🌲Part-436(40:32-40)Ghãfer(Forgiver)

✔️Part-436(40:32-40)Ghãfer(Forgiver)
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
মিনি সূচিঃPart-436(40:32-40)Ghãfer 
৪০:৩৩,৩৫(আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই’-see note)
৪০:৩৪(সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ-আ:ছা: আহিছিল)
৪০:৩৬-৩৭{মুছা(আ:ছা:),ফিৰআউন আৰু হামানৰ বিষয়ে-See note at 40:37}
৪০:৩৯(This worldly life is but an enjoyment, while the Hereafter is the permanent abode)
৪০:৪০(mu’min.Quranic definition-Note)
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩২
وَيَا قَوْمِ إِنِّي أَخَافُ عَلَيْكُمْ يَوْمَ التَّنَادِ
‘আৰু হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছো,
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৩
يَوْمَ تُوَلُّونَ مُدْبِرِينَ مَا لَكُمْ مِنَ اللَّهِ مِنْ عَاصِمٍ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত🪢 কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই’।
.
✍️Sa-ref:🪢-1
৪:৮৮
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰবাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভোতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট🪢 কৰিলে তুমি তাৰবাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
(🪢-1. Press link with inner link with as example of Black Hole:
.
✍️Verse/notes-2
40:33 the Day when you will [wish to] turn your backs and flee, having none to defend you against God: for he whom God lets go astray can never find any guide.

Note:
See 7:186 and note 4 on 14:4.
৭:১৮৬
مَنْ يُضْلِلِ اللَّهُ فَلَا هَادِيَ لَهُ ۚ وَيَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ
আল্লাহে যিসকলক বিপথগামী কৰে সিহঁতৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিয়ে।
.
১৪:৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত🪢 কৰে আৰু যাক ইচ্ছা সৎপথত🪢 পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
(🪢See sp link above 🪢-1)
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৪
وَلَقَدْ جَاءَكُمْ يُوسُفُ مِنْ قَبْلُ بِالْبَيِّنَاتِ فَمَا زِلْتُمْ فِي شَكٍّ مِمَّا جَاءَكُمْ بِهِ ۖ حَتَّىٰ إِذَا هَلَكَ قُلْتُمْ لَنْ يَبْعَثَ اللَّهُ مِنْ بَعْدِهِ رَسُولًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ مَنْ هُوَ مُسْرِفٌ مُرْتَابٌ
আৰু অৱশ্যে ইতিপূৰ্বে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ* আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰত যি লৈ আহিছিল তাৰ প্ৰতি তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।
.
✍️BB-ref:(Ch 12)*
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৫
الَّذِينَ يُجَادِلُونَ فِي آيَاتِ اللَّهِ بِغَيْرِ سُلْطَانٍ أَتَاهُمْ ۖ كَبُرَ مَقْتًا عِنْدَ اللَّهِ وَعِنْدَ الَّذِينَ آمَنُوا ۚ كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ
যিসকলে নিজৰ ওচৰত (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। সিহঁতৰ এই কৰ্ম আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।
.
✍️Verse/note:
40:35 They argue against God’s revelations, without any basis(40:56). This attitude is strongly disapproved in the Sight of God and of those who believe. Thus God sets a seal on every arrogant, brutal heart.”*

Note*
. According to Divine law, when someone sticks to false beliefs and persistently refuses to listen to the truth, one loses the ability to perceive reality. God assigns to Himself all that happens in the Universe. Humans, however, have free will to choose their course. For example, the ‘sealing of heart’ is a natural consequence of one’s own actions. For Taba’ and Khatam,See 2:7(sa).
(Google translate no guarantee:
৪০:৫৬।  ঈশ্বৰৰ নিয়ম অনুসৰি যেতিয়া কোনোবাই মিছা বিশ্বাসত আঁঠু লৈ থাকে আৰু সত্যৰ কথা শুনিবলৈ অটলভাৱে অস্বীকাৰ কৰে তেতিয়া বাস্তৱক উপলব্ধি কৰাৰ ক্ষমতা হেৰুৱাই পেলায়।  বিশ্বব্ৰহ্মাণ্ডত ঘটা সকলোবোৰ ঈশ্বৰে নিজৰ ওপৰত নিযুক্ত কৰে।  মানুহৰ অৱশ্যে নিজৰ পথ বাছি ল’বলৈ স্বাধীন ইচ্ছা আছে।  উদাহৰণস্বৰূপে, ‘হৃদয়ৰ ছীল’ নিজৰ কৰ্মৰ স্বাভাৱিক পৰিণতি।  তাবা’ আৰু খাতমৰ(Has set a seal) বাবে,২:৭ চাওক)
(See link above ৪০:৩৩-🪢-1)
(২:৭
خَتَمَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَعَلَىٰ سَمْعِهِمْ ۖ وَعَلَىٰ أَبْصَارِهِمْ غِشَاوَةٌ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ
আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ । আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।
.
See more: আল্লাহে কিয় কিছুমান মানুহক পথ প্ৰদৰ্শন কৰে আৰু আন কিছুমানক নহয়?এইটো কেনেকৈ ন্যায্য হ’ব পাৰে-Presd link:
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৬
وَقَالَ فِرْعَوْنُ يَا هَامَانُ ابْنِ لِي صَرْحًا لَعَلِّي أَبْلُغُ الْأَسْبَابَ
আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা যাতে মই উপায় পাওঁ,
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৭
أَسْبَابَ السَّمَاوَاتِ فَأَطَّلِعَ إِلَىٰ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُ كَاذِبًا ۚ وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوءُ عَمَلِهِ وَصُدَّ عَنِ السَّبِيلِ ۚ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِي تَبَابٍ
‘আকাশসমূহত আৰোহণৰ উপায়, যাতে মই মুছাৰ ইলাহক* ভুমুকি মাৰি চাব পাৰো, অৱশ্যে মই তাক মিছলীয়া বুলিহে ভাৱোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰা হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল আৰু ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।
.
২৮:৬*
وَنُمَكِّنَ لَهُمْ فِي الْأَرْضِ وَنُرِيَ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا مِنْهُمْ مَا كَانُوا يَحْذَرُونَ
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।
Pl find the verse note 28:6-link:
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৮
وَقَالَ الَّذِي آمَنَ يَا قَوْمِ اتَّبِعُونِ أَهْدِكُمْ سَبِيلَ الرَّشَادِ
ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।
(ঈমান পোষণ কৰা ব্যক্তিজন see 40:28-29)
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৩৯
يَا قَوْمِ إِنَّمَا هَٰذِهِ الْحَيَاةُ الدُّنْيَا مَتَاعٌ وَإِنَّ الْآخِرَةَ هِيَ دَارُ الْقَرَارِ
‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন কেৱল অস্থায়ী ভোগৰ বস্তু। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
🎯৪০:৪০
مَنْ عَمِلَ سَيِّئَةً فَلَا يُجْزَىٰ إِلَّا مِثْلَهَا ۖ وَمَنْ عَمِلَ صَالِحًا مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ يُرْزَقُونَ فِيهَا بِغَيْرِ حِسَابٍ
‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুৰূপ শাস্তি প্ৰাপ্ত হ’ব। আৰু যি পুৰুষ অথবা নাৰীয়ে মুমিন🔻 হৈ সৎকৰ্ম কৰিব তেন্তে তেওঁলোকে প্ৰৱেশ কৰিব জান্নাতত, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা*।
(mu’min.Quranic definition: See note to 8:2 by Sam:
.
✍️Note:
I.e., beyond any earthly imagination. The concept of rizq (expressed in the verb yurzaqun) has here its full significance of all that is good and of benefit to a living being, comprising things material as well as intellectual and spiritual.
.~~~~~~~~~~~~~~~~~~~~~~~~~~~~
[40:32] "O (Yaa) my people (Qaw'mi), I (Innii) fear (Akhaafu) for you (Ålai'kum) the Day of Summoning (Yaw'ma-ttanaad).
[40:33] "It is the day (Yaw'ma) you will turn away (Tuwalluuna) retreating (Mud'biriina); you will have (Lakum) no (Maa Min') protector (Ååsimin) against GOD (Minallahi). And whomever (Waman) GOD leaves
astray (Yud'lili-llahu), thus (Fa) he will have (Lahu) no (Maa Min') guide (Haad).
[40:34] “And (Wa) Joseph (Ch 12) (Yuusufu) had certainly (Laqad') brought you (Jaa'a-kum Bi) proofs (El'Bayyinaati) before (Min Qab'lu), but (Fa) you continued (Maazil'tum) in (Fii) doubt (Shakkin) of what (Mimmaa) he brought you (Jaa'akum Bihi) until (Hattaa) when (Izaa) he perished (Halaka), you (p) said (Qul'tum), ‘GOD (Ellahu) will never (Lan) send (Yab'åtha) a messenger (Rasuulan) after him (Min Ba'di-hi).’
Thus (Kazaalika) does GOD leave astray (Yudillu-llahu) he (Huwa) who (Man') is a profligate (Mus'rifun)
and suspicious (Mur'taab).”
[40:35] Those who (Ellaziina) argue (Yujaadiluuna) against (Fii) the verses of GOD (Aayaati-llahi) without 
(Bi-Gai'ri) authority (Sul'toanin) coming to them (Ataa-hum); such is a major (Kabura) abhorrence (Maq'tan)
to GOD (Endallahi) and (Wa) to (Enda) those who (Ellaziina) believe (Aamanu'). Thus (Kazaalika) does GOD (Ellahu) seal (Yat'bau Ålaa) the heart (Qal'bi) of all (Kulli) who are arrogant (Mutakabbirin) and tough (Jabbaar).
[40:36] And (Wa) Pharaoh (Fir'åw'nu) said (Qaala), "O (Yaa) Haman (Haamaanu), build (Eb'ni) a structure (Sor'han) for me (Lii) that I (Laållii) might reach (Ab'lugu) the causes (El'As'baab),
[40:37] the causes (As'baaba) of the heavens (Es'Samaawaati), then (Fa) I may rise (Attoliå) to (ilaa) the deity
(ilaahi) of Moses (Muusaa); but (Wa) indeed, I (Innii) think he (Azunnu-hu) is (La) a liar (Kaaziban)." And 
(Wa) thus (Kazaalika) was it adorned (Zuyyina) to (Li) Pharaoh (Fir'åaw'na) the evil (Suu'u) of his deeds 
(Åmali-hi), and he was deviated from (Sudda Åni) the way (Es’Sabiili). And (Wa) the scheme (Kai'du) of 
Pharaoh (Fir'åw'na) was only (Maa illa) in (Fii) ruin (Tabaab). 
[40:38] And (Wa) the one who (Ellazii) believed (Aamana) said (Qaala), "O (Yaa) my people (Qaw'mi), follow me (Ettabiuu-ni), I will guide you (Ah'di-kum) to the way (Sabiila) of right guidance (Er'Rashaad). 
[40:39] "O (Yaa) my people (Qaw'mi), this (Haazihi) worldly (Ed'Dun'yaa) life (El'Hayaatu) is only (Innamaa)
a provision (enjoyment) (Mataaun), but (Wa) indeed (Inna), the hereafter (El'Aakhirata) is (Hiya) the Home
(Daaru) of Stability (El'Qaraar).
[40:40] "Whoever (Man') does (Åmila) a bad deed (Sayyiatan), then (Fa) he will only (Laa illa) be requited 
with (Yuj'zaa) the like of it (Mith'la-haa), and whoever (Waman') acts (Åmila) righteous (Soalihan); whether 
(Min) male (Zakarin) or (Aw') female (Unthaa), while (Wa) being (Huwa) a believer (Mu'minun), then (Fa)
those (U'laaika) will enter (Yad'khuluuna) Paradise (El'Jannata), they will be provided (Yur'zaquuna) therein 
(Fiiha) without (Bi-Gai'ri) reckoning (Hisaab). 
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 11.12.2022-Naz-villa
🟦Work Progress ~ 
🟨Approx. Pages~3,236 nos.
⬛Part ~ 436 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)