☎️Part-519(52:22-29)Al-Toor

✔️Part-519(52:22-29)Al-Toor(Mount Sinai)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
👉ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
মিনি সূচিঃPart-519(52:22-29)Al-Toor
৫২:২১-২৪(জান্নাতবাসীৰ সেৱাত চাৰিওফালে ঘূৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা)
.___________________________________________
🔵৫২:২২
وَأَمْدَدْنَاهُمْ بِفَاكِهَةٍ وَلَحْمٍ مِمَّا يَشْتَهُونَ
আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।
.___________________________________________
🔵৫২:২৩
يَتَنَازَعُونَ فِيهَا كَأْسًا لَا لَغْوٌ فِيهَا وَلَا تَأْثِيمٌ
তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।
.
✍️Verse/Note:
52:23 and in that [paradise] they shall pass on to one another a cup which will not give rise to empty talk, and neither incite to sin.

Note.
Cf. 37:47 - "no headiness will there be in it, and they will not get drunk thereon": and 56:19 - "by which their minds will not be clouded, and which will not make them drunk": an allegory of conscious, joyful elation. As regards the preceding reference to "fruit and meat in abundance - whatever they may desire", It observes that this symbolic "abundance" of sensual satisfaction will not lead to satiety but, rather, to a pleasurable desire which - contrary to what is man's lot in this world - can always be gratified.
(Google translate no guarantee:
37:47 - "এতে কোন মাথাব্যথা থাকবে না, এবং তারা এতে মাতাল হবে না": এবং 56:19 - "যার দ্বারা তাদের মন মেঘলা হবে না এবং যা তাদের মাতাল করবে না": সচেতনতার একটি রূপক  , আনন্দময় উচ্ছ্বাস।  "প্রচুর পরিমাণে ফল এবং মাংস - যা কিছু তারা কামনা করতে পারে" এর পূর্ববর্তী উল্লেখ হিসাবে, এটি পর্যবেক্ষণ করে যে ইন্দ্রিয় তৃপ্তির এই প্রতীকী "প্রচুরতা" তৃপ্তির দিকে নিয়ে যাবে না, বরং, একটি আনন্দদায়ক আকাঙ্ক্ষার দিকে নিয়ে যাবে যা - মানুষের যা কিছুর বিপরীত।  এই পৃথিবীতে অনেক - সবসময় সন্তুষ্ট হতে পারে.)
(৩৭:৪৬-৪৭
بَيْضَاءَ لَذَّةٍ لِلشَّارِبِينَ
শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰীসকলৰ বাবে সুস্বাদু।
৩৭:৪৭
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنْزَفُونَ
তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতালো নহ’ব।)
.___________________________________________
🔵৫২:২৪
۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌ لَهُمْ كَأَنَّهُمْ لُؤْلُؤٌ مَكْنُونٌ
আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘূৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।
.
Arabic: ṭawafa. See note to 2:125.
See in the link: https://bit.ly/3ZO1sb7
.
✍️Ap-ref:(56:17-18)
৫৬:১৭-১৮
يَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُخَلَّدُونَ
সিহঁতৰ আশে-পাশে ঘূৰি ফুৰিব চিৰ কিশোৰসকলে,
[56:17 Their children immortal, going cheerfully around them. (13:23, 52:21-24, 76:19)]
৫৬:১৮
بِأَكْوَابٍ وَأَبَارِيقَ وَكَأْسٍ مِنْ مَعِينٍ
প্ৰবাহিত নিজৰাৰ (Xসুৰা)স্পাৰ্কলিং ড্ৰিংক পূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
.
৭৬:১৯
۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَانٌ مُخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَنْثُورًا
আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
.
✍️Verse/Note:
52:24.(As was mentioned above in 52:21). Their youth will be around them, neat 
and clean like pearls in their shells (13:23; 52:21; 59:17).pz.
.
52:24 And their children like pearls, playful, happy around them[13:23, 52:21, 59:17](sa).
(১৩:২৩
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,)
.___________________________________________
🔵৫২:২৫
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ
আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব,
.
✍️Verse:
(52:25 They will socialize and reminisce among themselves (recalling how the previous life was-(sa).
.___________________________________________
🔵৫২:২৬
قَالُوا إِنَّا كُنَّا قَبْلُ فِي أَهْلِنَا مُشْفِقِينَ
তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়ালবৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’।
.
✍️Verses:
52:26/27. And they will say that it is because they have previously been extremely courteous and generous in their dealings with associates and friends, that Allah had 
graciously saved them from the torment of the scorching heat that would have burnt 
and reduced all efforts to ashes.pz.
(Google translate no guarantee:
আৰু তেওঁলোকে তেনেকৈ ক’ব কাৰণ তেওঁলোকে আগতে সহযোগী আৰু বন্ধু-বান্ধৱীৰ লগত ব্যৱহাৰত অতি বিনয়ী আৰু উদাৰ আছিল, যে আল্লাহ
দয়া কৰি তেওঁলোকক জ্বলাব পৰা জুইকুৰাৰ যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিলে
আৰু সকলো প্ৰচেষ্টা ছাইলৈ হ্ৰাস কৰক)
.___________________________________________
🔵৫২:২৭
فَمَنَّ اللَّهُ عَلَيْنَا وَوَقَانَا عَذَابَ السَّمُومِ
তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।
.___________________________________________
🔵৫২:২৮
إِنَّا كُنَّا مِنْ قَبْلُ نَدْعُوهُ ۖ إِنَّهُ هُوَ الْبَرُّ الرَّحِيمُ
নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলো; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।
.___________________________________________
🔵৫২:২৯
فَذَكِّرْ فَمَا أَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ
এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো/পূৰ্বানুমানক(a prognosticator (Kaahinin) নহয় আৰু উন্মাদো নহয়।
.
✍️ref:
৬৯:৪২
وَلَا بِقَوْلِ كَاهِنٍ ۚ قَلِيلًا مَا تَذَكَّرُونَ
আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
.___________________________________________
WORD BY WORD MEANING BB:
[52:22] and (Wa) We will provide them (Am'dad'naa-hum) with (Bi) fruit (Faakihatin) and meat (Lah'min)
from what (Mimmaa) they desire (Yash'tahuun). 
[52:23] They will compete with each other for (Yatanaazauuna) cups (Ka'san) therein (Fiiha) without (Laa)
nonsense (Lag'wun) nor (Walaa) offense (Ta'thiim). 
[52:24] And (Wa) they will have (Lahum) boys (Gil'maanun) circulating around them (Yatuufu Ålai'him), as 
if they (Ka'anna-hum’) were protected (Mak'nuun) pearls (Lu'lu'un).
[52:25] And (Wa) they will be interested in (Aq'bala Ålaa) asking (Yatasaa'aluun) each other (Ba'du-hum’ Ba'din). 
[52:26] They will say (Qaaluu'), "Indeed (Innaa), we used to (Kunna) be fearful (Mush'fiqiin) among (Fii)
our people (Ah'li-naa) before (Qab'lu),
[52:27] but (Fa) GOD (Ellahu) favoured us (Manna Ålai'naa) and (Wa) protected us from (Waqaa-naa) the 
punishment (Åzaaba) of the hot flame (Es'Samuum).
[52:28] "Indeed (Innaa), we used to (Kunnaa) invoke HIM (Nad'uu-hu) before (Min Qab'lu); indeed 
(Innahu), HE (Huwa) is the BENEVOLENT (El' Barru), the MERCIFUL (Er' Rahiim)."
[52:29] So (Fa) remind (Zakkir'), and (Fa) by (Bi) the grace (Ni'mati) of your LORD (Rabbi-ka) you (s)
(Anta)
are not (Maa Bi) a prognosticator (Kaahinin) nor (Walaa) a madman (Maj'nuun).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 08.03.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~3,608 nos.
⚫Parts ~ 519~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)