🛟Part-470-471(44:01-12)Al-Dukhãn(Smoke)
✔️Part-470-471(44:01-12)Al-Dukhãn(Smoke)
➡️(Two Parts-470-471 at a time)
✔️Video470- https://youtu.be/rkwN4MZkEIE
✔️Video-471- https://youtu.be/0GFoXnkE5zE
.____________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.____________________________________________
⭕মিনিসূচিঃPart-470-471(44:01-12)Al-Dukhãn
৪৪:১-২(হা-মীম। শপত সুস্পষ্ট কিতাবৰ-লিংক)
৪৪:৩-৪(-প্ৰচলিত লাইলাতুল কদৰ/চবে বাৰাত:
(Laylatul-Qadr-the Night of Decree)
মুছলমানসকলৰ বাবে আদেশৰ ৰাতি হৈছে এক ধন্য ৰাতি য’ত ভাগ্যৰ নিষ্পত্তি কৰা হয় আৰু য’ত গোটেই বছৰজুৰি ঘটা জীৱন, মৃত্যু আদিৰ লগত জড়িত সকলো কথা নিৰ্দেশ দিয়া হয়। এই ৰাতিটোক বুলি কোৱা হয়, যি ৰাতি আল্লাহৰ আল্লাহৰ আজ্ঞাবোৰ পাৰ্থিৱলৈ নমাই অনা হয়।➡️এইবোৰ কোৰআনৰ বিপৰীত কথা।)
৪৪:৮(ref-আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক।)
৪৪:১০-১২[পৰিৱেশৰ দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰা হৈছে(পৃথিৱীৰ অন্ত: কোৰআনত সংকেত কৰা হৈছে)টোকা]
.____________________________________________
⭕Pre-Page: Press link: https://bit.ly/3XjEibI
.____________________________________________
🟢৪৪:১
حم
হা-মীম।
.
✍️Note/link- https://bit.ly/3HiZcCs
.____________________________________________
🟢৪৪:২
وَالْكِتَابِ الْمُبِينِ
শপত সুস্পষ্ট কিতাবৰ!
.
✍️Verse/Note:
44:2 CONSIDER this divine writ, clear in itself and clearly showing the truth!(as).
Note:
See on 12:1.link see at44:1
.____________________________________________
🟢৪৪:৩
إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ۚ إِنَّا كُنَّا مُنْذِرِينَ
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
.
✍️Verse/Note-sam:
44:3 We sent it*1 down on a blessed night*2 — We are warning —
➡️*1-I.e. the Qur’an. For why we know the Qur’an to be the reference see note to 6:92.
(We can know that ‘this’ refers to the Qur’an on the basis of pan-textual analysis focusing on the key term in the phrase: we sent (it) down (Arabic: anzalnāhu)...Rwad more link:
(https://muktabulraf.blogspot.com/2023/01/443-note-on-quran-by-sam.html?m=1)
➡️*2-The Traditionalist relates this to what he calls The Night of Decree; however, for why he does not understand what that term means Qur’anically (his narrative derives from his non-Qur’anic sources), see sūrah 97 and notes thereto.
.
✍️Verse/Note:
44:3 Behold, from on high have We bestowed it on a blessed night:* for, verily, We have always been warning [man].**(as).
Note*
I.e., the night on which the revelation of the Qur'an began: see surah 97.
Note**
The revelation of the Qur'an is but a continuation and, indeed, the climax of all divine revelation which has been going on since the very dawn of human consciousness. Its innermost purpose has always been the warning extended by God to man not to abandon himself to mere material ambitions and pursuits and, thus, to lose sight of spiritual values.
.
✍️Verse/Note:
44:3 We have revealed it on a Blessed Night. We have always been warning.(sa).
Note:
The entire Qur’an was revealed down-loaded on the Prophet's heart in a Blessed Night in the month of Ramadhan, 610 CE, and then conveyed to mankind in stages over a period of 23 years. 2:185, 97:1.
(২:১৮৫
شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ فِيهِ الْقُرْآنُ هُدًى لِلنَّاسِ وَبَيِّنَاتٍ مِنَ الْهُدَىٰ وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْيَصُمْهُ ۖ وَمَنْ كَانَ مَرِيضًا أَوْ عَلَىٰ سَفَرٍ فَعِدَّةٌ مِنْ أَيَّامٍ أُخَرَ ۗ يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يُرِيدُ بِكُمُ الْعُسْرَ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ
ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ যে তোমালোকক হিদায়ত দিছে তাৰবাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
৯৭:১
إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ
নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো;)
.____________________________________________
🟢৪৪:৪
فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ
সেই ৰাতিতেই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
.
৪৪:৩-৪
إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ۚ إِنَّا كُنَّا مُنْذِرِينَ
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
৪৪:৪
فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ
সেই ৰাতিতেই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
.
কোৰআনৰ শত্ৰুবিলাকে উক্ত আয়াতকেইতাক আক্ৰমণ কৰি কয়ঃ
৪৪:৪
فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ
সেই ৰাতিতেই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
⬇️
অৰ্থাৎ আগন্তুক বছৰত হ’বলগীয়া মৃত্যু, জন্ম, জীৱিকা আৰু বিপদ-আপদ ইত্যাদিৰ সকলো আদেশ-নিৰ্দেশ, যিবোৰৰ ফয়চালা আল্লাহৰ আদেশ মুতাবিক কৰা হয় সেইবোৰ লাওহে মাহফুজৰ পৰা লৈ ফিৰিস্তাসকলক অৰ্পন কৰা হয়।
Press link: Laylatul-Qadr https://muktabulraf.blogspot.com/2023/01/night-of-decree.html?m=1
.____________________________________________
🟢৪৪:৫
أَمْرًا مِنْ عِنْدِنَا ۚ إِنَّا كُنَّا مُرْسِلِينَ
আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।
.____________________________________________
🟢৪৪:৬
رَحْمَةً مِنْ رَبِّكَ ۚ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,
.____________________________________________
🟢৪৪:৭
رَبِّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا ۖ إِنْ كُنْتُمْ مُوقِنِينَ
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ ৰব; যদি তোমালোকে নিশ্চিত* বিশ্বাসী হোৱা।
.
✍️Note-sam(2:4)
Arabic: *yaqina. Generally translated as to be certain and synonyms, such values are acceptable but require clarification. There exists an unfortunate disconnect between Arabic and English here. In short, yaqina means two related things: to verify or confirm on the one hand and to be certain or sure on the other — depending on whether or not the idea is perfective. The two aspects are obviously related: having verified, one is then certain. However, in the English of today such a relationship is not obvious. If to believe is fraught with difficulty in English (meaning today anything between to accept blindly and to be gullible on the one hand through to give purely intellectual assent to on the other) then to be certain to some extent is an expansion or intensification of what to believe has come to mean. But yaqina is an evidence-based conviction; it is not a hope or a feeling — even an intense hope or feeling. All instances appear in the notes and reference this verse.
(Google translate no guarantee:
আৰবী: yaqina। সাধাৰণতে নিশ্চিত আৰু প্ৰতিশব্দ হিচাপে অনুবাদ কৰিলে এনে মূল্যবোধ গ্ৰহণযোগ্য যদিও স্পষ্টীকৰণৰ প্ৰয়োজন। ইয়াত আৰবী আৰু ইংৰাজীৰ মাজত এক দুৰ্ভাগ্যজনক বিচ্ছিন্নতা আছে। মুঠতে য়াকিনাৰ অৰ্থ দুটা সম্পৰ্কীয় কথা: এফালে পৰীক্ষা বা নিশ্চিত কৰা আৰু আনফালে নিশ্চিত বা নিশ্চিত হোৱা — ধাৰণাটো নিখুঁত নে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰে। দুয়োটা দিশৰ মাজত স্পষ্টভাৱে সম্পৰ্ক আছে: পৰীক্ষা কৰি, তেতিয়া এজন নিশ্চিত। অৱশ্যে আজিৰ ইংৰাজী ভাষাত এনে সম্পৰ্ক স্পষ্ট নহয়। যদি বিশ্বাস কৰাটো ইংৰাজীত অসুবিধাৰে ভৰা (অৰ্থাৎ আজি এফালে অন্ধভাৱে গ্ৰহণ কৰা আৰু আনফালে বিশুদ্ধ বৌদ্ধিক সন্মতি দিয়াৰ মাজৰ যিকোনো কথা) তেন্তে কিছু পৰিমাণে নিশ্চিত হোৱাটো কিহৰ সম্প্ৰসাৰণ বা তীব্ৰতা বিশ্বাস কৰাৰ অৰ্থ হৈছে। কিন্তু য়াকিনা হৈছে প্ৰমাণভিত্তিক দোষী সাব্যস্ত হোৱা; ই কোনো আশা বা অনুভৱ নহয় — আনকি তীব্ৰ আশা বা অনুভৱো। সকলো দৃষ্টান্ত টোকাবোৰত দেখা যায় আৰু এই পদটোৰ উল্লেখ কৰা হয়।)
.____________________________________________
🟢৪৪:৮
لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ رَبُّكُمْ وَرَبُّ آبَائِكُمُ الْأَوَّلِينَ
তেওঁৰ* বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পিতৃ-পুৰুষসকলৰো ৰব্ব।
.
✍️Note*-sam.
8 There is no god save He;*1 He gives life and He gives death; your Lord, and the Lord of your fathers of old.
*1-Cf. 2:255, 3:2, 3:6, 3:18, 3:18, 4:87, 6:102, 6:106, 7:158, 9:129, 13:30, 20:8, 20:98, 23:116, 27:26, 28:70, 28:88, 35:3, 39:6, 40:3, 40:62, 40:65, 44:8, 59:22, 59:23, 64:13, 73:9.
(৩:২
اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক।
etc..)
.____________________________________________
🟢৪৪:৯
بَلْ* هُمْ فِي شَكٍّ يَلْعَبُونَ
বৰং* সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে।
.
✍️Note-sam: 2:88-Arabic: bal:
https://muktabulraf.blogspot.com/2023/01/288-arabic-bal.html?m=1
.____________________________________________
🟢৪৪:১০
فَارْتَقِبْ يَوْمَ تَأْتِي السَّمَاءُ بِدُخَانٍ مُبِينٍ
এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে* আচ্ছন্ন হ’ব আকাশ,
.
✍️Note*
পৰিৱেশৰ দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰা হৈছে (পৃথিৱীৰ অন্ত: কোৰআনত সংকেত কৰা হৈছে):
https://muktabulraf.blogspot.com/2023/01/blog-post_19.html?m=1
.____________________________________________
🟢৪৪:১১
يَغْشَى النَّاسَ ۖ هَٰذَا عَذَابٌ أَلِيمٌ
যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।
.____________________________________________
🟢৪৪:১২
رَبَّنَا اكْشِفْ عَنَّا الْعَذَابَ إِنَّا مُؤْمِنُونَ
(সিহঁতে ক’ব) ‘হে আমাৰ ৰব! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন* হম’।
.
✍️Note*--mu’min. See note to 8:2 by Sam:
https://muktabulraf.blogspot.com/2022/12/mumin-see-note-to-82-by-sam.html?m=1
.____________________________________________
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[44:1] H (Ha), M (Miim);
[44:2] By (Wa) the Clear (El'Mubiin) Book (El'Kitaabi).
[44:3] Indeed, (Innaa) We revealed it (Anzal'naa-hu) in (Fii) a blessed (Mubaarakatin) night (Lai'latin).
Indeed (Innaa), We are (Kunna) warning (Munziriin).
[44:4] Every (Kullu) matter (Am'rin) therein (Fiihaa) was distinguished (Yuf'raqu) wisely (Hakiim);
[44:5] matters (Am'ran) from Us (Min' Endi-naa). Indeed (Innaa), We were (Kunna) transmitting (Mur'siliin)
[44:6] as mercy (Rah'matan) from (Min) your LORD (s) (Rabbi-ka); indeed, HE (Innahu) is (Huwa) the
HEARER (Es' Samiiu), the OMNISCIENT (El' Åliim).
[44:7] LORD (Rabbi) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) and whatever (Wamaa) is
between them both (Bai'nahumaa), if (In) you should be (Kuntum) certain (Muuqiniin).
[44:8] There is no god (Laa ilaaha) except (illa) HIM (Huwa), HE gives life (Yuh'yii) and (Wa) causes death
(Yumiitu); your LORD (Rabbu-kum) and LORD (Rabbu) of your forefathers (Aabaai-kumul' Awwaliin).
[44:9] But rather (Bal') they (Hum') are in (Fii) doubt (Shakkin), playing (Yal'åbuun).
[44:10] So (Fa) keep watching (Er'taqib') for the day (Yaw'ma) the sky (Es'Samaau) will bring (Ya'tii Bi) a
clear (Mubiin) smoke (Dukhaanin)*,
[44:11] covering (Yag'shaa) the people (En'Naasa); this (Haaza) is a painful (Aliim) punishment (Åzaabun).
[44:12] "Our LORD (Rabba-naa), bare (Ek'shif') the punishment (El'Åzaaba) from us (Ånnaa); indeed, we
(Innaa) will be believers (Mu'minuun)."
.____________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 19.01.2023-Naz-villa
🔴Work Progress ~ 79.90%
🟡Approx. Pages~3,404 nos.
⚫Part ~ 470-471~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Comments
Post a Comment