🏉Part-499(48:16-20)Al-Fatt-h(Victory)
✔️Part-499(48:16-20)Al-Fatt-h(Victory)
✔️Video- https://youtu.be/Xf29qk1Akm4
.___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ'মুক্তাবুল হুছেইন
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
মিনি সূচিঃPart-499(48:16-20)Al-Fatt-h
৪৮:১৬(সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা-in order to fight them (Tuqaatiluu- nahum) মানে ইছলাম প্ৰতিষ্ঠাৰ বাবে কোনো তৰুৱালৰ যুদ্ধ নহয়-Note)
৪৮:১৮-২০(নবী মহম্মদকৰ মক্কা বিজয় আছিল প্ৰায় ৰক্তহীন বিজয়ৰ ভৱিষ্যদ্বাণী, সমগ্ৰ আৰবতে ইছলামৰ বিজয়ী প্ৰতিষ্ঠা আৰু শেষত ইছলামৰ প্ৰচণ্ড সম্প্ৰসাৰণ নবীৰ তাৎক্ষণিক উত্তৰাধিকাৰী সকলৰ অধীনত ইছলামিক কমনৱেলথ-টোকা চাব)
(যুদ্ধলব্ধ সম্পদ/ spoils of war মানে কি?-৪:৯৪ মন কৰিব,তাত যুদ্ধৰ নাম নিচান নাই)
.___________________________________________
🟪৪৮:১৬
قُلْ لِلْمُخَلَّفِينَ مِنَ الْأَعْرَابِ سَتُدْعَوْنَ إِلَىٰ قَوْمٍ أُولِي بَأْسٍ شَدِيدٍ تُقَاتِلُونَهُمْ أَوْ يُسْلِمُونَ ۖ فَإِنْ تُطِيعُوا يُؤْتِكُمُ اللَّهُ أَجْرًا حَسَنًا ۖ وَإِنْ تَتَوَلَّوْا كَمَا تَوَلَّيْتُمْ مِنْ قَبْلُ يُعَذِّبْكُمْ عَذَابًا أَلِيمًا
পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘অতিশীঘ্ৰে তোমালোকক এটা কঠোৰ যোদ্ধা জাতিৰ বিৰুদ্ধে মতা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পন কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰষ্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।
.
✍️Verse/Note:sam:
48:16 Say thou to those who were left behind of the desert Arabs:1 “You will be called against2 a people possessed of strong might — to fight them, or they submit.3 If you obey, God will give you a goodly reward; but if you turn away as you turned away before, He will punish you with a painful punishment.”
1-Arabic: (al) aʿrāb. See note to 9:90.
(Arabic: al aʿrāb. Certainly, today this means the Arabs. There is support for the claim at 9:101, 9:120, 33:20 that the Qur’an means desert Arabs of the Bedouin type. All instances appear in the notes and reference this verse.
(৯:৯০
وَجَاءَ الْمُعَذِّرُونَ مِنَ الْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِينَ كَذَبُوا اللَّهَ وَرَسُولَهُ ۚ سَيُصِيبُ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
.
৯:১০১
وَمِمَّنْ حَوْلَكُمْ مِنَ الْأَعْرَابِ مُنَافِقُونَ ۖ وَمِنْ أَهْلِ الْمَدِينَةِ ۖ مَرَدُوا عَلَى النِّفَاقِ لَا تَعْلَمُهُمْ ۖ نَحْنُ نَعْلَمُهُمْ ۚ سَنُعَذِّبُهُمْ مَرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٍ
আৰু মৰুবাসীসকলৰ মাজত যিসকল তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদীনাবাসীৰ মাজতো কিছুমান আছে, সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
.
৯:১২০
مَا كَانَ لِأَهْلِ الْمَدِينَةِ وَمَنْ حَوْلَهُمْ مِنَ الْأَعْرَابِ أَنْ يَتَخَلَّفُوا عَنْ رَسُولِ اللَّهِ وَلَا يَرْغَبُوا بِأَنْفُسِهِمْ عَنْ نَفْسِهِ ۚ ذَٰلِكَ بِأَنَّهُمْ لَا يُصِيبُهُمْ ظَمَأٌ وَلَا نَصَبٌ وَلَا مَخْمَصَةٌ فِي سَبِيلِ اللَّهِ وَلَا يَطَئُونَ مَوْطِئًا يَغِيظُ الْكُفَّارَ وَلَا يَنَالُونَ مِنْ عَدُوٍّ نَيْلًا إِلَّا كُتِبَ لَهُمْ بِهِ عَمَلٌ صَالِحٌ ۚ إِنَّ اللَّهَ لَا يُضِيعُ أَجْرَ الْمُحْسِنِينَ
আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু তেওঁৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু সিহঁতৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত সিহঁতক যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমন কৰা সিহঁতৰ এনেকুৱা প্ৰতিটো পদক্ষেপ যিটোৱে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেয়া সিহঁতৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহে মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।
.
৩৩:২০
يَحْسَبُونَ الْأَحْزَابَ لَمْ يَذْهَبُوا ۖ وَإِنْ يَأْتِ الْأَحْزَابُ يَوَدُّوا لَوْ أَنَّهُمْ بَادُونَ فِي الْأَعْرَابِ يَسْأَلُونَ عَنْ أَنْبَائِكُمْ ۖ وَلَوْ كَانُوا فِيكُمْ مَا قَاتَلُوا إِلَّا قَلِيلًا
সিহঁতে ভাৱে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আনহাতে যদি সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেহেঁতেন তেন্তে নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।
2-Lit.: called to.
3-I.e. to fight to the end (death or victory). Translators sometimes strain here to ascribe to this verb a sense of embrace Islam (by Islam they mean a religion founded entirely upon later writings) when such a sense is nowhere supported either here or in the Qur’an in general.
(শেষলৈকে যুঁজ দিয়া (মৃত্যু বা জয়)।অনুবাদকসকলে ইয়াত কেতিয়াবা এই ক্ৰিয়াৰ লগত ইছলামক আকোৱালি লোৱাৰ ভাৱ এটা আৰোপ কৰিবলৈ চেষ্টা কৰে (ইছলাম বুলিলে তেওঁলোকে সম্পূৰ্ণৰূপে পিছৰ লিখনীৰ ওপৰত প্ৰতিষ্ঠিত ধৰ্মক বুজায়) যেতিয়া এনে অৰ্থ ইয়াত বা সাধাৰণতে কোৰআনত ক’তো সমৰ্থিত নহয়।)
.
✍️Note:rf:
সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা-in order to fight them (Tuqaatiluu- nahum) মানে ইছলাম প্ৰতিষ্ঠাৰ বাবে কোনো তৰুৱালৰ যুদ্ধ নহয়। কেৱল প্ৰতিৰক্ষাৰ বাবেহে আল্লাহে হুকুম কৰিছে-২২:৩৯
-৪০।যুদ্ধৰ বিপৰীত শান্তি। ইছলাম মানে শান্তি। গতিকে ইছলাম প্ৰতিষ্ঠাৰ নামত তৰুৱালৰ যুদ্ধ হ'বই নোৱাৰে। এইবোৰ অনুবাদত আমদানি কৰা হৈছে তথাকথিত হাদিসৰ পৰা। বুখাৰি কিমান মিছা এই লিংকত ক্লিক কৰক: https://bit.ly/3IpTwXJ)
(22:39 PERMISSION [to fight] is given to those against whom war is being wrongfully waged57 and, verily, God has indeed the power to succour them(as).
Note:
Lit., inasmuch as they have been wronged''. Connecting with the promise, in the preceding verse, that "God will ward off [all evil] from those who attain to faith'', the present verse enunciates the permission to fight physically in self-defence. The principle of war in self-defence - and only in self-defence - has been further elaborated in Al-Baqarah, which was revealed about a year later-see 2:190.
(find 2:190-link: https://bit.ly/3IsN0PX)
.___________________________________________
🟪৪৮:১৭(+13)
لَيْسَ عَلَى الْأَعْمَىٰ حَرَجٌ وَلَا عَلَى الْأَعْرَجِ حَرَجٌ وَلَا عَلَى الْمَرِيضِ حَرَجٌ ۗ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ وَمَنْ يَتَوَلَّ يُعَذِّبْهُ عَذَابًا أَلِيمًا
অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবে কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।
.
✍️Verse/Note:
48:17 There is no blame for the blind, nor is there blame for the disabled, nor is there blame for the sick (if they do not go forth in self-defense). Whoever obeys God and His Messenger, He will admit him in the Gardens underneath which rivers flow. And whoever turns back, He will punish him with a painful doom. [9:91](sa).
(৯:৯১
لَيْسَ عَلَى الضُّعَفَاءِ وَلَا عَلَى الْمَرْضَىٰ وَلَا عَلَى الَّذِينَ لَا يَجِدُونَ مَا يُنْفِقُونَ حَرَجٌ إِذَا نَصَحُوا لِلَّهِ وَرَسُولِهِ ۚ مَا عَلَى الْمُحْسِنِينَ مِنْ سَبِيلٍ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Importance of sincerity:
[9:91] There is no blame on the weak, nor the sick, nor on those who do not find anything to give if they are sincere to God and His messenger. In no way are the good-doers to be blamed. God is Forgiver, Merciful.
[66:8] O you who believe, repent to God a sincere repentance. It may be that your Lord will wipe out your bad deeds and admit you into Gardens beneath which rivers flow, on the Day when God will not disgrace the prophet and those who believed with him.
[25:71] And those who, when they repent and do good deeds, they turn to God in sincere repentance indeed.
.___________________________________________
🟪৪৮:১৮
۞ لَقَدْ رَضِيَ اللَّهُ عَنِ الْمُؤْمِنِينَ إِذْ يُبَايِعُونَكَ تَحْتَ الشَّجَرَةِ فَعَلِمَ مَا فِي قُلُوبِهِمْ فَأَنْزَلَ السَّكِينَةَ عَلَيْهِمْ وَأَثَابَهُمْ فَتْحًا قَرِيبًا
অৱশ্যে আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ ওচৰত বাইআত গ্ৰহণ কৰিছিল,(48:10) এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেয়া তেওঁ জানি লৈছে; ফলত তেওঁ তেওঁলোকৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰষ্কৃত কৰিলে;
.
✍️Note-raf:
আল্লাহে নবী মহম্মদক(আ:ছা:) বিজয়ৰ সংকেত দিছিল আৰু তেওঁৰ জীৱনকালত তেওঁৰ প্ৰতি আনুগত্যৰ প্ৰতিজ্ঞাৰ অৰ্থ আছিল আল্লাহৰ প্ৰতি আনুগত্য আৰু তেওঁৰ পিছতো আল্লাহৰ ব্যৱস্থাৰ কেন্দ্ৰীয় কৰ্তৃত্ব মক্কাত প্ৰতিষ্ঠা কৰা।
.
বেছিভাগ তফছীৰকাৰিয়ে ধৰি লৈছে যে ইয়াৰ সৈতে খাইবাৰ বিজয়ৰ সম্পৰ্ক আছে, যিটো হুদাইবিয়াৰ যুদ্ধবিৰতিৰ কেইমাহমান পিছত সংঘটিত হৈছিল।
সেইবোৰ তেওঁলোকৰ কথা। আচল কথা ইয়াতকৈয়ো বহু বেছি। এই বিজয় আছিল মক্কাত প্ৰায় ৰক্তহীন বিজয়ৰ ভৱিষ্যদ্বাণী, সমগ্ৰ আৰবতে ইছলামৰ বিজয়ী প্ৰতিষ্ঠা আৰু শেষত ইছলামৰ প্ৰচণ্ড সম্প্ৰসাৰণ নবীৰ তাৎক্ষণিক উত্তৰাধিকাৰীসকলৰ অধীনত ইছলামিক কমনৱেলথ।
.___________________________________________
🟪৪৮:১৯
وَمَغَانِمَ➡️ كَثِيرَةً يَأْخُذُونَهَا ۗ وَكَانَ اللَّهُ عَزِيزًا حَكِيمًا
লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (পুৰষ্কৃত কৰিলে) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
➡️Gh-Nun-Miim=Root Meaning=obtained, got, acquisition without difficulties, etc
⬇️
The term nafal[root= Nun-Fa-Lam(ن ف ل)](of which anfal is the plural) denotes, in its purely linguistic sense, "an accretion or addition received beyond one's due" or "something given in excess of one's obligation" (from which latter meaning the term salat an-nail - i.e., a "supererogatory prayer" - is derived). In its plural form anfal, which occurs in the Qur'an only in the above verse, this word signifies "spoils of war").
(৪৮:১৫ৰ টোকা চাব-ৰফ)
.___________________________________________
🟪৪৮:২০
وَعَدَكُمُ اللَّهُ مَغَانِمَ➡️ كَثِيرَةً تَأْخُذُونَهَا فَعَجَّلَ لَكُمْ هَٰذِهِ وَكَفَّ أَيْدِيَ النَّاسِ عَنْكُمْ وَلِتَكُونَ آيَةً لِلْمُؤْمِنِينَ وَيَهْدِيَكُمْ صِرَاطًا مُسْتَقِيمًا
আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ* সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়। তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে;
.
✍️BB-ref:(4:94)*
৪:৯৪
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا ضَرَبْتُمْ فِي سَبِيلِ اللَّهِ فَتَبَيَّنُوا وَلَا تَقُولُوا لِمَنْ أَلْقَىٰ إِلَيْكُمُ السَّلَامَ لَسْتَ مُؤْمِنًا تَبْتَغُونَ عَرَضَ الْحَيَاةِ الدُّنْيَا فَعِنْدَ اللَّهِ مَغَانِمُ➡️ كَثِيرَةٌ ۚ كَذَٰلِكَ كُنْتُمْ مِنْ قَبْلُ فَمَنَّ اللَّهُ عَلَيْكُمْ فَتَبَيَّنُوا ۚ إِنَّ اللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এইবুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত ➡️অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
.___________________________________________
WORD BY WORD MEANING BB:
[48:16] Tell (Qul Li) those left behind (El'Mukhallafiina) of (Mina) the Arabs (El'A'raabi), "You will be invited
(Sa Tud'åw'na) to (ilaa) a people (Qaw'min) who possess (U'lii) strong (Shadiidim) might (Ba'sin); in order to fight
them (Tuqaatiluu-nahum) or (Aw') they will submit (Yas'limuuna). So (Fa) if (In) you obey (Tutiiu'), GOD
(Ellahu) will give you (Yu'ti-kumu) a good (Hasana) reward (Aj'ran); but (Wa) if (In) you turn away
(Tatawallaw') as (Kamaa) you turned away (Tawallai'tum) before (Min Qab'lu), HE will punish you
(Yuåzzib'kum’) with a painful (Aliimaa) punishment (Åzaaban)."
[48:17] There is no (Lai'sa) guilt upon (Harajun Ålaa) the blind (El'A'maa) nor (Walaa) guilt upon (Harajun
Ålaa) the crippled (El'A'rajin) nor guilt upon (Harajun Ålaa) the sick (El'Mariidi). For (Wa) whoever (Man)
obeys GOD (Yutie-llaha) and (Wa) HIS messenger (Rasuula-hu), HE will admit him (Yad'khil'hu) into
gardens (Jannaatin) beneath which (Min Tah'ti-ha) rivers (El'An'haar) flow (Taj'rii); but (Wa) whoever (Man)
turns away (Yatawalla), HE will punish him (Yuåzzib'hu) with a painful (Aliimaa) punishment (Åzaaban).
[48:18] GOD (Ellahu) is certainly (Laqad') pleased with (Radiya Åni) the believers (El'Mu'miniina) when (Iz')
they pledged allegiance to you (s) (Yubaayiuunaka) under (Tah'ta) the tree (Es'Shajarati), and (Fa) HE knew
(Ålima) what (Maa) was in (Fii) their hearts (Quluubi-him’), so (Fa) HE sent down (Anzala) tranquillity
(Es'Sakiinata) upon them (Ålai'him) and compensated them (Athaaba-hum) with a nearby (Qariiba)
conquest (Fat'han),
[48:19] as well as (Wa) much (Kathiiratan) spoils (Magaanima) which they took (Ya'khuzuunaha), for (Wa)
GOD (Ellahu) is (Kaana) Almighty (Åziizan) and Wise (Hakiimaa).
[48:20] GOD (Ellahu) has promised you (the believers) (Waåda-kumu) much (Kathiiratan) spoils (4:94)
(Magaanima) which you will take (Ta'khuzuunaha) and (Fa) has hastened (Åjjala) this (Haazihi) for you
(Lakum’) and restrained (Kaffa) the hands (Ai'diya) of the people (En'Naasi) from you (Ånkum) to (Li) be
(Takuuna) a sign (Aayatan) for the believers (Lil' Mu'miniina) and (Wa) guide you (Yah'diya-kum) to a
straight (Mus'taqiimaa) path (Siraatoan).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 16.02.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~3,524 nos.
⚫Parts ~ 499~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment