☎️Part-517(52:01-14)Al-Toor(Mount Sinai)
✔️Part-517(52:01-14)Al-Toor(Mount Sinai)
✔️Video- https://youtu.be/7NlPuhs7Pgk
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
👉ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
মিনি সূচিঃPart-517(52:01-14)Al-Toor
৫২:১(তুৰ পৰ্বতৰ বিষয়ে কোৰআনে কি কয়?)
৫২:২-৩(কিতাপখন কিহত লিখা আছে?কোৰআন ডাইৰেক্ত কাগজত(ছামৰাৰ) লিখা হৈছিল। ভেজাল হাদিসে কোৱাৰ দৰে কোনো bones, date-leaves, stones লিখাৰ প্ৰমাণ কোৰআনে দিয়া নাই- টোকা চাওঁক)
৫২:১১-১৪(সেইদিনা কোৰআন অস্বীকাৰকাৰী সকলৰ বাবে সৰ্বনাশ হ'ব। কাৰণ তেওঁলোকে কোৰআনৰ পৰিবৰ্তে কোৰআনৰ বাহিৰৰ বাণীৰ(حَدِيثٍ) প্ৰতি ঈমান আনিছিল-rer:৭৭:৫০।
সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব।
.___________________________________________
Pre-Page:Al-Toor(Mount Sinai)
(Bible vs Quran: https://bit.ly/3kTqwyI)
This is the 52nd Surah of the Qur’an and it has 49 verses. God watched very closely the person, the character, the actions and the Mission of the exalted Messenger. This Surah is a great example of Tasreef, how beautifully the Qur’an displays its Uniform message, repeating its verses from different vantage points and in diverse facets, filling our sight and mind with décor rather than a colorless monotony.
(Google translate no guarantee:
ই কোৰআনৰ ৫২ সংখ্যক চুৰা আৰু ইয়াত ৪৯ টা আয়াত আছে। আল্লাহে মহান ৰাছুলৰ ব্যক্তিত্ব, চৰিত্ৰ, কৰ্ম আৰু মিছন নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল। এই ছুৰাখন তছৰিফৰ এক মহান উদাহৰণ, কোৰআনে নিজৰ একেধৰণৰ বাৰ্তা কিমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছে, বিভিন্ন দৃষ্টিকোণৰ পৰা আৰু বিভিন্ন কোণৰ পৰা নিজৰ আয়াতবোৰ আওৰাইছে, ৰংহীন একাগ্ৰতাৰ পৰিৱৰ্তে আমাৰ চকু আৰু মনক সজ্জাৰে ভৰাই পেলাইছে।)
That this Qur’an is a Divine Writ as was the scripture of law bestowed upon Moses
.___________________________________________
🌐৫২:১
وَالطُّورِ
শপত তুৰ পৰ্বতৰ🪲,
.
✍️Note-sam:
Namely, a tree-covered or fertile mountain. See note to 2:63.
Arabic: ṭūr🪲 — fertile mount or mountain; a mountain that produces trees; Lane (p. 1942) is quite clear on this point.
(২:৬৩
وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاذْكُرُوا مَا فِيهِ لَعَلَّكُمْ تَتَّقُونَ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ অঙ্গীকাৰ লৈছিলো আৰু তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো ‘তুৰ’ পৰ্বত (আৰু কৈছিলো) ‘আমি যি দিলো সেয়া দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ ৰাখা, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা’ ।)
.
✍️Verse/Note:
52:1/2/3. The Divine Guidance which sometimes appeared on mount Sinai (and
sometimes on the mount Olive ~ 95:1-3); and this Book (the Quran) which is in front
of you, written on a fine velum parchment and publicized in the farthest of places; and.pz.
(৯৫:১-৩
وَالتِّينِ وَالزَّيْتُونِ
শপত তীন আৰু যায়তুনৰ,
৯৫:২
وَطُورِ سِينِينَ
শপত চিনাই পৰ্বতৰ,
৯৫:৩
وَهَٰذَا الْبَلَدِ الْأَمِينِ
শপত এই নিৰাপদ নগৰখনৰ,)
.___________________________________________
🌐৫২:২
وَكِتَابٍ مَسْطُورٍ
শপত কিতাবৰ* যিটো লিপিবদ্ধ আছে,
.
✍️Arabic: kitāb*. See Notepad IX.iii.
Al-Kitab(IX.ii): kitab-Allah:
.___________________________________________
🌐৫২:৩
فِي رَقٍّ مَنْشُورٍ
উন্মুক্ত পাতত।
.
✍️“In a Scroll unfolded; (52:3), a kind of paper made from the skins of animals.
⬇️
Raqq = Deer skin = Parchment. Right here is the unequivocal negation of many accounts of fabricated Hadith that the Qur’an was written on bones, date-leaves, stones etc. Manshoor = Unfolded, unrolled, available to be seen and read, open to understanding, widely distributed.
⬇️
৬:৭
وَلَوْ نَزَّلْنَا عَلَيْكَ كِتَابًا فِي قِرْطَاسٍ➡️ فَلَمَسُوهُ بِأَيْدِيهِمْ لَقَالَ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন, ‘এইটো স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
(➡️a sheet of paper= Qir'toasin)
⬇️
৬:৯২
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ مُصَدِّقُ الَّذِي بَيْنَ يَدَيْهِ وَلِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَالَّذِينَ يُؤْمِنُونَ بِالْآخِرَةِ يُؤْمِنُونَ بِهِ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
আৰু এইখন বৰকতময় কিতাব যিখন আমি অৱতীৰ্ণ কৰিছো, যিখন ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোকে নিজ চালাতৰ প্ৰতি যত্নৱান।
.___________________________________________
🌐৫২:৪
وَالْبَيْتِ الْمَعْمُورِ
শপত আবাদ গৃহৰ,
.
✍️Verse:
52:4 And the Blessed House that is frequently visited (the Ka’bah) stands witness.(sa).
.
✍️Note-sam:
52:4 By the house inhabited!1
1-The Traditionalist typically makes claims for this verse which have a specious, cultic connotation nowhere specified in the Qur’an.
.
✍️Note:
Life, to give life, sustenance: (Arabic: amr. Root M'R to prosper, sustain or flourish). See verse 9:18.(sig).
(৯:১৮
إِنَّمَا يَعْمُرُ مَسَاجِدَ اللَّهِ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَلَمْ يَخْشَ إِلَّا اللَّهَ ۖ فَعَسَىٰ أُولَٰئِكَ أَنْ يَكُونُوا مِنَ الْمُهْتَدِينَ
একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।)
.___________________________________________
🌐৫২:৫
وَالسَّقْفِ الْمَرْفُوعِ
শপত সুউচ্চ চাদৰ,
.
✍️Verse:
52:5 By the exalted canopy (of the sky, this Book is exalted)!(sa).
.
✍️Ap-ref:21:32
২১:৩২
وَجَعَلْنَا السَّمَاءَ سَقْفًا مَحْفُوظًا ۖ وَهُمْ عَنْ آيَاتِهَا مُعْرِضُونَ
আৰু আমি আকাশক কৰিছোঁ সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘূৰাই লয়।
.___________________________________________
🌐৫২:৬
وَالْبَحْرِ الْمَسْجُورِ
শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--
.
✍️Ap-ref: 81:6
৮১:৬
وَإِذَا الْبِحَارُ سُجِّرَتْ
আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
.
✍️Note:
Sea and land: The ratio of the appearances of the words 'sea' and 'land' in the Quran is
identical to the ratio between sea and land discovered by modern science. The continents had not
yet been discovered at the time the Quran was revealed, and it was then impossible to determine
the ratio between the land and sea. Even such large continents as the Americas were only
discovered by Europeans in the 15th century. The word 'land' appears 13 times in the Quran,
while 'sea' appears 32 times. These numbers total 45. If we divide the number of references to
land in the Quran, 13, by 45, the result is 28.9%. When we divide the number of references to sea
in the Quran, 32, by 45, the result is 71.1%. these ratios are the exact ones that apply between
water and dry land on Earth. The repetition of these words in the Quran is a statement that the
Earth is 71% covered in water and 29% in dry land. It has only been possible to arrive at this ratio
in the present day, and only because of the availability of satellite photos and computer
calculations. See Quran Self Reference in the Prologue section.(sig).
.___________________________________________
🌐৫২:৭
إِنَّ عَذَابَ رَبِّكَ لَوَاقِعٌ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,
.
✍️Verse/Note:
52:7/8. The system of Divine Guidance and the mighty universe are witness to the
fact that Allah's Law of Mukafat (which produces a result for every action ~ 45:22) is
an absolute reality. Accordingly, the erroneous way of life of these opponents is
bound to produce destructive results; and no power in this world can avert it.pz.
(৪৫:২২
وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।)
.___________________________________________
🌐৫২:৮
مَا لَهُ مِنْ دَافِعٍ
ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।
.___________________________________________
🌐৫২:৯
يَوْمَ تَمُورُ السَّمَاءُ مَوْرًا
যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব,
.
✍️Verse:
52:9 The day when the sky will violently thunder.(edip).
.___________________________________________
🌐৫২:১০
وَتَسِيرُ الْجِبَالُ سَيْرًا
আৰু পৰ্বতসমূহে* দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;
(Jibaal = Mountains, of firm standing, strong leaders, high and powerful, dominating-sa)
.
✍️BB-ref:(27:88)
২৭:৮৮
وَتَرَى الْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِيَ تَمُرُّ مَرَّ السَّحَابِ ۚ صُنْعَ اللَّهِ الَّذِي أَتْقَنَ كُلَّ شَيْءٍ ۚ إِنَّهُ خَبِيرٌ بِمَا تَفْعَلُونَ
আৰু তুমি যিবোৰ পাহাৰ-পৰ্বত দেখি আছা, ভাৱিছা এইবোৰ অচল, অথচ এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
.___________________________________________
🌐৫২:১১
فَوَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ
এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে,
.
✍️Verse/Refs-sam:
52:11 Woe, that day, to the deniers1
1-Found at 52:11, 77:15, 77:19, 77:24, 77:28,
77:34, 77:37, 77:40, 77:45, 77:47, 77:49,
83:10.
(৭৭:৪৯-৫০
وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
৭৭:৫০✔️
.
فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?)
.___________________________________________
🌐৫২:১২
الَّذِينَ هُمْ فِي خَوْضٍ يَلْعَبُونَ
যিসকলে খেল-ধেমালিৰ1 ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।
.
✍️Verse/Note-sam:
52:12 — Who in vain discourse1 are playing —
1-See note to 4:140.
Lit.: plunge in or to enter into vain discourse or false speech (see Lane, p. 825). The form I verb occurs at 4:140, 6:68, 6:68, 9:65, 9:69, 9:69, 43:83,
70:42, 74:45; the verbal noun at 6:91, 52:12; and the active participle at 74:45. The sense is that this convention treats of all conversation which is not anchored in God’s truth and fear of him.
(৪:১৪০
وَقَدْ نَزَّلَ عَلَيْكُمْ فِي الْكِتَابِ أَنْ إِذَا سَمِعْتُمْ آيَاتِ اللَّهِ يُكْفَرُ بِهَا وَيُسْتَهْزَأُ بِهَا فَلَا تَقْعُدُوا مَعَهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ إِنَّكُمْ إِذًا مِثْلُهُمْ ۗ إِنَّ اللَّهَ جَامِعُ الْمُنَافِقِينَ وَالْكَافِرِينَ فِي جَهَنَّمَ جَمِيعًا
কিতাবত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়ালৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।
.
৬:৯১
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
.
৭৪:৪৫
وَكُنَّا نَخُوضُ مَعَ الْخَائِضِينَ
আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
.___________________________________________
🌐৫২:১৩
يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا
সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব,
.___________________________________________
🌐৫২:১৪
هَٰذِهِ النَّارُ الَّتِي كُنْتُمْ بِهَا تُكَذِّبُونَ
‘এইখনেই সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[52:1] By (Wa) the Mount (Ettuur)*,
[52:2] and (Wa) a jotted (Mas'tuur) register (Kitaabin)
[52:3] in (Fii) spread out (Manshuur) parchment (Raqqin),
[52:4] and (Wa) the populated (El'Ma'muur) House (El'Bai'ti),
[52:5] and (Wa) the raised (El'Mar'fuu') roof (Es'Saq'fi),
[52:6] and (Wa) the swelling (El'Mas'juur) sea (El'Bah'ri).
[52:7] Indeed (Inna), the punishment (Åzaaba) of your LORD (s) (Rabbi-ka) will (La) occur (Waaqi').
[52:8] It has (Lahu) no (Maa Min) repellent (Daafie).
[52:9] The day (Yaw'ma) the sky (Es'Samaau) will swing (Tamuuru)
with a swinging motion (Maw'raa),
[52:10] and (Wa) the mountains (27:88) (El'Jibaalu) will move (Tasiiru) by dispatch (Sai'raa).
[52:11] Then (Fa) woe (Wai'lun) on that day (Yaw'maizin), to the deniers (Lil' Mukazzibiin)!
[52:12] They (Hum) are those who (Ellaziina) engage in (Khaw'din Fii) playing (Yal'åbuun).
[52:13] The day (Yaw'ma) they are summoned (Yuda'uuna) to (ilaa) the fire (Naari) of Hell (Jahannama), by
invitation (Daåå).
[52:14] “This (Haazihi) is the Fire (En'Naaru) which (Ellatii) you have been (Kuntum) denying (Tukazzibuun
Bi-haa).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 06.03.2023-Naz-villa✔️
🔴Work Progress ~ 84.60%
🟡Approx. Pages~3,604 nos.
⚫Parts ~ 517~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment