🌗Part-484(46:16-20)Al-Ahqãf(The Dunes)

✔️Part-484(46:16-20)Al-Ahqãf(The Dunes)
✔️Video- https://youtu.be/_ZZX9NuJMr0
.___________________________________________
টেমপ্লেটঃউৎকৃষ্ট আমলসমূহ মানে ঈমান অনা আৰু সৎকৰ্ম কৰা-৪৬:১৬।।জিন-৪৬:১৮।।কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-৪৬:২০ (টোকাবোৰ চাব)
.___________________________________________
মিনি সূচিঃPart-484(46:16-20)Al-Ahqãf
৪৬:১৬(উৎকৃষ্ট আমলসমূহ মানে ঈমান অনা আৰু সৎকৰ্ম কৰা-👾ত লিংক চাব)
৪৬:১৮(জিন-Jinn-See link)
৪৬:২০(ইয়াত কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-See sp note)(যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে তেওঁলোকেই ফাছিক-টোকা)
.___________________________________________
👉বিশ্লেষণ - চৈয়দ ৰফিক
👉ভিডিঅ' - মুক্তাবুল হুছেইন(Pl see this Video)
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
🟦৪৬:১৬
أُولَٰئِكَ الَّذِينَ نَتَقَبَّلُ عَنْهُمْ أَحْسَنَ مَا عَمِلُوا وَنَتَجَاوَزُ عَنْ ⬅️سَيِّئَاتِهِمْ فِي أَصْحَابِ الْجَنَّةِ ۖ وَعْدَ الصِّدْقِ الَّذِي كَانُوا يُوعَدُونَ
এওঁলোকেই সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ👾 আমি কবুল কৰো আৰু তেওঁলোকৰ ➡️বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া সত্য প্ৰতিশ্ৰুতি।
.
✍️Note-sam:
XI.x-sayyi’āt — evil
I render this throughout as evil. This value is in general accordance with the Traditionalist’s understanding, though
consistently applied here.
All instances in the text appear.
References:
2:271, 3:193, 3:195, 4:18, 4:31, 5:12, 5:65, 7:153, 7:168, 8:29, 10:27, 11:10, 11:78, 11:114, 16:34, 16:45, 25:70, 28:84, 29:4,
29:7, 35:10, 39:48, 39:51, 39:51, 40:9, 40:9, 40:45, 42:25, 45:21, 45:33, 46:16, 47:2, 48:5, 64:9, 65:5, 66:8.
(২:২৭১
إِنْ تُبْدُوا الصَّدَقَاتِ فَنِعِمَّا هِيَ ۖ وَإِنْ تُخْفُوهَا وَتُؤْتُوهَا الْفُقَرَاءَ فَهُوَ خَيْرٌ لَكُمْ ۚ وَيُكَفِّرُ عَنْكُمْ مِنْ ⬅️سَيِّئَاتِكُمْ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু ভাল; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণে পাপ মোচন কৰিব; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
.
✍️Note-as:👾
I.e., "whom We shall reward in accordance with the best that they ever did": cf. 29:7.
(২৯:৭
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّئَاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ الَّذِي كَانُوا يَعْمَلُونَ
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহ মচি দিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, অৱশ্যে আমি তাৰ প্ৰতিদান দিম।
(find the verse,see the notes:
https://aqspart2.blogspot.com/2022/09/part-3612901-10al-ankabootthe-spider.html?m=1)
.___________________________________________
🟦৪৬:১৭
وَالَّذِي قَالَ لِوَالِدَيْهِ أُفٍّ🌱 لَكُمَا أَتَعِدَانِنِي أَنْ أُخْرَجَ وَقَدْ خَلَتِ الْقُرُونُ مِنْ قَبْلِي وَهُمَا يَسْتَغِيثَانِ اللَّهَ وَيْلَكَ آمِنْ إِنَّ وَعْدَ اللَّهِ حَقٌّ⛰️ فَيَقُولُ مَا هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ
আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ🌱 তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান আন, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’⛰️। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।
.
✍️Note-sam:
(🌱uff -an expression of irritation or scorn.sam).
(⛰️ḥaqqun.See Notepad XVII (ḥaqq- vi-link:
Use of Haqq:
http://fbahsanalhadith.home.blog/2022/09/09/utilisation-of-haqq-in-quran-sam/)
.___________________________________________
🟦৪৬:১৮
أُولَٰئِكَ الَّذِينَ حَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِنَ الْجِنِّ وَالْإِنْسِ ۖ إِنَّهُمْ كَانُوا خَاسِرِينَ
ইহঁতেই সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত* হৈছিল সিহঁতৰ পূৰ্বে যিবোৰ উম্মত অতিবাহিত হৈছে জিন👹 আৰু মানৱৰ পৰা সেইসকলৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
(👹Jinn: link: https://bit.ly/40mJnSm)
.
✍️Note/refs-sam:
*sam-Cf. 10:33, 10:96, 10:103, 16:36, 16:38, 17:16, 22:18, 28:63, 30:47, 32:13, 36:7, 37:31, 38:14, 39:19, 39:71-72, 40:6, 41:25, 46:18, 50:12-14.
(১০:৩৩
كَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى الَّذِينَ فَسَقُوا أَنَّهُمْ لَا يُؤْمِنُونَ
যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।)
.___________________________________________
🟦৪৬:১৯
وَلِكُلٍّ دَرَجَاتٌ مِمَّا عَمِلُوا ۖ وَلِيُوَفِّيَهُمْ أَعْمَالَهُمْ وَهُمْ لَا يُظْلَمُونَ
আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে* আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
(*which is best rendered as "and", "and so", or "hence"-as)
.___________________________________________
🟦৪৬:২০
وَيَوْمَ يُعْرَضُ الَّذِينَ كَفَرُوا عَلَى النَّارِ أَذْهَبْتُمْ طَيِّبَاتِكُمْ فِي حَيَاتِكُمُ الدُّنْيَا وَاسْتَمْتَعْتُمْ بِهَا فَالْيَوْمَ تُجْزَوْنَ عَذَابَ الْهُونِ بِمَا كُنْتُمْ تَسْتَكْبِرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَفْسُقُونَ
আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি লৈ গৈছা আৰু সেইবোৰ উপভোগো কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।
.
✍️Verse/Note-sam:rafique:
20 And the day those who ignore warning1🩸are exposed to the Fire: “You received2🩸 your good things in the life of this world, and you took pleasure therein; so this day will you be rewarded with the punishment of humiliation because you waxed proud in the earth without right,3🩸 and because you were perfidious.”4🩸

🩸1-Arabic: alladhīna kafarū. See note to 2:6 and Notepad II.i.
(34:31-Quranic meaning:✅alladhīna kafarū-কুফুৰী🌿 কৰা: link:
alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof.
(https://ahsana3923.blogspot.com/2022/10/3431-quranic-meaningalladhina-kafaru.html )

🩸2-Lit.: removed; took away. Rendered commonly here received or exhausted.

🩸3-I.e. without (genuine) cause. Arabic: bi ghayri (al) ḥaqq. See Notepad XVII.
(bi ghayri (al) ḥaqq:
This means without (a) cause and it means it in all cases. It occurs at 2:61, 3:21, 3:112, 3:181, 4:155, 7:33, 7:146, 10:23, 22:40, 28:39, 40:75, 41:15, 42:42, 46:20)

🩸4-Arabic root: f-s-q. See note to 2:26 and Notepad XI.vii.
(Faasiq: http://fbahsanalhadith.home.blog/2022/09/12/fasiqby-sam/(use s.link: https://bit.ly/3w4rnOR

Who break the covenant of Allāh after contracting it and sever that which Allāh has ordered to be joined and cause corruption on earth.(2:27)
২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।)
.___________________________________________
WORD BY WORD MEANING BB:
[46:16] Those (U'laaika) are the ones (Ellaziina) from whom (Ån'hum) We will accept (Nataqabbalu) the
best (Ah'sana) of what (Maa) they have done (Åmilu'), and (Wa) We will disregard (Natajaawazu Ån) their
bad deeds (Sayyiaati-him’) among (Fii) the Companions (As'haabi) of Paradise (El'Jannati). A truthful
(Es'Sid'qi) promise (Wa'da) which (Ellazii) they had been (Kaanu') promised (Yuuåduun).
[46:17] And (Wa) there is one who (Ellazii) says (Qaala) to (Li) his parents (Waalidai'hi), "Ugh (Uffin) to you
both (Lakumaa); are you promising me (A’taedaaninii) that (An') I will be brought forth (Ukh'raja) while
(Wa) generations (El'Quruunu) before me (Min Qab'lii) had already (Qad') passed (Khalati)?!" And (Wa)
both of them (the parents) (Humaa) will seek the help of GOD (Yas'tagiithaani-llaha). "Woe to you (son) (Wai'la-
ka)! Believe (Aamin')! Indeed (Inna), the promise of GOD (Wa'da-llahi) is true (Haqqun)!" But (Fa) he (the son)
will say (Yaquulu), "These (sayings) (Haazaa) are only (Maa illa) tales (Asaatiiru) of the past (El'Awwaliin)."
[46:18] Those (U'laaika) are the ones (Ellaziina) on whom (Ålai'him) the word (El'Qaw'lu) has been imposed
(Haqqa) among (Fii) nations (Umamin) which had (Qad’) passed (Khalat) before them (Min Qab'li-him) of
(Mina) the jinn (El'Jinni) and mankind (Wal' Insi). Indeed, they (Innahum) were (Kaanu') losers (Khaasiriin).
[46:19] And (Wa) for (Li) each (Kulli) are degrees (Darajaatun) of what (Mimma) they have done (Åmilu'),
so that (Wali) HE (God) may pay them (Yuwaffiya-hum’) their deeds (A'maala-hum) and they (Hum) will not
(Laa) be wronged (Yuz'lamuun).
[46:20] And (Wa) the day (Yaw'ma) those who (Ellaziina) disbelieved (Kafaru') are presented (Yu'radu) to
(Ålaa) the Fire (En'Naari), "You have gotten rid of (Az'hab'tum) your good things (Toyyibaati-kum) in (Fii)
your (-kumu) worldly (Ed'Dun'ya) life (Hayaati) and (Wa) have enjoyed them (Es'tam'ta'tum Bihaa). So (Fa)
today (El'Yaw'ma) you will be requited (Tuj'zaw'na) with a disgraceful (El'Huuni) punishment (Åzaaba)
because (Bimaa) you were (Kuntum) arrogant (Tas'tak'biruuna) on earth (Fiil' Ar'di) without (Bi-Gai'ri) right
(El'Haqqi) and because (Bimaa) you were (Kuntum') acting immoral (Taf'suquun)."
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 02.02.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~3,464 nos.
⚫Part ~ 484~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
Chapter ...CONTINUE....
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)