🌀✅৫৫
✅532-533-মিনি সূচিঃPart-532-533(55:01-04)(05-13)
Ar-Rahmaan(Most gracious)
৫৫:১-৪(আগ-কথা চাব-✅DO WE NEED SCHOLARS TO UNDERSTAND THE QURAN? WHO IS THE TEACHER?(55:1-4)
৫৫:৫-৬(সূৰ্য চন্দ্ৰ তৃণলতা বৃক্ষাদিয়ে আল্লাহৰ হুকুম মানি চলে। চাজদাৰ সূত্ৰ লিংকত চাব)
৫৫:৮(তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা)
৫৫:১৩(এতেকে তোমালোক উভয়ে(মানব আৰু জিন) তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?)
.
✅534-মিনি সূচিঃPart-534(55:(13)14-20)Ar-Rahmaan
৫৫:১৩✅(...উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?-বিশেষ টোকাৰ লিংক চাব)
৫৫:১৪(The Creation of Humans and Jinns)
৫৫:১৭(আল্লাহেই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক)
৫৫:১৯-২০{আল্লাহে দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া-টোকা চাব}
.
✅535-মিনি সূচিঃPart-535(55:21-34)Ar-Rahmaan
৫৫:২১(এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?-টোকা চাব)
৫৫:২৪("পাহাৰৰ দৰে সাগৰত" আল্লাহৰ নিদৰ্শনাৱলীৰ(آيَاتِهِ) মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ-টোকা আছে)
৫৫:২৭(ref:তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্তাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা)
৫৫:২৯(আল্লাহ মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত)
৫৫:৩৩(ছেমৰ মতে-'স্পেচ'উদ্যোগটো প্ৰৱঞ্চনামূলক,
Note by sam)
.
✅536-মিনি সূচিঃPart-536(55:35-45)Ar-Rahmaan
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো ✔️(آلَاءِ)অনুগ্ৰহ/শাস্তি অস্বীকাৰ কৰিবা?-৩১বাৰ পুনৰাবৃত্তি হৈছে।
৫৫:৩৫-৪৫(সেইদিনাঃ দুজখৰ গলিত পিতলৰ অগ্নিশিখা, আকাশ বিদীৰ্ণ হ’ব, কোনো অজুহাত পেচ কৰিব নোৱাৰিব, সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই জিভা হাত আৰু ভৰিয়ে, অপৰাধীবোৰক
আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব,সিহঁতে জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘূৰি থাকিব।এইয়াই সেই জহান্নাম, তোমালোকে অস্বীকাৰ কৰিছিলা?
.
✅537-মিনি সূচিঃPart-537(55:46-78)Ar-Rahmaan
৫৫:৪৬-৭৮(আল্লাহক যেনেকৈ ভয় কৰিব লাগে তেনেকৈ ভয় কৰিলে অৰ্থাৎ উত্তম কামৰ সৈতে তাক্কৱা অবলম্বন কৰিলে ইহকাল আৰু পৰকালত দুখন চিৰ সতেজ "সেউজীয়া" জান্নাত অৰ্থাৎ বহু জান্নাত-৫৫:৬২ পাব)-see v.imp link)
৫৫:৬০(উত্তম কামৰ প্ৰতিদান উত্তম: কোনবোৰ উত্তম কাম?-টোকা চাব)
৫৫:৭২(হূৰসকলৰ(which is both masculine and feminine) বিষয়ে লিংকত চাব)
✅✅✅ Chapter end✅✅✅
Comments
Post a Comment