🔴Part-331(24:58-64)An-Noor(Light)

🟨Part-331(24:58-64)An-Noor(Light)
।।।
🟨মিনি সূচিঃPart-331(24:58-64)An-Noor
24:58✅[Note/ref:11:114-115(Allah ordered us only 3 salats in Quran. Outside the Quran salats act as Shrik - See note/ref)
24:58-59(Private time for adults)
24:62-63✅(RULES FOR COMMUNITY MEETINGS-ref.62:9)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
Salats time and Private time for adults:
🔴২৪:৫৮(PRIVATE TIME FOR ADULTS.58-59).
يَا أَيُّهَا الَّذِينَ آمَنُوا لِيَسْتَأْذِنْكُمُ الَّذِينَ مَلَكَتْ أَيْمَانُكُمْ وَالَّذِينَ لَمْ يَبْلُغُوا الْحُلُمَ مِنْكُمْ ثَلَاثَ مَرَّاتٍ ۚ مِنْ قَبْلِ صَلَاةِ الْفَجْرِ وَحِينَ تَضَعُونَ ثِيَابَكُمْ مِنَ الظَّهِيرَةِ وَمِنْ بَعْدِ صَلَاةِ الْعِشَاءِ ۚ ثَلَاثُ عَوْرَاتٍ لَكُمْ ۚ لَيْسَ عَلَيْكُمْ وَلَا عَلَيْهِمْ جُنَاحٌ بَعْدَهُنَّ ۚ طَوَّافُونَ عَلَيْكُمْ بَعْضُكُمْ عَلَىٰ بَعْضٍ ۚ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
হে মুমিনসকল🔺1! তোমালোকৰ মালিকানাধীন দাস-দাসীসকল আৰু তোমালোকৰ মাজত যিসকল শিশু এতিয়াও প্ৰাপ্তবয়স্কত🔺2 উপনীত হোৱা নাই সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ➡️ফজৰৰ ছালাতৰ🔺3 আগত, ➡️দুপুৰীয়া🔺4 যেতিয়া তোমালোকে সাজ-কাপোৰ খুলি থোৱা সেই সময়ত আৰু➡️ ঈশ্বা ছালাতৰ🔺5 পিছত, এই তিনিটা সময় তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰত অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
(Note how GOD did not use the word “Duhur” (the noon traditional prayer)… if there were any such prayer; GOD would have logically mentioned it, just like HE mentioned the others, and it would fit perfectly.

Having said that, it is VERY clear for anyone who sincerely study the book that there is NO mention and NO such a things such as the other three prayer traditional regular timings such as Noon(Duhur), Afternoon(Asr), And Night prayer(Maghrib).
.
✍️Note/ref:11:114-115(Allah ordered us only 3 salats in Quran. Outside the Quran salats act as Shrik(7:33): 
PL FIND THE VERSE/NOTE 11:114:LINK:
.
✍️Notes/ref:
🔺1-Arabic: alladhīna āmanū. See to 2:257.
🔺2-such children who have reached an age where they are capable of understanding this imperative.
🔺3-surely this indicates awakening and dressing(ফজৰৰ ছালাত).
🔺4-Given the values of particular prayers which the Traditionalist enforces in this verse and his value for what he calls the afternoon prayer at 2:238😆, the absence here of comparable allowances for the afternoon as those given for the dawn and night is problematic for him.
(২:২৩৮
حَافِظُوا عَلَى الصَّلَوَاتِ وَالصَّلَاةِ الْوُسْطَىٰ وَقُومُوا لِلَّهِ قَانِتِينَ
তোমালোকে চালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী চালাতৰ[১] আৰু আল্লাহৰ বাবে বিনীতভাৱে থিয় হোৱা।
😆১. চালাতে উস্তা বা মধ্যৱৰ্তী চালাতৰ দ্বাৰা ইয়াত আছৰৰ চালাতক বুজোৱা হৈছে। ‘আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যদি কোনো ব্যক্তিৰ ‘আছৰৰ চালাত কাযা হয়, তেনেহ’লে যেনিবা তাৰ পৰিবাৰ-পৰিজন আৰু ধন-সম্পদ সকলো ধ্বংস হৈ গ’ল। (ছহীহ বুখাৰী, কিতাব মাৱাক্বীতুচ চালাত, পৰিচ্ছেদঃ ১৪, হাদীছ নং ৫৫২).
🔺5-Arabic: ṣalāt; i.e. such duty as is incumbent. See 2:3 . In the context, surely this indicates undressing and lying down to sleep.
.
✍️Note:edip:link:
.
🔴২৪:৫৯
وَإِذَا بَلَغَ الْأَطْفَالُ مِنْكُمُ الْحُلُمَ فَلْيَسْتَأْذِنُوا كَمَا اسْتَأْذَنَ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু তোমালোকৰ সন্তান-সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ’লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত* কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
(Arabic: bayyana. See 2:69)
.
🔴২৪:৬০(DRESS MODESTLY).
وَالْقَوَاعِدُ مِنَ النِّسَاءِ اللَّاتِي لَا يَرْجُونَ نِكَاحًا فَلَيْسَ عَلَيْهِنَّ جُنَاحٌ أَنْ يَضَعْنَ ثِيَابَهُنَّ غَيْرَ مُتَبَرِّجَاتٍ بِزِينَةٍ ۖ وَأَنْ يَسْتَعْفِفْنَ خَيْرٌ لَهُنَّ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে* তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়। কিন্তু ইয়াৰ পৰা সিহঁতে বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
(*asides their garments.Cf. 24:31).
.
🔴২৪:৬১(SHARE FOOD WITH FAMILIES AND FRIENDS).
لَيْسَ عَلَى الْأَعْمَىٰ حَرَجٌ وَلَا عَلَى الْأَعْرَجِ حَرَجٌ وَلَا عَلَى الْمَرِيضِ حَرَجٌ وَلَا عَلَىٰ أَنْفُسِكُمْ أَنْ تَأْكُلُوا مِنْ بُيُوتِكُمْ أَوْ بُيُوتِ آبَائِكُمْ أَوْ بُيُوتِ أُمَّهَاتِكُمْ أَوْ بُيُوتِ إِخْوَانِكُمْ أَوْ بُيُوتِ أَخَوَاتِكُمْ أَوْ بُيُوتِ أَعْمَامِكُمْ أَوْ بُيُوتِ عَمَّاتِكُمْ أَوْ بُيُوتِ أَخْوَالِكُمْ أَوْ بُيُوتِ خَالَاتِكُمْ أَوْ مَا مَلَكْتُمْ مَفَاتِحَهُ أَوْ صَدِيقِكُمْ ۚ لَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَأْكُلُوا جَمِيعًا أَوْ أَشْتَاتًا ۚ فَإِذَا دَخَلْتُمْ بُيُوتًا فَسَلِّمُوا عَلَىٰ أَنْفُسِكُمْ تَحِيَّةً مِنْ عِنْدِ اللَّهِ مُبَارَكَةً طَيِّبَةً ۚ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَعْقِلُونَ
অন্ধৰ বাবে কোনো দোষ নাই, খঞ্জৰ বাবে কোনো দোষ নাই, ৰুগীয়াৰ বাবেও কোনো দোষ নাই আৰু তোমালোকৰ বাবেও কোনো দোষ নাই খোৱা-বোৱা কৰাত নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই-ভনীসকলৰ ঘৰত, দদাই-বৰকাইসকলৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী-জেঠাইসকলৰ ঘৰত অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবি-কাঠীৰ মালিক তোমালোক নিজেই নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত। তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা তাত তোমালোকৰ কোনো অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি ছালাম কৰিবা অভিবাদনস্বৰূপ যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পৱিত্ৰ। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।
.
✍️ref:(24:27)
২৪:২৭
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوتًا غَيْرَ بُيُوتِكُمْ حَتَّىٰ تَسْتَأْنِسُوا وَتُسَلِّمُوا عَلَىٰ أَهْلِهَا ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ لَعَلَّكُمْ تَذَكَّرُونَ
হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতি সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
.
✍️Note:
Food and eating: See verse footnote 2:168. Greeting from God see verse and footnote 6:54.sig.
.
🔴২৪:৬২(💥RULES FOR COMMUNITY MEETINGS)
إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ آمَنُوا بِاللَّهِ وَرَسُولِهِ وَإِذَا كَانُوا مَعَهُ عَلَىٰ أَمْرٍ جَامِعٍ لَمْ يَذْهَبُوا حَتَّىٰ يَسْتَأْذِنُوهُ ۚ إِنَّ الَّذِينَ يَسْتَأْذِنُونَكَ أُولَٰئِكَ الَّذِينَ يُؤْمِنُونَ بِاللَّهِ وَرَسُولِهِ ۚ فَإِذَا اسْتَأْذَنُوكَ لِبَعْضِ شَأْنِهِمْ فَأْذَنْ لِمَنْ شِئْتَ مِنْهُمْ وَاسْتَغْفِرْ لَهُمُ اللَّهَ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
মুমিন📍1 কেৱল সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস📍2 স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ’লে তেওঁৰ অনুমতি নোলোৱাকৈ📍3 গুচি নাযায়; নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে কেৱল তেওঁলোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰত অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ যাক ইচ্ছা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
(📍1-See (al) mu’minūn at 8:2.
📍2-See 58:4 for Qur’anic usage of to believe in.
📍3-Such pronouncements can relate only to a time when the Messenger was alive. The Traditionalist wishes to impose upon statements of a similar type the implication of an obligation binding upon the believer today. Such sleight of hand operates upon the cultic mindset and finds traction in the unwillingness to exercise the intellect on the part of the target.
.
✍️Note:sig.
Consensus(একমত): while Absolute Laws and Permanent Values are fixed, deciding matters by consensus, such as making by-laws, choosing a leader to govern, within the parameters of the Quranic guidance is not only permissible but necessary. See also verses 42:38; 49:2; 58:11; 💥62:9-11.
(see verses in the link:
.
🔴২৪:৬৩
لَا تَجْعَلُوا دُعَاءَ الرَّسُولِ بَيْنَكُمْ كَدُعَاءِ بَعْضِكُمْ بَعْضًا ۚ قَدْ يَعْلَمُ اللَّهُ الَّذِينَ يَتَسَلَّلُونَ مِنْكُمْ لِوَاذًا ۚ فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ يُصِيبَهُمْ عَذَابٌ أَلِيمٌ
তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা; তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি🌀1 মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত🌀2 পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক আক্ৰমণ কৰিব।
.
✍️Note:sam:
🌀1-Arabic: liwādh — furtively, stealthily, surreptitiously. This is the only instance of this root.
🌀2-Arabic: fitnah. See 2:102.
.
✍️Verse/Note:
24:63. And remember; when you receive a call from the center of the Divine System 
(Rasool), do not take it lightly like you would treat your own calls from each other (62:9). 
(Do not be under the impression that if you slip away quietly no one will notice; for) Allah is well aware of those who slip away surreptitiously, ignoring this directive. They should be very careful lest they become involved in some serious trouble which can bring grievous suffering and result in their destruction.pz.
(৬২:৯
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।)
.
✍️Note:
Any requests or decisions made by community leaders deserve the same respect that the messengers as leaders should have been given - provided that they are aligned with Quranic values. The same rules apply now as before. Even those who were with the Messenger were instructed to follow - not to disobey - only his righteous orders. See verses 60:12 and 42:38.sig.
(৬০:১২
يَا أَيُّهَا النَّبِيُّ إِذَا جَاءَكَ الْمُؤْمِنَاتُ يُبَايِعْنَكَ عَلَىٰ أَنْ لَا يُشْرِكْنَ بِاللَّهِ شَيْئًا وَلَا يَسْرِقْنَ وَلَا يَزْنِينَ وَلَا يَقْتُلْنَ أَوْلَادَهُنَّ وَلَا يَأْتِينَ بِبُهْتَانٍ يَفْتَرِينَهُ بَيْنَ أَيْدِيهِنَّ وَأَرْجُلِهِنَّ وَلَا يَعْصِينَكَ فِي مَعْرُوفٍ ۙ فَبَايِعْهُنَّ وَاسْتَغْفِرْ لَهُنَّ اللَّهَ ۖ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকামত তোমাৰ অবাধ্য নহ’ব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
৪২:৩৮
وَالَّذِينَ اسْتَجَابُوا لِرَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।)
.
🔴২৪:৬৪
⬅️أَلَا إِنَّ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ قَدْ يَعْلَمُ مَا أَنْتُمْ عَلَيْهِ وَيَوْمَ يُرْجَعُونَ إِلَيْهِ فَيُنَبِّئُهُمْ بِمَا عَمِلُوا ۗ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; তোমালোকে যি অৱস্থাত আছা সেয়া তেওঁ অৱশ্যে জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ ওভোতাই নিয়া হ’ব, সিহঁতে কি কৰিছিল সেয়া সেইদিনা তেওঁ সিহঁতক জনাই দিব; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
.
✍️Note:sam.
Arabic: alā. See 2:12.
২:১২
⬅️أَلَا إِنَّهُمْ هُمُ الْمُفْسِدُونَ وَلَٰكِنْ لَا يَشْعُرُونَ
সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে অনুধাৱন নকৰে।
.
✍️ref:53:31
৫৩:৩১
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,

..ছুৰা সমাপ্ত ..
।।।
🟨 Word by word meaning:
[24:58] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), let those (Li) your right hands (Ai'maanu-kum') possess (Malakat') and (Wa) those who (Ellaziina) have not (Lam') reached (Yab'lugu') puberty
(El'Huluma) among you (Minkum') request for your authorization (Yas'ta'zinkumu) three (Thalaatha) times(Marraatin); before (Min Qab'li) the Dawn Prayer 1
(Solaatil' Faj'ri) and when (Hiina) you take off (relax)(Tado'uuna) your clothes (Thiyaaba-kum) at (Mina) noon (Ez'Zohiirati) and after (Min Ba'di) the Evening 
Prayer 2
(Solaatil' Eshaai); three (Thalaathu) private times (Åw'raatin) for you (Lakum'). There is no (Lai'sa)blame (Junaahu) on you (Ålai'kum') nor (Walaa) on them (Ålai'him') after these (Ba'dohunna), to circulate
(Towwaafuuna Ålai'kum) around each other (Ba'du-kum' Ålaa Ba'din). Thus (Kazaalika) does GOD clarify (Yubayyinu-llahu) the verses (El'Aayaati) to you (Lakumu); and (Wa) GOD (Ellahu) is Omniscient (Åliimun)
and Wise (Hakiim). 
 
[24:59] And (Wa) when (Izaa) the children (El'At'faalu) among you (Minkumu) reach (Balaga) puberty
(El'Huluma), then let (Fal') them request for authorization (Yas'ta'zinu') just as (Kamaa) those (Ellaziina)
before them (Min Qab'li-him') had requested for authorization (Es'ta'zana). Thus (Kazaalika) does GOD 
clarify (Yubayyinu-llahu) HIS verses (Aayaati-hi) to you (Lakum'); for (Wa) GOD (Ellahu) is Omniscient 
(Åliimun) and Wise (Hakiim). 
 
[24:60] As for (Wa) the foundation (basis) (El'Qawaaedu) of (Mina) women (En'Nisaai) who (Ellatii) are not 
(Laa) expecting (Yar'juuna) marriage (Nikaahan), there (Fa) is no (Lai'sa) blame on them (Junaahun
Ålai'hinna) in case (An) they loosen (relax) (Yado'na) their clothes (Thiyaaba-hunna) without (Gai'ra) decking 
(Mutabarrijaati) with (Bi) adornment (24:31) (Ziinatin), but (Wa) to (An) be modest (Yas'ta'fif'na) is better 
(Khai'run) for them (Lahunna). And (Wa) GOD (Ellahu) is Hearing (Samiiun) and Omniscient (Åliim).
~ 606 ~
[24:61] There is no (Lai'sa) guilt upon (Harajun Ålaa) the blind (El'A'maa) nor (Walaa) guilt upon (Harajun
Ålaa) the crippled (El'A'raji) nor guilt upon (Harajun Ålaa) the sick (El'Mariidi) nor guilt upon (Harajun Ålaa)
yourselves (Anfusi-kum') in case (An) you eat (Ta'kulu') at (Min) your homes 1
(Buyuuti-kum') or (Aw') the 
homes (Buyuuti) of your fathers 2
(Aabaai-kum') or the homes (Buyuuti) of your mothers 3
(Ummahaati-
kum') or the homes (Buyuuti) of your brothers 4
(Ikh'waani-kum') or the homes (Buyuuti) of your sisters 5
(Akhawaati-kum') or the homes (Buyuuti) of your paternal uncles 6
(A'maami-kum') or the homes (Buyuuti)
of your paternal aunts 7
(Åmmaati-kum') or the homes (Buyuuti) of your maternal uncles 8
(Akh'waali-
kum') or the homes (Buyuuti) of your maternal aunts 9
(Khalaati-kum') or of those (Maa) you possess 
(Malak'tum) their keys 10 (Mafaatiha-hu) or your friend’s 11 (Sodiiqi-kum'). There is no (Lai'sa) blame on you 
(Junaahun Ålai'kum) to (An) eat (Ta'kulu') together (Jamii'ån) or (Aw') separately (Ash'taatan). And (Fa) when 
(Izaa) you enter (Dakhal'tum) houses (Buyuutan), then (Fa) greet (Sallimu' Ålaa) yourselves (Anfusi-kum')
with a blessed (Mubaarakatan) and good (Toyyibatan) greeting (6:54) (Tahiyyatan) from GOD (Min' Endi-
llahi). Thus (Kazaalika) does GOD clarify (Yubayyinu-llahu) the verses (El'Aayaati) to you (Lakumu) perhaps 
you (Laållakum) will reason (Ta'qiluun).
~ 607 ~
[24:62] The believers (El'Mu'minuun) are only (Innamaa) those who (Ellaziina) believe (Aamanu') in GOD 
(Billahi) and (Wa) HIS messenger (Rasuuli-hi), and (Wa) when (Izaa) they are (Kaanu') with him (Maåhu)
over (Ålaa) a comprehensive (Jaamien) matter (Am'rin), they do not (Lam') depart (Yaz'habu') until (Hattaa)
they have requested for his authorization (Yas'ta'zinuu-hu). “Indeed (Inna), those who (Ellaziina) request 
for your authorization (s) (Yas'ta'zinuunaka); those (U'laaika) are the ones who (Ellaziina) believe 
(Yu'minuuna) in GOD (Billahi) and HIS messenger (Rasuuli-hi). So (Fa) whenever (Izaa) they request for 
your authorization (s) (Es'ta'zanuu-ka) to (Li) some (Ba'di) of their affair (Sha'ni-him'), thence give 
permission to (Fa’zan Li) whomever (Man) you will (Shi'ta) among them (Min'hum) and (Wa) seek the 
forgiveness (Es'tag'fir') of GOD (Ellaha) for them (Lahumu). Indeed, GOD (Innallaha) is Forgiving (Gafuurun)
and Merciful (Rahiim). 
[24:63] Do not (Laa) render (Taj'ålu') the invitation (Duåå'a) of the Messenger (Er'Rasuuli) among you 
(Bai'nakum') as (Ka) the invitation (Duåå'i) of each other (Ba'di-kum Ba'doan). GOD (Ellahu) already (Qad')
knows (Ya'lamu) those who (Ellaziina) infiltrate (Yatasallaluuna) among you (Minkun') to seek refuge 
(Liwaazan). So let (Fal') those who (Ellaziina) go against (Yukhaalifuuna Ån') his command (Am'ri-hi) beware 
(Yah'zari), lest (An) a trial (Fit'natun) would strike them (Tusiiba-hum') or (Aw') a painful (Aliim)
punishment (Åzaabun) would strike them (Yusiiba-hum'). 
[24:64] Verily (Alaa) indeed (Inna), to GOD belongs (Lillahi) whatever (Maa) is in (Fii) the heavens 
(Es'Samaawaati) and the earth (Wal' Ar'di). HE already (Qad') knows (Ya'lamu) what (Maa) you (Antum') are 
up to (Ålai'hi). And (Wa) the day (Yaw'ma) they will be returned (Yur'jauuna) to HIM (ilai'hi), then (Fa) HE 
will inform them (Yunabbiu-hum) of what (Bimaa) they had done (Åmilu'). For (Wa) GOD (Ellahu) is aware 
of (Åliim Bi) all (Kulli) things (Shai'in).
...End of this Chapter...
.
analysis syedraf, video #muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)