❤️🩹Part-445(41:15-23)Fussilat(Detailed)
✔️Part-445(41:15-23)Fussilat(Detailed)
(Alternate titles=Ḥā Mīm as-Sajda-See.41:1)
✔️Video- https://youtu.be/SfoQmvRg3H4
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-445(41:15-23)Fussilat
৪১:১৫(যিজনে সিহঁতক(আদ) সৃষ্টি কৰিছে, আল্লাহ সিহঁততকৈও শক্তিশালী-টোকা)
৪১:১৬-১৭(আদ,ছামূদ সম্প্ৰদায়ক শাস্তি প্ৰদান)
৪১:১৮(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?-লিংক চাব)
৪১:২০-২৩(The Record-কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🔴৪১:১৫
فَأَمَّا عَادٌ فَاسْتَكْبَرُوا فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَقَالُوا مَنْ أَشَدُّ مِنَّا قُوَّةً ۖ أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَهُمْ هُوَ أَشَدُّ مِنْهُمْ قُوَّةً ۖ وَكَانُوا بِآيَاتِنَا يَجْحَدُونَ
আনহাতে আদ* সম্প্ৰদায়, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি*** যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈও শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ** কৰিছিল।
.
✍️BB-ref:(7:65)*
৭:৬৫
۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۚ أَفَلَا تَتَّقُونَ
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Press-(fb: https://bit.ly/3qeKRxb (7:59-69)
.
✍️Note**
Yajhadoon[[rejecting (Yaj'haduun Bi)]]
=They knowingly strived against the truth. 27:14(sa).
(২৭:১৪
وَجَحَدُوا بِهَا وَاسْتَيْقَنَتْهَا أَنْفُسُهُمْ ظُلْمًا وَعُلُوًّا ۚ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কি হৈছিল!)
.
Note***
awalam yaraw. See note to 13:41.
⬇️
awalam yaraw[[Or did they not (Awalam') see (Yaraw')]]. Lit.: have they not seen?
This formula occurs 12 times (13:41, 16:48, 17:99, 26:7, 29:19, 29:67, 30:37, 32:27, 36:71, 41:15, 46:33, 67:19). Having identified the set, one needs criteria for distinguishing between those cases where it can be rendered literally and where not. Having considered the context for each of the components which make up the set, the criteria use are: where the following word is annā (as here) or an, it render Have they not considered? In all other cases it render Have they not seen? All instances reference this verse. See also 2:243.
(১৩:৪১
أَوَلَمْ يَرَوْا أَنَّا نَأْتِي الْأَرْضَ نَنْقُصُهَا مِنْ أَطْرَافِهَا ۚ وَاللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِ ۚ وَهُوَ سَرِيعُ الْحِسَابِ
সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।
.
২:২৪৩
۞ أَلَمْ تَرَ إِلَى الَّذِينَ خَرَجُوا مِنْ دِيَارِهِمْ وَهُمْ أُلُوفٌ حَذَرَ الْمَوْتِ فَقَالَ لَهُمُ اللَّهُ مُوتُوا ثُمَّ أَحْيَاهُمْ ۚ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ
তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।)
.___________________________________________
🔴৪১:১৬
فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي أَيَّامٍ نَحِسَاتٍ لِنُذِيقَهُمْ عَذَابَ الْخِزْيِ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنْصَرُونَ
তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো;* যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।
.
✍️Pz-ref:54:19*
৫৪:১৯
إِنَّا أَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي يَوْمِ نَحْسٍ مُسْتَمِرٍّ
নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত,
.
✍️As-ref:See 69:6.
৬৯:৬-৭
وَأَمَّا عَادٌ فَأُهْلِكُوا بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ
আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,
৬৯:৭
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَانِيَةَ أَيَّامٍ حُسُومًا فَتَرَى الْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ
ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেন সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
.___________________________________________
🔴৪১:১৭
وَأَمَّا ثَمُودُ فَهَدَيْنَاهُمْ فَاسْتَحَبُّوا الْعَمَىٰ عَلَى الْهُدَىٰ فَأَخَذَتْهُمْ صَاعِقَةُ الْعَذَابِ الْهُونِ بِمَا كَانُوا يَكْسِبُونَ
আৰু ছামূদ* সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।
.
✍️BB-ref:(11:61)*
১১:৬১
۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ هُوَ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَاسْتَعْمَرَكُمْ فِيهَا فَاسْتَغْفِرُوهُ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي قَرِيبٌ مُجِيبٌ
আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ চলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।
.___________________________________________
🔴৪১:১৮
وَنَجَّيْنَا الَّذِينَ آمَنُوا وَكَانُوا يَتَّقُونَ
আৰু যিসকলে ঈমান* আনিছিল আৰু তাক্বৱা* অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিলো।
.
✍️Note-Taqwa-link: https://bit.ly/3iBzPSm
(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?
.
✍️Verse/ref:
41:18 And We saved those who believed and took precaution.
Note:
The believers heeded the forewarning of their Messenger and followed him to safety. See Taqwa2:41.(sa).
(২:৪১
وَآمِنُوا بِمَا أَنْزَلْتُ مُصَدِّقًا لِمَا مَعَكُمْ وَلَا تَكُونُوا أَوَّلَ كَافِرٍ بِهِ ۖ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا وَإِيَّايَ فَاتَّقُونِ
আৰু মই যি অৱতীৰ্ণ কৰিছো তোমালোকে তাৰ প্ৰতি ঈমান আনা। এইটো তোমালোকৰ ওচৰত যি আছে তাৰ সত্যতা প্ৰমাণকাৰী। আৰু তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহ সামান্য মূল্যত বিক্ৰী নকৰিবা । আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।)
.___________________________________________
🔴৪১:১৯
وَيَوْمَ يُحْشَرُ أَعْدَاءُ اللَّهِ إِلَى النَّارِ فَهُمْ يُوزَعُونَ
আৰু যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।
.___________________________________________
🔴৪১:২০(The Record)
حَتَّىٰ إِذَا مَا جَاءُوهَا شَهِدَ عَلَيْهِمْ سَمْعُهُمْ وَأَبْصَارُهُمْ وَجُلُودُهُمْ بِمَا كَانُوا يَعْمَلُونَ
অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ একেবাৰে সন্নিকটত উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।
.___________________________________________
🔴৪১:২১(The Video Record)
وَقَالُوا لِجُلُودِهِمْ لِمَ شَهِدْتُمْ عَلَيْنَا ۖ قَالُوا أَنْطَقَنَا اللَّهُ الَّذِي أَنْطَقَ كُلَّ شَيْءٍ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍ وَإِلَيْهِ تُرْجَعُونَ
আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্তাই সকলোকে বাকশক্তি দিছে। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা’।
.
✍️Verse/note:
41:21. They will ask their own body parts/organs, “Why did you testify against us?” And
the reply would be, “As he has done for others, Allah has also given us the power to speak.
Therefore we have given the true evidence.” (A person is a judge of his own deeds and is
the evidence for his own self ~ 17:13; 75:14.) (They will say that, “These results of your deeds have been compiled by the very Law of
Mukafat of Allah, Who had created you for the first time. None of your deeds can remain
outside the jurisdiction of that Law.)pz.
(১৭:১৩
وَكُلَّ إِنْسَانٍ أَلْزَمْنَاهُ طَائِرَهُ فِي عُنُقِهِ ۖ وَنُخْرِجُ لَهُ يَوْمَ الْقِيَامَةِ كِتَابًا يَلْقَاهُ مَنْشُورًا
আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ, যিখন সি উন্মুক্ত পাব।
.
৭৫:১৪
بَلِ الْإِنْسَانُ عَلَىٰ نَفْسِهِ بَصِيرَةٌ
বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,)
.___________________________________________
🔴৪১:২২
وَمَا كُنْتُمْ تَسْتَتِرُونَ أَنْ يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَا أَبْصَارُكُمْ وَلَا جُلُودُكُمْ وَلَٰكِنْ ظَنَنْتُمْ أَنَّ اللَّهَ لَا يَعْلَمُ كَثِيرًا مِمَّا تَعْمَلُونَ
গোপনে অপকৰ্ম কৰাৰ সময়ত তোমালোকে ভৱা নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব, বৰং তোমালোকে ভাৱিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।
.___________________________________________
🔴৪১:২৩
وَذَٰلِكُمْ ظَنُّكُمُ الَّذِي ظَنَنْتُمْ بِرَبِّكُمْ أَرْدَاكُمْ فَأَصْبَحْتُمْ مِنَ الْخَاسِرِينَ
তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।
.___________________________________________
WORD BY WORD MEANING. BB:
[41:15] As for (Fa Amma) Ad (7:65) (Åådun), they then (Fa) became arrogant (Es'tak'baru) on earth (Fiil' Ar'di)
without (Bi-Gai'ri) right (El'Haqqi) and (Wa) they said (Qaalu'), "Who (Man') is stronger (Ashaddu) than us (Minna) in strength (Quwwatan)?" Or did they not (Awalam') see (Yaraw') that GOD (Annallaha) who
(Ellazii) created them (Khalaqa-hum) is (Huwa) stronger (Ashaddu) than them (Min'hum) in strength
(Quwwatan)? But (Wa) they were (Kaanu') rejecting (Yaj'haduun Bi) Our signs (Aayaati-naa).
[41:16] Consequently (Fa) We sent (Ar'sal'na) a squeaking (Sor'soran) wind (Riihan) against them (Ålai'him)
in (Fii) the days (Ayyaamin) of misfortune (Nahisaatin) in order to (Li) let them taste (Nuziiqa-hum) the
punishment (Åzaaba) of disgrace (El'Khiz'yi) in (Fii) the worldly (Ed'Dun'ya) life (El'Hayaati); but (Wa) the (La) punishment (Åzaabu) of the hereafter (El'Aakhirati) is more disgraceful (Akh'zaa), and (Wa) they (Hum)
will not (Laa) be helped (Yunsoruun).
[41:17] As for (Wa Amma) Thamud (11:61) (Thamuudu), We then (Fa) guided them (Hadai'naa-hum), but (Fa)
they preferred (Es'tahabbu') blindness (El'Åmaa) over (Ålaa) the Guidance (El'Hudaa). Consequently (Fa) the
thunderbolt (Soaeqatu) of a humiliating (El'Huuni) punishment (El'Åzaabi) seized them (Akhazat'hum) for
what (Bimaa) they were (Kaanu') earning (Yak'sibuun).
[41:18] And (Wa) We rescued (Najjai'naa) those who (Ellaziina) believed (Aamanu') while (Wa) they were
(Kaanu') pious (Yattaquun).
[41:19] And (Wa) the day (Yaw'ma) the enemies of GOD (A'daau-llahi) will be assembled (Yuh'sharu) to
(ilaa) the Fire (En'Naari), then (Fa) they (Hum) will be distributed (Yuuzauun)
[41:20] until (Hattaa) when (Izaa) they reach it (Jaa'uu-haa), their hearing (Sam'u-hum’), their eyesight
(Ab'soaru-hum’) and (Wa) their skins (Juluudu-hum) will testify (Shahida) against them (Ålai'him) for what (Bimaa) they used to (Kaanu') do (Ya'maluun).
[41:21] And (Wa) they (the transgressors) will say to (Qaalu' Li) their skins (Juluudi-him), "Why (Lima) have you
testified (Shahidttum’) against us(Ålai'naa)?" They (the skins) will say (Qaaluu'), "GOD caused us to speak (Antoqanaa-llahu); the One who (Ellazii) causes all (Kulla) things (Shai'in) to speak (-Antoqa). For (Wa) HE
(Huwa) created you (Khalaqa-kum) the first (Awwala) time (Marratin) and to HIM (ilai'hi) you are returned
(Tur'jauun).
[41:22] "And (Wa) you were (Kuntum) not (Maa) covered (Tas'tatiruuna), lest (An) your hearing (Sam'u-
kum) testifies (Yash'hada) against you (Ålai'kum) or (Walaa) your eyesight (Ab'soaru-kum) or (Walaa) your
skins (Juluudu-kum), but (Walaakin) you thought (Zonantum) that GOD (Annallaha) did not (Laa) know (Ya'lamu) much (Kathiiran) of what (Mimmaa) you do (Ta'maluun).
[41:23] “And (Wa) that (Zaalikum’) was your assumption (Zonnu-kumu) which (Ellazii) you assumed
(Zonantum) about (Bi) your LORD (Rabbi-kum’); it has smitten you (Ar'daa-kum), so (Fa) you have become
(As'bah'tum) of (Mina) the losers (El'Khaasiriin).”
.___________________________________________
💖jiaulhussain(syedraf) #muktabulhussain
🤎Date of Starting(Video)~10/August/2021
💙Date of Today ~ 19.12.2022-Naz-villa
🖤Work Progress ~
❤️Approx. Pages~3,284 nos.
💚Part ~ 444 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment