🔰Part-489-490(47:08-19): Muhammad

✔️Part-489-490(47:08-19): Muhammad
✔️Videos: Muktabul Hussain sb.
489(47:08-14): https://bit.ly/3ljCstl
490(47:15-19): https://bit.ly/3DQ8fIO 
.___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
মিনি সূচিঃPart-489-490(47:08-19): Muhammad
৪৭:৮-১১(যিসকলে কোৰআনৰ বাহিৰত গৈ গোটেই জীৱন সময় নষ্ট কৰি আমল কৰিলে সেই সকলোবোৰ এনেই গ'ল, ওলোটাই সেইদিনা নিজকে ধ্বংসপ্ৰাপ্ত হিচাপে পাব। ইয়েই কুফৰী কৰা-৮(alladhīna kafarū)-ইয়াৰ বিপৰীত মুমিনসকল-১১ (alladhīna āmanū)টোকা চাব)
(কোৰআনৰ সংজ্ঞা: আল কাফিৰুন🪲-১০)
৪৭:১৩(মহম্মদক বহিস্কাৰ কৰা নগৰখন পেট্রা নে মক্কা?গৱেষণাৰ প্ৰয়োজন আছে-টোকা চাব)
৪৭:১৫(পৃথিৱীত এলক'হল মুক্ত সুৰা(wine free of alcohol)ক'তোৱেই নাই:লিংক)
৪৭:১৯(لَا إِلَٰهَ إِلَّا اللَّهُ)
.___________________________________________
.___________________________________________
🔘৪৭:৮
وَالَّذِينَ كَفَرُوا فَتَعْسًا لَهُمْ وَأَضَلَّ أَعْمَالَهُمْ
আৰু যিসকলে কুফৰী🐞 কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
.
✍️Note-sam:
Arabic: 🐞alladhīna kafarū. See note to 2:6 and Notepad II.i.
⬇️
34:31-Quranic meaning:✅alladhīna kafarū-কুফুৰী🌿 কৰা: link:
alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof.
.___________________________________________
🔘৪৭:৯
ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا مَا أَنْزَلَ اللَّهُ فَأَحْبَطَ أَعْمَالَهُمْ
এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।
.
✍️Verse/Note:
47:9. This is because they hate the Divine Order revealed by Allah (through this Quran 
for the benefit of mankind). Therefore all their deeds will be fruitless. (Only those deeds which are for human betterment produce positive results ~ 13:17 ~ while those which are 
detrimental to humanity will be wasted.)pz.
.
13:17, 47:1, 47:8. Habt= Undigested food that fails to provide nourishment.(sa).
(১৩:১৭
أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা ওপৰিভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেইবোৰে মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
(Pl find the verse/refs in the link:
.___________________________________________
🔘৪৭:১০
۞ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ دَمَّرَ اللَّهُ عَلَيْهِمْ ۖ وَلِلْكَافِرِينَ🪲 أَمْثَالُهَا
তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰ🪲সকলৰ বাবে আছে অনুৰূপ পৰিণাম।
.
✍️কোৰআনৰ সংজ্ঞা: আল কাফিৰুন🪲।  সাধাৰণতে অবিশ্বাসী, প্ৰত্যাখ্যানকাৰী বা কাফিৰসকলক অনুবাদ কৰা হয়।  ২:৮-২০ পদত এটা শব্দৰ ওপৰত গুৰুত্ব দিয়া হৈছে — আল কাফিৰুন — আৰু বিশ্লেষণ অনুসৰি ইয়াৰ সংজ্ঞা দিয়া হৈছে।  পৰম্পৰাবাদীৰ(Traditionalist’s) বিতৰ্ক অনুসৰি আল কাফিৰুনক অবিশ্বাসী, প্ৰত্যাখ্যানকাৰী বা কাফিৰ বুলি দাবী কৰাটো অতি বিশেষ অৰ্থত সঠিক হ’ব পাৰে, কিন্তু সেই অৰ্থ এতিয়া বহুদিনৰ পৰা হেৰাই গৈছে।কোৰআনৰ সংজ্ঞাই শব্দটোক সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিত কৰে।Read more in the link:
.
✍️BB-ref:(21:6)
২১:৬
مَا آمَنَتْ قَبْلَهُمْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا ۖ أَفَهُمْ يُؤْمِنُونَ
ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো সেইবোৰ ঠাইৰ অধিবাসীসকলে ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?
.___________________________________________
🔘৪৭:১১
ذَٰلِكَ بِأَنَّ اللَّهَ مَوْلَى الَّذِينَ آمَنُوا وَأَنَّ الْكَافِرِينَ لَا مَوْلَىٰ لَهُمْ
এইটো এইকাৰণে যে, নিশ্চয় আল্লাহ মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।
.
Arabic: alladhīna āmanū. See note to 2:257 and Notepad II.iv-Link:
.
✍️Edip-ref:See 2:286.
.___________________________________________
🔘৪৭:১২
إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ وَالَّذِينَ كَفَرُوا يَتَمَتَّعُونَ وَيَأْكُلُونَ كَمَا تَأْكُلُ الْأَنْعَامُ وَالنَّارُ مَثْوًى لَهُمْ
নিশ্চয় যিসকলে ঈমান🪼 আনিছে আৰু সৎকৰ্ম🪼 কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু আহাৰ কৰে সেইদৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; আৰু জাহান্নামেই সিহঁতৰ আবাসস্থল।
(🪼ঈমান,সৎকৰ্ম- https://bit.ly/3jKNM1i)
.___________________________________________
🔘৪৭:১৩
وَكَأَيِّنْ مِنْ قَرْيَةٍ هِيَ أَشَدُّ قُوَّةً مِنْ قَرْيَتِكَ الَّتِي أَخْرَجَتْكَ أَهْلَكْنَاهُمْ فَلَا نَاصِرَ لَهُمْ
আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ🩸 কৰিছে সেই জনপদৰ তুলনাত অধিক শক্তিশালী জনপদ আৰু বহুতো আছিল; যিবোৰক আমি ধ্বংস কৰি দিছো, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।
.
✍️Sam-Note:৪৭:১৩🩸 মহম্মদক বহিস্কাৰ কৰা নগৰখন পেট্রা নে মক্কা?গৱেষণাৰ প্ৰয়োজন আছে)
.
✍️Ap-ref:
১১:২০
أُولَٰئِكَ لَمْ يَكُونُوا مُعْجِزِينَ فِي الْأَرْضِ وَمَا كَانَ لَهُمْ مِنْ دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ۘ يُضَاعَفُ لَهُمُ الْعَذَابُ ۚ مَا كَانُوا يَسْتَطِيعُونَ السَّمْعَ وَمَا كَانُوا يُبْصِرُونَ
পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল।
.___________________________________________
🔘৪৭:১৪
أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ كَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ وَاتَّبَعُوا أَهْوَاءَهُمْ
যি ব্যক্তিয়ে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহ শোভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?
.
✍️Ap-refs:
১৩:১৯
۞ أَفَمَنْ يَعْلَمُ أَنَّمَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ الْحَقُّ كَمَنْ هُوَ أَعْمَىٰ ۚ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাক যি ব্যক্তিয়ে সত্য বুলি জানে, সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন অন্ধ? নিশ্চয় বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।
.
৫৯:২০
لَا يَسْتَوِي أَصْحَابُ النَّارِ وَأَصْحَابُ الْجَنَّةِ ۚ أَصْحَابُ الْجَنَّةِ هُمُ الْفَائِزُونَ
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
.___________________________________________
🔘৪৭:১৫
مَثَلُ الْجَنَّةِ الَّتِي وُعِدَ الْمُتَّقُونَ ۖ فِيهَا أَنْهَارٌ مِنْ مَاءٍ غَيْرِ آسِنٍ وَأَنْهَارٌ مِنْ لَبَنٍ لَمْ يَتَغَيَّرْ طَعْمُهُ وَأَنْهَارٌ مِنْ خَمْرٍ لَذَّةٍ لِلشَّارِبِينَ وَأَنْهَارٌ مِنْ عَسَلٍ مُصَفًّى ۖ وَلَهُمْ فِيهَا مِنْ كُلِّ الثَّمَرَاتِ وَمَغْفِرَةٌ مِنْ رَبِّهِمْ ۖ كَمَنْ هُوَ خَالِدٌ فِي النَّارِ وَسُقُوا مَاءً حَمِيمًا فَقَطَّعَ أَمْعَاءَهُمْ
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে পানকাৰীসকলৰ বাবে আছে সুস্বাদু (❌সুৰাৰ) আঙুৰৰ ৰস💥 নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ আৰু তাত থাকিব তেওঁলোকৰ বাবে প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকল জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।
(💥পৃথিৱীত এলক'হল মুক্ত সুৰা(wine free of alcohol)ক'তোৱেই নাই: https://bit.ly/3RFRLsu)
.
✍️Verse/Note:
47:15. (This was the similitude of the path of life and attitude one adopts. Now consider 
the matter of destination.) Consider the one whose destination is Jannat, as promised to 
Muttaqeen. The likeness of Jannah is of a place that has rivers of ever flowing sweet water 
which does not deteriorate (water deteriorates only if it stagnates). (As in a community 
enjoying heavenly life no resources or provisions are held back. All resources are kept 
open for everybody and as such the community does not deteriorate ~ 107:7.) Streams of 
milk that does not spoil or change taste; rivers of wine, delightful to those who drink it (and 
one who drinks it will not become intoxicated ~ 52:23; 56:19); rivers of honey, pure and 
clear; the enjoyment of all types of fruit and means of nourishment; and due protection 
from all kinds of danger. This is the parable of life of Jannat.
In comparison is the parable of a person living in Jahannum, where one gets 
boiling water to drink which (instead of providing nourishment) destroys their digestive 
track (4:16). Say! Can the two of them be alike?pz.
.
✍️Ap-refs:
৩৭:৪৫-৪৭
يُطَافُ عَلَيْهِمْ بِكَأْسٍ مِنْ مَعِينٍ
তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ (❌সুৰা)পূৰ্ণ পাত্ৰ,
([37:45] circulated (Yutoafu) with (Bi) cups (Ka'sin) of (Min) spring water (Maeen) around them (Ålai'him),
৩৭:৪৬
بَيْضَاءَ لَذَّةٍ لِلشَّارِبِينَ
শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰীসকলৰ বাবে সুস্বাদু।
৩৭:৪৭
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنْزَفُونَ
তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতালো নহ’ব।
.
৪৪:৫৫
يَدْعُونَ فِيهَا بِكُلِّ فَاكِهَةٍ آمِنِينَ
তাত তেওঁলোকে প্ৰশান্তচিত্তে বিবিধ ফলমূল আনিবলৈ কব।
.
৫৫:৫২
فِيهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجَانِ
উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।
.___________________________________________
🔘৪৭:১৬(GUIDANCE IS SIMPLE FOR THOSE WHO BELIEVE)
وَمِنْهُمْ مَنْ يَسْتَمِعُ إِلَيْكَ حَتَّىٰ إِذَا خَرَجُوا مِنْ عِنْدِكَ قَالُوا لِلَّذِينَ أُوتُوا الْعِلْمَ مَاذَا قَالَ آنِفًا ۚ أُولَٰئِكَ الَّذِينَ طَبَعَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَاتَّبَعُوا أَهْوَاءَهُمْ
সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এইমাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ⭕ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।
(⭕তলত ৪৭:১৭ত লিংক চাওঁক)
.
✍️Verse/Note:
47:16 Now among those [hapless sinners] are such as [pretend to] listen to thee, [O Muhammad,]⛰️1 and then, as soon as they leave thy presence, speak [with scorn] unto those who have understood [thy mes­sage]:⛰️2 “What is it that he has said just now?" It is such as these whose hearts God has sealed because they [always] followed but their own lusts⛰️3(as).

Note⛰️1
Cf. 6:25 and 10:42.

Note⛰️2
Lit., "unto those who have been given knowledge", sc., "of the truth" or "of thy message": i.e., the believers. The people spoken of in the above are the hypocrites among the contemporaries of the Prophet as well as all people, at all times, who pretend to approach the Quranic message with a show of "reverence" but are in their innermost unwilling to admit that there is any sense in it.

Note⛰️3
I.e., the "sealing" of their hearts (for an explanation of which see note 7 on 2:7) is a consequence of their "following but their own lusts".
.
✍️Verse/Note:
47:16. Some of them (amongst those opposing you) are listening to you very attentively (7:198; 10:42). (They come and join your gatherings and give this impression.) However 
when they leave you, they ask those who have gained knowledge and insight of Allah's
book, "What was this man (Rasool) saying? (This is not because they do not understand the Quran. It is because they do not want to act upon it.) They only follow their desires and 
selfish interests; and (people who are in such a state of mind) lose all sense and capability 
of understanding (4:155; 10:74; 16:106-7; 17:45; 47:24; 83:14).pz.
.___________________________________________
🔘৪৭:১৭
وَالَّذِينَ اهْتَدَوْا زَادَهُمْ هُدًى وَآتَاهُمْ تَقْوَاهُمْ
আৰু যিসকলে হিদায়তপ্ৰাপ্ত⭕ হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।
(Huda = Brightness, light, guidance, beacon, showing the way, leading right)
.
✍️Note:
⭕14:4note-(Meaning of "God lets go astray whomever He wills, and guides whomever He wills": https://ahsana3923.blogspot.com/2022/04/144note-meaning-of-god-lets-go-astray.html
.___________________________________________
🔘৪৭:১৮
فَهَلْ يَنْظُرُونَ إِلَّا السَّاعَةَ أَنْ تَأْتِيَهُمْ بَغْتَةً ۖ فَقَدْ جَاءَ أَشْرَاطُهَا ۚ فَأَنَّىٰ لَهُمْ إِذَا جَاءَتْهُمْ ذِكْرَاهُمْ
এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহি পৰিছেই! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!
.
✍️Note:
Contrition, remorse or repentance at time of death is of no value. See verse 36:68-69(sig).
(৩৬:৬৮
وَمَنْ نُعَمِّرْهُ نُنَكِّسْهُ فِي الْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ
আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰো, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
৩৬:৬৯
وَمَا عَلَّمْنَاهُ الشِّعْرَ وَمَا يَنْبَغِي لَهُ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْآنٌ مُبِينٌ
আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;)
.
✍️Ap-refs:
৫৩:৫৬-৫৮
هَٰذَا نَذِيرٌ مِنَ النُّذُرِ الْأُولَىٰ
অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।
৫৩:৫৭
أَزِفَتِ الْآزِفَةُ
কিয়ামত নিকটৱৰ্তী।
৫৩:৫৮
لَيْسَ لَهَا مِنْ دُونِ اللَّهِ كَاشِفَةٌ
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
.
৫৪:১, ১৬:১, ২১:১, ৮৯:২৩, ৩৪:৫২
৫৪:১
 اقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ
কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
.___________________________________________
🔘৪৭:১৯
فَاعْلَمْ أَنَّهُ لَا إِلَٰهَ إِلَّا اللَّهُ وَاسْتَغْفِرْ لِذَنْبِكَ وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَاللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَاكُمْ
সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে* আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত**।
.
✍️BB-refs:(Ch-112)*, (40:55)*"
.
✍️Ap-refs:6:60,11:6
.___________________________________________
WORD BY WORD MEANING BB:
[47:8] As for (Wa) those who (Ellaziina) disbelieve (Kafaru'), thus (Fa) they will have (Lahum) misery
(Ta'saan), and (Wa) their deeds (A'maala-hum) will be in vain (Adolla). 
[47:9] That (Zaalika) is because they (Bi’anna-hum’) hated (Karihu') what (Maa) GOD has revealed (Anzala-
llahu), so (Fa) HE has foiled (Ah'bato) their deeds (A'maala-hum’).
[47:10] Did they then not (Afalam') travel (Yasiiru) on earth (Fiil' Ar'di) to (Fa) observe (Yanzuru') how 
(Kai'fa) was (Kaana) the end (Ååqibatu) of those (Ellaziina) before them (Min Qab'li-him’)? GOD (Ellahu)
demolished them (Dammara Ålai'him’), and (Wa) it will be the likes of it (Am'thaalu-ha) for the disbelievers
(Lil' Kaafiriina). (21:6)
[47:11] That (Zaalika) is because (Bi’anna) GOD (Ellaha) is the guardian (master) (Maw'laa) of those who 
(Ellaziina) believe (Aamanu') and (Wa) that (Anna) the disbelievers (El'Kaafiriina) have (Lahum) no (Laa)
guardian (Maw'laa).
[47:12] Indeed, GOD (Innallaha) will admit (Yud'khilu) those who (Ellaziina) believe (Aamanu') and (Wa)
do (Åmilu') good deeds (Es'Soalihaati) into gardens (Jannaatin) beneath which (Min Tah'ti-ha) rivers 
(El'An'haaru) flow (Taj'rii). As for (Wa) those who (Ellaziina) disbelieve (Kafaru'), they enjoy themselves 
(Yatamattauuna) and eat (Ya'kuluuna) as (Kamaa) livestock (El'An'ååmu) eat (Ta'kulu), but (Wa) the Fire 
(En'Naaru) is the abode (Math'wan) for them (Lahum).
[47:13] How many (Ka’ayyin) a (Min) town (Qar'yatin) was (Hiya) stronger (Ashaddu) in strength
(Quwwatan) than (Min) your town (s) (Qar'yati-ka) which (Ellatii) expelled you (s) (Akh'rajat'ka)? We 
annihilated them (Ah'lak'naa-hum’); and (Fa) there was no (Laa) helper (Naasira) for them (Lahum). 
[47:14] So is one who (Afaman) is on (Ålaa) proof (Bayyinatin) from (Min) his LORD (Rabbi-hi) like one 
(Kaman) whose (-hi) evil (Suu'u) work (Åmali) has been adorned (Zuyyina) to him (Lahu), and (Wa) they 
followed (Ettabauu') their inclinations (Ah'waa'a-hum)?
[47:15] The example (Mathalu) of Paradise (El'Jannati) which (Ellatii) has been promised (Waeda) to the 
pious (El'Muttaquun) is; therein (Fiihaa) are rivers (An'haarun) of (Min) uncontaminated (Gai'ri Aasinin) 
water 1
(Maa'in), rivers (An'haarun) of (Min) milk (Labanin) whose taste (To'mu-hu) does not (Lam’) change
2
(Yatagayyar'), rivers (An'haarun) of (Min') wine (Kham'rin) delicious (Lazzatin) for the drinkers 3
(Lis'
Shaaribiina), and (Wa) rivers (An'haarun) of (Min') purified (Musoffan) honey 4
(Åsalin). And (Wa) they will 
have (Lahum) all (Min Kulli) fruits (Etthamaraati) therein (Fiiha) as well as (Wa) forgiveness (Mag'firatun)
from (Min) their LORD (Rabbi-him’). Is it like (Ka) he (Huwa) who (Man') will be in (Fii) the Fire (En'Naari)
eternally (Khaalidun) and (Wa) will be made to drink (Suqu') magma (Hamiiman) as water (Maa'an) and 
(Fa) it will sever (Qattoå) their intestines (Am'åå'a-hum’)?
[47:16] And (Wa) among them (Min'hum), are those who (Man) listen (Yas'tamiu) to you (s) (ilai'ka), until 
(Hattaa) when (Izaa) they have departed (Kharaju') from you (Min' Endi-ka), they say to (Qaalu' Li) those 
who (Laziina) have been given (Uutu') the knowledge (El’ il'ma), "What (Maazaa) did he (the messenger) say 
(Qaala) previously (Aanifan)?" Those (U'laaika) are the ones whom (Ellaziina) GOD (Ellahu) has sealed (Tobaå
Ålaa) their hearts (Quluubi-him’) so (Wa) they followed (Ettabauu') their inclinations (Ah'waa'a-hum’). 
[47:17] As for (Wa) those who (Ellaziina) are guided (Eh'tadaw'); HE (God) augments them (Zaada-hum) in 
guidance (Hudan) and (Wa) gives them (Aataa-hum’) their piousness (Taq'waa-hum’).
[47:18] So (Fa) are (Hal') they waiting (Yanzuruuna) only for (illa) the Hour (Es'Saa'åta) to (An) come to 
them (Ta'tiya-hum) surprisingly (Bag'tatan) while (Fa) its portents (Ash'raatu-ha) have already (Qad') come 
(Jaa'a)? So (Fa) how (Annaa) will it be for them (Lahum’) when (Izaa) their remembrance (Zik'raa-hum’)
comes to them (Jaa'at-hum)?
[47:19] And (Fa) know (E'lam') that (Annahu) there is no god (Laa ilaaha) except (illa) the GOD (Ch 112)
(Ellahu), and (Wa) seek forgiveness (Es'tag'fir') for (Li) your sin (s) (Zanbi-ka) and for the believing men (Lil'
Mu'miniina) and the believing women (Wal' Mu'minaati). For (Wa) GOD (Ellahu) knows (Ya'lamu) your 
movement (Mutaqallaba-kum’) and your abode (Math'waa-kum). (40:55)
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 08.02.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~3,492 nos.
⚫Parts ~ 489-490~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE....next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)