🪷Part-459(42:38-45)Ash-Shûra(Consultation)
✔️Part-459(42:38-45)Ash-Shûra(Consultation)
✔️Video- https://youtu.be/GJ4uonEYeGU
.___________________________________________
📢And who is better in speech than he who invites to Allah-41:33
(সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
🔮"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
🔐BLOG BLOG BLOG BLOG BLOG BLOG
¶খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(ছুৰা:০১-২১)
Press: https://bit.ly/3IgiRUr
¶খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা(ছুৰা:২২-১১৪)
Press: https://bit.ly/3XfqbnB
.___________________________________________
মিনি সূচিঃPart-459(42:38-45)Ash-Shûra
৪২:৪০(Laws of equality in punishment (Al-Qisas)প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম*-৫:৪৫(৬:৩৩*, ২:২২৯*)
৪২:৪৩(ধৈৰ্য ধাৰণ আৰু ক্ষমা কৰা)
৪২:৪৪(আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। কিয় আল্লাহে পথভ্ৰষ্ট কৰে?-৪২:৪৪-টোকা)
৪২:৪৫✅(আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত লুকাই চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে ✔️নিজৰ আৰু নিজ ✔️পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় ✔️যালিমসকল(৬:৩৩,২:২২৯) স্থায়ী শাস্তিত নিপতিত থাকিব)
.___________________________________________
⭕৪২:৩৮
وَالَّذِينَ اسْتَجَابُوا لِرَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।
.
✍️Note:
Social Welfare and helping those in need is a duty for every individual. This spending on social
welfare is not an act of charity but a right to be given to all those entitled to it. See verse 2:215 . See verse 21:112 & 58:11; 62:9-11 & 49:2. Consensus: while Absolute
Laws and Permanent Values are fixed, deciding matters by consensus, such as making by-laws,
choosing a leader to govern, within the parameters of the Quranic guidance is not only
permissible but necessary. See also verses and footnotes 24:62; 3:159; 49:2; 58:11; 62:9-11.(sig).
-Press link: https://bit.ly/3X0lbD3
.
✍️Verse/note:
42:38. These are the people who respond to the call and come forward to establish the
Nizam-e-Rabubiyyat. They obey His Laws and remain within the bounds of Nizam-us-
Salat, which teaches them to decide their affairs through mutual consultations and
according to Divine Laws. Furthermore they keep open for the nourishment of other
(needy) human beings, most of whatever means of sustenance which they have been provided with. (In effect, they retain for themselves only what is necessary for their own survival.)pz.
.___________________________________________
⭕৪২:৩৯
وَالَّذِينَ إِذَا أَصَابَهُمُ الْبَغْيُ هُمْ يَنْتَصِرُونَ
আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।
.
✍️Verse/note:
42:39. They spend their lives as members of one community. Whenever tyranny or
oppression afflicts them from anywhere, all of them collectively help each other and defend
themselves; and take revenge on the transgressor(pz).
.
✍️Note:
Martyrdom: Mu'mins, those convinced by this guidance, are prepared to fight for a just cause
and to kill or get killed, and they receive their well deserved reward from God. See verses 3:158, 4:75-76; 8:58.
Aggression is forbidden. See verse 4:78.(sig).
(৩:১৫৮
وَلَئِنْ مُتُّمْ أَوْ قُتِلْتُمْ لَإِلَى اللَّهِ تُحْشَرُونَ
আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।
.
৪:৭৫-৭৬
وَمَا لَكُمْ لَا تُقَاتِلُونَ فِي سَبِيلِ اللَّهِ وَالْمُسْتَضْعَفِينَ مِنَ الرِّجَالِ وَالنِّسَاءِ وَالْوِلْدَانِ الَّذِينَ يَقُولُونَ رَبَّنَا أَخْرِجْنَا مِنْ هَٰذِهِ الْقَرْيَةِ الظَّالِمِ أَهْلُهَا وَاجْعَلْ لَنَا مِنْ لَدُنْكَ وَلِيًّا وَاجْعَلْ لَنَا مِنْ لَدُنْكَ نَصِيرًا
তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ ৰব! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা ইয়াৰ অধিবাসীসকল যালিম; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।
৪:৭৬
الَّذِينَ آمَنُوا يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ ۖ وَالَّذِينَ كَفَرُوا يُقَاتِلُونَ فِي سَبِيلِ الطَّاغُوتِ فَقَاتِلُوا أَوْلِيَاءَ الشَّيْطَانِ ۖ إِنَّ كَيْدَ الشَّيْطَانِ كَانَ ضَعِيفًا
যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।
.
৮:৫৮
وَإِمَّا تَخَافَنَّ مِنْ قَوْمٍ خِيَانَةً فَانْبِذْ إِلَيْهِمْ عَلَىٰ سَوَاءٍ ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْخَائِنِينَ
আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।
.
৪:৭৮
أَيْنَمَا تَكُونُوا يُدْرِكْكُمُ الْمَوْتُ وَلَوْ كُنْتُمْ فِي بُرُوجٍ مُشَيَّدَةٍ ۗ وَإِنْ تُصِبْهُمْ حَسَنَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِ اللَّهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِكَ ۚ قُلْ كُلٌّ مِنْ عِنْدِ اللَّهِ ۖ فَمَالِ هَٰؤُلَاءِ الْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًا
তোমালোক য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!)
.___________________________________________
⭕৪২:৪০
وَجَزَاءُ سَيِّئَةٍ سَيِّئَةٌ مِثْلُهَا ۖ 🌱فَمَنْ عَفَا وَأَصْلَحَ فَأَجْرُهُ عَلَى اللَّهِ ۚ إِنَّهُ لَا يُحِبُّ الظَّالِمِينَ
আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰীবিলাকক পছন্দ নকৰে।
.
✍️BB-ref:(16:126)
১৬:১২৬
وَإِنْ عَاقَبْتُمْ فَعَاقِبُوا بِمِثْلِ مَا عُوقِبْتُمْ بِهِ ۖ وَلَئِنْ صَبَرْتُمْ لَهُوَ خَيْرٌ لِلصَّابِرِينَ
আৰু যদি তোমালোকে শাস্তি দিয়া, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। কিন্তু যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।
.
Justice, has been prescribed, in the form of the prescribed laws of equality in punishment (Al-Qisas), but the better way, which means forgiving, is recommended, as Allah says:
وَالْجُرُوحَ قِصَاصٌ فَمَن تَصَدَّقَ بِهِ فَهُوَ كَفَّارَةٌ لَّهُ
and wounds equal for equal. But if anyone remits the retaliation by way of charity, it shall be for him expiation. (5:45)
Allah says here:
🌱فَمَنْ عَفَا وَأَصْلَحَ فَأَجْرُهُ عَلَى اللَّهِ
but whoever forgives and makes reconciliation, his reward is with Allah.
৫:৪৫
وَكَتَبْنَا عَلَيْهِمْ فِيهَا أَنَّ النَّفْسَ بِالنَّفْسِ وَالْعَيْنَ بِالْعَيْنِ وَالْأَنْفَ بِالْأَنْفِ وَالْأُذُنَ بِالْأُذُنِ وَالسِّنَّ بِالسِّنِّ وَالْجُرُوحَ قِصَاصٌ ۚ فَمَنْ تَصَدَّقَ بِهِ فَهُوَ كَفَّارَةٌ لَهُ ۚ وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ
আৰু আমি সিহঁতৰ ওপৰত তাত অত্যাৱশ্যক কৰি দিছিলো যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম।
.___________________________________________
⭕৪২:৪১
وَلَمَنِ انْتَصَرَ بَعْدَ ظُلْمِهِ فَأُولَٰئِكَ مَا عَلَيْهِمْ مِنْ سَبِيلٍ
কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব,
.___________________________________________
⭕৪২:৪২
إِنَّمَا السَّبِيلُ عَلَى الَّذِينَ يَظْلِمُونَ النَّاسَ وَيَبْغُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ
কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায়* কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰে বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
✍️sam- ẓālimūn. See 6:33*
৬:৩৩
قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ بِآيَاتِ اللَّهِ يَجْحَدُونَ
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেইটোৱে তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
.___________________________________________
⭕৪২:৪৩
وَلَمَنْ صَبَرَ وَغَفَرَ إِنَّ ذَٰلِكَ لَمِنْ عَزْمِ الْأُمُورِ
অৱশ্যে যিয়ে ধৈৰ্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম
.
✍️BB-refs:(31:17)।(3:186, 31:17-sam)
৩১:১৭
يَا بُنَيَّ أَقِمِ الصَّلَاةَ وَأْمُرْ بِالْمَعْرُوفِ وَانْهَ عَنِ الْمُنْكَرِ وَاصْبِرْ عَلَىٰ مَا أَصَابَكَ ۖ إِنَّ ذَٰلِكَ مِنْ عَزْمِ الْأُمُورِ
‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্ম নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।
.
✍️Verse/note:
42:43 But withal, if one is patient in adversity and forgives - this, behold, is indeed something to set one's heart upon!
Note.
Cf. 41:34, as well as on 13:22
৪১:৩৪
وَلَا تَسْتَوِي الْحَسَنَةُ وَلَا السَّيِّئَةُ ۚ ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ فَإِذَا الَّذِي بَيْنَكَ وَبَيْنَهُ عَدَاوَةٌ كَأَنَّهُ وَلِيٌّ حَمِيمٌ
ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।
.
১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
.
✍️Note:
Persevering patience is not a passive act, but a strength building process of moving forward
and onward motivated by a will to progress. This also provides protection against depressive feelings and negative thoughts. See verse and footnote 2:153.(sig).
.___________________________________________
⭕৪২:৪৪
وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ وَلِيٍّ مِنْ بَعْدِهِ ۗ وَتَرَى الظَّالِمِينَ لَمَّا رَأَوُا الْعَذَابَ يَقُولُونَ هَلْ إِلَىٰ مَرَدٍّ مِنْ سَبِيلٍ
আৰু আল্লাহে যাক পথভ্ৰষ্ট* কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। আৰু যালিমসকলে# যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি** যোৱাৰ কোনো উপায় আছে নেকি’?
.
✍️As-ref:
১৪:৪*
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত* কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
(*It follows that the correct meaning of verse 14:4 is that God leaves to go astray those who choose themselves to go astray-Pl find verse and tones:Link: https://bit.ly/3i7gPv9)
.
I.e., a "second chance" on earth: cf. 6:27**
৬:২৭
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَى النَّارِ فَقَالُوا يَا لَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِآيَاتِ رَبِّنَا وَنَكُونَ مِنَ الْمُؤْمِنِينَ
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক ওভোতাই দিয়া হ’লহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।
.
(ẓālimūn. See 2:229#
".....এইবোৰ আল্লাহৰ সীমাৰেখা, এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা; আৰু যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম।''
.___________________________________________
⭕৪২:৪৫
وَتَرَاهُمْ يُعْرَضُونَ عَلَيْهَا خَاشِعِينَ مِنَ الذُّلِّ يَنْظُرُونَ مِنْ طَرْفٍ خَفِيٍّ ۗ وَقَالَ الَّذِينَ آمَنُوا إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ ۗ أَلَا إِنَّ الظَّالِمِينَ فِي عَذَابٍ مُقِيمٍ
৪২:৪৫-আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত লুকাই চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে ✔️নিজৰ আৰু নিজ ✔️পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় ✔️যালিমসকল(৬:৩৩,২:২২৯) স্থায়ী শাস্তিত নিপতিত থাকিব।
.___________________________________________
[42:38] as well as (Wa) those who (Ellaziina) have responded (Es'tajaabu') to (Li) their LORD (Rabbi-him’)
and (Wa) established (Aqaamu') Prayer (Es'Solaata) and whose affair (Am'ru-hum) is by consultation
(Shuuraa)* among them (Bai'nahum), and from what (Mimmaa) We have provided them (Razaq'naa-hum),
they disburse (Yunfiquun),
[42:39] as well as (Wa) those whom (Ellaziina) when (Izaa) injustice (El'Bag'yu) befalls them (Asoaba-
humu), they (Hum) defend themselves (Yantasiruun).
[42:40] And (Wa) the requital (Jazaau') for an offense (Sayyiatin) is an offense (Sayyiatun) like it (Mith'lu- ha), but (Fa) whoever (Man) pardons (Åfaa) and reconciles (As'laha), then (Fa) his reward (Aj'ru-hu) is with GOD (Ålaallahi). Indeed, HE (Innahu) does not (Laa) like (Yuhibbu) transgressors (Ez'Zoalimiin). (16:126)
[42:41] As (Wa) for he who (Lamani) revenges (Entasora) after (Ba'da) he was wronged (Zul'mi-hi), then (Fa) those (U'laaika) have no (Maa Min) cause (Sabiil) against them (Ålai'him).
[42:42] The cause (Es'Sabiilu) is only (Innamaa) against (Ålaa) those who (Ellaziina) wrong (Yaz'lamuuna) the people (En'Naasa) and (Wa) transgress (Yab'guuna) on earth (Fiil' Ar'di) without (Bi Gai'ri) right
(El'Haqqi). Those (U'laaika) will have (Lahum') a painful (Aliim) punishment (Åzaabun).
[42:43] And (Wa) whoever (Laman) is patient (Sobara) and (Wa) forgives (Gafara); indeed (Inna), that
(Zaalika) will be (La) from (Min') the determination (Åz'mi) of matters (El'Umuur). (31:17)
[42:44] And (Wa) whomever (Man) GOD leaves astray (Yud'lili-llahu), then (Fa) he will have (Lahu) no (Maa Min) guardian (Waliyyin) after HIM (Min Ba’di-hi). And (Wa) you will see (Taraa) the transgressors
(Ez'Zoalimiina), when (Lammaa) they see (Ra'awu) the punishment (El'Åzaaba), saying (Yaquuluuna), "Is (Hal')
there any (Min) way (Sabiil) to (ilaa) return (Maraddin)?"
[42:45] And (Wa) you will see them (Taraa-hum') being presented (Yu'raduuna) to it (Ålai'haa), humbled (Khaashi'eena) from (Mina) humiliation (Ez'Zulli), looking (Yanzuruuna) from (Min) a concealed (Khafiyyin)
side (Tor'fin). And those who (Ellaziina) believed (Aamanuu') will say (Qaala), "Indeed (Inna), the losers
(El'Khaasiriina) are the ones who (Ellaziina) have lost (Khasiruu') their souls (Anfusa-hum') and their families (Ah'lii-him') on the Day of Resurrection (Yaw'mal' Qiyaamati). Verily (Alaa) indeed (Inna), the
transgressors (Ez'Zoalimiina) are in (Fii) a permanent (Muqiim) punishment (Åzaabin)."
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 03.01.2023-Naz-villa
🔴Work Progress ~
🟡Approx. Pages~3,340 nos.
⚫Part ~ 459 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment