🔴Part-328(24:34-40)An-Noor(Light)
🇮🇳Part-328(24:34-40)An-Noor(Light)
.
🇮🇳মিনি সূচিঃPart-328(24:34-40)An-Noor
২৪:৩৪(সুস্পষ্ট আয়াতসমূহ-৩৫ চাওঁক)
২৪:৩৫✅(ইয়াত আল্লাহক সংজ্ঞায়িত কৰা হোৱা নাই - কাৰণ, যিহেতু "তেওঁৰ দৰে একো নাই"-টোকা)(Advisory’ in 24:34 = God’s Light = Divinely originated Light = Divine Revelation = The Qur'an. 5:15, 42:52)(✅See sp link/notes-2)
২৪:৩৬(buyūt মানে ঘৰ, মছজিদ নহয়। হাদিস ব্যাখ্যাকাৰীয়ে মছজিদ বুলি কয়- টোকা)
২৪:৩৯-৪০(Chasing A Mirage)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔵২৪:৩৪
وَلَقَدْ أَنْزَلْنَا إِلَيْكُمْ آيَاتٍ مُبَيِّنَاتٍ وَمَثَلًا مِنَ الَّذِينَ خَلَوْا مِنْ قَبْلِكُمْ وَمَوْعِظَةً لِلْمُتَّقِينَ
অৱশ্যে আমি তোমালোকৰ ওচৰত অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ* পৰা কিছুমান দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে কিছুমান উপদেশ।
.
✍️ref:43:56
৪৩:৫৬
فَجَعَلْنَاهُمْ سَلَفًا وَمَثَلًا لِلْآخِرِينَ
ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।
.
✍️Muttaqi:link:
.
✍️ Meaning of Ayat:
وَلَقَدْ أَنزَلْنَا إِلَيْكُمْ ايَاتٍ مُّبَيِّنَاتٍ
And indeed We have sent down for you Ayat that make things plain,
meaning, in the Qur'an there are Ayat which are clear and explain matters in detail.
.
🔵২৪:৩৫
۞ اللَّهُ نُورُ السَّمَاوَاتِ وَالْأَرْضِ ۚ مَثَلُ نُورِهِ كَمِشْكَاةٍ فِيهَا مِصْبَاحٌ ۖ الْمِصْبَاحُ فِي زُجَاجَةٍ ۖ الزُّجَاجَةُ كَأَنَّهَا كَوْكَبٌ دُرِّيٌّ يُوقَدُ مِنْ شَجَرَةٍ مُبَارَكَةٍ زَيْتُونَةٍ لَا شَرْقِيَّةٍ وَلَا غَرْبِيَّةٍ يَكَادُ زَيْتُهَا يُضِيءُ وَلَوْ لَمْ تَمْسَسْهُ نَارٌ ۚ نُورٌ عَلَىٰ نُورٍ ۗ يَهْدِي اللَّهُ لِنُورِهِ مَنْ يَشَاءُ ۚ وَيَضْرِبُ اللَّهُ الْأَمْثَالَ لِلنَّاسِ ۗ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ নূৰ, তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ, প্ৰদীপটো এটা কাঁচৰ* আৱৰণৰ মাজত স্থাপিত, কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় যায়তুন গছৰ তেলৰ দ্বাৰা, সেইটো কেৱল পূৱ দিশৰ নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়, জুইয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে, নূৰৰ ওপৰত নূৰ! আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
.
✍️Note-1
Advisory’ in 24:34 = God’s Light = Divinely originated Light = Divine Revelation = The Qur'an. 5:15, 42:52(sa).
(৫:১৫
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।
.
৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,)
.
✍️Note-2
See special notes on 24:35
.
🔵২৪:৩৬
فِي بُيُوتٍ أَذِنَ اللَّهُ أَنْ تُرْفَعَ وَيُذْكَرَ فِيهَا اسْمُهُ يُسَبِّحُ لَهُ فِيهَا بِالْغُدُوِّ وَالْآصَالِ
সেইবোৰ ঘৰত✅ যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা(glorifying HIM (Yusabbihu Lahu))📍 ঘোষণা কৰে,
.
✍️Verse/note:
36. This light of Allah's Wahi illuminates the homes (of Jamaat-ul-Momineen) where
various attributes and directives of Allah are under constant consideration; and whereby they attain high positions in the world. (By always adhering to these Laws) The residents of these homes are (continuously) busy, day and night, establishing and stabilising the Divine System.pz.
.
✍️Verse/note:
24:36 This light-giving lamp (the Qur’an) glows in houses that God has caused to be exalted, that His Name is celebrated in them. In them, His glory is extolled in the mornings and in the evenings.
Note.
The dwellers therein strive to raise His Name day and night(sa).
.
✍️ref:glorifying HIM (Yusabbihu Lahu)📍
See s-b-ḥ root at 2:30.
.
✍️24:36 houses✅
.
🔵২৪:৩৭
رِجَالٌ لَا تُلْهِيهِمْ تِجَارَةٌ وَلَا بَيْعٌ عَنْ ذِكْرِ اللَّهِ وَإِقَامِ الصَّلَاةِ وَإِيتَاءِ الزَّكَاةِ ۙ يَخَافُونَ يَوْمًا تَتَقَلَّبُ فِيهِ الْقُلُوبُ وَالْأَبْصَارُ
সেইসকল লোকে, যিসকলক ব্যৱসায়-বাণিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত✅ কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।
.
✍️Verse/ref:
24:37 (These are not the communities of monks but) they are such that neither business matters nor sale can divert them from the remembrance of God. They keep striving to consolidate the Divine System and set up the Economic Order of Zakaat in the society. They have awesome consciousness of the Day when hearts and eyes will be horrified. [50:20-sa).(50:22-pz).
(৫০:২০-২২
وَنُفِخَ فِي الصُّورِ ۚ ذَٰلِكَ يَوْمُ الْوَعِيدِ
আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।
৫০:২১
وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ
আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
৫০:২২
لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।)
.
🔵২৪:৩৮
لِيَجْزِيَهُمُ اللَّهُ أَحْسَنَ مَا عَمِلُوا وَيَزِيدَهُمْ مِنْ فَضْلِهِ ۗ وَاللَّهُ يَرْزُقُ مَنْ يَشَاءُ بِغَيْرِ حِسَابٍ
তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰষ্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈও বেছি প্ৰদান* কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।(*2:261).pz
✍️Note:
1)-২:২৬১(The Best Investment
=(Cherity)1x7x100=700times).
2)-২:১৬৪=দানৰ কথা কৈ ফুৰা সকলৰ উদাহৰণ আৰু পৰিণতি(কাফিৰ)।
.
🔵২৪:৩৯(Chasing A Mirage)
وَالَّذِينَ كَفَرُوا أَعْمَالُهُمْ كَسَرَابٍ بِقِيعَةٍ يَحْسَبُهُ الظَّمْآنُ مَاءً حَتَّىٰ إِذَا جَاءَهُ لَمْ يَجِدْهُ شَيْئًا وَوَجَدَ اللَّهَ عِنْدَهُ فَوَفَّاهُ حِسَابَهُ ۗ وَاللَّهُ سَرِيعُ الْحِسَابِ
আৰু যিসকলে কুফৰী1* কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাৱে, 2*কিন্তু যেতিয়া সি সেইটোৰ কাষত যায় তাত একোকে নাপায়3*, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ হিচাপ পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
✍️Note/ref:sam.
1*Arabic: alladhīna kafarū. See note to 2:6.
2*Arabic: ḥattā idhā. See 3:152.
3*Lit.: he finds it not something.
(২:৬
إِنَّ الَّذِينَ كَفَرُوا سَوَاءٌ عَلَيْهِمْ أَأَنْذَرْتَهُمْ أَمْ لَمْ تُنْذِرْهُمْ لَا يُؤْمِنُونَ
যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।)
.
🔵২৪:৪০
أَوْ كَظُلُمَاتٍ فِي بَحْرٍ لُجِّيٍّ يَغْشَاهُ مَوْجٌ مِنْ فَوْقِهِ مَوْجٌ مِنْ فَوْقِهِ سَحَابٌ ۚ ظُلُمَاتٌ بَعْضُهَا فَوْقَ بَعْضٍ إِذَا أَخْرَجَ يَدَهُ لَمْ يَكَدْ يَرَاهَا ۗ وَمَنْ لَمْ يَجْعَلِ اللَّهُ لَهُ نُورًا فَمَا لَهُ مِنْ نُورٍ
অথবা* (সিহঁতৰ আমলসমূহ) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰঙ্গ, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপি দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই তাৰ বাবে কোনো নূৰ নাই।
.
✍️Ref*
I.e. the deeds of those who ignore warning (refers back to 24:39).
(see above 24:39).
.
🇮🇳word by word meaning:
[24:34] And (Wa) We have certainly (Laqad) revealed (Anzal'naa) clarified (Mubayyinaatin) verses(Aayaatin) to you (p) (ilai'kum) and (Wa) examples (Mathalan) of (Mina) those who (Ellaziina) passed
(Khalaw') before you (Min Qab'li-kum’) and as (Wa) preachment (Maw'ezotan) for the pious (Lil' Muttaqiin).
24:35] GOD (Ellahu) is the light (Nuuru)* of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di). The example (Mathalu) of HIS light (Nuuri-hi) is like (Ka) a lamp niche (Mish'kaatin) wherein (Fiiha) there is a
lamp (Mis'baahu), a lamp (El'Mis'baahu) in (Fii) a glass (Zujaajatin), a glass (Ez'Zujaajatu) as if it (Ka'anna-haa) were a glittering (Durriyyun) planet (Kaw'kabun) whose fuel (Yuuqadu) is from (Min) a blessed (Mubaarakatin) olive (Zai'tuunatin) tree (Shajaratin), neither (Laa) eastern (Shar'qiyyatin) nor (Walaa)western (Gar'biyyatin), whose oil (Zai'tu-haa) almost (Yakaadu) illuminates (Yudiiu) even though (Walaw')fire (Naarun) has not (Lam') touched it (Tam'sas'hu); there is light (Nuurun) upon (Ålaa) light (Nuurin). GOD
guides (Yah'dii-llahu) whomever (Man) HE wills (Yashaau) to (Li) HIS light (Nuuri-hi). And (Wa) GOD cites (Yad'ribu-llahu) the examples (El'Am'thaala) for the people (Lin' Naasi), for (Wa) GOD (Ellahu) is aware of
(Åliim Bi) all (Kulli) things (Shai'in).
[24:36] (the light) In (Fii) houses (Buyuutin) GOD has permitted (Azina-llahu) to (An) be raised (Tur'faå) and (Wa) commemorate (Yuz'kara) HIS name (Es'mu-hu) therein (Fiiha); glorifying HIM (Yusabbihu Lahu)
therein (Fiiha) in the mornings (Bil'Guduwwi) and before sunsets (Wal' Aasoal) (7:205)
[24:37] by men (Rijaalun)
whom neither (Laa) business (Tijaaratun) nor (Walaa) sale (Bai'un) distracts them
from (Tul'hii-him Ån) the remembrance of GOD (5:91) (Zik'ri-llahi) and (Wa) the establishing (Iqaami) of Prayer (Es'Solaati) and giving (iitaai) of Charity (Ez'Zakaati); fearing (Yukhaafuuna) a day (Yaw'man) in
which (Fiihi) the hearts (El'Quluubu) and the eyesight (Wal' Ab'soar) will be tumbling (Tataqallabu),
[24:38] that (Li) GOD (Ellahu) may recompense them (Yaj'ziya-humu) the best (Ah'sana) of what (Maa)they did (Åmilu') and (Wa) augment them (Yaziida-hum) from (Min) HIS favour (Fad'li-hi). For (Wa) GOD
(Ellahu) bestows (Yar'zuqu) whomever (Man) HE wills (Yashaau) without (Bi-Gai'ri) reckoning (Hisaab).
[24:39] As for (Wa) those who (Ellaziina) have disbelieved (Kafaruu'), their deeds (A'maalu-hum) are like (Ka) a mirage (Saraabi) in (Bi) a bottomland (Qiiåtin) which (-hu) a thirsty person (Ez'Zom'aanu) considers (Yah'sabu-) as water (Maa'an) until (Hattaa), when (Izaa) he reaches it (Jaa'a-hu), he does not (Lam') find
(Yajid'hu) anything (Shai'an) but (Wa) he finds (Wajada) GOD (Ellaha) before him (Endahu) to pay him (Fawaffaa-hu) his account (Hisaaba-hu). And (Wa) GOD (Ellahu) is swift (Sariiu) in reckoning (El'Hisaab).
[24:40] Or (Aw') like (Ka) the darknesses (Zulumaatin) in (Fii) a bottomless (Lujjiyyi) sea (Bah'rin) which is covered by (Yag'shaa-hu) waves (Maw'jun) above it (Min Faw'qi-hi), waves (Maw'jun) above which (MinFaw'qi-hi) are clouds (Sahaabun) of darknesses (Zulumaatu) which are above each other (Ba'du-haa Faw'qa
Ba'din). When (Izaa) he brings forth (Akh'raja) his hand (Yada-hu), he hardly (Lam' Yakad') sees it (Yaraa-haa). And whomever (Waman) GOD (Ellahu) has not (Lam' Lahu) granted (Yaj'åli) light (Nuuran), then (Fa)he will have (Lahu) no (Maa Min) light (Nuur).
।।।।।
🇮🇳বিশ্লেষণ চৈয়দ ৰফিক,ভিডিঅ' #মুক্তাবুল হুছেইন
Comments
Post a Comment