🌀⭕৪৩-মিনি সূচিঃ ছুৰা আজ-ঝুখৰুফ(০১-৮৯)
🌄461-Part-461(43:01-14)Al-Zukhruf.
.
🌄462-(15-24):
.
🌄463-(25-32)
.
🌄464-মিনি সূচিঃPart-464(43:33-42)Al-Zukhruf
৪৩:৩৬-৩৭[{আৰু যিয়ে ৰহমানৰ* স্মৰণৰ (জিকিৰ=কোৰআন) পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়-Note}(অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।]
।।।
জীয়াই থাকোতে চয়তানক সহচৰ বনোৱাৰ বাবেই (কোৰআনৰ বাহিৰত থাকি) শেষ বিচাৰৰ দিনা কাল হ'ল। তেতিয়া অনুতাপে কোনো কামত নিদিব। জীয়াই থাকোতেই এই কথাবোৰ পঢ়িছে বা শুনিছে, কিন্তু হৃদয়ঙ্গম কৰিব পৰা নাই, কাৰণ মানসিকভাৱে বধিৰ আৰু অন্ধ মুৰ্দাৰ দৰে। বিচাৰৰ পাছৰ শাস্তিৰ নমুনা ইয়াতেই চাব যদি বিচাৰে সেয়াও আল্লাহে দেখুৱালৈ সক্ষম-টোকাঃ৪৩:৩৬-৪২।
.
🌄465-মিনি সূচিঃPart-465(43:43-50)Al-Zukhruf
৪৩:৪৪(শেষ বিচাৰৰ দিনা কোৰআনৰ(ذِكْرٌ) বিষয়ে সোধ-পোছ কৰা হ’ব= https://bit.ly/3X5V4Ls)
৪৩:৪৫(কোৰআনত ৰছুলৰ ব্যৱহাৰৰ ভিডিঅ' চাওঁক-টোকা)
৪৩:৪৬(Firʿawn: https://bit.ly/3DgLGNQ
Ayats: https://bit.ly/3IPumSS)
৪৩:৫০(সতৰ্কবাণীবোৰ গুৰুত্ব নিদিয়ে-The Warnings Go Unheeded-7:133)
.
🌄466-মিনি সূচিঃPart-466(43:51-59)Al-Zukhruf
৪৩:৫১-৫৩(Fir`awn's Address to His People and how Allah punished Him)
৪৩:৫৪( সংজ্ঞা: ফাছিক-link)
৪৩:৫৬✅(হাদীছ, চুন্না আৰু ইজমা শব্দৰ সম্পৰ্কত লক্ষ্য কৰা মতে, "ছালাফ" শব্দটোৰো কোৰআনত নেতিবাচক অৰ্থ আছে। এয়া কোৰআনৰ এক অলৌকিক ভৱিষ্যদ্বাণী-টোকা/লিংক চাব)
৪৩:৫৭-৫৯(Reaction of Arab Nationalists to Jesus)
.
🌄467-(60-64)
.
🌄468-মিনি সূচিঃPart-468(43:65-77)Al-Zukhruf
৪৩:৬৬-৬৮(কেয়ামতৰ দিনা মুত্তাক্বীসকলৰ কোনো ভয় নাই আৰু চিন্তা নাই-টোকা আছে)
৪৩:৬৯-৭৩(যিসকলে কোৰআনৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব আৰু তেওঁলোক মুছলিম আছিল-টোকা আছে)
৪৩:৭৪-৭৭(জাহান্নাম)
.
🌄469-মিনি সূচিঃPart-469(43:78-89)Al-Zukhruf
৪৩:৭৮(কোৰআনৰ সত্য বহুতৰ বাবে জহৰ তিতা)
৪৩:৮৫(টোকাত-কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞাতসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’?)
৪৩:৮৬((Intercession: A Polytheistic Fiction-See link)
৪৩:৮৯(দুটা দল ১২:১০৬ৰ অন্তৰ্ভুক্ত ২৫:৩০ৰ মতে। গতিকে আলোচনা কৰাত ২৫:৬৩/৪৩:৮৯ৰ "ছালাম"ৰ প্ৰশ্নই নুঠে)
🌄🌄🌄🌄🌄........Chapter End .......🌄🌄🌄🌄
Comments
Post a Comment