🔴Part-326(24:21-29)An-Noor(Light)
🇮🇳Part-326(24:21-29)An-Noor(Light)
।।।
🇮🇳মিনি সূচিঃPart-326(24:21-29)An-Noor
২৪:২১(তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা।)
২৪:২৩(সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ নকৰিব)
২৪:২৪(যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই (১)জিভা, (২)হাত আৰু সিহঁতৰ (৩)ভৰিয়ে)
২৪:২৫✅(আল্লাহ যিদৰে সুস্পষ্ট সত্য, সেইদৰে তেওঁৰ কিতাপো সুস্পষ্ট -১২:১)
২৪:২৬(সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে।)
২৪:২৭-২৮{অনুমতি নোলোৱাকৈ আৰু ছালাম নিদিয়াকৈ আনৰ ঘৰত প্ৰৱেশ নকৰিবা।Divine Etiquette-ঐশ্বৰিক শিষ্টাচাৰ(Respect Privacy Rights)}
।।।
🇮🇳১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🇮🇳২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
➡️২৪:২১
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ وَمَنْ يَتَّبِعْ خُطُوَاتِ الشَّيْطَانِ فَإِنَّهُ يَأْمُرُ بِالْفَحْشَاءِ وَ*الْمُنْكَرِ ۚ وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ مَا زَكَىٰ مِنْكُمْ مِنْ أَحَدٍ أَبَدًا وَلَٰكِنَّ اللَّهَ يُزَكِّي مَنْ يَشَاءُ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক* অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে নিশ্চয় চয়তানে অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
(*al-munkar, in this and in similar instances, as "all that runs counter to reason-যুক্তিৰ বিপৰীতে চলি থকা সকলোবোৰ").
.
✍️BB-ref:(2:208)*
২:২০৮
يَا أَيُّهَا الَّذِينَ آمَنُوا ادْخُلُوا فِي السِّلْمِ كَافَّةً وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
.
✍️Note/ref:
Pure: (Arabic: zakaa). Purity is an essential condition to help an individual grow, develop and progress. See verse 2:43.sig.
(২:৪৩
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
আৰু তোমালোকে চালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা )
.
➡️২৪:২২
وَلَا يَأْتَلِ أُولُو الْفَضْلِ مِنْكُمْ وَالسَّعَةِ أَنْ يُؤْتُوا أُولِي الْقُرْبَىٰ وَالْمَسَاكِينَ وَالْمُهَاجِرِينَ فِي سَبِيلِ اللَّهِ ۖ وَلْيَعْفُوا وَلْيَصْفَحُوا ۗ أَلَا تُحِبُّونَ أَنْ يَغْفِرَ اللَّهُ لَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
আৰু তোমালোকৰ মাজত যিসকল ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী তেওঁলোকে যেন এইবুলি শপত গ্ৰহণ নকৰে যে, সিহঁতে আত্মীয়-স্বজন, অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰীসকলক একোৱে প্ৰদান নকৰিব; তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰে। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক ক্ষমা কৰক? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Note/ref:
Development of the ‘self’ takes place by respecting the Moral Values, and helping people with wealth and persons. 2:232,
4:49, 9:103, 24:21, 24:30, 53:32, 91:9,
92:18(sa).
.
✍️Note/ref:
Tolerance and understanding is advocated at all times by God. A good example is the best weapon against evil and corrupt people. By applying this guidance individuals can excel in being good examples. See verse 16:125. Social Welfare and helping those in need is a duty for every individual. This spending on social welfare is not an act of charity but a right to be given to all those entitled to it. See verses 2:215; 21:112.sig.
.
➡️২৪:২৩
إِنَّ الَّذِينَ يَرْمُونَ الْمُحْصَنَاتِ الْغَافِلَاتِ الْمُؤْمِنَاتِ لُعِنُوا فِي الدُّنْيَا وَالْآخِرَةِ وَلَهُمْ عَذَابٌ عَظِيمٌ
যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।
.
✍️Verse/Note/ref:
23. (Although human relations demand benevolence, the provisions of law demand
justice under all circumstances. And the law is that) Whosoever accuses chaste women who even in their dreams would not think of such lewd acts, should be deprived of civic rights (in addition to receiving the punishment mentioned in 29:4).Furthermore they will be punished in the hereafter. (But they will not be deprived of their rights which they were enjoying as human beings. The accused or convict is after all a human being. He should not be deprived
of those rights.)
(২৯:৪
أَمْ حَسِبَ الَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ أَنْ يَسْبِقُونَا ۚ سَاءَ مَا يَحْكُمُونَ
অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাৱিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!)
.
➡️২৪:২৪
يَوْمَ تَشْهَدُ عَلَيْهِمْ أَلْسِنَتُهُمْ وَأَيْدِيهِمْ وَأَرْجُلُهُمْ بِمَا كَانُوا يَعْمَلُونَ
যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই (১)জিভা, (২)হাত আৰু সিহঁতৰ (৩)ভৰিয়ে--
.
➡️২৪:২৫
يَوْمَئِذٍ يُوَفِّيهِمُ اللَّهُ دِينَهُمُ الْحَقَّ وَيَعْلَمُونَ أَنَّ اللَّهَ هُوَ الْحَقُّ الْمُبِينُ
সেইদিনা আল্লাহে সিহঁতৰ হক্ক তথা প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানি লব যে, আল্লাহেই সুস্পষ্ট সত্য।
.
✍️BB-ref:(22:6)
.
✍️Verse/note:
24:25 On that day God will pay them in full their just due, and they will come to know that God alone is the Ultimate Truth, manifest, and manifesting [the true nature of all that has ever been done].
Note.
Google translate no guarantee:
মুবিন বিশেষণে অন্তর্নিহিত দ্বৈত অর্থ ("প্রকাশিত" এবং "প্রকাশিত") সম্পর্কে, 12:1 দেখুন; ঈশ্বরের আল-হক্ককে "চূড়ান্ত সত্য" হিসাবে উল্লেখ করার জন্য, 20:114 দেখুন। এই বিশেষ উদাহরণে, মুবিনের সক্রিয় রূপ ("উদ্ভাসিত") দৃশ্যত ঈশ্বরের প্রকাশের সাথে, বিচারের দিনে, মানুষের ক্রিয়াকলাপের প্রকৃত প্রকৃতির সাথে সম্পর্কিত এবং এইভাবে, এই অনুচ্ছেদটি উল্লেখ করে সেই পাপের বিশালতার সাথে।
Regarding the double meaning ("manifest'' and "manifesting") inherent in the adjective mubin, see on 12:1; for God's attribute al-haqq as "the Ultimate Truth", see on 20:114. In this particular instance, the active form of mubin ("manifesting") apparently relates to Gods revelation, on Judgment Day, of the true nature of man's actions and, thus, of the enormity of the sin to which this passage refers.(as).
(১২:১
الر ۚ تِلْكَ آيَاتُ الْكِتَابِ الْمُبِينِ
আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
.
২০:১১৪
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।)
.
➡️২৪:২৬
الْخَبِيثَاتُ لِلْخَبِيثِينَ وَالْخَبِيثُونَ لِلْخَبِيثَاتِ ۖ وَالطَّيِّبَاتُ لِلطَّيِّبِينَ وَالطَّيِّبُونَ لِلطَّيِّبَاتِ ۚ أُولَٰئِكَ مُبَرَّءُونَ مِمَّا يَقُولُونَ ۖ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ
দুশ্চৰিত্ৰা নাৰী দুশ্চৰিত্ৰ পুৰুষৰ বাবে, আৰু দুশ্চৰিত্ৰ পুৰুষ দুশ্চৰিত্ৰা নাৰীৰ বাবে; আনহাতে সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে। মানুহে যি কয় সেইবোৰৰ সৈতে তেওঁলোক সম্পৰ্কহীন; তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
.
✍️Ref:
২৪:৩
الزَّانِي لَا يَنْكِحُ إِلَّا زَانِيَةً أَوْ مُشْرِكَةً وَالزَّانِيَةُ لَا يَنْكِحُهَا إِلَّا زَانٍ أَوْ مُشْرِكٌ ۚ وَحُرِّمَ ذَٰلِكَ عَلَى الْمُؤْمِنِينَ
ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰায়; আৰু ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।
.
✍️Verse/note:
24:26 Evil women keep company with evil men, and evil men keep company with evil women. Likewise, men and women of good character are companions to one another (9:71, 112). The latter are innocent of whatever people might say about them. For them is protection and honorable provision.
Note.
Maghfirah = Forgiveness = Protection = Guarding against detriment(sa).
(৯:৭১
وَالْمُؤْمِنُونَ وَالْمُؤْمِنَاتُ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۚ يَأْمُرُونَ بِالْمَعْرُوفِ وَيَنْهَوْنَ عَنِ الْمُنْكَرِ وَيُقِيمُونَ الصَّلَاةَ وَيُؤْتُونَ الزَّكَاةَ وَيُطِيعُونَ اللَّهَ وَرَسُولَهُ ۚ أُولَٰئِكَ سَيَرْحَمُهُمُ اللَّهُ ۗ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
মুমিন পুৰুষ আৰু মুমিনা নাৰী ইজনে সিজনৰ বন্ধু, সিহঁতে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মত বাধা দিয়ে, চালাত কায়েম কৰে যাকাত প্ৰদান কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোককেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৯:১১২
التَّائِبُونَ الْعَابِدُونَ الْحَامِدُونَ السَّائِحُونَ الرَّاكِعُونَ السَّاجِدُونَ الْآمِرُونَ بِالْمَعْرُوفِ وَالنَّاهُونَ عَنِ الْمُنْكَرِ وَالْحَافِظُونَ لِحُدُودِ اللَّهِ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।)
.
✍️Note:
See n 8:4. The reference, in this context, to God's "forgiveness of sins" (maghfirah) is obviously meant to stress the innate weakness of man's nature, which makes him prone to sinning, however good and pure he may be (cf. 4:28).(as).
(৮:৩-৪
الَّذِينَ يُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
যিসকলে ছালাত কায়েম কৰে আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে;
৮:৪
أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ دَرَجَاتٌ عِنْدَ رَبِّهِمْ وَمَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ
তেওঁলোকেই প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদাসমূহ, ক্ষমা আৰু সন্মানজনক জীৱিকা।
.
৪:২৮
يُرِيدُ اللَّهُ أَنْ يُخَفِّفَ عَنْكُمْ ۚ وَخُلِقَ الْإِنْسَانُ ضَعِيفًا
আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বলৰূপে।)
.
➡️২৪:২৭{Divine Etiquette-ঐশ্বৰিক শিষ্টাচাৰ(Respect Privacy Rights)}
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوتًا غَيْرَ بُيُوتِكُمْ حَتَّىٰ تَسْتَأْنِسُوا وَتُسَلِّمُوا عَلَىٰ أَهْلِهَا ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ لَعَلَّكُمْ تَذَكَّرُونَ
হে মুমিনসকল📍! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতি সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
.
✍️Note:
Arabic: 📍alladhīna āmanū. See 2:257.sam.
২:২৫৭
اللَّهُ وَلِيُّ الَّذِينَ آمَنُوا يُخْرِجُهُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۖ وَالَّذِينَ كَفَرُوا أَوْلِيَاؤُهُمُ الطَّاغُوتُ يُخْرِجُونَهُمْ مِنَ النُّورِ إِلَى الظُّلُمَاتِ ۗ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব।
.
➡️২৪:২৮
فَإِنْ لَمْ تَجِدُوا فِيهَا أَحَدًا فَلَا تَدْخُلُوهَا حَتَّىٰ يُؤْذَنَ لَكُمْ ۖ وَإِنْ قِيلَ لَكُمُ ارْجِعُوا فَارْجِعُوا ۖ هُوَ أَزْكَىٰ لَكُمْ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ
এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱালৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয়, ‘উভতি যোৱা’, তেন্তে তোমালোকে উভতি যাবা, এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
.
➡️২৪:২৯
لَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَدْخُلُوا بُيُوتًا غَيْرَ مَسْكُونَةٍ فِيهَا مَتَاعٌ لَكُمْ ۚ وَاللَّهُ يَعْلَمُ مَا تُبْدُونَ وَمَا تَكْتُمُونَ
যি ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ-সামগ্ৰী থাকিলে অথবা উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে প্ৰৱেশ কৰাত কোনো পাপ নহ’ব। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।
.
✍️Note:
"অবাসিত ঘৰ য'ত আপোনাৰ বাবে ব্যৱহাৰৰ বস্তু (মাতা) আছে"। এইটো কম বেছি পৰিমাণে ৰাজহুৱা প্ৰকৃতিৰ অট্টালিকা বা চৌহদৰ সৈতে জড়িত, যেনে থানা, দোকান, প্ৰশাসনিক কাৰ্যালয়, ৰাজহুৱা স্নান আদিৰ লগতে প্ৰাচীন ধ্বংসাৱশেষৰ সৈতেও জড়িত।
।।।
🇮🇳WORD BY WORD MEANING:
[24:21] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) follow (Tattabiu') the steps (2:208)
(Khutuwaati) of the devil (Es'Shai'toani). And (Wa) whoever (Man) follows (Yattabi') the steps (Khutuwaati) of
the devil (Es'Shai'toani), then (Fa) he (Innahu) calls for (Ya'muru Bi) obscenity (El'Fah'shaai) and abomination
(Wal' Munkari). And (Wa) if not for (Law' Laa) the favour of GOD (Fad'lu-llahi) and (Wa) HIS mercy
(Rah'matu-hu) upon you (the believers) (Ålai'kum), none (Maa Min' Ahadin) of you (Minkum) would ever
(Abadan) be pure (Zakaa), but (Walakinna) GOD (Ellahu) purifies (Yuzakkii) whomever (Man) HE wills
(Yashaau), for (Wa) GOD (Ellahu) is Hearing (Samiiu) and Omniscient (Åliim).
[24:22] And (Wa) let not (Laa) those (U'lu') of superiority (El'Fad'li) and (Wa) abundance (Es'Saåti) among
you (Minkum) desist (Ya'tali) from (An) giving (Yu'tuu') the relatives (U'liil' Qur'baa), the poor people
(El'Masaakiina) and the emigrants (Wal' Muhaajiriina) in (Fii) the way of GOD (Sabiili-llahi), but let (Wal')
them excuse (Ya'fu') and let (Wal') them pardon (Yas'fahuu'). Would you not (Ala) like (Tahibbuuna) that
(An) GOD (Ellahu) should forgive you (Yag'fira Lakum)? And (Wa) GOD (Ellahu) is Forgiving (Gafuurun)
and Merciful (Rahiim).
[24:23] Indeed (Inna), those who (Ellaziina) accuse (Yar'muuna) the chaste (El'Muh'sonaati), unaware
(El'Gaafilaati) believing women (El'Mu'minaati) are cursed (Luenu') in (Fii) the world (Ed'Dun'ya) and the
hereafter (Wal' Aakhirati), and (Wa) they will have (Lahum) a terrible (Åziim) punishment (Åzaabun).
[24:24] The day (Yaw'ma) their tongues 1
(Al'sinatu-hum), their hands 2
(Ai'dii-him) and (Wa) their legs 3
(Ar'julu-hum) will testify (Tash'hadu) against them (Ålai'him) for what (Bimaa) they have been (Kaanu')doing (Ya'maluun),
[24:25] on that day (Yaw'maizin), GOD (Ellahu) will fulfil (Yuwaffii-himu) their judgement (Diina-humu)
in truth (El'Haqqa), and (Wa) they will know (Ya'lamuuna) that GOD (Annallaha) is (Huwa) the Clear
(El'Mubiin) Truth (El'Haqqu). (22:6)
[24:26] The bad women (El'Khabiithaatu) are for the bad men (Lil' Khabiithiina), and the bad men (Wal'
Khabiithuuna) are for the bad women (Lil' Khabiithaati). And (Wa) the good women (Ettoyyibaatu) are for
the good men (Lit' Toyyibiina), and the good men (Ettoyyibuuna) are for the good women (Lit' Toyyibaati).
Those (the good) (U'laaika) are cleared (Mubarra'uuna) of what (Mimmaa) they say (Yaquuluuna). They will
have (Lahum) forgiveness (Mag'firatun) and (Wa) honourable (Kariim) sustenance (Riz'qun).
[24:27] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) enter (Tad'khulu') houses
(Buyuutan) other than (Gai'ra) your houses (Buyuuti-kum’) until (Hattaa) you are polite (Tas'ta'nisu') and
(Wa) greeted (Tusallimu' Ålaa) their people (Ah'li-haa). That (Zaalikum) is better (Khai'run) for you (Lahum);
perhaps you (Laållakum) will take heed (Tazakkaruun).
[24:28] And (Fa) if (In) you do not (Lam') find (Tajidu') anyone (Ahadan) therein (Fiihaa), then (Fa) do not
(Laa) enter them (Tad'khuluu-haa) until (Hattaa) you are permitted (Yu'zana Lakum). And (Wa) if (In) you
are told (Qiila Lakumu), "Go back (Er'jiu')," then (Fa) go back (Er'jiu'). It (Huwa) is more vindicative (Az'kaa)
for you (Lakum). And (Wa) GOD (Ellahu) is aware (Åliim) of what (Bimaa) you do (Ta'maluuna).
[24:29] There is no (Lai'sa) blame on you (Janaahun Ålai'kum) to (An) enter (Tad'khulu') uninhabited (Gai'ra
Mas'kuunatin) houses (Buyuutan) wherein (Fiihaa) are belongings (Mataa'un) for you (Lakum). And (Wa)
GOD (Ellahu) knows (Ya'lamu) what (Maa) you manifest (Tub'duuna) and what (Wamaa) you conceal
(Tak'tumuun).
.
Analysis syedraf, video #muktabulhussain Muktabul Hussain
Comments
Post a Comment