❤️🩹Part-444(41:09-14)Fussilat(Detailed)
✔️Part-444(41:09-14)Fussilat(Detailed)
(Alternate titles=Ḥā Mīm as-Sajda-See.41:1)
✔️Video- https://youtu.be/IyGe87aY82o
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-444(41:09-14)Fussilat
৪১:৯-১০(Cosmology and Ecology
(ব্ৰহ্মাণ্ডবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান) -See note/link)(The creation of the heavens and earth took place in Two Eras.
The Qur’an divides the time of creation after the appearance of life on the earth into Four Eras. Two(heavens and earth) plus Four makes 'Six Eras' of evolution.
৪১:১২(আল্লাহে দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে-See notes)
৪১:১৩(Warning=Arrogance; a Prime Cause of Decline-Note)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🌓৪১:৯(Cosmology and Ecology)
۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত(Eras) পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ* স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!
.
✍️BB-(14:30)*
১৪:৩০
وَجَعَلُوا لِلَّهِ أَنْدَادًا لِيُضِلُّوا عَنْ سَبِيلِهِ ۗ قُلْ تَمَتَّعُوا فَإِنَّ مَصِيرَكُمْ إِلَى النَّارِ
আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই তোমালোকৰ গন্তব্যস্থল।
(Pl find the verse note 14:30-link:
.
✍️Verse/note:
41:9 Say, "What! Do you deny Him Who has created the earth in Two Eras? And would you still ascribe rivals to Him? He is the One, the Lord of the worlds."
Note:
36:40, 79:30. Yaumayn = Two days = Two stages = Two Eras = Two Aeons = Indefinitely long periods(sa).
(৩৬:৪০
لَا الشَّمْسُ يَنْبَغِي لَهَا أَنْ تُدْرِكَ الْقَمَرَ وَلَا اللَّيْلُ سَابِقُ النَّهَارِ ۚ وَكُلٌّ فِي فَلَكٍ يَسْبَحُونَ
সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষে সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে।
.
৭৯:৩০
وَالْأَرْضَ بَعْدَ ذَٰلِكَ دَحَاهَا
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।)
.
✍️Verse/Note(edip): Press link:🩸
Cosmology and Ecology(ব্ৰহ্মাণ্ডবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান):
.___________________________________________
🌓৪১:১০
وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ(Eras) ভিতৰত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে, সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।
.
✍️Verse/notes:Pl see bottom link of 41:9🩸
.
✍️Verse/Note:
41:10. For this purpose He has placed towering mountains on the surface of the earth (from where continuously water comes out) and ingrained means of growing various
commodities in it. The rotation of the four seasons has determined the set timings for different crops, for the people to get their food. This produce from earth should remain open for every person according to his need; and its doors should not be closed on anyone(39:67; 56:63-73)pz.
.___________________________________________
🌓৪১:১১
ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ وَهِيَ دُخَانٌ فَقَالَ لَهَا وَلِلْأَرْضِ ائْتِيَا طَوْعًا أَوْ كَرْهًا قَالَتَا أَتَيْنَا طَائِعِينَ
তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধোৱাঁ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওঁক বা অনিচ্ছাতেই হওঁক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।
.
✍️Verse/Note:
41:11. In this way the Almighty turned towards the celestial bodies. At that stage they
were all in the form of gas (nebula). We told them, "You must obey Our Laws willingly or
perforce." They replied, "Why perforce? We shall obey these Laws most
willingly.1" (3:82; 13:15)
⬇️______________
1
The words “willingly or perforce” have also occurred in 3:82 and 3:15. However there the
word “Munn” has been used. This might include human beings. In 3:82 the meaning has been explained this way and as such should be reviewed. However here the words have
been used for celestial bodies and earth only, i.e. of the physical world. Some philosophers
interpret the use of word “willingly” to imply the possible presence of “will” in all matters.
However, these words “willingly or perforce” have been used idiomatically. For
example “Ata Al Nakhal” means that the dates have ripened and are ready to be picked. In
other words they have reached their destiny as established by nature. In this context
“willingly or perforce” here could mean that the earth and the celestial bodies have been
created in a way that they follow the Laws of God intrinsically, and not according to their “will” or with their choice. In the case of the latter they could go against the Laws. The holy Quran has mentioned that only human beings have been bestowed with “divine energy” (power to decide or will). It has also mentioned clearly that all physical universal
forces do not go against the Divine Laws.pz.
.
✍️Note:
The earth and the sky do not of course have 'free will'. They comply with God's law and this is
just an metaphorical description of their absolute compliance with His ordinance.(sig).
.
✍️Note:
Time, space, matter, and everything in the universe, are muslims following the laws issued by their Creator. This verse also informs us about the early stage of the universe after the Big Bang (21:30)(edip).
(2:29-as)
________
Above verses:
৩:৮২-৮৩
فَمَنْ تَوَلَّىٰ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
এতেকে ইয়াৰ পিছত যিসকলে উভতি যাব সিহঁতেই ফাছিক।
৩:৮৩
أَفَغَيْرَ دِينِ اللَّهِ يَبْغُونَ وَلَهُ أَسْلَمَ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَإِلَيْهِ يُرْجَعُونَ
সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
.
১৩:১৫
وَلِلَّهِ يَسْجُدُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَالُهُمْ بِالْغُدُوِّ وَالْآصَالِ ۩
আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।
.
২১:৩০
أَوَلَمْ يَرَ الَّذِينَ كَفَرُوا أَنَّ السَّمَاوَاتِ وَالْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَاهُمَا ۖ وَجَعَلْنَا مِنَ الْمَاءِ كُلَّ شَيْءٍ حَيٍّ ۖ أَفَلَا يُؤْمِنُونَ
যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়কে পৃথক কৰি দিলো; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
.
২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
(💚Note of 2:29: The subject of seven ascending heights is still under scientific investigation, but many astrophysicists already believe in it. 11:7, 53:31, 57:1. Saba' indicates seven or several. Thinking of the earth’s atmosphere, it contains seven layers: The Troposphere, Stratosphere, Ozone Layer, Mesosphere, Thermosphere, Ionosphere and the Exosphere. This has been only discovered in the last century. The Qur’an repeatedly emphasizes the importance of scientific observation and intellectual inquiry. 3:191, 7:185, 17:36, 88:17).
.___________________________________________
🌓৪১:১২
فَقَضَاهُنَّ سَبْعَ سَمَاوَاتٍ فِي يَوْمَيْنِ وَأَوْحَىٰ فِي كُلِّ سَمَاءٍ أَمْرَهَا ۚ وَزَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَحِفْظًا ۚ ذَٰلِكَ تَقْدِيرُ الْعَزِيزِ الْعَلِيمِ
তাৰ পিছত তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলো। এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।
.
✍️Verse/note:
41:12 And He [it is who] decreed that they become seven heavens* in two aeons, and imparted unto each heaven its function. And We adorned the skies nearest to the earth with lights, and made them secure:** such is the ordaining of the Almighty, the All-Knowing.
Note*
I.e., a multiplicity of cosmic systems (2:29💚See verse/note above).
Note**
Cf. 15:16 and the corresponding note 16 and 17; also 37:6.
(১৫:১৬
وَلَقَدْ جَعَلْنَا فِي السَّمَاءِ بُرُوجًا وَزَيَّنَّاهَا لِلنَّاظِرِينَ
আৰু অৱশ্যে আমি আকাশত বুৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
.
৩৭:৬
إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ
নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো,)
.
✍️Verse/Note:
41:12. (As has been said above ~ in 41:9 ~ that in two stages the Almighty created
celestial bodies in the form they were designed to be; and He imparted to them the physical law which they were bound to follow through Wahi (i.e. the Laws they had to follow were integrated within them). The visible space (the sky) has been adorned with scattered bodies that appear to you like shining lamps. He has made them safe and secure so that they neither clash with each other nor fall down on you.
All this has been decided with measures set by that God, Who is all-powerful, all-knowing. pz.
.
41:12 And He is the One Who ordained that they become seven heavens in Two Eras and assigned to each heaven its function. And We decorated the sky of the world with shining lamps, and made them secure (that they do not clash in their orbits 41:9). That is the Design of the Almighty, the Knower(sa).
(৪১:৯
۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!)
.___________________________________________
🌓৪১:১৩(Warning=Arrogance; a Prime Cause of Decline)
فَإِنْ أَعْرَضُوا فَقُلْ أَنْذَرْتُكُمْ صَاعِقَةً مِثْلَ صَاعِقَةِ عَادٍ وَثَمُودَ
তথাপিও সিহঁতে যদি মুখ ঘূৰাই লয় তেন্তে কোৱা, ‘মই তোমালোকক এটা ধ্বংসাত্মক শাস্তি* সম্পৰ্কে সতৰ্ক কৰিছো, আদ আৰু ছামূদৰ শাস্তিৰ দৰে’।
.
✍️BB-ref:(51:44)*
৫১:৪৪
فَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ الصَّاعِقَةُ وَهُمْ يَنْظُرُونَ
কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁতে চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।
.
✍️Verse/note:
41:13 BUT IF they turn away, say:® “I warn you of [the coming of] a thunderbolt of punishment®® like the thunderbolt [that fell upon the tribes] of Ad and Thamud!"®®®(as).
Note®
This connects with the opening sentence of verse 9 above: "Would you indeed deny Him who has created…", etc.
Note®®
See 2:55.
(২:৫৫
وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَنْ نُؤْمِنَ لَكَ حَتَّىٰ نَرَى اللَّهَ جَهْرَةً فَأَخَذَتْكُمُ الصَّاعِقَةُ وَأَنْتُمْ تَنْظُرُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰো, ফলত তোমালোকে চাই থাকোতেই তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিলে।)
Note®®®
For the story of these two ancient tribes, see 7:65 and the corresponding notes in particular 48 and 56; also 26:123.
(৭:৬৫
۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۚ أَفَلَا تَتَّقُونَ
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
.
২৬:১২৩
كَذَّبَتْ عَادٌ الْمُرْسَلِينَ
আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,)
.___________________________________________
🌓৪১:১৪
إِذْ جَاءَتْهُمُ الرُّسُلُ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۖ قَالُوا لَوْ شَاءَ رَبُّنَا لَأَنْزَلَ مَلَائِكَةً فَإِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ
যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
.
✍️Verse/note:Link:
.___________________________________________
WORD BY WORD MEANING. BB:
[41:9] Say (Qul'): "Do you indeed (A'innakum’ La) disbelieve (Tak'furuuna) in the One who (Billazii) created
(Khalaqa) the earth (El'Ar'do) in (Fii) two days (Yaw'mai'ni), by (Wa) assigning (Taj'åluuna) counterparts (14:30)
(Andaadan) to HIM (Lahu)? That (Zaalika) is the LORD (Rabbu) of the worlds (El'Åålamiin)."
[41:10] And (Wa) HE placed (Jaåla) therein (Fiiha) anchors (mountains) (Rawaasiya) above it (Min Faw'qi-ha)
and blessed (Baaraka) therein (Fiiha) and estimated (Qaddara) its nourishment (Aq'waata-ha) therein
(Fiihaa) within (Fii) four (Ar'baåti) days (Ayyaamin); it is the same (Sawaa'an) for the questioners (Lis' Saailiin).
[41:11] Then (Thumma) HE set up (Es'tawaa) to (ilaa) the heaven (Es'Samaai) while (Wa) it (Hiya) was smoke
(Dukhaanun) and (Fa) said to it (Qaala Laha) and (Wa) to the earth (Lil' Ar'di), "Come (E'tiya) willingly
(Tow'åån) or (Aw') unwillingly (Kar'haan)." They said (Qaalataa), "We come (Atai'naa) willingly (Toai'een)."
[41:12] Consequently (Fa) HE completed them (Qadoa-hunna) as seven (Sab'å) heavens (Samaawaatin) in
(Fii) two days (Yaw'mai'ni) and (Wa) inspired (Aw'haa) in (Fii) each (Kulli) heaven (Samaa'in) its command
(Am'ra-haa). And (Wa) We adorned (Zayyanna) the lowest (Ed'Dun'ya) heaven (Es'Samaa'a) with (Bi) lamps
(Masoabiiha) and (Wa) guarding (Hif'zoan). That (Zaalika) is the estimation (Taq'diiru) of the ALMIGHTY
(El' Åziizi), the OMNISCIENT (El' Åliim),
[41:13] but (Fa) if (In') they turn away (A'radu'), then (Fa) say (Qul'): "I have warned you (Anzar'tu-kum’) of a thunderbolt (Soaeqatan) like (Mith'la) the thunderbolt (51:44) (Soaeqati) of Ad (Åådin) and (Wa) Thamud (Thamuud)."
[41:14] When (Iz') the messengers (Er'Rusulu) came to them (Jaa'at-humu) before them (Min Bai'ni Ai'dii-
him) and (Wa) behind them (Min' Khal'fi-him) that, "Do not (Alla) worship (Ta'buduu') except (illa) GOD (Ellaha)." They said (Qaalu'), "If (Law') our LORD (Rabbu-naa) had willed (Shaa'a), HE would have (La) sent down (Anzala) Angels (Malaa’ikatan); so (Fa) we are indeed (Inna) disbelievers (Kaafiruun) in what (Bimaa)
you have been sent with (Ar'sil'tum Bihi)."
.___________________________________________
💖jiaulhussain(syedraf) #muktabulhussain
🤎Date of Starting(Video)~10/August/2021
💙Date of Today ~ 18.12.2022-Naz-villa
🖤Work Progress ~
❤️Approx. Pages~3,276 nos.
💚Part ~ 444 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Comments
Post a Comment