🍇Part-513(51:12-23)Al-Dhãreyãt

✔️Part-513(51:12-23)Al-Dhãreyãt
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
মিনি সূচিঃPart-513(51:12-23)Al-Dhãreyãt
৫১:১২(দ্বীন, প্ৰতিস্থানৰ দিৱস-লিংক চাওঁক)
৫১:১৩("Hell" is may not to be eternal/দুজখৰ শাস্তি চিৰন্তন নহ'বও পাৰে:কথাটো সত্য নহয়- লিংক)
৫১:১৪(কোৰআনৰ বাৰ্তা প্ৰত্যাখ্যান কৰাৰ বাবে শাস্তি পাব)
৫১:১৫-১৬(মুত্তাক্বীসকল আৰু মুহছীনসকল কোন?-লিংক)
৫১:১৭(স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন বুজি পঢ়িব তেতিয়াহে ইয়াৰ গধুৰ বাণী হৃদয়ঙ্গম হব-৭৩:৪-৫)
৫১:১৮(আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা)
৫১:১৯(আপোনাৰ ধন-সম্পদত খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে হক্ব আছে। দান দি ই'গ বঢ়োৱাৰ কোনো স্কপ নাই)
৫১:২০-২১(বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে)
৫১:২৩(সত্য-حَقٌّ-লিংক)
.___________________________________________
.___________________________________________
🟩৫১:১২
يَسْأَلُونَ أَيَّانَ يَوْمُ ⬅️الدِّينِ
সিহঁতে সোধে, ➡️‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?
.
✍️➡️dīn. See Notepad V. For Day of Judgment 82:17-19. https://bit.ly/3mmFWfd
.___________________________________________
🟩৫১:১৩
يَوْمَ هُمْ عَلَى النَّارِ يُفْتَنُونَ
‘যিদিনা সিহঁতক জুইত শাস্তি🩸 দিয়া হ’ব’।
.
✍️Verse/Note:
51:13 [It will be] a Day when they will be sorely tried by the fire,(as).

Note.
This "trial (fitnah) by the fire" is in tune with several Quranic allusions to the effect that the otherworldly suffering described as "hell" is not to be eternal: see in this connection  6:128, 40:12 and  on 43:74.
(See indetails:🩸"Hell" is may not to be eternal/দুজখৰ শাস্তি চিৰন্তন নহ'বও পাৰে:গভীৰ বিশ্লেষণত এই কথা সত্য নহয়, তলৰ লিংকত চাওঁক:
পুনৰুত্থান আৰু বিচাৰ:
।।।
পুনৰুত্থানৰ(resurrection) দিনা ভাল বেয়া সকলো একেলগে থাকিব। সকলোকে জাহান্নামৰ ওচৰলৈ নিয়া হ'ব। তাৰ মাজৰ পৰা ভাল বেয়াবোৰ দুটা দলত ভাগ কৰি পেলোৱা হ'ব। তাৰ পাছত সকলোকে আল্লাহৰ ওচৰত উপস্থিত কৰোৱা হব। ৬:১২৮ আৰু ১১:১০৭ আয়াত মতে চূৰান্ত সিধান্ত আল্লাহৰ হাতত থাকিব, কোন জান্নাতলৈ বা জাহান্নামলৈ চিৰকালৰ বাবে যাব।
Read More in the link: https://bit.ly/3SQ12yP

.___________________________________________
🟩৫১:১৪
ذُوقُوا فِتْنَتَكُمْ هَٰذَا الَّذِي كُنْتُمْ بِهِ تَسْتَعْجِلُونَ
কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।
.
✍️Verse/Note:
51:14 [and will be told:] “Taste this your trial! It is this that you were so hastily asking for!"

Note.
A reference to their one-time sarcastic demand that they should be punished for their rejection of the Quranic message: cf. 6:57 and 8:32(as).
(কোৰআনৰ বাৰ্তা প্ৰত্যাখ্যান কৰাৰ বাবে শাস্তি পাব লাগে বুলি তেওঁলোকৰ একালৰ কটু দাবীৰ উল্লেখ: চাওক।  ৬:৫৭ আৰু ৮:৩২)
৬:৫৭
قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰীসকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
.
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.___________________________________________
🟩৫১:১৫
إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَعُيُونٍ
নিশ্চয় মুত্তাক্বীসকল* থাকিব জান্নাতসমূহত আৰু নিজৰা প্ৰবাহিত স্থানত,
.
✍️*Taqwa/Muttaqun-1-sam,2-raf:
.___________________________________________
🟩৫১:১৬
آخِذِينَ مَا آتَاهُمْ رَبُّهُمْ ۚ إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ ⬅️مُحْسِنِينَ
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল ➡️সৎকৰ্মশীল,
(Lit., "before that (Day)"as)
.
✍️Note on Taqwa Gooddoer(مُحْسِنِينَ):
.
✍️Ap-ref:
৬৯:২৪
كُلُوا وَاشْرَبُوا هَنِيئًا بِمَا أَسْلَفْتُمْ فِي الْأَيَّامِ الْخَالِيَةِ
(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
.___________________________________________
🟩৫১:১৭
كَانُوا قَلِيلًا مِنَ اللَّيْلِ مَا يَهْجَعُونَ
ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনিত কটাইছিল,
(Haju’ = Fall asleep like an exhausted horse-sa)
.
✍️BB-ref:(25:64)
.
✍️Verse/Note:
51:17. They spent their day in pursuing the Divine programme and (then) slept very 
little at night (as they were occupied in mutual discussions on various aspects of the 
programme ~ 73:1-3(6); 73:20.)pz.
(Google translate no guarantee:
তারা ঐশ্বরিক কর্মসূচী অনুসরণ করে তাদের দিন অতিবাহিত করেছিল এবং (তখন) খুব ঘুমিয়েছিল
 রাতে সামান্য (যেহেতু তারা বিভিন্ন বিষয়ে পারস্পরিক আলোচনায় মগ্ন ছিল
 প্রোগ্রাম ~ 73:1-3(6);  73:20।)
✔️৭৩:১-৬
৭৩:১🪲
 يَا أَيُّهَا الْمُزَّمِّلُ
হে বস্ত্ৰাবৃত!(🪲 https://bit.ly/3IFyymF)
.___________________________________________
🟩৫১:১৮
وَبِالْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ
আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,
.
✍️Ap-refs:
৩:১৭
الصَّابِرِينَ وَالصَّادِقِينَ وَالْقَانِتِينَ وَالْمُنْفِقِينَ وَالْمُسْتَغْفِرِينَ بِالْأَسْحَارِ
তেওঁলোক ধৈৰ্যশীল, সত্যবাদী, অনুগত, ব্যয়কাৰী আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী। 
.
১২:৯৮
قَالَ سَوْفَ أَسْتَغْفِرُ لَكُمْ رَبِّي ۖ إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ
তেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।
.___________________________________________
🟩৫১:১৯
وَفِي أَمْوَالِهِمْ حَقٌّ لِلسَّائِلِ وَالْمَحْرُومِ
আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক্ক।
.
✍️BB-refs:(70:24-25)
৭০:২৪-২৫
وَالَّذِينَ فِي أَمْوَالِهِمْ حَقٌّ مَعْلُومٌ
আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে,
৭০:২৫
لِلسَّائِلِ وَالْمَحْرُومِ
খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
.
✍️Verse/Note:
51:19 And in their wealth was the Divinely ordained right of those who ask and those who are deprived.(sa).

Note.
See 2:3, 6:141, Zakaat and the Day of the Harvest
.___________________________________________
🟩৫১:২০
وَفِي الْأَرْضِ آيَاتٌ لِلْمُوقِنِينَ
আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে,
.
✍️Verse/Note:
51:20 And on earth are signs for those who wish to attain conviction,(sa).

Note.
Its resources must remain open for all. 15:20, 41:10, 55:11
(১৫:২০
وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ وَمَنْ لَسْتُمْ لَهُ بِرَازِقِينَ
আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।
.
৪১:১০
وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ ভিতৰত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে, সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।
.
৫৫:১১
فِيهَا فَاكِهَةٌ وَالنَّخْلُ ذَاتُ الْأَكْمَامِ
য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,
.___________________________________________
🟩৫১:২১
وَفِي أَنْفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ
আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি?
.
✍️Verse/Note:
51:21 And also in yourselves, your individual psyche and soma, your people and the unity in diversity among the human communities. Can you not then use your vision?(sa).

Note.
Anfusikum entails all the meanings rendered here. 9:31, 13:31, 18:48, 41:53, 48:28, 51:20, 61:9,(45:4).
(১৩:৩১
وَلَوْ أَنَّ قُرْآنًا سُيِّرَتْ بِهِ الْجِبَالُ أَوْ قُطِّعَتْ بِهِ الْأَرْضُ أَوْ كُلِّمَ بِهِ الْمَوْتَىٰ ۗ بَلْ لِلَّهِ الْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَيْأَسِ الَّذِينَ آمَنُوا أَنْ لَوْ يَشَاءُ اللَّهُ لَهَدَى النَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ الَّذِينَ كَفَرُوا تُصِيبُهُمْ بِمَا صَنَعُوا قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِنْ دَارِهِمْ حَتَّىٰ يَأْتِيَ وَعْدُ اللَّهِ ۚ إِنَّ اللَّهَ لَا يُخْلِفُ الْمِيعَادَ
আৰু যদি কোৰআন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহালৈকে। নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।
.
৪৫:৪
وَفِي خَلْقِكُمْ وَمَا يَبُثُّ مِنْ دَابَّةٍ آيَاتٌ لِقَوْمٍ يُوقِنُونَ
আৰু তোমালোকৰ সৃষ্টিত লগতে যিবোৰ জীৱ-জন্তু সিচৰিত হৈ আছে তাতো বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;
.___________________________________________
🟩৫১:২২
وَفِي السَّمَاءِ رِزْقُكُمْ وَمَا تُوعَدُونَ
আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।
.
✍️Verse/Note:
51:22 And in heaven is [the source of] your sus­tenance [on earth] and [of] all that you are promised [for your life after death]:(as).

Note.
I.e., both physical (rain) and spiritual (truth and guidance).
.___________________________________________
🟩৫১:২৩
فَوَرَبِّ السَّمَاءِ وَالْأَرْضِ إِنَّهُ لَحَقٌّ➡️ مِثْلَ مَا أَنَّكُمْ تَنْطِقُونَ
এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো* পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।
(*I.e. the Day of Judgment).
(➡️Notepad XVII (ḥaqq- vi.):
.
✍️Verse/Note:
51:23 for, by the Sustainer of heaven and earth, this [life after death] is the very truth - as true as that you are endowed with speech!(as).

Note.
Lit., "even as you speak" or "are able to speak": an allusion to man's ability to think conceptually and to express himself - that is, to something of which man is absolutely, axiomatic­ally conscious.
.___________________________________________
WORD BY WORD MEANING BB:
[51:12] They ask (Yas'aluuna), "When (Ayyaana) is the Day of Judgement (Yaw'mud' Diini)?"
[51:13] It is the day (Yaw'ma) they (Hum') will be tormented (Yuf'tanuun) in (Ålaa) the Fire (En'Naari).
[51:14] (it will be said) “Taste (Zuuqu') your torment (Fit'nata-kum’); this (Haaza) is what (Ellazii) you were 
(Kuntum) hastening (Tas'ta'jiluun) for (Bihi)."
[51:15] Indeed (Inna), the pious (El'Muttaqiina) will be in (Fii) gardens (Jannaatin) with (Wa) springs 
(Uyuun),
[51:16] taking (Aakhiziina) what (Maa) their LORD (Rabbu-hum) gives them (Aataa-hum). Indeed, they 
(Innahum) were (Kaanu') benevolent (Muh'siniin) before (Qab'la) that (Zaalika). 
[51:17] Rarely (Qaliilan Maa) did (Kaanu) they sleep (Yah'ja'uun) at (Mina) night (Ellai'li), (25:64)
[51:18] and (Wa) they sought forgiveness (Yas'tag'firuun) before (Bi) dawn (El'As'haari).
[51:19] And (Wa) within (Fii) their wealth (Am'waali-him) was a due (Haqqun) for the beggar (Lis’ Saa'ili)
and the deprived (El'Muh'ruum). (70:24-25)
[51:20] And (Wa) there are signs (Aayaatun) on earth (Fiil' Ar'di) for those who are certain (Lil' Muuqiniin),
[51:21] as well as (Wa) among (Fii) yourselves (Anfusi-kum’). Do you then not (Afalaa) see (Tub'siruun)? 
[51:22] And (Wa) in (Fii) heaven (Es'Samaai) is your sustenance (Riz'qu-kum’) and whatever (Wamaa) you 
are promised (Tuuåduun). 
[51:23] So (Fa) by (Wa) the LORD (Rabbi) of the heaven (Es'Samaai) and the earth (Wal' Ar'di); indeed, it 
(Innahu) is (La) true (Haqqun) like (Mith'la) that which (Maa) you indeed (Annakum’) speak (Tantiquun). 
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 03.03.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~3,584 nos.
⚫Parts ~ 513~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)