🌀🏉৪৮
🏉495-মিনি সূচিঃPart-495(48:01-04)Al-Fatt-h
কিছু আগ-কথাঃ ৪৮:ছুৰা আল-ফাতাহ(বিজয়)
এই ২৯ আয়াত বিশিষ্ট ছুৰাটো তুমি/তোমাক বুলি আৰম্ভ কৰিছে। এই ক্ষেত্ৰত কেৱল মহম্মদকে (আ:ছা:) ধৰি লোৱা নাই: https://bit.ly/3XrLy4v
.
🏉496-মিনি সূচিঃPart-496(48:05-09)Al-Fatt-h
৪৮:৮(সেইদিনা ৰছুল সাক্ষী ৰূপে থাকিব অৰ্থাৎ কোৰআন-১৬:৮৯)
.
🏉497-মিনি সূচিঃPart-497(48:10-13)Al-Fatt-h
৪৮:১০(ৰছুলৰ ওচৰত বাইআত মানে কি?,চুফীবাদ কি?: চুফী ধৰ্মত শ্বেখ (বা ৱালী)ক কেথলিক সন্ত বা দালাই লামাৰ দৰেই স্থান দিয়া হয়-টোকাবোৰ চাব)
.
🏉498-মিনি সূচিঃPart-498(48:13-15)Al-Fatt-h
৪৮:১৪(কিয় আল্লাহে যাক ইচ্ছা ক্ষমা কৰে আৰু যাক ইচ্ছা শাস্তি দিয়ে-টোকা/লিংক)
৪৮:১৫(maghānima-مَغَانِمَ) "spoils of war"ৰ বুলি প্ৰায় সকলো কোৰআন তফছীৰকাৰিয়ে কৈ আহিছে। এয়া তথাকথিত হাদিস ইতিহাসৰ অনুসৰণকাৰীৰ কৰ্ম, কোৰআনৰ নহয়)||আল্লাহৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই:Abrogation is the biggest lie against the Quran-টোকা)
.
🏉499-মিনি সূচিঃPart-499(48:16-20)Al-Fatt-h
৪৮:১৬(সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা-in order to fight them (Tuqaatiluu- nahum) মানে ইছলাম প্ৰতিষ্ঠাৰ বাবে কোনো তৰুৱালৰ যুদ্ধ নহয়-Note)
৪৮:১৮-২০(নবী মহম্মদকৰ মক্কা বিজয় আছিল প্ৰায় ৰক্তহীন বিজয়ৰ ভৱিষ্যদ্বাণী, সমগ্ৰ আৰবতে ইছলামৰ বিজয়ী প্ৰতিষ্ঠা আৰু শেষত ইছলামৰ প্ৰচণ্ড সম্প্ৰসাৰণ নবীৰ তাৎক্ষণিক উত্তৰাধিকাৰী সকলৰ অধীনত ইছলামিক কমনৱেলথ-টোকা চাব)
(যুদ্ধলব্ধ সম্পদ/ spoils of war মানে কি?-৪:৯৪ মন কৰিব,তাত যুদ্ধৰ নাম নিচান নাই)
.
🏉500-মিনি সূচিঃPart-500(48:21-25)Al-Fatt-h
৪৮:২১(আগন্তুক জীৱনত চূড়ান্ত আনন্দৰ প্ৰাপ্তি)
৪৮:২৩(আল্লাহৰ বিধান(سُنَّةَ اللَّهِ), চুন্নত ৰছুলুল্লাহ/মহম্মদ বুলি কোৰআনত নাই-টোকা)
৪৮:২৪-২৫(মক্কাৰ কুফুৰি কৰা সকলৰ মুঠিৰ পৰা মছজিদুল হাৰাম নবী আৰু মুমিনৰ হাতলৈ আহিল। এয়াই বিজয়-টোকা আছে)
.
🏉501-মিনি সূচিঃPart-501(48:26-29)Al-Fatt-h
৪৮:২৭(হজত মূৰ খুৰুৱাৰ লগৰ আয়াত ২:১৯৬ -টোকা চাব)
৪৮:২৮(We are promised that God's system will prevail over falsehood.Quran is the start of the new era)
৪৮:২৯(মুহাম্মদৰ-আ:ছা: সহচৰসকল(চাহাবা) কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; কিন্তু ইছলামৰ নামত কলংকিত এখন মিছা উট যুদ্ধৰ ঐতিহাসিক ভাৱে লিপিবদ্ধ কৰিছে ইছলামৰ শত্ৰুবোৰে! এই যুদ্ধ কোৰআন বিৰুদ্ধ)-Imp.S.Video on 48:29 https://youtu.be/xeo51NFqzdw
.
🏉🏉🏉🏉🏉🏉🏉🏉🏉🏉🏉🏉🏉🏉
Comments
Post a Comment