🏉Part-495(48:01-04)Al-Fatt-h(Victory)

✔️Part-495(48:01-04)Al-Fatt-h(Victory)
.___________________________________________
🟢মিনি সূচিঃPart-495(48:01-04)Al-Fatt-h
কিছু আগ-কথাঃ ৪৮:ছুৰা আল-ফাতাহ(বিজয়)
এই ২৯ আয়াত বিশিষ্ট ছুৰাটো তুমি/তোমাক বুলি আৰম্ভ কৰিছে। এই ক্ষেত্ৰত কেৱল মহম্মদকে (আ:ছা:) ধৰি লোৱা নাই: https://bit.ly/3XrLy4v
.___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
.___________________________________________
🟪৪৮:১
 إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا
নিশ্চয় আমি ✔️তোমাক প্ৰদান কৰিছো সুস্পষ্ট বিজয়,
.
✍️Note-mura:
ইয়াত ✔️"তুমি"টো কেৱল মহম্মদকে(আ:ছা:) কৈছে নে? প্ৰসঙ্গ সঙ্গতিত কিন্তু মহম্মদক(আ:ছা:) বিচাৰি নেপাব। আজি মহম্মদ(আ:ছা:) নাই গতিকে সকলো মুমিনৰ বাবে এই আয়াত প্ৰযোজ্য হ'ব। কাৰণ কোৰআনত কথাবোৰ তেনেকৈয়ে থাকে("..ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ(মুহছীন-৫:৯৩).."৯:২৬(৪৮:৪))।
বিজয় আহিব কেতিয়া, যেতিয়া আল্লাহৰ সহায় আহিব:
১১০:১
 إِذَا جَاءَ نَصْرُ اللَّهِ وَالْفَتْحُ
যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,
.
১৯:৯৬
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَيَجْعَلُ لَهُمُ الرَّحْمَٰنُ وُدًّا
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।
.
৫:৯৩
لَيْسَ عَلَى الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جُنَاحٌ فِيمَا طَعِمُوا إِذَا مَا اتَّقَوْا وَآمَنُوا وَعَمِلُوا الصَّالِحَاتِ ثُمَّ اتَّقَوْا وَآمَنُوا ثُمَّ اتَّقَوْا وَأَحْسَنُوا ۗ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নাই, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে ✔️মুহছীনসকলক পছন্দ কৰে।
৪৮:ছুৰা আল-ফাতাহ(বিজয়)(বিজয় প্ৰত্যেক মুহছীনৰ বাবে)
.___________________________________________
🟪৪৮:২
لِيَغْفِرَ لَكَ اللَّهُ مَا تَقَدَّمَ مِنْ ذَنْبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُ عَلَيْكَ وَيَهْدِيَكَ صِرَاطًا مُسْتَقِيمًا
যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,
.
✍️BB-refs:
(82:5 / 75:13)
৮২:৫
عَلِمَتْ نَفْسٌ مَا قَدَّمَتْ وَأَخَّرَتْ
তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।
.
৭৫:১৩
يُنَبَّأُ الْإِنْسَانُ يَوْمَئِذٍ بِمَا قَدَّمَ وَأَخَّرَ
সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।
.
✍️Note:
24:55, 40:55, 47:19. Ghafarah = Helmet = Protection. Zanb = Tail = Lagging behind = A slander stuck behind a person(sa).
(২৪:৫৫
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।
.
৪০:৫৫
فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَاسْتَغْفِرْ لِذَنْبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِيِّ وَالْإِبْكَارِ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।
.
৪৭:১৯
فَاعْلَمْ أَنَّهُ لَا إِلَٰهَ إِلَّا اللَّهُ وَاسْتَغْفِرْ لِذَنْبِكَ وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَاللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَاكُمْ
সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।(Ch-112), (40:55),6:60,11:6)
.
✍️Note-sam:
48:2 That God might forgive thee that which preceded of thy transgression,1 and what will follow,2 and complete His favour upon thee, and guide thee by a straight path,

1-Arabic: dhanb. See Notepad XI.iv.

2-This verse comprehensively dispatches the myth popular with the Traditionalist that Muḥammad was faultless or sinless. Cf. 6:34-35, 8:67-68, 9:43, 9:113, 16:37, 
17:73-75, 18:23-24, 28:56, 33:37, 66:1.
(Google translate no guarantee:
এই আয়াতটোৱে পৰম্পৰাবাদীৰ(Traditionalist) মাজত জনপ্ৰিয় মিথটোক ব্যাপকভাৱে প্ৰেৰণ কৰিছে যে মুহম্মদ দোষহীন বা পাপহীন আছিল(অৰ্থাৎ দোষ মুক্ত নাছিল)
(See the verses: https://bit.ly/3Xqz50Y)
.___________________________________________
🟪৪৮:৩
وَيَنْصُرَكَ اللَّهُ نَصْرًا عَزِيزًا
আৰু যাতে তোমাক বলিষ্ঠ সাহায্য দান কৰে।
.___________________________________________
🟪৪৮:৪
هُوَ الَّذِي أَنْزَلَ السَّكِينَةَ فِي قُلُوبِ الْمُؤْمِنِينَ لِيَزْدَادُوا إِيمَانًا مَعَ إِيمَانِهِمْ ۗ وَلِلَّهِ جُنُودُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
✍️Verse/Note:
48:4. This proclamation is from Allah the Almighty, Who bestowed calmness and peace in 
the hearts of Momineen, so that their Eiman can be further strengthened. This is done by 
heavenly forces which are continuously fulfilling His programme ~ 9:26 ~ (so that every 
human deed is accurately manifested ~ 45:22; 53:31). Everything happens according to Allah's knowledge and wisdom.pz.
(Google translate no guarantee:
৪) এই ঘোষণা সৰ্ব্বশক্তিমান আল্লাহৰ পৰা, যিজনে শান্ততা আৰু শান্তি প্ৰদান কৰিছিল
মুমিনৰ হৃদয়, যাতে তেওঁলোকৰ ইমানক আৰু অধিক শক্তিশালী কৰিব পৰা যায়।  এই কামটো কৰে
 স্বৰ্গীয় শক্তি যিবোৰে তেওঁৰ কাৰ্যসূচী অবিৰতভাৱে পূৰণ কৰি আছে ~ ৯:২৬ ~ (যাতে প্ৰতি মানুহৰ কৰ্ম সঠিকভাৱে প্ৰকাশ পাইছে ~ ৪৫:২২;  ৫৩:৩১)।  সকলো কথা অনুসৰি হয়
 আল্লাহৰ জ্ঞান এবং প্রজ্ঞা।)
(৯:২৬
ثُمَّ أَنْزَلَ اللَّهُ سَكِينَتَهُ عَلَىٰ رَسُولِهِ وَعَلَى الْمُؤْمِنِينَ وَأَنْزَلَ جُنُودًا لَمْ تَرَوْهَا وَعَذَّبَ الَّذِينَ كَفَرُوا ۚ وَذَٰلِكَ جَزَاءُ الْكَافِرِينَ
তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
.
৪৫:২২
وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
.
৫৩:৩১
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,)
.___________________________________________
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[48:1] Indeed (Innaa), We have dedicated (Fatah'naa) to you (s) (Laka) a clear (Mubiinaa) conquest (Fat'han)* 
[48:2] that (Li) GOD (Ellahu) may forgive you (Yag'fira Laka) what (Maa) was sent forth (Taqaddama) of 
(Min) your sin (s) (Zanbi-ka) and what (Wamaa) was held back (Ta'akkhara) and (Wa) complete (Yutimma)
HIS blessing (Ni'mata-hu) upon you (Ålai'ka) and guide you (Yah'diya-ka) to a straight (Mus'taqiima) path 
(Siraatoan), 
(82:5 / 75:13)
[48:3] and (Wa) GOD (Ellahu) will support you (s) (Yansura-ka) with a mighty (Åziizaa) victory (Nas'raan).
[48:4] HE (Huwa) is the One who (Ellazii) sent down (Anzala) tranquillity (Es'Sakiinata) into (Fii) the hearts 
(Quluubi) of the believers (El'Mu'miniina) so that (Li) they would increase (Yaz'daaduu') in faith (iimaanan)
along with (Maå) their faith (iimaani-him’). And (Wa) to GOD belongs (Lillahi) the soldiers (Junuudu) of 
the heavens (Es'Samaawaati) and the earth (Wal' Ar'di), for (Wa) GOD (Ellahu) is (Kaana) Omniscient 
(Åliiman) and Wise (Hakiimaa).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 13.02.2023-Naz-villa✔️
🔴Work Progress ~ 82.44%
🟡Approx. Pages~3,512 nos.
⚫Parts ~ 495~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)