🪷Part-453(42:08-13)Ash-Shûra(Consultation)
✔️Part-453(42:08-13)Ash-Shûra(Consultation)
✔️Video- https://youtu.be/d8EJ-haO9uI
.___________________________________________
💖And who is better in speech than he who invites to Allah-41:33
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-453(42:08-13)Ash-Shûra
✔️Those who worship their clerics and scholars-Note 42:9
✔️আল্লাহৰ হুকুমৰ(Islamic Law in Quran) ওপৰত আঙুলি টুৱাব নোৱাৰিব-টোকা ৪২:১০
✔️কাৰণ পৃথিৱীৰ চাবি-কাঠি আল্লাহৰ হাতত-৪২:১২
✔️দ্বীন ইছলাম আগতে যিটো আছিল আজিও সেইটোৱেই-৪২:১৩
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟢৪২:৮
وَلَوْ شَاءَ اللَّهُ لَجَعَلَهُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ يُدْخِلُ مَنْ يَشَاءُ فِي رَحْمَتِهِ ۚ وَالظَّالِمُونَ مَا لَهُمْ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আৰু যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
.
✍️Verse/note:
42:8 Now had God so willed, He could surely have made them all one single community:¶ none the less, He admits unto His grace him that wills [to be admitted]¶¶ whereas the evildoers shall have none to protect them and none to succour them [on Judgment Day].
Note¶
The implication being, "but He has not willed it": see second paragraph of 5:48, 16:93,
10:19.
(find 5:48 in the link- https://bit.ly/3GpMGk6
find 16:93.............. https://bit.ly/3Vv5pi8
find 10:19............ https://bit.ly/3jpjnow)
Note¶¶
Or: "He admits whomever He wills unto His grace" - similar to the double meaning inherent in the oft-recurring phrase, Allahu yahdi man yasha'u wa-yudillu man yasha'u, which can be understood either as "God guides whomever He wills and lets go astray whomever He wills", or, alternatively, as "God guides him that wills [to be guided] and lets go astray him that wills [to go astray]". See, 14:4.(as).
(find 14:4 link- https://qurantafseeritself.blogspot.com/2022/04/part-235141-8ibrahim.html)
.___________________________________________
🟢৪২:৯(Allah is the Protector, Ruler and Creator)
أَمِ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ ۖ فَاللَّهُ هُوَ الْوَلِيُّ وَهُوَ يُحْيِي الْمَوْتَىٰ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু কেৱল তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
✍️Verse/note:
42:9 Or have they taken allies besides Him? But God is the ally, and He is the One who resurrects the dead, and He is able to do all things.
Note.
Those who worship their clerics and scholars (9:31; 42:21), especially in Pakistan and India call their religious leaders Mawlana, that is "our lord, our master, our patron." By assuming and using such a title, those religious leaders participate and encourage in this polytheistic practice. As long as Sunni and Shiite mushriks do not submit themselves to God alone, and as long as they consider their religious scholars and clerics to be their masters and lords, they will remain in the darkness of ignorance. See 2:286.(edip).
.___________________________________________
🟢৪২:১০
وَمَا اخْتَلَفْتُمْ فِيهِ مِنْ شَيْءٍ فَحُكْمُهُ إِلَى اللَّهِ ۚ ذَٰلِكُمُ اللَّهُ رَبِّي عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ
আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ ৰব; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছো আৰু মই তেওঁৰেই অভিমুখী হওঁ।
.
✍️Verse/note:
42:10 And in whatever you humans may differ, the decision rests with God. (Say), “Such is God, my Lord. In Him I trust and to Him I always turn.”(sa).
Note.
42:8. Turning to God = Seeking His guidance = Turn to the right path = Turning to His Book
.
✍️Verse/Note:
42:10 AND ON WHATEVER you may differ, [O believers,] the verdict thereon rests with God.¶ [Say, therefore:] "Such is God, my Sustainer: in Him have I placed my trust, and unto Him do I always turn!"(as).
Note¶
This, connecting with the first sentence of verse 42:8 above, evidently relates to problems of faith and religious law.The above verse has provided some of the great exponents of Islamic Law.The meaning of the phrase "on whatever you may differ, the verdict (hukm) thereon rests with God". (See on 5:101).(as).
৫:১০১
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَسْأَلُوا عَنْ أَشْيَاءَ إِنْ تُبْدَ لَكُمْ تَسُؤْكُمْ وَإِنْ تَسْأَلُوا عَنْهَا حِينَ يُنَزَّلُ الْقُرْآنُ تُبْدَ لَكُمْ عَفَا اللَّهُ عَنْهَا ۗ وَاللَّهُ غَفُورٌ حَلِيمٌ
হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব। আৰু কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে সেয়া তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’ব। আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।
.
✍️Ap-ref:
৪:৫৯
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
.___________________________________________
🟢৪২:১১
فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ ۚ جَعَلَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا وَمِنَ الْأَنْعَامِ أَزْوَاجًا ۖ يَذْرَؤُكُمْ فِيهِ ۚ لَيْسَ كَمِثْلِهِ شَيْءٌ ۖ وَهُوَ السَّمِيعُ الْبَصِيرُ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ* নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
.
✍️BB-ref:(112:4)
১১২:৪
وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
.
✍️Verse/note:
42:11 The Originator [is He] of the heavens and the earth. He has given you mates of your own kind¶ just as [He has willed that] among the beasts [there be] mates - to multiply you thereby: [but] there is nothing like unto Him, and He alone is all-hearing, all-seeing.¶¶
Note¶
See 16:72.
১৬:৭২
وَاللَّهُ جَعَلَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا وَجَعَلَ لَكُمْ مِنْ أَزْوَاجِكُمْ بَنِينَ وَحَفَدَةً وَرَزَقَكُمْ مِنَ الطَّيِّبَاتِ ۚ أَفَبِالْبَاطِلِ يُؤْمِنُونَ وَبِنِعْمَتِ اللَّهِ هُمْ يَكْفُرُونَ
আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ যোৰা (সঙ্গিনী) সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলৰ স্বীকৃতি দিবনে আৰু আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিবনে?
Note¶¶
The preceding allusion to the God-willed function of sex and, hence, to the polarity and multiplicity evident in all animated nature - man and animal alike - is meant to stress the above statement of the oneness and absolute uniqueness of God. The phrase there is nothing like unto Him" implies that He is fundamentally - and not merely in His attributes - "different" from anything that exists or could exist, or anything that man can conceive or imagine or define (see note 88 on 6:100); and since "there is nothing that could be compared with Him" (112:4), even the "how" of His being "different" from everything else is beyond the categories of human thought.
(৬:১০০
وَجَعَلُوا لِلَّهِ شُرَكَاءَ الْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا لَهُ بَنِينَ وَبَنَاتٍ بِغَيْرِ عِلْمٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَصِفُونَ
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।)
.___________________________________________
🟢৪২:১২
لَهُ مَقَالِيدُ السَّمَاوَاتِ وَالْأَرْضِ ۖ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি* তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
.
✍️BB-ref:(39:63)
৩৯:৬৩
لَهُ مَقَالِيدُ السَّمَاوَاتِ وَالْأَرْضِ ۗ وَالَّذِينَ كَفَرُوا بِآيَاتِ اللَّهِ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
(এই আয়াতটো তলৰ লিংকত বিচাৰি চাওঁক:
https://aqspart2.blogspot.com/2022/12/part-4293960-69az-zumarthe-groups.html?m=1)
.
✍️Verse/note:
42:12 His are the Keys of the heavens and the earth. He grants abundant provision, or gives it in scant measure according to His laws (of Economics given in the Qur’an). He is the Knower of all things.
Note.
Mankind can open His treasures only using His Keys by following His laws. 7:96, 28:77,
41:10.
(৭:৯৬
وَلَوْ أَنَّ أَهْلَ الْقُرَىٰ آمَنُوا وَاتَّقَوْا لَفَتَحْنَا عَلَيْهِمْ بَرَكَاتٍ مِنَ السَّمَاءِ وَالْأَرْضِ وَلَٰكِنْ كَذَّبُوا فَأَخَذْنَاهُمْ بِمَا كَانُوا يَكْسِبُونَ
আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক আটক কৰিছো।
.
২৮:৭৭
وَابْتَغِ فِيمَا آتَاكَ اللَّهُ الدَّارَ الْآخِرَةَ ۖ وَلَا تَنْسَ نَصِيبَكَ مِنَ الدُّنْيَا ۖ وَأَحْسِنْ كَمَا أَحْسَنَ اللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ الْفَسَادَ فِي الْأَرْضِ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْمُفْسِدِينَ
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
.
৪১:১০
وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ ভিতৰত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে, সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।)
.___________________________________________
🟢৪২:১৩(DEEN-ISLAM: BEFORE AND NOW-Same)
۞ شَرَعَ لَكُمْ مِنَ الدِّينِ مَا وَصَّىٰ بِهِ نُوحًا وَالَّذِي أَوْحَيْنَا إِلَيْكَ وَمَا وَصَّيْنَا بِهِ إِبْرَاهِيمَ وَمُوسَىٰ وَعِيسَىٰ ۖ أَنْ أَقِيمُوا الدِّينَ وَلَا تَتَفَرَّقُوا فِيهِ ۚ كَبُرَ عَلَى الْمُشْرِكِينَ مَا تَدْعُوهُمْ إِلَيْهِ ۚ اللَّهُ يَجْتَبِي إِلَيْهِ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ يُنِيبُ
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক* প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা** কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।
.____________
✍️BB-ref:(3:19)*,(22:78)**
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
২২:৭৮
وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে চালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!
➡️READ MORE.STRICK:https://bit.ly/3GjEkt5
.___________________________________________
WORD BY WORD MEANING. BB:
[42:8] And (Wa) if (Law') GOD had willed (Shaa'a-llahu), HE would have (La) made them (Jaåla-hum) one
(Waahidatan) nation (Ummatan), but (Walaakin) HE admits (Yud'khilu) whomever (Man) HE wills (Yashaau)
into (Fii) HIS mercy (Rah'mati-hi). And (Wa) the transgressors (Ez'Zoalimuuna) will have (Lahum) no (Maa
Min) guardian (Waliyyin) nor (Walaa) helper (Nasiir).
[42:9] Or (Ami) do they have (Ettakhazu') guardians (Aw'liyaa'a) besides HIM (Min Duuni-hi)? For (Fa)
GOD (Ellahu) is (Huwa) the GUARDIAN (El' Waliyyu), HE (Huwa) revives (Yuh'yii) the dead (El'Maw'taa), and
(Wa) HE (Huwa) is capable of (Qadiir Ålaa) all (Kulli) things (Shai'in).
[42:10] And (Wa) whatever (Maa Min Shai'in) you disagree about (Ekh'talaf'tum’ Fiihi), thence (Fa) to GOD
belongs (ilaallahi) its judgement (Huk'mu-hu). “That is GOD (Zaalikumu-llahu), my LORD (Rabbii); on HIM
(Ålai'hi) I have relied (Tawakkal'tu) and (Wa) to HIM (ilai'hi) I repent (Uniib).”
[42:11] Originator (Faatiru) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di); HE grants you (Jaåla
Lakum) mates (Az'waajan) from (Min') yourselves (Anfusi-kum), and (Wa) mates (Az'waajan) for (Mina) the
livestock (El'An'ååmi), HE multiplies you (Yaz'rau-kum) therein (Fiihi). There is nothing (Lai'sa Shai'un)
compared to HIM (112:4) (Ka Mith'li-hi). And (Wa) HE (Huwa) is the HEARER (Es' Samiiu), the SEER (El' Basiir).
[42:12] To HIM belongs (Lahu) the keys (39:63) (Maqaaliidu) of the heavens (Es'Samaawaati) and the earth
(Wal' Ar'di); HE extends (Yab'sutu) sustenance (Er'Riz'qa) for whomever (Liman) HE wills (Yashaau) and
(Wa) limits (Yaq'dir). Indeed, HE (Innahu) is aware of (Åliim Bi) all (Kulli) things (Shai'in).
[42:13] HE has legislated (Sharaå) for you (Lakum) of (Mina) the religion (Ed'Diini) which (Maa) HE
advised to (Wassoaa Bi-hi) Noah (Nuuhan) and (Wa) which (Ellazii) We have inspired (Aw'hai'naa) to you (s)
(ilai'ka), and which (Wamaa) We advised to (Wassoi'na Bi-hi) Abraham (Ib'raahiima), Moses (Muusaa), and
Jesus (Eesa') that (An'), "Establish (Aqiimu') the religion (3:19) (Ed'Diina) and do not (Walaa) be separated
(divided) (Tatafarraqu') therein (Fiihi)." It is difficult (Kabura) for (Ålaa) the polytheists (El'Mush'rikiina) what
(Maa) you invite them (Tad'uu-hum) thereto (ilai'hi). GOD (Ellahu) chooses (22:78) (Yaj'tabii) whomever (Man)
HE wills (Yashaau) to it (ilai'hi) and guides (Yah'dii) whoever (Man) repents (Yuniib) to HIM (ilai'hi).
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 28.12.2022-Naz-villa
🔴Work Progress ~
🟡Approx. Pages~3,320 nos.
⚫Part ~ 452 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment