🟢Part-315(22:65-78)Al-Hajj(Pilgrimage)End

🟦Part-315(22:65-78)Al-Hajj(Pilgrimage)End
।।।
🟦মিনি সূচিঃPart-315(22:65-78)Al-Hajj-End
22:65✅(The Flat Earth Model is in total contradiction to the Quranic information due to the force of gravity)
22:67✅(মহম্মদ আ:ছা: সৰল পথত প্ৰতিষ্ঠিত আৰু মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত আছিল)
22:71(সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই-note)
22:72(হিংসা আৰু যুদ্ধংদেহ: অবিশ্বাসৰ চিন)
22:73(Can They Create a Fly?)
22:74(ref:সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব)
22:75(Angels being message-bearers = Angels of revelation to the Prophets).
22:77✅(আল্লাহৰ ওচৰত সফল হ'বলৈ মুমিন হ'ব লাগিব। মুমিন হ'বলৈ ৰুকু, ছাজদাহেৰে নিজক আত্মসমৰ্পণ কৰিব লাগিব। কেৱল উঠা বহাই সমৰ্পণ নহয়। ইয়াৰ বাবে লাগিব সৎকৰ্মৰ সৈতে আল্লাহৰ ইবাদত। ইবাদত কি? লিংক চাওঁক)
22:78(এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’-Note)END.
।।।
🟢২২:৬৫
أَلَمْ تَرَ أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي الْأَرْضِ وَالْفُلْكَ تَجْرِي فِي الْبَحْرِ بِأَمْرِهِ وَيُمْسِكُ السَّمَاءَ أَنْ تَقَعَ عَلَى الْأَرْضِ إِلَّا بِإِذْنِهِ ۗ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ
তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি অবিহনে পৃথিৱীৰ ওপৰত পৰি নাযায়🔺। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।
.
✍️Note:🔺
To understand the significance of this glorious verse we need to ask: Why would the sky fall down onto the earth? It can only be because there exists a force that pulls heavenly bodies towards one another. This force is gravity; the words in 22:65 confirm the force of gravity.
The Flat Earth Model is in total contradiction to the Quranic information.
.
🟢২২:৬৬
وَهُوَ الَّذِي أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ الْإِنْسَانَ لَكَفُورٌ
তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।
.
🟢২২:৬৭
لِكُلِّ أُمَّةٍ جَعَلْنَا *مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ
আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি* নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি** সৰল পথত প্ৰতিষ্ঠিত।
.
✍️BB-ref:(22:34)*,(68:4)**
22:34(Pl find the verse and notes 22:34:link:
.
৬৮:৪
وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ
আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
.
✍️Note:
Lit., "a way of worship" (mansak, which sometimes denotes also ''an act of worship"). For a fuller explanation of this passage, see  5:48 — "Unto every one of you have We appointed a [different] law and way of life".
(Pl find the verse/notes 5:48:link:
.
✍️Verse/Note:
22:67 We have let every community hold some rites that they observe (as diversity in humanity 49:13). So, let them not involve you in their arguments, just call them to your Lord (2:177). You (O Prophet) are on the right way.(sa).
(৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.
২:১৭৭
۞ لَيْسَ الْبِرَّ أَنْ تُوَلُّوا وُجُوهَكُمْ قِبَلَ الْمَشْرِقِ وَالْمَغْرِبِ وَلَٰكِنَّ الْبِرَّ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَالْمَلَائِكَةِ وَالْكِتَابِ وَالنَّبِيِّينَ وَآتَى الْمَالَ عَلَىٰ حُبِّهِ ذَوِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينَ وَابْنَ السَّبِيلِ وَالسَّائِلِينَ وَفِي الرِّقَابِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَالْمُوفُونَ بِعَهْدِهِمْ إِذَا عَاهَدُوا ۖ وَالصَّابِرِينَ فِي الْبَأْسَاءِ وَالضَّرَّاءِ وَحِينَ الْبَأْسِ ۗ أُولَٰئِكَ الَّذِينَ صَدَقُوا ۖ وَأُولَٰئِكَ هُمُ الْمُتَّقُونَ
পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু চালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেইটো পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।
(pl find the verse/note 2:177:link:
.
🟢২২:৬৮
وَإِنْ جَادَلُوكَ فَقُلِ اللَّهُ أَعْلَمُ بِمَا تَعْمَلُونَ
আৰু যদি সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।
.
✍️ref:
১০:৪১
وَإِنْ كَذَّبُوكَ فَقُلْ لِي عَمَلِي وَلَكُمْ عَمَلُكُمْ ۖ أَنْتُمْ بَرِيئُونَ مِمَّا أَعْمَلُ وَأَنَا بَرِيءٌ مِمَّا تَعْمَلُونَ
আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।
.
🟢২২:৬৯
اللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ الْقِيَامَةِ فِيمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।
.
✍️Verse/Note:
22:69 God will judge among you regarding all your differences when humanity stands up on its feet, and finally on the Day of Resurrection.” [2:213, 22:17, 22:56](sa).
.
🟢২২:৭০
أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।
.
✍️Every detail of our lives as well as everything that will ever take place in every corner of the universe is already recorded with God in the "Lawh al-mahfooz" 
(Preserved Tablet) from before the whole universe was created:....read more:link:
.
🟢২২:৭১
وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَمَا لَيْسَ لَهُمْ بِهِ عِلْمٌ ۗ وَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ
আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।
.
✍️Note:
They blindly follow their ancestors 10:39.
(Pl find the verse note 10:39:link:
.
🟢২২:৭২(হিংসা আৰু যুদ্ধংদেহ: অবিশ্বাসৰ চিন).
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ تَعْرِفُ فِي وُجُوهِ الَّذِينَ كَفَرُوا الْمُنْكَرَ ۖ يَكَادُونَ يَسْطُونَ بِالَّذِينَ يَتْلُونَ عَلَيْهِمْ آيَاتِنَا ۗ قُلْ أَفَأُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكُمُ ۗ النَّارُ وَعَدَهَا اللَّهُ الَّذِينَ كَفَرُوا ۖ وَبِئْسَ الْمَصِيرُ
আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?🔺--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’
.
(অৰ্থাৎ,🔺"ইয়াতকৈও নিকৃষ্ট" - অৰ্থাৎ, "আল্লাহৰ বাৰ্তাৰ ক্ষেত্ৰত আপুনি অনুভৱ কৰা বিতৃষ্ণাতকৈ অধিক বেদনাদায়ক"।)
.
🟢২২:৭৩(Can They Create a Fly?).
يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ ۚ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ ۖ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ۚ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ
হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনা! তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।
.
🟢২২:৭৪
مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ
সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, পৰাক্ৰমশালী।
.
✍️Verse/Note:
22:74 They do not esteem God as He must be esteemed. God is most Powerful, Almighty.

Note.
6:91, 39:67. They have no true understanding of Him(sa).
(৬:৯১
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
.
৩৯:৬৭
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ وَالْأَرْضُ جَمِيعًا قَبْضَتُهُ يَوْمَ الْقِيَامَةِ وَالسَّمَاوَاتُ مَطْوِيَّاتٌ بِيَمِينِهِ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ
আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
.
🟢২২:৭৫
اللَّهُ يَصْطَفِي مِنَ الْمَلَائِكَةِ رُسُلًا وَمِنَ النَّاسِ ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ
আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
(Angels being message-bearers = Angels of revelation to the Prophets).
.
🟢২২:৭৬
يَعْلَمُ ⬅️مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ➡️ ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।
.
✍️ref:(ma bayna aydihim wa-ma khalfahum)
২:২৫৫
اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ ۚ لَا تَأْخُذُهُ سِنَةٌ وَلَا نَوْمٌ ۚ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ ۚ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۖ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ ۚ وَسِعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ ۖ وَلَا يَئُودُهُ حِفْظُهُمَا ۚ وَهُوَ الْعَلِيُّ الْعَظِيمُ
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।
.
🟢২২:৭৭
يَا أَيُّهَا الَّذِينَ آمَنُوا ارْكَعُوا وَاسْجُدُوا وَاعْبُدُوا رَبَّكُمْ وَافْعَلُوا الْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩
হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
[genuflect 1
(Er'kau'), prostrate 2
(Es'judu') and (Wa) worship 3
(E'budu')]
.
✍️Note:raf:
আল্লাহৰ ওচৰত সফল হ'বলৈ মুমিন হ'ব লাগিব। মুমিন হ'বলৈ ৰুকু, ছাজদাহেৰে নিজৰক সমৰ্পণ কৰিব লাগিব কেৱল উঠা বহাই সমৰ্পণ নহয়। ইয়াৰ বাবে লাগিব সৎকৰ্মৰ সৈতে আল্লাহৰ ইবাদত কৰিব লাগিব। ইবাদত কি? লিংক চাওঁক:
The concept of 'worship' (A Quranic perspective)

The Quranic word 'Al-Ebadah' means the act of worship. To most people the act of worship is primarily prostrating and observing the prayer. However, the Quran enlightens us that the act of worship is a much more profound concept than just the act of prayer. The words of God to His chosen prophet Moses were:

I am God, there is no god except Me. Therefore, you shall worship Me and observe the Salat to commemorate Me. 20:14
READ MORE: Link: https://bit.ly/3Q9yBsR
.
✍️Note(sa):
Rukoo’Bowing and Sajdah Prostration are not confined to the ritual physical motions. They convey a more sublime message of being humble and submitting to God’s commands.
.
✍️BB-ref:(53:62)
৫৩:৬২
فَاسْجُدُوا لِلَّهِ وَاعْبُدُوا ۩
এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।
.
🟢২২:৭৮
وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই*🔺। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’**🔺 বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে চালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!
.
✍️BB-ref:(5:3)*🔺,(2:128)**🔺
৫:৩*🔺
حُرِّمَتْ عَلَيْكُمُ الْمَيْتَةُ وَالدَّمُ وَلَحْمُ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ وَالْمُنْخَنِقَةُ وَالْمَوْقُوذَةُ وَالْمُتَرَدِّيَةُ وَالنَّطِيحَةُ وَمَا أَكَلَ السَّبُعُ إِلَّا مَا ذَكَّيْتُمْ وَمَا ذُبِحَ عَلَى النُّصُبِ وَأَنْ تَسْتَقْسِمُوا بِالْأَزْلَامِ ۚ ذَٰلِكُمْ فِسْقٌ ۗ الْيَوْمَ يَئِسَ الَّذِينَ كَفَرُوا مِنْ دِينِكُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِ ۚ الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا ۚ فَمَنِ اضْطُرَّ فِي مَخْمَصَةٍ غَيْرَ مُتَجَانِفٍ لِإِثْمٍ ۙ فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
[(This actually is in your own interest and it will give you 
leadership over all nations ~ 2:143. This order is not a new one-pz).
২:১৪৩
وَكَذَٰلِكَ جَعَلْنَاكُمْ أُمَّةً وَسَطًا لِتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ وَيَكُونَ الرَّسُولُ عَلَيْكُمْ شَهِيدًا ۗ وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِي كُنْتَ عَلَيْهَا إِلَّا لِنَعْلَمَ مَنْ يَتَّبِعُ الرَّسُولَ مِمَّنْ يَنْقَلِبُ عَلَىٰ عَقِبَيْهِ ۚ وَإِنْ كَانَتْ لَكَبِيرَةً إِلَّا عَلَى الَّذِينَ هَدَى اللَّهُ ۗ وَمَا كَانَ اللَّهُ لِيُضِيعَ إِيمَانَكُمْ ۚ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ
আৰু এনেকৈয়ে আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছো, যাতে তোমালোকে মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা আৰু ৰাছুল তোমালোকৰ ওপৰত সাক্ষী হ’ব পাৰে ; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলো, যাতে প্ৰকাশ কৰি দিব পাৰো যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।
.
২:১২৮**🔺
رَبَّنَا وَاجْعَلْنَا مُسْلِمَيْنِ لَكَ وَمِنْ ذُرِّيَّتِنَا أُمَّةً مُسْلِمَةً لَكَ وَأَرِنَا مَنَاسِكَنَا وَتُبْ عَلَيْنَا ۖ إِنَّكَ أَنْتَ التَّوَّابُ الرَّحِيمُ
‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ  নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি বেছি তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।
.
✍️Note:
2:143. Muslimeen = Muslims = Submitters = Those who submit to God alone = Upholders of peace. 2:132, 2:136(sa).
.
✍️Note:
All messengers delivered the message of "serve only one God," and declared that they were muslims, that is peaceful surrenderers to God. With the exception of the intentional or unintentional rejection of some humans and jinns, everything in the universe are muslims, that is, behave according to the laws of God imposed on nature (41:11). For instance, Noah, Abraham, Moses, Jesus and his supporters are all described with the same word, muslim: (10:72; 2:128; 10:84; 
27:31; 5:111; 72:14). The rituals of Islam first came through Abraham (16:123; 21:73). 
Also, see 3:19(edip)

-ছুৰা সমাপ্ত-
।।।
🟦WORD BY WORD MEANING:
[22:65] Do you not (Alam') see (Tara) that GOD (Annallaha) has subjugated (Sakkhara) for you (Lakum)
whatever (Maa) is on earth (Fiil' Ar'di) and (Wa) the ships (El'Ful'ki) sail (Taj'rii) through the sea (Fiil' Bah'ri)
by (Bi) HIS command (Am'ri-hi) as (Wa) HE holds (Yum'siku) the sky (Es'Samaa'a), lest (An) it falls (Taqaå) upon (Ålaa) the earth (El'Ar'di), except (illa) by (Bi) HIS permission (Iz'ni-hi)? Indeed, GOD (Innallaha) is (La) Kind (Rauufun) and Merciful (Rahiim) to (Bi) the people (En'Naasi). 
[22:66] And (Wa) HE (Huwa) is the One who (Ellazii) gave you life (Ah'yaa-kum') and then (Thumma)
causes you to die (Yumiitu-kum'), then (Thumma) HE will give you life (Yuh'yii-kum'). Indeed (Inna), the 
human being (El' Insaana) is (La) ungrateful (Kafuur). 
[22:67] For (Li) every (Kulli) nation (group of people) (Ummatin), We have assigned (Jaål'naa) their rite (22:34)
(Mansakan-hum') which (-hu) they should offer (Naasikuu-). Therefore (Fa) do not let (Laa) them dispute
with you (s) (Yunaaziunnaka) about (Fii) the matter (El'Am'ri), but (Wa) invite (Ed'u) to (ilaa) your LORD 
(Rabbi-ka). Indeed, you (s) (Innaka) are (La) upon (68:4) (Ålaa) a straight (Mus'taqiim) guidance (Hudaan). 
[22:68] And (Wa) if (In) they argue with you (s) (Jaadaluu-ka), then (Fa) say (Quli): "GOD (Ellahu) is aware 
(A'lamu) of what (Bimaa) you do (Ta'maluun). 
[22:69] "GOD (Ellahu) will judge (Yah'kumu) between you (p) (Bai'na-kum') on the Day of Resurrection 
(Yaw'mal' Qiyaamati) about what (Fiimaa) you used to (Kuntum') dispute (Takh'talifuun Fiihi)." 
[22:70] Do you not (Lam') know (Ta'lam') that GOD (Annallaha) knows (Ya'lamu) whatever (Maa) is in (Fii)
the heaven (Es'Samaai) and the earth (Wal' Ar'di)? Indeed (Inna), that (Zaalika) is in (Fii) a register (Kitaabin). Indeed (Inna), that (Zaalika) is easy (Yasiir) for GOD (Ålaallahi).
[22:71] And (Wa) they worship (Ya'buduuna) besides GOD (Min Duuni-llahi) what (Maa) HE has not (Lam')
sent down (Yunazzil')
any authority (Sul'toanan) for it (Bihi) and (Wa) what (Maa) they have (Lahum) no 
(Lai'sa) knowledge (il'mun) about (Bihi); and (Wa) the transgressors will have (Liz' Zoalimiina) no (Maa Min)
helper (Nasiir). 
[22:72] And (Wa) when (Izaa) Our verses (Aayaatu-naa) are recited (Tut'laa) to them (Ålai'him') as proofs
(Bayyinaatin), you recognize (Tu'rifu) denial (El'Munkara) in (Fii) the faces (Wujuu-hi) of those who 
(Ellazina) disbelieve (Kafaru'). They almost (Yakaaduuna) attack (Yas'tuuna Bi) those who (Ellaziina) recite (Yat'luuna) Our verses (Aayaati-naa) to them (Ålai'him'). Say (Qul'): "Shall I then (Afa-) inform you 
(-
unabbiu-kum) what is (Bi) worse (Sharrin) than (Min) that (Zaalikumu)? The Fire (En'Naaru) which (-haa)GOD (Ellahu) has promised (Åda-) those who (Ellaziina) disbelieve (Kafaru'), and (Wa) wretched (Bi'sa) is 
the destiny (El'Masiir)." 
[22:73] O you (Yaa Ayyuha) mankind (En'Naasu), an example (Mathalun) has been cited (Duriba), so (Fa)
listen to it (Es'tamiu' Lahu). Indeed (Inna), those (Ellaziina) you invoke (Tad'uuna) besides GOD (Min Duuni-
llahi) can never (Lan) create (Yakh'luqu') a fly (Zubaaban), even if (Walawi) they confer (Ej'tamau') for it 
(Lahu). And (Wa) if (In) the fly (Ez'Zubaabu) should steal (Yas'lub'humu) something (Shai'an), they could not 
(Laa) recover it (Yas'tanqizuu-hu) from it (Min'hu). Weak (Doufa) is the pursuer (Ettoalibu) and the pursued 
(Wal' Mat'luub). 
[22:74] They do not (Maa) value GOD (Qadaru'llaha) with HIS (-hi) true (Haqqa) value (Qad'ri-). Indeed, 
GOD (Innallaha) is (La) Powerful (Qawiyyun) and Almighty (Åziiz).
[22:75] GOD (Ellahu) chooses (Yas'tafii) messengers (Rusulan) from (Mina) the Angels (El'Malaaikati) and 
(Wa) from (Mina) the people (En'Naasi). Indeed, GOD (Innallaha) is Hearing (Samiiu) and Seeing (Basiir). 
[22:76] HE knows (Ya'lamu) what (Maa) is before them (Bai'na Ai'dii-him') and what (Wamaa) is behind 
them (Khal'fa-hum). And (Wa) to GOD (ilaallahi) return (Tur'jau) all matters (El'Umuur). 
[22:77] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), genuflect 1
(Er'kau'), prostrate 2
(Es'judu') and 
(Wa) worship 3
(E'budu') your LORD (Rabba-kum'), and do (Ef'ålu') good (El'Khai'ra); perhaps you 
(Laållakum') will succeed (Tuf'lihuun). (53:62)
[22:78] And (Wa) strive (Jaahidu') for GOD (Fiillahi)
with true (Haqqa) striving to HIM (Jihaadi-hi). HE 
(Huwa) has chosen you (p) (Ej'tabaa-kum') and has not (Maa) placed (Jaåla) any (Min') difficulty (Harajin)
upon you (Ålai'kum') in (Fii) the religion (5:3) (Ed'Diini), the creed (Millata) of your ancestor (Abii-kum'), 
Abraham (Ib'raahiima); he (Huwa) named you (Sammaa-kumu) submitters (2:128) (El'Mus'limiina) before (Min
Qab'lu), and (Wa) it is concerning (Fii) this (Haaza) that (Li) the Messenger (Er'Rasuulu) will be (Yakuuna) a 
witness (Shahiidan) over you (the muslims)
(Ålai'kum'), and (Wa) you may be (Takuunu') witnesses (Shuhadaa'a)
over (Ålaa) the people (En'Naasi). So (Fa) establish (Aqiimu') Prayer (Es'Solaata) and (Wa) give (Aatu') Charity 
(Ez'Zakaata) and stick to GOD (E'tasimu' Bi-llahi); HE (Huwa) is your guardian (master) (Maw'laa-kum'), and
(Fa) wonderful (Ni'ma) is the Guardian (El'Mawlaa) and (Wa) wonderful (Ni'ma) is the Helper (En'Nasiir).
.
analysis -syedraf, video- #muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)