🌲Part-434(40:16-22)Ghãfer(Forgiver)

✔️Part-434(40:16-22)Ghãfer(Forgiver)
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
⬇️
ইয়াত আছে, কোৰআনৰ প্ৰত্যেক আয়াতৰ বিশ্লেষণাত্মক ভাষণ আৰু লিখনি,আয়াতক আয়াতৰ দ্বাৰা তফছিৰ (৬:৬৫, ১০:৩৭, ১৬:৮৯,
২৫:৩৩)।
.___________________________________________
.___________________________________________
মিনি সূচিঃPart-434(40:16-22)Ghãfer
৪০:১৭(Prepare for the Big Day-আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।)
৪০:১৮(No Intercession for Zalims,their hearts will reach the throats)(ref-কিয়ামত নিকটৱৰ্তী)✅(Moon Split -link at ref🌀)
৪০:১৯✅(চকু আৰু অন্তৰৰ ইবাদত)
৪০:২০(একমাত্ৰ আল্লাহে যথাযথভাৱে ফয়চালা কৰিব পাৰে অৰ্থাৎ ৰছুলেও নোৱাৰে)
৪০:২২(আল্লাহৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহে)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟠৪০:১৬
يَوْمَ هُمْ بَارِزُونَ ۖ لَا يَخْفَىٰ عَلَى اللَّهِ مِنْهُمْ شَيْءٌ ۚ لِمَنِ الْمُلْكُ الْيَوْمَ ۖ لِلَّهِ الْوَاحِدِ الْقَهَّارِ
যিদিনা সিহঁতে (মানুহ বিলাক) প্ৰকাশিত হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।
.
✍️Verse/note:
40:16. The accumulation of results starts as soon as the action takes place, but the results become apparent after a course of time. No action of any human being remains hidden from His Law of Mukafat. Every action produces its respective results. 
On the Day when their actions manifest themselves, they will be questioned: With whom does the entity of power, authority and sovereignty rest today? (They will proclaim spontaneously that) All entire authority and power rest with Allah alone. He holds absolute control way over everything that exists. (It was due to our sheer ignorance that along with Him, we ascribed powers to others.)pz.
.___________________________________________
🟠৪০:১৭(Prepare for the Big Day)
الْيَوْمَ تُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ ۚ لَا ظُلْمَ الْيَوْمَ ۚ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
আজি প্ৰত্যেককে তাৰ অৰ্জন অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ দ্ৰুত* হিচাপ গ্ৰহণকাৰী।
.
✍️Ap-refs:
৩১:২৮
مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ إِلَّا كَنَفْسٍ وَاحِدَةٍ ۗ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ
তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
.
৫৪:৫০*
وَمَا أَمْرُنَا إِلَّا وَاحِدَةٌ كَلَمْحٍ بِالْبَصَرِ
আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।
(Note:
I.e., there is no time lag and no conceptual difference between God's "willing" the creation of a thing and His "creating" it, for "when He wills a thing to be, He but says unto it, 'Be' - and it is" (2:117, 3:47, 16:40, 
19:35, 36:82 and 40:68). The comparison with the "twinkling of an eye" is, of course, merely idiomatic, i.e., based on the human concept of something instantaneous. In the present context this is - as the sequence shows - an allusion to the rapidity with which God can, if He so wills, destroys a sinful community-as).
.___________________________________________
🟠৪০:১৮(No Intercession for Zalims)
وَأَنْذِرْهُمْ يَوْمَ الْآزِفَةِ إِذِ الْقُلُوبُ لَدَى الْحَنَاجِرِ كَاظِمِينَ ۚ مَا لِلظَّالِمِينَ مِنْ حَمِيمٍ وَلَا شَفِيعٍ يُطَاعُ
আৰু তুমি সিহঁতক সতৰ্ক কৰি দিয়া আসন্ন দিন🌀 সম্পৰ্কে; যেতিয়া দুখ-কষ্ট সংবৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত🚩 হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনে কোনো মধ্যস্থতাকাৰীও🌱 নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।
.
✍️Note🌱
Regarding the problem of "intercession" (shafa'ah) and its meaning in the Qur'an, see note on 10:3.
(Pl find verse note 10:3-press link:
.
🚩ref:56:83-raf.
.
✍️Ap-refs:
৫৩:৫৭-৫৮
أَزِفَتِ الْآزِفَةُ
কিয়ামত নিকটৱৰ্তী।
৫৩:৫৮
لَيْسَ لَهَا مِنْ دُونِ اللَّهِ كَاشِفَةٌ
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
.
৫৪:১🌀
 اقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ
কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
.___________________________________________
🟠৪০:১৯
يَعْلَمُ خَائِنَةَ الْأَعْيُنِ وَمَا تُخْفِي الصُّدُورُ
চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে।
.
✍️Note:
Treachery of the eyes = To look at others with temptation. See but not observe. To convey hearsay as if one has seen. Not lowering the gaze. Not using senses to full potential. Not learning from daily observation. Not using sight to develop the vision.
(Google translate no guarantee:
চকুৰ বিশ্বাসঘাতকতা = আনক প্ৰলোভনেৰে চোৱা।  চাওক কিন্তু নিৰীক্ষণ নকৰিব।  শুনা কথাবোৰ দেখাৰ দৰে ক’বলৈ।  দৃষ্টি তললৈ নমাই নোলোৱা।  ইন্দ্ৰিয়সমূহক সম্পূৰ্ণ সম্ভাৱনাৰে ব্যৱহাৰ নকৰা।  দৈনন্দিন পৰ্যবেক্ষণৰ পৰা শিকিব নোৱাৰা।  দৃষ্টিশক্তি বিকশিত কৰিবলৈ দৃষ্টিশক্তি ব্যৱহাৰ নকৰা)
.___________________________________________
🟠৪০:২০
وَاللَّهُ يَقْضِي بِالْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَقْضُونَ بِشَيْءٍ ۗ إِنَّ اللَّهَ هُوَ السَّمِيعُ الْبَصِيرُ
আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে♨️ সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
.
✍️Verse/note:
40:20 And God will judge in accordance with truth and justice, whereas those [beings] whom they invoke beside Him♨️ cannot judge at all: for, verily, God alone is all-hearing, all-seeing.

Note♨️
Cf. the parable of the believer in 36:20 
[Press the link for 36:20:
৩৬:২০(This man from the farthest end represents the believers who journeyed a long way from the falsehood to the truth)
(নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন(চতুৰ্থ জন) ব্যক্তি দৌৰি আহি ক’লে,কি ক'লে? ....৩৬:২০-২৭ চাওঁক)]
.
✍️Ap-ref:
৫৩:৩১
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
(ref:৬:১৬০
مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ عَشْرُ أَمْثَالِهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَىٰ إِلَّا مِثْلَهَا وَهُمْ لَا يُظْلَمُونَ
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।)
.___________________________________________
🟠৪০:২১
۞ أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ كَانُوا مِنْ قَبْلِهِمْ ۚ كَانُوا هُمْ أَشَدَّ مِنْهُمْ قُوَّةً وَآثَارًا فِي الْأَرْضِ فَأَخَذَهُمُ اللَّهُ بِذُنُوبِهِمْ وَمَا كَانَ لَهُمْ مِنَ اللَّهِ مِنْ وَاقٍ
ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কেনেকুৱা হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত শক্তিত আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।
.
✍️Ap-refs:
৪৬:২৬-২৭
وَلَقَدْ مَكَّنَّاهُمْ فِيمَا إِنْ مَكَّنَّاكُمْ فِيهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَأَبْصَارًا وَأَفْئِدَةً فَمَا أَغْنَىٰ عَنْهُمْ سَمْعُهُمْ وَلَا أَبْصَارُهُمْ وَلَا أَفْئِدَتُهُمْ مِنْ شَيْءٍ إِذْ كَانُوا يَجْحَدُونَ بِآيَاتِ اللَّهِ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলো🔺 কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।(🔺Fuaad, plural Af’idah = The faculty of intellect, reasoning and insight. 17:36, 32:9, 45:23-sa)
৪৬:২৭
وَلَقَدْ أَهْلَكْنَا مَا حَوْلَكُمْ مِنَ الْقُرَىٰ وَصَرَّفْنَا الْآيَاتِ لَعَلَّهُمْ يَرْجِعُونَ
আৰু অৱশ্যে আমি ধ্বংস কৰিছিলো তোমালোকৰ চাৰিওফালে থকা জনপদমূহ; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
.
৩০:৯
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَشَدَّ مِنْهُمْ قُوَّةً وَأَثَارُوا الْأَرْضَ وَعَمَرُوهَا أَكْثَرَ مِمَّا عَمَرُوهَا وَجَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ ۖ فَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈও প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ নিৰ্মাণতকৈও অধিক নিৰ্মাণ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
(see 30:9-link: https://bit.ly/3UDmPJe)
.___________________________________________
🟠৪০:২২
ذَٰلِكَ بِأَنَّهُمْ كَانَتْ تَأْتِيهِمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَكَفَرُوا فَأَخَذَهُمُ اللَّهُ ۚ إِنَّهُ قَوِيٌّ شَدِيدُ الْعِقَابِ
এইটো এইকাৰণে যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ🍒 আহিছিল তথাপিও সিহঁতে প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।
(🍒God's genuine messengers is that they are sent with clear proofs to confirm that they were sent by God.

Many righteous servants of God preach the worship of God alone and also never ask for a return or reward for their work, and thus satisfy the first two conditions, but they do not satisfy the third requirement.

While as these may be called preachers, warners or servants of God, only the messengers of God are given clear proof of their messengership. The following Quranic verses confirm this truth:

We have sent Our messengers with the clear proofs, and We brought down with them the Scripture and the balance so that the people may uphold justice. 57:25

We have annihilated the generations before you when they transgressed. Their messengers came to them with the clear proofs, but they were not to believe. We thus repay the criminal people. 10:13

That was because their messengers used to come to them with the clear proofs, but they disbelieved; so God seized them. He is Powerful, severe in punishment. 40:22-qi)
.___________________________________________
WORD BY WORD MEANING: BB:
[40:16] the day (Yaw'ma) they (p) (Hum) will emerge (Baarizuuna). Nothing (Laa Shai'un) of them (Min'hum)
will be concealed (Yakh'faa) from GOD (Ålaallahi), “To whom belongs (Limani) the sovereignty (El'Mul'ku)
of today (El'Yaw'ma)? It belongs to GOD (Lillahi), the ONE (El' Waahidi), the CONQUEROR (El' Qahhaar).”
[40:17] Today (El'Yaw'ma), every (Kullu) soul (Naf'si) will be requited (Tuj'zaa) for what (Bimaa) it earned 
(Kasabat’). There will be no (Laa) injustice (Zul'ma) today (El'Yaw'ma)! Indeed, GOD (Innallaha) is swift 
(Sariiu) in reckoning (El'Hisaab).
[40:18] So (Wa) warn them (Anzir'hum) of the Approaching Day (Yaw'mal' Aazifati), when (Izi) the hearts 
(El'Quluubu) will be suppressed (Kaazimiina) by (Ladaa) the throats (El'Hanaajiri). The transgressors will 
have (Liz' Zoalimiina) no (Maa Min') close friend (Hamiimin) nor (Walaa) intercessor (Shafii'en) to be obeyed 
(Yutoa'). 
[40:19] HE knows (Ya'lamu) what deceives (Khaa’inata) the eyes (El'A'yuni) and what (Wamaa) the bosoms 
(Es'Suduur) conceal (Tukh'fii). 
[40:20] And (Wa) GOD (Ellahu) will judge (Yuq'dii) in truth (Bil' Haqqi), while (Wa) those (Ellaziina) they 
invoke (Yad'uuna) besides HIM (Min Duuni-hi) will not (Laa) judge (Yaq'duuna) at all (Bi-Shai'in). Indeed, 
GOD (Innallaha) is (Huwa) the HEARER (Es' Samiiu), the SEER (El' Basiir).
[40:21] Or do they not (Awalam') travel (Yasiiru') on earth (Fiil' Ar'di) to (Fa) observe (Yanzuru') how (Kai'fa)
was (Kaana) the end (Ååqibatu) of those who (Ellaziina) were (Kaanu') before them (Min Qab'li-him’)? They 
(Hum') were (Kaanu') stronger (Ashadda) than them (Min'hum) in strength (Quwwatan) and in effects
(Aathaaran) on earth (Fiil' Ar'di), but (Fa) GOD (Ellahu) seized them (Akhaza-humu) for (Bi) their sins 
(Zunuubi-him) and (Wa) they had (Kaana Lahum) no (Maa Min) protector (Waaq) against GOD (Minallahi). 
[40:22] That (Zaalika) is because (Bi'annahum) their messengers (Rusulu-hum) used to (Kaanat) bring them 
(Ta'tii-him Bi) proofs (El'Bayyinaati), but (Fa) they disbelieved (Kafaru'), so (Fa) GOD (Ellahu) seized them 
(Akhaza-humu). Indeed, HE (Innahu) is powerful (Qawiyyun) and severe (Shadiidu) in punishment (El'Eqaab).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 09.12.2022-N.villa
🟦Work Progress ~ 
🟨Approx. Pages~3,220 nos.
⬛Part ~ 434 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)