🔰Parts-487-488(47:01-07)Muhammad
✔️Part-Dual Parts 487-488(47:01-07)Muhammad
✔️Video- Two videos togather:
487(01-03)=https://youtu.be/CObOlLIpRZQ
488(04-07)=https://youtu.be/I5DIses43jg
.____________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
৪৭:"ছুৰা মুহাম্মদ"ৰ ০১-০৭ৰ কিছু কথা:
।।।
🔴১)-নবী মহম্মদৰ (আ:ছা:) নামেৰে এই ছুৰাৰ নামাকৰণ কৰা হৈছে।
গোটেই কোৰআনত মুঠ চাৰিবাৰ "মুহাম্মদ"ৰ নামটো আহিছে।(see sig note at 47:2) যেনেঃ
১)-৩:১৪৪,২)-৩৩:৪০,৩)-৪৮:২৯,৪)-৪৭:২
আৰু এবাৰ আহিছে "আহমদ" হিচাপে(৬১:৬)। কিন্তু...see more below link.
🟢২)-ঢাল তৰোৱাল বন্দুক আদিৰে যুদ্ধ কৰি ইছলাম গ্ৰহণ কৰোৱাবলৈ আল্লাহে কোৱা নাই।
[(দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই(لَا إِكْرَاهَ فِي الدِّينِ)-২:২৫৬- https://bit.ly/3I1YEB3]
গতিকে কোৰআনৰ নবী মহম্মদে(আ:ছা:) ইছলাম প্ৰচাৰৰ বাবে এখনো যুদ্ধ কৰা নাছিল। কোনোবাই আক্ৰমণ কৰিলে প্ৰতিৰক্ষাৰ বাবে সাজুহৈ থকাতো সুকিয়া কথা। বিখ্যাত ওহুদ যুদ্ধৰ লগত মহম্মদৰ কোনো সম্পৰ্ক নাই। Read More...Link:
⬇️
একেদৰেই ভেজাল তথাকথিত হাদিসত লুটুৰি পুতুৰি হোৱা কিছুলোকে কোৰআনত নাথাকিলেও ইছলাম ৰক্ষাৰ বাবে কৰা কৰা জেহাদক যুদ্ধলৈ ৰূপান্তৰ কৰে,যেনে ৯:২৫, য'ত "হুনাইন" শব্দৰ লগত যুদ্ধ নিজে সংযুক্ত কৰি "হুনাইনৰ যুদ্ধ" বনাই দি অস্ত্ৰ সস্ত্ৰৰে যনজনাই দিয়ে। আমাৰ প্ৰকাশিত ১৭৫ নং খণ্ডৰ ভিডিঅ'ৰ কমেণ্ট চাব: https://youtu.be/JaYw0MKk5Fw
.___________________________________________
মিনি সূচিঃPart-Dual Parts 487-488(47:01-07)Muhammad
(৪৭:"ছুৰা মুহাম্মদ"ৰ ০১-০৭ৰ কিছু কথা)
৪৭:০১-০৩(যিসকলে কোৰআনৰ বাহিৰত আমল কৰে তেওঁলোকৰ অৱস্থাৰ কথাৰ বাবে ৪৭:০১- Note-2️⃣ চাওঁক)
৪৭:৪-৫(🩸এই চিহ্নিত থকা শব্দ ব্যৱহাৰৰ একমাত্ৰ কাৰণ হৈছে অনুবাদকাৰীৰ মনত আছে শৰীৰৰ শিৰাই শিৰাই সুমাই থকা মানুহে তৈয়াৰ কৰা মছলা। তেওঁলোকৰ মনত যুদ্ধৰ কথাটো মনলৈ অহাৰ বাবেই এনে ভয়ংকৰ অনুবাদ কৰে। তেওঁলোকৰ মন মগজুত সুমাই আছে এইবোৰ।
কিন্তু আচৰিত ভাৱে কোৰআনত বদৰৰ যুদ্ধৰ নাম নিচান নাই। তেওঁলোকে ৩:১২৩ আয়াতৰ বদৰ শব্দৰ লগত মুছলিম হাদিসৰ হাদিস ফিট কৰি দিছে: ওপৰৰ 🟢এই চিহ্নিৰ লিংকত বিচাৰি চাওঁক।)
।।।
"..যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত🩸 মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত🩸 কৰিবা, ;(৪৭:৪)
-ঘাৰত মানে ডিঙীত জাঠি বা তৰুৱালে আঘাট কৰিলে সেইটো আৰু জীয়াই থাকিবনে? এনে হ'লে ৪৭:৫ত আল্লাহে তেওঁলোকক পথনিৰ্দেশ দিবলৈ জীয়াই নাথাকিব। আচলতে এইবোৰ ভুল অনুবাদ)
.___________________________________________
.___________________________________________
🔘৪৭:১
الَّذِينَ كَفَرُوا✔️ وَصَدُّوا عَنْ➡️ سَبِيلِ اللَّهِ أَضَلَّ أَعْمَالَهُمْ
যিসকলে কুফৰী✔️ কৰিছে আৰু আনক আল্লাহৰ পথৰ পৰা নিবৃত্ত⬅️ কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
.
✍️Note:sam:➡️,✔️= press link:
.
✍️Verse/Note-1️⃣
47:1 AS FOR THOSE who are bent on denying the truth and on barring [others] from the path of God - all their [good] deeds will He let go to waste;
Note-2️⃣
I.e., whatever good deeds they may do will be so completely outweighed by the above mentioned sin that they will amount to nothing on the Day of Judgment. (See also note 9 below.) The above verse connects with the last sentence of the preceding surah, "Will, then, any be [really] destroyed save iniquitous folk?"
(Google translate no guarantee:
অৰ্থাৎ তেওঁলোকে যি ভাল কাম কৰিব পাৰে, সেইবোৰ ওপৰত উল্লেখ কৰা পাপটোৱে ইমানেই সম্পূৰ্ণৰূপে আগুৰি ধৰিব যে বিচাৰৰ দিনা সেইবোৰৰ মূল্য একোৱেই নহ’ব। (তলত ৯ নং টোকাটোও চাওক।) ওপৰৰ আয়াতটোৱে পূৰ্বৰ চুৰাটোৰ শেষ বাক্যটোৰ🔺 সৈতে সংযোগ স্থাপন কৰিছে, "তেন্তে, অধৰ্মী লোকৰ বাহিৰে আন কোনোবাই [সঁচাকৈয়ে] ধ্বংস হ'বনে?")
(🔺find the verse/notes 46:35-link:
.___________________________________________
🔘৪৭:২
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَآمَنُوا بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ الْحَقُّ مِنْ رَبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّئَاتِهِمْ وَأَصْلَحَ بَالَهُمْ
আৰু যিসকলে ঈমান🪷 আনিছে, সৎকৰ্ম🪷 কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে🌱 তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য*, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ** সংশোধন কৰিব।
(🌱Qoul e Rasool, Ruh, Jibril-MS:
(🪷 (A)Good doers(مُحْسِنِينَ) with (B)Do-Don't in Quran (C)Video of A’maal Saaleh(righteous deeds):
.
✍️BB-ref:(3:60)*(47:5)**
৩:৬০
الْحَقُّ مِنْ رَبِّكَ فَلَا تَكُنْ مِنَ الْمُمْتَرِينَ
(এইটো) তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য, গতিকে তুমি সন্দেহকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
(২:১৪৭
الْحَقُّ مِنْ رَبِّكَ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।)
.
✍️Note:
Muhammad: Praiseworthy - because of his exemplary character. (Arabic: muhammadin. Root: H'M'D. Derivatives: hamd, hamida, hamid, ahmad, muhammadun). This verse reads: "Those who believe and work righteousness and believe in what was sent down to the praiseworthy...". 'The word 'muhammad' (with a small 'm') is not necessarily a proper name but like many words can be used as such, however, this is not the case in the Quran where it is always used as an adjective. It is clear that God did not use the messenger's name throughout the Quran despite him being the recipient of the revelation. The messenger's role, like messengers before him, was the perfect
delivery of the complete and intact message and being an example to his people by following God's guidance. See verses 3:144; 33:40; 48:29; 61:6. See also 5:67; 43:43; 72:27-18 & 46:35.(sig).
.___________________________________________
🔘৪৭:৩
ذَٰلِكَ بِأَنَّ➡️ الَّذِينَ كَفَرُوا اتَّبَعُوا الْبَاطِلَ وَأَنَّ الَّذِينَ آمَنُوا اتَّبَعُوا الْحَقَّ* مِنْ رَبِّهِمْ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ لِلنَّاسِ أَمْثَالَهُمْ⛰️
এইটো এইকাৰণে যে⬅️, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ* অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থান কৰে।
.
✍️Arabic: ➡️dhālika bianna. See note to 22:6 and Notepad XIV. Press link:
(22:30, 22:32, and 22:60)
.
✍️BB-ref:(10:32)*
১০:৩২
فَذَٰلِكُمُ اللَّهُ رَبُّكُمُ الْحَقُّ ۖ فَمَاذَا بَعْدَ الْحَقِّ إِلَّا الضَّلَالُ ۖ فَأَنَّىٰ تُصْرَفُونَ
এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?
(*al haqq-الْحَقَّ= https://bit.ly/3I2s0PI)
.
✍️Note-as
"their parables" (amthalahum):
In a broader perspective, this interpretation takes into account the parabolic nature not only of the above sentence but also of many other Quranic statements relating to men's spiritual conditions and destinies in this world as well as in the life to come.
(Google translate no guarantee:
"তেওঁলোকৰ দৃষ্টান্ত" (আমথালাহুম):
বহল দৃষ্টিকোণৰ পৰা এই ব্যাখ্যাত কেৱল ওপৰৰ বাক্যটোৰেই নহয়, এই পৃথিৱীৰ লগতে আগন্তুক জীৱনতো মানুহৰ আধ্যাত্মিক অৱস্থা আৰু ভাগ্যৰ সৈতে জড়িত আন বহুতো কোৰআনৰ বক্তব্যৰ প্যাৰাবলিক স্বৰূপৰ প্ৰতি লক্ষ্য ৰখা হৈছে।)
.___________________________________________
🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼🤼
.___________________________________________
🔘৪৭:৪
فَإِذَا لَقِيتُمُ الَّذِينَ كَفَرُوا فَضَرْبَ الرِّقَابِ حَتَّىٰ إِذَا أَثْخَنْتُمُوهُمْ فَشُدُّوا الْوَثَاقَ فَإِمَّا مَنًّا بَعْدُ وَإِمَّا فِدَاءً حَتَّىٰ تَضَعَ الْحَرْبُ أَوْزَارَهَا ۚ ذَٰلِكَ وَلَوْ يَشَاءُ اللَّهُ لَانْتَصَرَ مِنْهُمْ وَلَٰكِنْ لِيَبْلُوَ بَعْضَكُمْ بِبَعْضٍ ۗ وَالَّذِينَ قُتِلُوا فِي سَبِيلِ اللَّهِ فَلَنْ يُضِلَّ أَعْمَالَهُمْ
এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত🩸 মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত🩸 কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত🩸 কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধিবা🩸; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ। যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ🩸) নমাই নথয়। এইদৰেই, আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত* নিহত হয় তেওঁ কেতিয়া তেওঁলোকৰ আমল বিনষ্ট হ’ব নিদিয়ে।
( শব্দই শব্দই শুদ্ধ অনুবাদ:
So when you meet those who disbelieve, then strike the necks until when you have subdued them, then bind firmly the bond, then either a favor afterwards or ransom until lays down the war its burdens. That. And if had willed Allah surely, He could have taken retribution from them, but to test some of you with others. And those who are killed in (the) way (of) Allah, then never He will cause to be lost their deeds.
(🩸এই চিহ্নিত থকা শব্দ ব্যৱহাৰৰ একমাত্ৰ কাৰণ হৈছে অনুবাদকাৰীৰ মনত আছে শৰীৰৰ শিৰাই শিৰাই সুমাই থকা মানুহে তৈয়াৰ কৰা মছলা। তেওঁলোকৰ মনত যুদ্ধৰ কথাটো মনলৈ অহাৰ বাবেই এনে ভয়ংকৰ অনুবাদ কৰে। তেওঁলোকৰ মন মগজুত সুমাই আছে এইবোৰ: লিংক:
কিন্তু আচৰিত ভাৱে কোৰআনত বদৰৰ যুদ্ধৰ নাম নিচান নাই। তেওঁলোকে ৩:১২৩ আয়াতৰ বদৰ শব্দৰ লগত মুছলিম হাদিসৰ হাদিস ফিট কৰি দিছে: ওপৰৰ 🟢এই চিহ্নিৰ লিংকত বিচাৰি চাওঁক।
।।।
[(1)-47:4-(Haa-Ra-Ba=الْحَرْبُ l-ḥarbu =
Root Meaning=War/battle/conflict/)
(2)-9:107- same Root of ḥāraba=
"...ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল(warred)..."।
আল্লাহৰ লগত ঢাল তৰোৱাল লৈ কেনেকৈ যুদ্ধ কৰে? গতিকে Haa-Ra-Ba যুক্ত(الْحَرْبُ) শব্দ দেখিলেই ঢাল তৰোৱাল বন্দুকলৈ যুদ্ধ কৰা নুবুজাই।
শব্দৰ অৰ্থ নিৰুপন কৰা হয় contex আৰু content ৰ দ্বাৰা।
।।।
৮:৬৭(Slavery Prohibited).
.
✍️BB-(61:11)*
61:11 That you put your faith in God and His Messenger and strive in the cause of God with your wealth and persons. This is for your own good, if you but knew. [9:111💥]
(💥9:111(Allah has purchased the Souls and Wealth of the Believers in Return for Paradise:
.___________________________________________
🔘৪৭:৫
سَيَهْدِيهِمْ وَيُصْلِحُ بَالَهُمْ
অনতিপলমে তেওঁ তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
.___________________________________________
🔘৪৭:৬
وَيُدْخِلُهُمُ الْجَنَّةَ عَرَّفَهَا لَهُمْ
আৰু তেওঁ তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।
.___________________________________________
🔘৪৭:৭
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تَنْصُرُوا اللَّهَ يَنْصُرْكُمْ وَيُثَبِّتْ أَقْدَامَكُمْ
হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ়* কৰিব।
.
✍️BB-ref:(8:11)*
৮:১১
إِذْ يُغَشِّيكُمُ النُّعَاسَ أَمَنَةً مِنْهُ وَيُنَزِّلُ عَلَيْكُمْ مِنَ السَّمَاءِ مَاءً لِيُطَهِّرَكُمْ بِهِ وَيُذْهِبَ عَنْكُمْ رِجْزَ الشَّيْطَانِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ الْأَقْدَامَ
স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।
(find 8:11 in the link:
.
✍️Verse/Note:
47:7 O You who have chosen to be graced with belief! If you help God, He will help you and He will strengthen your foothold.
Note.
Helping God indicates that His servants must take the first step(sa).
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[47:1] Those who (Ellaziina) disbelieve (Kafaru') and (Wa) turn away from (Soddu' Ån) the way of GOD
(Sabiili-llahi), their deeds (A'maala-hum’) are in vain (Adolla).
[47:2] As for (Wa) those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati)
and (Wa) believe (Aamanu') in what (Bimaa) was revealed to (Nuzzila Ålaa) Mohammed (Muhammadin)*,
(Wa) which (Huwa) is the truth (3:60) (El'Haqqu) from (Min) their LORD (Rabbi-him’), HE will atone (Kaffara)
their bad deeds (Sayyiaati-him) for them (Ån'hum) and improve (As'laha) their situation (47:5) (Baala-hum’).
[47:3] That (Zaalika) is because (Bi’anna) those who (Ellaziina) disbelieve (Kafaru') follow (Ettabau')
falsehood (El'Baatila) and (Wa) that (Anna) those who (Ellaziina) believe (Aamanu') follow (Ettabau') the
truth (10:32) (El'Haqqa) from (Min) their LORD (Rabbi-him’). Thus (Kazaalika) does GOD cite (Yad'ribu-llahu)
to the people (Lin' Naasi) their examples (Am'thaala-hum’).
______________________
[47:4] Therefore (Fa) when (Izaa) you encounter (Laqiitumu) those who (Ellaziina) disbelieve (Kafaru'), then
(Fa) strike (Dor'ba) their necks (Er'Riqaabi) until (Hattaa), when (Izaa) you have weakened them
(Ath'khantumuu-hum’), then (Fa) tighten (Shuddu') the shackles(compact bond-দৃঢ় বন্ধন) (cuffs) (El'Wathaaqa), and (Fa) either (Imma)
favour (Manna) afterwards (Ba'du) or (
Wa Immaa) ransom (Fidaa'an) until (Hattaa) the war (El'Har'bu)
disappears (Tadoå) or (Aw') burden them (Zaara-ha). That (Zaalika), and if (Law') GOD (Ellahu) had willed
(Yashaau), HE could have (La) had vengeance on them (Entasora Min'hum), but (Walaakin) it is to (Li) test
(Yab'luwa') you against each other (Ba'da-kum Bi Ba'din). And (Wa) those who (Ellaziina) are killed (Qutilu')
in (Fii) the way of GOD (61:11) (Sabiili-llahi), thus (Fa) their deeds (A'maala-hum) will never (Lan) be in vain
(Yudilla).
[47:5] HE will guide them (Sa Yah'dii-him) and (Wa) improve (Yus'lihu) their situation (Baala-hum)
[47:6] and (Wa) admit them (Yud'khilu-humu) into Paradise (El'Jannata), which (-haa) HE has made
known (Årrafa-) to them (Lahum’).
[47:7] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), if (In) you support GOD (Tansuru'llaha),
HE will support you (Yansur'kum) and (Wa) reinforce (Yuthabbit') your foothold (8:11) (Aq'daama-kum’).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 07.02.2023-Naz-villa✔️
🔴Work Progress ~ 81.78%
🟡Approx. Pages~3,484 nos.
⚫Part ~ 487-488~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
___________________________________________
Comments
Post a Comment