⭕Part-461(43:01-14)Al-Zukhruf(Ornaments)

✔️Part-461(43:01-14)Al-Zukhruf(Ornaments)
✔️Video- https://youtu.be/C4oJzRsOJN0
🌾এই খণ্ডটোৰ ভিডিঅ' নাচালে বহুত কথাই নজনাকৈ থাকি যাব। পাছত হাহাকাৰ অৱস্থা হ'ব।
.___________________________________________
🌾And who is better in speech than he who invites to Allah-41:33
(সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
🌾"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
🔐BLOG BLOG BLOG BLOG BLOG BLOG 
¶খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(ছুৰা:০১-২১)
Press: https://bit.ly/3IgiRUr
¶খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা(ছুৰা:২২-১১৪)
Press: https://bit.ly/3XfqbnB
.___________________________________________
মিনি সূচিঃPart-461(43:01-14)Al-Zukhruf
৪৩:১-৩(কিয় কোৰআন আৰবী ভাষাত অৱতীৰ্ণ হৈছে?-See note/link)
৪৩:৪(আমাৰ ওচৰত উম্মুল কিতাবত* উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।)(টোকা-৫৬:৭৯-
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।(-পৱিত্ৰ মানে অজু নহয়-https://bit.ly/3VRFH7Y)
৪৩:৮(টোকা: পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি(سُنَّةَ اللَّهِ)। তুমি কেতিয়াও আল্লাহৰ ৰীতিত(سُنَّةَ اللَّهِ) কোনো পৰিবৰ্তন নাপাবা।)
৪৩:১০(আল্লাহে পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে-তাৰ মানে পৃথিৱীখন চেপেটা নেকি?-টোকা চাব)
৪৩:১৩✅(Dua-যেতিয়া ভ্ৰমণৰ বাবে কিবাত উঠিবা,কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো-سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَٰذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ-See note)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
PRE-PAGE: SEE LINK:
https://muktabulraf.blogspot.com/2023/01/chapter43-pre-page.html?m=1
.___________________________________________
⬛৪৩:১
 حم
হা-মীম।
.
✍️Note/link:
for verses 43:1-3, please press the link to find references 12:1-3:
https://qurantafseeritself.blogspot.com/2022/04/blog-post.html
.___________________________________________
⬛৪৩:২
وَالْكِتَابِ الْمُبِينِ
শপত সুস্পষ্ট কিতাবৰ!
.
Note 2
Regarding this rendering of the term mubin, see  12:1.
Pl see the link at 43:1
.___________________________________________
⬛৪৩:৩
إِنَّا جَعَلْنَاهُ قُرْآنًا عَرَبِيًّا لَعَلَّكُمْ تَعْقِلُونَ
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
.
✍️BB-ref:(12:2)
Pl see the link at 43:1
.
✍️Verse/note:
43:3 We have made it a Monograph in clear Arabic language that you may fully understand. [7:158, 12:3, 13:37, 14:4, 25:1, 39:28, 41:3, 42:7](sa).
.
✍️Note:
The Quran: literally the Recitation. (Root: Q'R). Arabic is an efficient language, especially in 
expressing commandments, statutes, and exacting laws. Hence the revelation of the Quran in 
Arabic for clear understanding. Many Arabic words (sugar, alcohol etc.) are already common in 
everyday English and to introduce new words only enhances the language, especially where 
precise terms such deen, muslim or zulm require to be conveyed and no appropriate equivalent 
exists. See verses and footnote 2:185; 27:11.(sig).
.
ref:(26:195)
.___________________________________________
⬛৪৩:৪
وَإِنَّهُ فِي أُمِّ الْكِتَابِ لَدَيْنَا لَعَلِيٌّ حَكِيمٌ
নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত* উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
.
✍️BB-ref:(13:39)*
.
43:4 And, verily, [originating as it does] in the source, with Us, of all revelation,+ it is indeed sublime, full of wisdom.

Note+
Cf. last clause of 13:39 - "with Him (indahu) is the source (umm) of all revelation". The term umm (lit., "mother") has often the idiomatic connotation of "origin" or "source" (asl), and sometimes - as in 3:7 - of "essence". In the present context, only the former meaning is applicable. See also on the last verse 22 of surah 85:22.(as).
[১৩:৩৯
يَمْحُو اللَّهُ مَا يَشَاءُ وَيُثْبِتُ ۖ وَعِنْدَهُ أُمُّ الْكِتَابِ
আল্লাহে যি ইচ্ছা কৰে তাক মচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।
(Pl find 13:39-link: https://bit.ly/3X6kvff)
.
৮৫:২২
فِي لَوْحٍ مَحْفُوظٍ
সুৰক্ষিত ফলকত লিপিবদ্ধ।]
.
➡️৫৬:৭৭-৮০
إِنَّهُ لَقُرْآنٌ كَرِيمٌ
নিশ্চয় এইখন মহিমান্বিত কোৰআন,
৫৬:৭৮
فِي كِتَابٍ مَكْنُونٍ
যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
৫৬:৭৯
لَا يَمَسُّهُ إِلَّا الْمُطَهَّرُونَ
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।(-পৱিত্ৰ মানে অজু নহয়-https://bit.ly/3VRFH7Y)
৫৬:৮০
تَنْزِيلٌ مِنْ رَبِّ الْعَالَمِينَ
এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
.
➡️(80:11-16)
.___________________________________________
⬛৪৩:৫
أَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا أَنْ كُنْتُمْ قَوْمًا مُسْرِفِينَ
তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে?
.
✍️Verse/note:
43:5 [O YOU who deny the truth!] Should We, perchance, withdraw this reminder from you altogether, seeing that you are people bent on wasting your own selves?(as).

Note:
For this rendering of the term musrif, see on the last sentence of 10:12🌱 . The above rhetorical question answers itself, of course, in the negative - implying that God never ceases to "remind" the sinner through His revelations, and always accepts repentance.
(🌱 find 10:12 note-fb=https://bit.ly/3vJpxTv
OR Blog: https://bit.ly/3vE2itW)
.___________________________________________
⬛৪৩:৬
وَكَمْ أَرْسَلْنَا مِنْ نَبِيٍّ فِي الْأَوَّلِينَ
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী* প্ৰেৰণ কৰিছিলো।
.
✍️BB-ref:(7:94)*
৭:৯৪
وَمَا أَرْسَلْنَا فِي قَرْيَةٍ مِنْ نَبِيٍّ إِلَّا أَخَذْنَا أَهْلَهَا بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَضَّرَّعُونَ
আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে কাকুতি-মিনতি কৰে।
(Press for 7:94: https://bit.ly/3ASdZzA )
.___________________________________________
⬛৪৩:৭
وَمَا يَأْتِيهِمْ مِنْ نَبِيٍّ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
.___________________________________________
⬛৪৩:৮
فَأَهْلَكْنَا أَشَدَّ مِنْهُمْ بَطْشًا وَمَضَىٰ مَثَلُ الْأَوَّلِينَ
ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল* আছিল সিহঁতকো আমি ধ্বংস কৰিছিলো, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
(*I.e., than the people addressed in verse 5 above).
(Madha mathal= An image of the past, lost and gone)
.
✍️Ap-refs:
৪০:৮২
أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةً وَآثَارًا فِي الْأَرْضِ فَمَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يَكْسِبُونَ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ পৰিণাম কেনেকুৱা হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আৰু শক্তি ও কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
.
৪৩:৫৬
فَجَعَلْنَاهُمْ سَلَفًا وَمَثَلًا لِلْآخِرِينَ
ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।
.
৪০:৮৫
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
৩৩:৬২
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি(سُنَّةَ اللَّهِ)। তুমি কেতিয়াও আল্লাহৰ ৰীতিত(سُنَّةَ اللَّهِ) কোনো পৰিবৰ্তন নাপাবা।
.___________________________________________
⬛৪৩:৯
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ لَيَقُولُنَّ خَلَقَهُنَّ الْعَزِيزُ الْعَلِيمُ
আৰু যদি তুমি সিহঁতক সোধা*, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’,
(The particle la'in (lit., "indeed, if …") is often used in the Qur'an to express the recurrent, typical character of the attitude or situation referred to in the sequence; in all such cases it may be suitably rendered as "thus it is: if …", etc).
.
✍️Note:
The majority who profess belief in the One God also commit shirk, high treason. Disbelievers 
think they are believers. See verse 12:106.(sig).
(১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।)
.
✍️ Verse/note:
43:9. If you ask them about the creator of the heavens and earth, they will surely say that it is Allah; that He wields full control and authority; and that He is all-knowing. (They 
admit to the authority of the Almighty Who has created the universe; but are not willing to 
accept that human society should also be established according to His Laws 29:61)pz.
(২৯:৬১
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!)
.___________________________________________
⬛৪৩:১০
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ مَهْدًا وَجَعَلَ لَكُمْ فِيهَا سُبُلًا لَعَلَّكُمْ تَهْتَدُونَ
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা🔺 কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে*, যাতে তোমালোকে সঠিক পথ পাব পাৰা;
.
✍️Note:
(Cf. 20:53(🔺Miim-ha-Dal-مَهْدًا=to prepare or establish, to gain or earn,resting place)
শয্যা/বিছানা মানে কিছুমানে ভবাৰ দৰে চেপেটা নহয়। পৃথিৱীখন প্ৰায় উট পক্ষীৰ কণীটোৰ দৰে-৭৯:৩০)
২০:৫৩
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ مَهْدًا وَسَلَكَ لَكُمْ فِيهَا سُبُلًا وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ أَزْوَاجًا مِنْ نَبَاتٍ شَتَّىٰ
‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে🔺 পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।)
(🔺Did We not make the earth a resting place, and the mountains as pegs? 78:6-7

And He placed stabilisers in the earth so it does not drift along with you. 16:15
।।।
Then the earth, after that, He made it egg-shaped. 79:30
(The last word in 79:30 is the Arabic word 'dahaha'. This is the verb from the word 'dahya' which means an egg, and more specifically, the egg of an ostrich. Thus, the word 'dahaha' means 'made it egg-shaped').
.
✍️Note:People prefer the safety and ease of travelling on a well constructed road or path that takes 
them straight to their destination. Likewise they should take this guidance to avoid the trials and 
errors as they go along the journey of life.(sig).
.___________________________________________
⬛৪৩:১১
وَالَّذِي نَزَّلَ مِنَ السَّمَاءِ مَاءً بِقَدَرٍ فَأَنْشَرْنَا بِهِ بَلْدَةً مَيْتًا ۚ كَذَٰلِكَ تُخْرَجُونَ
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰো নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই অনা হ’ব।
.
✍️Sa-ref:See 23:18
২৩:১৮
وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً بِقَدَرٍ فَأَسْكَنَّاهُ فِي الْأَرْضِ ۖ وَإِنَّا عَلَىٰ ذَهَابٍ بِهِ لَقَادِرُونَ
আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেই পানী আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আৱশ্যে আমি তাক অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।
(PL FIND 23:18-Link:  https://bit.ly/3IsLu0x)
.___________________________________________
⬛৪৩:১২
وَالَّذِي خَلَقَ الْأَزْوَاجَ كُلَّهَا وَجَعَلَ لَكُمْ مِنَ الْفُلْكِ وَالْأَنْعَامِ مَا تَرْكَبُونَ
আৰু তেৱেঁই সকলোকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা;
.
✍️Verse/note:
43:12 And He is the One Who has created all things in pairs and He is the One Who has given you all those ships and quadrupeds on which you ride,

Note.See 36:36
(find 36:36 link: https://bit.ly/3WR2h1A
.___________________________________________
⬛৪৩:১৩
لِتَسْتَوُوا عَلَىٰ ظُهُورِهِ ثُمَّ تَذْكُرُوا نِعْمَةَ رَبِّكُمْ إِذَا اسْتَوَيْتُمْ عَلَيْهِ➡️ وَتَقُولُوا سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَٰذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো।
(Note-sa:➡️‘Alayehi(3rd person masculine singular object prono)⬅️: The singular form here refers to ‘transport’ including ships, the quadrupeds, and all else)
.
✍️ Note:
Mankind dominates in this world, all according to the ordinance of God. See verse 2:34.(sig).
.___________________________________________
⬛৪৩:১৪
وَإِنَّا إِلَىٰ رَبِّنَا لَمُنْقَلِبُونَ
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
.
✍️Ap-refs:
Allah says:

وَتَزَوَّدُواْ فَإِنَّ خَيْرَ الزَّادِ التَّقْوَى

And take a provision (with you) for the journey, but the best provision is the Taqwa. (2:197) 

And mention of earthly garments is also used to draw attention to the raiment of the Hereafter:

وَرِيشًا وَلِبَاسُ التَّقْوَى ذَلِكَ خَيْرٌ

and as an adornment; and the raiment of the Taqwa, that is better. (7:26)
.___________________________________________
WORD BY WORD MEANING:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[43:1] H (Ha), M (Miim);
[43:2] By (Wa) the Clear (El'Mubiin) Book (El'Kitaabi).
[43:3] Indeed (Innaa), We have made it (Jaål'naa-hu) an Arabic (Årabiyyan) reading (Qur'aanan) perhaps you (Laållakum) will reason (Ta'qiluun).(12:2)
[43:4] Indeed, it (Innahu) is in (Fii) the Source Book (13:39) (Ummil' Kitaabi) with Us (Ladai'naa), the (La)
Supreme (Åliyyun) and Wise (Hakiim). 
[43:5] So should (Afa-) We turn (-nad'ribu) the Remembrance (Ez'Zik'ra) away from you (p) (Ånkumu), 
tolerating (Saf'han) that (An) you (Kuntum) are a profligate (Mus'rifiin) people (Qaw'man)?
[43:6] How many (Kam') a (Min) prophet (7:94) (Nabiyyin) have We sent (Ar'sal'naa) among (Fii) the 
predecessors (El'Awwaliin), 
[43:7] but (Wa) no (Maa Min) prophet (Nabiyyin) came to them (Ya'tii-him) except (illa) they (Kaanu')
humiliated him (Yas'tah'ziuuna Bi-hi). 
[43:8] Consequently (Fa) We annihilated (Ah'lak'naa) a stronger (Ashadda) force (Bat'shan) than them 
(Min'hum), and (Wa) the example (Mathalu) of the predecessors (El'Awwaliin) has continued (Madoa).
[43:9] And (Wa) if (La'in) you should ask them (Sa'al'ta-hum), "Who (Man’) created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do)?" They would (La) say (Yaquulunna), "They were created by 
(Khalaqa-hunna) the ALMIGHTY (El' Åziizu), the OMNISCIENT (El' Åliim)."
[43:10] The One who (Ellazii) has made (Jaåla) the earth (El'Ar'do) a cradle (Mah'dan) for you (Lakum) and 
(Wa) made (Jaåla) roads (Subulan) therein (Fiiha) for you (Lakum) perhaps you (Laållakum) will be guided 
(Tah'taduun).
[43:11] And (Wa) the One who (Ellazii) sends down (Nazzala) water (Maa'a) from (Mina) the sky 
(Es'Samaai) by (Bi) measure (Qadarin), and (Fa) We resurrect (Anshar'naa) dead (Mai'ta) lands (Bal'datan)
thereby (Bihi). Likewise (Kazaalika) you will be brought forth (Tukh'rajuun). 
[43:12] And (Wa) the One who (Ellazii) created (Khalaqa) all thereof (Kullahaa) in pairs (El'Az'waaja) and (Wa) granted you (Jaåla Lakum) of (Mina) ships (El'Ful'ki) and livestock (El'An'ååmi) which (Maa) you ride 
(Tar'kabuun),
[43:13] so that (Li) you may settle (Tas'tawu') on (Ålaa) their backs (Zuhuuri-hi), and then (Thumma)
remember (Taz'kuru') the blessing (Ni'mata) of your LORD (Rabbi-kum) when (Izaa) you settle (Es'tawai'tum)
on them (Ålai'hi) and (Wa) say (Taquulu'), "Glory (Sub'haana) be to the One who (Ellazii) has subjugated (Sakkhara) this (Haaza) for us (Lanaa), for (Wa) we could not have (Maa Kunna) connected with it
(Muq'riniin Lahu).
[43:14] “And (Wa) indeed (Innaa), to (ilaa) our LORD (Rabbi-naa) is (La) our recourse (Munqalibuun)."
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 06.01.2023-Naz-villa
🔴Work Progress ~ 78.87%
🟡Approx. Pages~3,360 nos.
⚫Part ~ 461 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)