🌔Part-530(54:16-32)Al-Qamar(The Moon)
✔️Part-530(54:16-32)Al-Qamar (The Moon)
✔️Video- https://youtu.be/BTeip0gdn5o
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
➡️মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
👉ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
মিনি সূচিঃPart-530(54:16-32)Al-Qamar
৫৪:১৭{(২২,৩২,৪০)আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো। মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিবও পাৰে-টোকা চাব)
৫৪:১৮(আদ: প্ৰত্যাখ্যানকাৰীসকলৰ বাবে পৰিণতি)
৫৪:২৩(COMMUNITY OF THAMOUD TESTED-Thamud and Lot’s People-54:23-40)
.___________________________________________
🟪৫৪:১৬
فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
.
✍️Note:Lit., "how was My [causing] suffering (adhabi) and My warnings" - i.e., after the warnings. Although this sentence is phrased in the past tense, its purport is evidently timeless.(as).
Google:লিট., "মোৰ [সৃষ্টিশীল] দুখ (আধাবী) আৰু মোৰ সতৰ্কবাণী কেনেকুৱা আছিল" - অৰ্থাৎ সতৰ্কবাণীৰ পিছত। যদিও এই বাক্যটো অতীত কালত কোৱা হয়, তথাপিও ইয়াৰ উদ্দেশ্য স্পষ্টভাৱে কালজয়ী।
.___________________________________________
🟪৫৪:১৭
وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
.
✍️Verse/Note:
54:17(22,32,40)The Quran is Easy to Learn for the Appreciative: https://bit.ly/3TrfflU
.
✍️Note:
The Quran, literally the Recitation. (Root: Q'R). Four verses in this Sura/ chapter repeat the same message: This Quran is easy, the guidance uniquely important, why don't you apply it? See
verses: 54:22,32,40. See verse 2:185.(sig).
.
✍️মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
.___________________________________________
🟪৫৪:১৮(AAD: CONSEQUENCES FOR THE REJECTERS)
كَذَّبَتْ عَادٌ فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ
আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
.
✍️Ref-sa:7:65
৭:৬৫
۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۚ أَفَلَا تَتَّقُونَ
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
.___________________________________________
🟪৫৪:১৯
إِنَّا أَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي يَوْمِ نَحْسٍ مُسْتَمِرٍّ
নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত,
.
✍️ Verse/Note:
54:19 We sent raging winds upon them on a day of relentless misery. [69:6-8](sa).
(৬৯:৬-৮
وَأَمَّا عَادٌ فَأُهْلِكُوا بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ
আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,
৬৯:৭
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَانِيَةَ أَيَّامٍ حُسُومًا فَتَرَى الْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ
ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেন সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।)
৬৯:৮
فَهَلْ تَرَىٰ لَهُمْ مِنْ بَاقِيَةٍ
ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?)
.
✍️Verse/Note:
54:19. We let loose on them the suffering of a raging stormy wind. That was the
Day of a violent disaster; one that destroyed them forever (41:16).pz.
(৪১:১৬
فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي أَيَّامٍ نَحِسَاتٍ لِنُذِيقَهُمْ عَذَابَ الْخِزْيِ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنْصَرُونَ
তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।)
.___________________________________________
🟪৫৪:২০
تَنْزِعُ النَّاسَ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ مُنْقَعِرٍ
সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।
.
✍️Note:as:
As mentioned in 69:6, this wind - obviously an exceptionally violent sandstorm - raged without break for seven nights and eight days. For particulars of the tribe of Ad, see 7:65.
.
✍️Verse/Note:
54:20. The storm swept the people off their feet and threw them far away, as if they
were trunks of uprooted palm trees being thrown here and there (69:7).pz.
(৬৯:৬-৭
وَأَمَّا عَادٌ فَأُهْلِكُوا بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ
আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,
৬৯:৭
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَانِيَةَ أَيَّامٍ حُسُومًا فَتَرَى الْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ
ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেন সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।)
.___________________________________________
🟪৫৪:২১
فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
.___________________________________________
🟪৫৪:২২
وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
.
✍️Pl see verse/notes of 54:17
.___________________________________________
🟪৫৪:২৩(COMMUNITY OF THAMOUD TESTED)
كَذَّبَتْ ثَمُودُ بِالنُّذُرِ
ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
(Thamud (27:45)
.
✍️Verse/Note:as:
54:23 Thamud also rejected the warnings.
Note.
Prophet Saleh was sent to Thamud. 7:73, 11:61, 26:141:158
(৭:৭৩
وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً ۖ فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ ۖ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ أَلِيمٌ
আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আবৰি ধৰিব’।
.
১১:৬১
۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ هُوَ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَاسْتَعْمَرَكُمْ فِيهَا فَاسْتَغْفِرُوهُ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي قَرِيبٌ مُجِيبٌ
আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ চলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।
.
২৬:১৪১
كَذَّبَتْ ثَمُودُ الْمُرْسَلِينَ
ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
.
২৬:১৫৮
فَأَخَذَهُمُ الْعَذَابُ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।)
.___________________________________________
🟪৫৪:২৪
فَقَالُوا أَبَشَرًا مِنَّا وَاحِدًا نَتَّبِعُهُ إِنَّا إِذًا لَفِي ضَلَالٍ وَسُعُرٍ
আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।
.
✍️Verse/Note:
54:24 and they said: “Are we to follow one single mortal, one from among ourselves*?In that case, behold, we would certainly sink into error and folly!
Note*
For the general implication of this rhetorical question, see 50:2. For the story of the tribe of Thamud, their prophet Salih, and the incident of the she-camel, see 7:73, 11:61, 26:141.
(Google translate no t:
এই অলংকাৰিক প্ৰশ্নৰ সাধাৰণ অৰ্থৰ বাবে ৫০:২ চাওক। থামুদ ফৈদৰ কাহিনী, তেওঁলোকৰ নবী ছালিহ আৰু মাইকী উটৰ কাণ্ডৰ বাবে ৭:৭৩, ১১:৬১, ২৬:১৪১ চাওক।)
(৫০:২
بَلْ عَجِبُوا أَنْ جَاءَهُمْ مُنْذِرٌ مِنْهُمْ فَقَالَ الْكَافِرُونَ هَٰذَا شَيْءٌ عَجِيبٌ
বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখোন এটা বিস্ময়কৰ বস্তু!’)
.___________________________________________
🟪৫৪:২৫
أَأُلْقِيَ الذِّكْرُ عَلَيْهِ مِنْ بَيْنِنَا بَلْ هُوَ كَذَّابٌ أَشِرٌ
আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।
.___________________________________________
🟪৫৪:২৬
سَيَعْلَمُونَ غَدًا مَنِ الْكَذَّابُ الْأَشِرُ
অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।
.
✍️Verse/Note:as:
54:26 [And God said:] “On the morrow they will come to know who the boastful liar is!
Note.✔️
I.e., soon. In classical Arabic, the term ghadan ("tomorrow") often applies to a relatively near future, signifying "tomorrow" (in its literal sense) as well as "in time" or "soon". Hence - as pointed out by all authorities - it may have been used in the above context with reference to the Last Hour, which in the first verse of this very surah is spoken of as having "drawn near".
(সোনকালে. ধ্ৰুপদী আৰবী ভাষাত ঘাদান ("কাইলৈ") শব্দটো প্ৰায়ে তুলনামূলকভাৱে অদূৰ ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰযোজ্য, ইয়াৰ অৰ্থ হৈছে "কাইলৈ" (ইয়াৰ আক্ষৰিক অৰ্থত) লগতে "সময়ত" বা "শীঘ্ৰে"। সেয়েহে - সকলো কৰ্তৃপক্ষই আঙুলিয়াই দিয়াৰ দৰে - ইয়াক ওপৰৰ প্ৰসংগত শেষ মুহূৰ্তৰ উল্লেখত ব্যৱহাৰ কৰা হ'ব পাৰে, যিটো এই চুৰাৰ ✔️প্ৰথম আয়াততে ✔️"নিকটৱৰ্তী" বুলি কোৱা হৈছে।)
.___________________________________________
🟪৫৪:২৭
إِنَّا مُرْسِلُو النَّاقَةِ فِتْنَةً لَهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ
নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপে উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।
.
✍️Verse/Note:as:
54:27 Behold, [O Salih] We are letting loose this she-camel as a test for them;* and thou but watch them, and contain thyself in patience.
Note*
For this and other Quranic references to the she-camel that was to be "let loose as a test" for the Thamud, see surah 7:73 . God's "letting her loose" is in this context evidently synonymous with "allowing her to become" a test.
(Google translate no guarantee:
এই আৰু অন্যান্য কোৰআনৰ উল্লেখৰ বাবে থামুদৰ বাবে "পৰীক্ষা হিচাপে মুকলি কৰি দিয়া" মাইকী উটৰ বিষয়ে, চুৰা ৭:৭৩ চাওক। ঈশ্বৰে "তাইক ঢিলা কৰি দিয়া" এই প্ৰসংগত স্পষ্টভাৱে "তাইক পৰীক্ষা হ'বলৈ দিয়া"ৰ সমাৰ্থক।)
(৭:৭৩
وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً ۖ فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ ۖ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ أَلِيمٌ
আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আবৰি ধৰিব’।)
.___________________________________________
🟪৫৪:২৮
وَنَبِّئْهُمْ أَنَّ الْمَاءَ قِسْمَةٌ بَيْنَهُمْ ۖ كُلُّ شِرْبٍ مُحْتَضَرٌ
আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।
.
✍️Verse/Note:as:
54:28 And let them know that the water [of their wells] is to be divided between them,* with each share of water equitably apportioned."(as).
Note*
I.e., between their own herds and the ownerless she-camel: see 26:155.
(২৬:১৫৫
قَالَ هَٰذِهِ نَاقَةٌ لَهَا شِرْبٌ وَلَكُمْ شِرْبُ يَوْمٍ مَعْلُومٍ
তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।)
.
The she-camel was a symbol for them from God for obedience or transgression(sa).
.___________________________________________
🟪৫৪:২৯
فَنَادَوْا صَاحِبَهُمْ فَتَعَاطَىٰ فَعَقَرَ
তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।
.
✍️Note:For the above rendering of aqara, see note 61 on 7:77(as).
(৭:৭৭
فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ وَقَالُوا يَا صَالِحُ ائْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الْمُرْسَلِينَ
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।)
.
✍️Note:Camel: this was a test and symbol of self-discipline. See verse 91:14.
(৯১:১৪
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُمْ بِذَنْبِهِمْ فَسَوَّاهَا
কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।)
.___________________________________________
🟪৫৪:৩০
فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
.
✍️Ref:as:
১১:৬৭
وَأَخَذَ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ
আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁতে নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল;
.___________________________________________
🟪৫৪:৩১
إِنَّا أَرْسَلْنَا عَلَيْهِمْ صَيْحَةً وَاحِدَةً فَكَانُوا كَهَشِيمِ الْمُحْتَظِرِ
নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।
.___________________________________________
🟪৫৪:৩২
وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
.
✍️Pl see verse/notes of 54:17
.___________________________________________
WORD BY WORD MEANING BB:
[54:16] So (Fa) how (Kai'fa) was (Kaana) MY punishment (Åzaabii) and (Wa) warnings (Nuzur)?
1
[54:17] And (Wa) We have certainly (Laqad’) made the Koran (El'Qur'aana) easy (-Yassar'naa) for
remembrance (Liz’ Zik'ri), so (Fa) is (Hal') there any (Min) remembrance (Muddakir)?
1
[54:18] Ad (7:65) (Åådun) denied (Kazzabat’); but (Fa) how (Kai'fa) was (Kaana) MY punishment (Åzaabii) and
(Wa) warnings (Nuzur)?
[54:19] Indeed (Innaa), We sent (Ar'sal'naa) a squeaking (Sor'soran) wind (Riihan) against them (Ålai'him) in
a period (Yaw'mi) of continuous (Mus'tamir) misfortune (Nah'sin),
[54:20] eliminating (Tanziu) the people (En'Naasa) as if they (Ka'anna-hum) were inefficient (A'jaazu) date
palms (Nakh'lin) being excavated (Munqaer).
[54:21] So (Fa) how (Kai’fa) was (Kaana) MY punishment (Åzaabii) and (Wa) warnings (Nuzur)?
2
[54:22] And (Wa) We have certainly (Laqad') made the Koran (El'Qur'aana) easy (-Yassar'naa) for
remembrance (Liz’ Zik'ri), so (Fa) is (Hal') there any (Min) remembrance (Muddakir)?
2
[54:23] Thamud (27:45) (Thamuudu) denied (Kazzabat' Bi) the warnings (En'Nuzur),
[54:24] and (Fa) they said (Qaaluu'), "Is it (A-) one (Waahidan) man (-Basharan) among us (Minnaa) whom
we should follow (Nattabiu-hu)? Indeed, we (Innaa) would then (Izan) be in (Lafii) error (Dolaalin) and
(Wa) madness (Su-ur).
[54:25] "Has (A’) the Remembrance (Ez'Zik'ru) been offered to him (Ul'qiya Ålai'hi) instead of us (Min
Bai'ni-naa)? In fact (Bal'), he (Huwa) is a bad (Ashir) liar (Kazzaabun)."
[54:26] They will find out (Sa Ya'lamuuna) tomorrow (Gadan) who (Mani) is the bad (El'Ashir) liar (El'Kazzaabu).
[54:27] Indeed, We (Innaa) are sending (Mur'silu') a she-camel (En'Naaqati) as trial (Fitnatan) for them
(Lahum'), so (Fa) watch them (Er'taqib'hum) and (Wa) be patient (Es'tabir),
[54:28] and (Wa) inform them (Nabbi'hum’) that (Anna) the water (El'Maa'a) shall be apportioned
(Qis'matu) between them (Bai'nahum’), each (Kullu) would drink (Shir'bin) in attendance (Muh'tador).
[54:29] So (Fa) they (p) called (Naadaw') their friend (Soahiba-hum’), and (Fa) he captured (Ta'ååtoa) and (Fa)
slaughtered it (Åqar).
[54:30] So (Fa) how (Kai’fa) was (Kaana) MY punishment (Åzaabii) and (Wa) warnings (Nuzur)?
3
[54:31] Indeed (Innaa), We sent (Ar'sal'naa) one (Waahidatan) blow (Soi'hatan) on them (Ålai'him), and (Fa)
they became (Kaanu') like (Ka) penned up (El'Muh'tazir) straw (Hashiimi).
[54:32] And (Wa) We have certainly (Laqad') made the Koran (El'Qur'aana) easy (-Yassar'naa) for
remembrance (Liz’ Zik'ri), so (Fa) is (Hal') there any (Min) remembrance (Muddakir)?
3
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 20.03.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~3,652 nos.
⚫Parts ~528-529 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment