi) from (Mina) magma (El'Hamiim),
[56:55] but (Fa) they will drink (Shaaribuuna) the drink (Shur'ba) of thirst (El'Hiim).
[56:56] That (Haaza) is their lodging (Nuzulu-hum') on the Day of Judgement (Yaw'ma-d'Diin).
[56:57] We (Nah'nu) created you (p) (Khalaq'naa-kum'), so (Fa) why (Law') do you not (Laa) believe (Tusoddiquun)?
[56:58] So (Afa-) have you seen (-ra'ai'tum) that which (Maa) you wish for (Tum'nuun)?
[56:59] Are (A-) you (-antum') its creators (Takh'luquunahu), or (Am') are We (Nah'nu) the Creators (El'Khaaliquun)?
[56:60] We (Nah'nu) have predestined (Qaddar'naa) death (El'Maw'ta) among you (Bai'nakumu), and (Wa)
We (Nah'nu) cannot (Maa Bi) be outdone (Mas'buuqiin)
[56:61] through (Ålaa) that (An) We will change (Nubaddila) your likenesses (Am'thaala-kum') and (Wa)
establish you (p) (Nunshia-kum') in (Fii) what (Maa) you do not (Laa) know (Ta'lamuun).
.___________________________________________
🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸🚸
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 30.03.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~ 3,708 nos.
⚫Parts ~ 540 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment