🍎Part-504-505(49:10-15)Al-Hujurãt(The Walls)
✔️Part-504-505(49:10-15)Al-Hujurãt(The Walls)
✔️Video- Muktabul Hussain:
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
মিনি সূচিঃPart-504-505(49:10-15)Al-Hujurãt
৪৯:১২(SUSPICION WITHOUT CAUSE IS AN OFFENCE-see link)
৪৯:১৩("হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা।" আকৌ কৈছে:"তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা।"-এইবোৰৰ অৰ্থ-Link)
৪৯:১৪(মুছলিম আৰু মু'মিনৰ(বিশ্বাসী) - পাৰ্থক্য
(Muslim & Mumin)(Arabian/বেদুইন=মূৰ্খ/যাহিল ,এনে লোক বৰ্তমানটো বিদ্যমান।-Note)
৪৯:১৫(অজ্ঞানতাৰ যুগত যুদ্ধ এতিয়া লুটপাত জয়ৰ মাধ্যম নহয়। ইয়াৰ অনুমতি কেৱল নিৰ্যাতনৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ বাবে-লিংকত চাব)
.___________________________________________
🍎৪৯:১০(THE REAL FAMILY)
إِنَّمَا الْمُؤْمِنُونَ إِخْوَةٌ فَأَصْلِحُوا بَيْنَ أَخَوَيْكُمْ ۚ وَاتَّقُوا اللَّهَ لَعَلَّكُمْ تُرْحَمُونَ
মুমিনসকল*1 পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা*2 অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।(See 2-✍️)
.
1-✍️Note:sam:
*1-See note to (al) mu’minūn at 8:2.
(https://bit.ly/3SdaQTe)
*2-See note to al muttaqūn at 2:2.
.
2-✍️Quran depicting all humanity as brethren from Adam/কোরান সমস্ত মানবজাতিকে আদম থেকে ভাই হিসাবে চিত্রিত করেছে:
Some readers commit the logical fallacy called Accent in understanding of this verse, "Those who acknowledge are but brethren…" They read the beginning of the Arabic statement, innama al-muminuna ikhwah, with an emphasis on the first two words rather than on the last word, leading to a mistranslation, "Only believers are brethren," thereby creating contradiction with the verses of the Quran depicting all humanity as brethren from Adam.(edip).
.___________________________________________
🍎৪৯:১১
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا يَسْخَرْ قَوْمٌ مِنْ قَوْمٍ عَسَىٰ أَنْ يَكُونُوا خَيْرًا مِنْهُمْ وَلَا نِسَاءٌ مِنْ نِسَاءٍ عَسَىٰ أَنْ يَكُنَّ خَيْرًا مِنْهُنَّ ۖ وَلَا تَلْمِزُوا أَنْفُسَكُمْ وَلَا تَنَابَزُوا بِالْأَلْقَابِ ۖ بِئْسَ الِاسْمُ الْفُسُوقُ بَعْدَ الْإِيمَانِ ۚ وَمَنْ لَمْ يَتُبْ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ
হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ৰ উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰী সকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰিণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত* বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই যালিম।
.
৬:৮২*
الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ أُولَٰئِكَ لَهُمُ الْأَمْنُ وَهُمْ مُهْتَدُونَ
যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।
.
✍️Note:
Family: As far as God is concerned, those who belong to the same family are not necessarily blood relatives, but are those with common values. That is why those who live by the Permanent
Values according to the Quran are one family. See verses 9:24; 9:113-114; 11:45-49; 19:41-50; 64:14. Gossip: As verse 49:11 shows, gossip, name calling and mocking one another is a wicked
act and not appropriate for those who live by the higher Quranic standard of behaviour.(sig).
.
✍️Ap-refs:
১০৪:১
وَيْلٌ لِكُلِّ هُمَزَةٍ لُمَزَةٍ
দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
.
৬৮:১১
هَمَّازٍ مَشَّاءٍ بِنَمِيمٍ
পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে,
.
৪:২৯
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَأْكُلُوا أَمْوَالَكُمْ بَيْنَكُمْ بِالْبَاطِلِ إِلَّا أَنْ تَكُونَ تِجَارَةً عَنْ تَرَاضٍ مِنْكُمْ ۚ وَلَا تَقْتُلُوا أَنْفُسَكُمْ ۚ إِنَّ اللَّهَ كَانَ بِكُمْ رَحِيمًا
হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিত ব্যৱসায়-বানিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজকে হত্যা (আত্মহত্যা) নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।
.___________________________________________
🍎৪৯:১২(SUSPICION WITHOUT CAUSE IS AN OFFENCE-see link: https://bit.ly/3EuwL2e)
يَا أَيُّهَا الَّذِينَ آمَنُوا اجْتَنِبُوا كَثِيرًا مِنَ الظَّنِّ إِنَّ بَعْضَ الظَّنِّ إِثْمٌ ۖ وَلَا تَجَسَّسُوا وَلَا يَغْتَبْ بَعْضُكُمْ بَعْضًا ۚ أَيُحِبُّ أَحَدُكُمْ أَنْ يَأْكُلَ لَحْمَ أَخِيهِ مَيْتًا فَكَرِهْتُمُوهُ ۚ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ تَوَّابٌ رَحِيمٌ
হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা🌀। নিশ্চয় কিছুমান সন্দেহ পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে সেয়া অপছন্দ কৰা। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।
.
✍️Note:🌀
Suspicion without cause is a gross offence, as is making false accusations. See verses 24:4-20.(sig).(24:19).
(২৪:১৯
إِنَّ الَّذِينَ يُحِبُّونَ أَنْ تَشِيعَ الْفَاحِشَةُ فِي الَّذِينَ آمَنُوا لَهُمْ عَذَابٌ أَلِيمٌ فِي الدُّنْيَا وَالْآخِرَةِ ۚ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।)
.
✍️Ap-ref:
Tajassus, usually harbors ill intentions.
As for Tahassus (inquiring) it is usually done for a good reason.
১২:৮৭
يَا بَنِيَّ اذْهَبُوا فَتَحَسَّسُوا مِنْ يُوسُفَ وَأَخِيهِ وَلَا تَيْأَسُوا مِنْ رَوْحِ اللَّهِ ۖ إِنَّهُ لَا يَيْأَسُ مِنْ رَوْحِ اللَّهِ إِلَّا الْقَوْمُ الْكَافِرُونَ
‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰা আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোক নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।
.___________________________________________
.___________________________________________
🍎৪৯:১৩(THE ONLY CRITERION FOR DISTINGUISHING PEOPLE)
(There is no Superiority of one Sex over another or One Nation over another; the Only Criterion for Superiority is Righteousness)
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.
✍️Note:
This verse unequivocally rejects sexism and racism and reminds us that neither male nor female, neither this race nor that race, is superior to the other. Recognition and appreciation of diversity is an important point in our test. The only measure of superiority is righteousness; being a humble, moral and socially conscientious person who strives to help others. See 4:34; 7:19; 24:61; 30:21; 33:5; 48:17;
60:12.(edip).
.
✍️Ref:as,sa:
৩৯:৬
خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَأَنْزَلَ لَكُمْ مِنَ الْأَنْعَامِ ثَمَانِيَةَ أَزْوَاجٍ ۚ يَخْلُقُكُمْ فِي بُطُونِ أُمَّهَاتِكُمْ خَلْقًا مِنْ بَعْدِ خَلْقٍ فِي ظُلُمَاتٍ ثَلَاثٍ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ لَهُ الْمُلْكُ ۖ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُصْرَفُونَ
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ ৰব; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?
(Pl find the verse/notes of 39:6-link:
.
✍️Note:
People are different. Their colour, culture, language, customs, traditions, food, lifestyle etc.
None of these things are a hindrance to being a good individual who does his or her duty to God. So to consider one race superior or inferior because of these differences is wrong and an offence.(sig).
.___________________________________________
🍎৪৯:১৪(MUSLIM AND MU'MIN)
۞ قَالَتِ الْأَعْرَابُ➡️ آمَنَّا ۖ قُلْ لَمْ تُؤْمِنُوا وَلَٰكِنْ قُولُوا أَسْلَمْنَا وَلَمَّا يَدْخُلِ الْإِيمَانُ فِي قُلُوبِكُمْ ۖ وَإِنْ تُطِيعُوا اللَّهَ وَرَسُولَهُ لَا يَلِتْكُمْ مِنْ أَعْمَالِكُمْ شَيْئًا ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
বেদুইনবিলাকে* কয়, ‘আমি ঈমান আনিলো’। কোৱা, ‘তোমালোকে ঈমান অনা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পন কৰিলো’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
.
✍️মুছলিম আৰু মু'মিনৰ(বিশ্বাসী) - পাৰ্থক্য
(Muslim & Mumin): https://bit.ly/3YTuENE
.
✍️BB-ref:(9:97)
৯:৯৭
الْأَعْرَابُ أَشَدُّ كُفْرًا وَنِفَاقًا وَأَجْدَرُ أَلَّا يَعْلَمُوا حُدُودَ مَا أَنْزَلَ اللَّهُ عَلَىٰ رَسُولِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আ’ৰাব বা মৰুবাসীসকল কুফৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
✍️Note-raf
49:14:➡️Arabian/বেদুইন=মূৰ্খ/যাহিল .....
এনে লোক বৰ্তমানটো বিদ্যমান।
কোৰআনৰ কথা শুনিব নিবিচৰা বোৰেই এনে লোক, চাওঁক:
The whole world was stunned to hear a notable Salafi figure in Egypt declare that the English language must not be taught in Egyptian schools any more as it is the language of the Kafir (Kuffar)!
But Allah is saying: https://quran.com/30:22
.
✍️Note:
Mu'min (Root M'N. Derivatives: aamanu, amn). A person with complete conviction who is at peace because he has successfully resolved his inner and outer conflicts and can face challenges
with confidence. See verses and footnotes 22:78; 28:53; 80:42.(sig).
.___________________________________________
🍎৪৯:১৫
إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ آمَنُوا بِاللَّهِ وَرَسُولِهِ ثُمَّ لَمْ يَرْتَابُوا وَجَاهَدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ فِي سَبِيلِ اللَّهِ ۚ أُولَٰئِكَ هُمُ الصَّادِقُونَ
মুমিন কেৱল তেওঁলোকেই, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত সন্দেহ পোষণ কৰা নাই লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই সত্যনিষ্ঠ।
.
✍️Note:sa:
অজ্ঞানতাৰ যুগত যুদ্ধ এতিয়া লুটপাত জয়ৰ মাধ্যম নহয়। ইয়াৰ অনুমতি কেৱল নিৰ্যাতনৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ বাবে। ২:১৬৭, ২:১৯৩, ৩:১৪০, ৮:১, ৬০:৮(See the verses ,press link:
.
✍️Note:
God and His messenger: to have conviction in the Quran: His message, is to have conviction in both, i.e God and His messenger. Now that the messenger is no longer here, accepting and implementing the profound and enduring message he brought shows the believers' true and
proper conviction in God and His messenger. See verse 80:42.(sig).
.___________________________________________
word by word meaning BB:
[49:10] The believers (El'Mu'minuuna) are only (Innamaa) brothers (Ikh'watun); so (Fa) reconcile between
(As'lihu' Bai'na) your brothers (Akhawai'kum’). And (Wa) beware of GOD (Ettaqu'llaha) so that you
(Laållakum) may attain mercy (Tur'hamuun).
[49:11] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), let no (Laa) people (Qaw'mun) ridicule
(Yas'khar’) any (Min) people (Qaw'min), perhaps (Åsaa An) they may be (Yakuunu') better (Khai'ran) than
them (Min'hum) nor (Walaa) shall women (Nisaa'un) do against (Min) women (Nisaa’in), perhaps (Åsaa An)
they may be (Yakunna) better (Khai'ran) than them (f) (Min'hunna). And do not (Walaa) criticize (Tal'mizuu')
yourselves (each other) (Anfusa-kum’) nor (Walaa) shall you insult each other (Tanaabazu') by nicknames (Bil'
Al'qaabi). Wretched (Bi'sa) is the name (Eli's'mu) of immorality (El'Fusuuqu) after (Ba'da) the faith (El'
iimaani). And (Wa) whoever (Man) does not (Lam’) repent (Yatub'), then (Fa) those (U'laaika) are (Humu) the
transgressors (Ez'Zoalimuun).
[49:12] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), avoid (Ej'tanibu') much (Kathiiran) of (Mina)
assumption (Ez'Zonni); indeed (Inna), some (Ba'do) assumption (Ez'Zonni) is a sin (Ith'mun). And do not
(Walaa) spy (Tajassasu') nor (Walaa) shall you backbite (Yag'tab) each other (Ba'du-kum Ba'doan). Would (A-
) any of you (Ahadu-kum’) like (-yuhibbu) to (An) eat (Ya'kula) the flesh (Lah'ma) of his (-hi) dead (Mai'tan)
brother (Akhii-)? For (Fa) you would distaste it (Karih'tumuu-hu); so (Wa) beware of GOD (Ettaqu'llaha).
Indeed, GOD (Innallaha) is Compassionate (Tawwaabun) and Merciful (Rahiim).
[49:13] O you (Yaa Ayyuha) mankind (En'Naasu), indeed (Innaa) We have created you (Khalaq'naa-kum) as
(Min) male 1
(Zakarin) and (Wa) female 2
(Unthaa) and (Wa) made you (Jaål'naa-kum) nations 1
(Shu'uuban)
and tribes 2
(Qabaa’ila) that (Li) you may recognize each other (Ta'åårafuu'). Indeed (Inna), the noblest of
you (Ak'rama-kum’) in front of GOD (Endallahi) is the most pious of you (At'qaa-kum’). Indeed, GOD
(Innallaha) is Omniscient (Åliimun) and Cognizant (Khabiir).
[49:14] The Arabs (9:97) (El’A'raabu) said (Qaalati), "We have believed (Aamannaa)." Say (Qul): "You have not
(Lam’) believed (Tu'minu'), but (Walaakin) say (Quuluu'), ‘We have submitted (As'lam'naa),’ after (Lamma)
the faith (El' iimaanu) has entered (Yad'khuli) into (Fii) your hearts (Quluubi-kum’)." And (Wa) if (In) you
obey GOD (Tutiiu'llaha) and (Wa) HIS messenger (Rasuula-hu), HE (God) will not (Laa) crush (Yalit'kum)
anything (Shai'an) of (Min) your deeds (A'maali-kum’). Indeed, GOD (Innallaha) is Forgiving (Gafuurun)
and Merciful (Rahiim).
[49:15] The believers (El'Mu'minuuna) are only (Innamaa) those who (Ellaziina) believe (Aamanu') in GOD
(Billahi) and (Wa) HIS messenger (Rasuuli-hi) and (Thumma) they do not (Lam’) doubt (Yar'taabu') and (Wa)
they strive (Jaahadu') with (Bi) their wealth (Am'waali-him) and their souls (Anfusi-him) in (Fii) the way of
GOD (Sabiili-llahi). They (Humu) are those (U'laaika) who are the truthful (Es'Soadiquun).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 22.02.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~3,552 nos.
⚫Parts ~ 504-505~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment