🪷Part-460(42:46-53)Ash-Shûra(Consultation)

✔️Part-460(42:46-53)Ash-Shûra(Consultation)
.___________________________________________
📢And who is better in speech than he who invites to Allah-41:33
(সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
🔮"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
🔐BLOG BLOG BLOG BLOG BLOG BLOG 
¶খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(ছুৰা:০১-২১)
¶খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা(ছুৰা:২২-১১৪)
.___________________________________________
মিনি সূচিঃPart-460(42:46-53)Ash-Shûra-End
৪২:৪৬(আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই-টোকা)
৪২:৪৭(Encouragement to obey Allah before the Day of Resurrection)
৪২:৪৮(1️⃣The only revelation prophet Muhammad received from God is the Quran and nothing else-link)(2️⃣ Messenger's sole mission: Only delivery of the Message-link)
৪২:৪৯-৫০(কন্যা বা পুত্ৰ সন্তান,আৰু আল্লাহে যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাৱান-ref:৩১:৩৪)
৪২:৫১-৫২(Wahi/Revaluation/Inspiration: Link)
.___________________________________________
🪷Complete Chapter: https://bit.ly/3GD0NSX
.___________________________________________
🟦৪২:৪৬
وَمَا كَانَ لَهُمْ مِنْ أَوْلِيَاءَ يَنْصُرُونَهُمْ مِنْ دُونِ اللَّهِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ سَبِيلٍ
আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।
.
✍️Sa-ref: [42:44]
৪২:৪৪
وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ وَلِيٍّ مِنْ بَعْدِهِ ۗ وَتَرَى الظَّالِمِينَ لَمَّا رَأَوُا الْعَذَابَ يَقُولُونَ هَلْ إِلَىٰ مَرَدٍّ مِنْ سَبِيلٍ
আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। আৰু যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’?
(find 42:44 link: https://bit.ly/3WLwQpv)
.___________________________________________
🟦৪২:৪৭(Encouragement to obey Allah before the Day of Resurrection)
اسْتَجِيبُوا لِرَبِّكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۚ مَا لَكُمْ مِنْ مَلْجَإٍ يَوْمَئِذٍ وَمَا لَكُمْ مِنْ نَكِيرٍ
আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিনটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব।
.
✍️Ap-refs:
৭৫:১০-১২
يَقُولُ الْإِنْسَانُ يَوْمَئِذٍ أَيْنَ الْمَفَرُّ
সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
৭৫:১১
كَلَّا لَا وَزَرَ
কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
৭৫:১২
إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمُسْتَقَرُّ
সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
.___________________________________________
🟦৪২:৪৮(MESSENGER'S SOLE MISSION: ONLY DELIVERY OF THE MESSAGE)
فَإِنْ أَعْرَضُوا فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا ۖ إِنْ عَلَيْكَ إِلَّا الْبَلَاغُ ۗ وَإِنَّا إِذَا أَذَقْنَا الْإِنْسَانَ مِنَّا رَحْمَةً فَرِحَ بِهَا ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَإِنَّ الْإِنْسَانَ كَفُورٌ
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী পৌঁচাই দিয়া🩸। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন* কৰাওঁ তেতিয়া সি উৎফুল্লিত হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে।
.
✍️The duty which God assigns to His messengers🩸: see link:
(The only revelation prophet Muhammad received from God is the Quran and nothing else:
.
✍️*the first sentence of 41:50-as.
৪১:৫০
وَلَئِنْ أَذَقْنَاهُ رَحْمَةً مِنَّا مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ هَٰذَا لِي وَمَا أَظُنُّ السَّاعَةَ قَائِمَةً وَلَئِنْ رُجِعْتُ إِلَىٰ رَبِّي إِنَّ لِي عِنْدَهُ لَلْحُسْنَىٰ ۚ فَلَنُنَبِّئَنَّ الَّذِينَ كَفَرُوا بِمَا عَمِلُوا وَلَنُذِيقَنَّهُمْ مِنْ عَذَابٍ غَلِيظٍ
আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি অৱশ্যে কয়, ‘এয়া মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভোতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।
.___________________________________________
🟦৪২:৪৯
لِلَّهِ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ يَخْلُقُ مَا يَشَاءُ ۚ يَهَبُ لِمَنْ يَشَاءُ إِنَاثًا وَيَهَبُ لِمَنْ يَشَاءُ الذُّكُورَ
আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে,
.
✍️ref-edip:See 18:8; 31:34.
৩১:৩৪
إِنَّ اللَّهَ عِنْدَهُ عِلْمُ السَّاعَةِ وَيُنَزِّلُ الْغَيْثَ وَيَعْلَمُ مَا فِي الْأَرْحَامِ ۖ وَمَا تَدْرِي نَفْسٌ مَاذَا تَكْسِبُ غَدًا ۖ وَمَا تَدْرِي نَفْسٌ بِأَيِّ أَرْضٍ تَمُوتُ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.___________________________________________
🟦৪২:৫০
أَوْ يُزَوِّجُهُمْ ذُكْرَانًا وَإِنَاثًا ۖ وَيَجْعَلُ مَنْ يَشَاءُ عَقِيمًا ۚ إِنَّهُ عَلِيمٌ قَدِيرٌ
নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাৱান।
.___________________________________________
🟦৪২:৫১(Methods of Divine Communication)
۞ وَمَا كَانَ لِبَشَرٍ أَنْ يُكَلِّمَهُ اللَّهُ إِلَّا وَحْيًا أَوْ مِنْ وَرَاءِ حِجَابٍ أَوْ يُرْسِلَ رَسُولًا فَيُوحِيَ بِإِذْنِهِ مَا يَشَاءُ ۚ إِنَّهُ عَلِيٌّ حَكِيمٌ
কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা কব অহীৰ* মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী** কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।
.
✍️Wahi/Revaluation/Inspiration: method:
.
✍️Note/ref-as
*The above passage connects with the first paragraph of verse 42:48, which speaks of the divine message entrusted to the Prophet.

**Cf. 53:10.
.
✍️Verse/note:
42:51 And it is not for any human being that God should speak to him other than through direct revelation (on the hearts of His Messengers) or from behind a barrier (such as at Mount Sinai to Moses) or by sending a Messenger to convey His Words with His Permission (as all Messengers did). He is the Most High, Wise. [2:97, 2:253, 4:164](sa).
(২:৯৭
قُلْ مَنْ كَانَ عَدُوًّا لِجِبْرِيلَ فَإِنَّهُ نَزَّلَهُ عَلَىٰ قَلْبِكَ بِإِذْنِ اللَّهِ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ وَهُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইবাবে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী কিতাবৰো সত্যায়নকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।[2]
.
২:২৫৩
۞ تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۘ مِنْهُمْ مَنْ كَلَّمَ اللَّهُ ۖ وَرَفَعَ بَعْضَهُمْ دَرَجَاتٍ ۚ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلَ الَّذِينَ مِنْ بَعْدِهِمْ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ وَلَٰكِنِ اخْتَلَفُوا فَمِنْهُمْ مَنْ آمَنَ وَمِنْهُمْ مَنْ كَفَرَ ۚ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلُوا وَلَٰكِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ
সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। তেওঁলোকৰ মাজত এনে কিছুমান আছে, যিসকলৰ লগত আল্লাহে কথা কৈছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰইয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছো আৰু ৰূহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তীসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিলে। ফলত সিহঁতৰ কিছুমানে ঈমান আনিলে আৰু কিছুমানে কুফুৰী কৰিলে; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱেই কৰে।
.
৪:১৬৪
وَرُسُلًا قَدْ قَصَصْنَاهُمْ عَلَيْكَ مِنْ قَبْلُ وَرُسُلًا لَمْ نَقْصُصْهُمْ عَلَيْكَ ۚ وَكَلَّمَ اللَّهُ مُوسَىٰ تَكْلِيمًا
আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মূছাৰ লগত সুস্পষ্ট কথা কৈছে।
.
✍️Verse/note:
42:51. The Law of Nature which is in force in the universe is conveyed to human society 
through Wahi, which is revealed to Anbia and not to every individual. Allah communicates 
in three ways. Two of these are reserved for Anbia and the third for ordinary human 
beings. He communicates with Anbia either by instilling the contents of His Wahi in their 
hearts (2:97); or at times by conveying it to their ears, from behind the veil (as happened 
with Moses ~ 2:253; 4:164). Both these ways are confined to Anbia2. As far as other 
ordinary human beings are concerned, a Rasool is sent to them. The Rasool conveys to 
them the Divine Revelation bestowed by Allah's command. (No man other than a Nabi can 
be in communication with Allah directly.) This arrangement is made by the verily highly 
exalted Allah, Who takes all decisions rationally.pz.
.___________________________________________
🟦৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,
.
✍️Verse/note:
42:52 And thus, too,🪷1 [O Muhammad,] have We revealed unto thee a life-giving message,🪷2 [coming] at Our behest. [Ere this message came unto thee,] thou didst not know what revelation is, nor what faith [implies]:🪷3 but [now] We have caused this [message] to be a light, whereby We guide whom We will of Our ser­vants: and, verily, [on the strength thereof] thou, too, shalt guide [men] onto the straight way -

Note🪷1
I.e., in all the three ways mentioned in the preceding verse.

Note🪷2
The term ruh (lit., "spirit" or "soul") has in the Qur'an often the meaning of "divine inspiration" (see surah 16:2). In the present context, it evidently denotes the contents of the divine inspiration bestowed on the Prophet Muhammad, i.e., the Qur'an , which is meant to lead man to a more intensive spiritual life: hence my above rendering.(as).
.
16:2-note(as).
The term ruh (lit., "spirit", "soul" or "breath of life") is often used in the Qur'an in the sense of "inspiration" - and, more particularly, "divine inspiration" - since, points out in connection with the above verse as well as with the first sentence of 42:52, "it gives life to hearts that were [as] dead in their ignorance, and has in religion the same function as a soul has in a body". The earliest instance in which the term ruh has been used in this particular sense is 97:4.

Note🪷3
I.e., that the very concept of "faith" implies man's complete self-surrender (islam) to God.
.___________________________________________
🟦৪২:৫৩
صِرَاطِ اللَّهِ الَّذِي لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ أَلَا إِلَى اللَّهِ تَصِيرُ الْأُمُورُ
সেই আল্লাহৰ পথ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে গৰাকী। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব।
___ছুৰা সমাপ্ত___
.___________________________________________
WORD BY WORD MEANING BB:
[42:46] And (Wa) they will have (Lahum) no (Maa Min’) allies (Aw'liyaa'a) to help them (Yansuruuna-hum)
besides GOD (Min Duuni-llahi). And whoever (Waman) GOD leaves astray (Yud'lili-llahu), then (Fa) he 
will have (Lahu) no (Maa Min) way (Sabiil). 
[42:47] Respond (Es'tajiibu') to (Li) your LORD (Rabbi-kum) before (Min Qab'li An) a day (Yaw'mun) which 
has (Lahu) no (Laa) repeller (Maradda) comes (Ya'tiya) from GOD (Minallahi). You will have (Lakum) no 
(Maa Min) refuge (Mal'jain) on that day (Yaw'maizin), nor (Wamaa) will there be for you (Lakum) any (Min)
denial (Nakiir). 
[42:48] So (Fa) if (In') they turn away (A'radu'), then (Fa) We have not (Maa) sent you (s)
(Ar'sal'naa-ka) as a 
guardian (Hafiizoan) over them (Ålai'him');
there is only (In' illa) the notification (13:40) (El'Balaagu) upon you 
(Ålai'ka). Indeed (Innaa), whenever (Izaa) We let the human being (El' Insaana) taste (Azaq'naa) mercy 
(Rah'matan) from Us (Minnaa), he exults in it (Fariha Bi-haa); but (Wa) if (In) evil (Sayyiatu) afflicts them 
(Tusib'hum') for what (Bimaa) their hands (Ai'dii-him') have sent forth (Qaddamat'), then (Fa) indeed (Inna), 
the human being (El' Insaana)
becomes ungrateful (Kafuur).
[42:49] To GOD belongs (Lillahi) the dominion (Mul'ku) of the heavens (Es'Samaawaati) and the earth 
(Wal' Ar'di); HE creates (Yakh'luqu) whatever (Maa) HE wills (Yashaa'u). HE grants (Yahabu) females
(Inaathan) to whomever (Liman) HE wills (Yashaa'u), and (Wa) grants (Yahabu) males (Ez'Zukuur) to 
whomever (Liman) HE wills (Yashaa'u),
[42:50] or (Aw') HE pairs them (Yuzawwiju-hum') as males (Zuk'raanan) and (Wa) females (Inaathan), and 
(Wa) HE renders (Yaj'ålu) whomever (Man) HE wills (Yashaa'u) sterile (51:29) (Åqiiman). Indeed, HE (Innahu)
is Omniscient (Åliimun) and Omnipotent (Qadiir).
[42:51] And (Wa) it is (Kaana) not (Maa) for (Li) a human (Basharin) that (An) GOD (Ellahu) should speak 
to him (Yukallima-hu) except (illa) by inspiration 1
(Wah'yan) or (Aw') behind (Min Waraa'i) a partition 2
(Hijaabin) or HE sends (Yur'sila) a messenger 3
(Rasuulan) to (Fa) inspire (Yuuhiya) what (Maa) HE wills 
(Yashaa'u) by (Bi) HIS permission (Iz'ni-hi). Indeed, HE (Innahu) is Supreme (Åliyyun) and Wise (Hakiim). 

[42:52] And (Wa) thus (Kazaalika) We have inspired (Aw'hai'naa) a spirit (Ruuhan) of (Min') Our command 
(Am'ri-naa) to you (Mohammed) (ilai'ka). You (s) did (Kunta) not (Maa) know (Tad'rii) what (Maa) was the Book 1
(El'Kitaabu) or (Walaa) the faith 2
(El' iimaanu), but (Walaakin) We have made it (Jaål'naa-hu) a light (7:157)
(Nuuran) by which (Bihi) We guide (Nah'dii) whomever (Man) We will (Nashaa'u) among (Min') Our 
servants (Ebaadi-naa). And (Wa) indeed, you (s) (Innaka) shall (La) guide (Tah'dii) to (ilaa) a straight 
(Mus'taqiim) path (Siraatin); 

[42:53] the path of GOD (6:153) (Siraati-llahi), the One (Ellazii) to whom belongs (Lahu) whatever (Maa) is in 
(Fii) the heavens (Es'Samaawaati) and whatever (Wamaa) is on earth (Fiil' Ar'di). Verily (Alaa), to GOD 
(ilaallahi) is the outcome (Tasiiru) of all matters (El'Umuur).
---Chapter End___
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 04.01.2023-Naz-villa
🔴Work Progress ~ 
🟡Approx. Pages~3,352 nos.
⚫Part ~ 459 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)