🟨Part-428(39:50-59)Az-Zumar(The Groups)
✔️Part-428(39:50-59)Az-Zumar(The Groups)
✔️Video- https://youtu.be/0h-OXCjLTTc
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
।।সেইদিনা তোমালোকক কোৰআনৰ বিষয়ে সোধ-পোছ কৰা হ’ব-৪৩:৪৪,২৫:৩০।।
.___________________________________________
মিনি সূচিঃPart-428(39:50-59)Az-Zumar
[[৩৯:৫৩-৫৯✅(অতি গুৰুত্বপূৰ্ণ আয়াত। সেই মহা বিপদ অহাৰ আগেয়ে নিজকে শুদ্ধৰাই অৰ্থাৎ মৃত্যুৰ আগতে কোৰআনৰ অভিমুখী হওঁক। কাৰণ প্ৰত্যেক দিনাই টোপনিত ৰুহ বাহিৰ কৰা হয়-৩৯:৪২ আৰু মৃত্যুৰ আগ মুহূৰ্ত্তত তওবা কবুল নহয়-৪:১৮। গতিকে তিলমানো সময় নষ্ট নকৰিব। নহ'লে বৰ প্ৰস্তাৱ -৩৯:৫৬-৫৯।
✅(To fb-আজিৰ এই ৯টা আয়াত থকা খণ্ডটো কেবাটাও বিশেষ কাৰণত চোৱাটো জৰুৰী।তাৰে এটাৰ কাৰণ হৈছেঃ আল্লাহৰ কথা কোৱাৰ ষ্টাইল, য'ত ব্যৱহৃত হৈছে iltifāt (إلتفات) style.(39:53)]]
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟪৩৯:৫০
قَدْ قَالَهَا الَّذِينَ مِنْ قَبْلِهِمْ فَمَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يَكْسِبُونَ
অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
.
✍️Verse/ref:
39:50 Those before them said the same thing, but what they earned did not avail them in the least. [28:78](sa).
(২৮:৭৮
قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ عِنْدِي ۚ أَوَلَمْ يَعْلَمْ أَنَّ اللَّهَ قَدْ أَهْلَكَ مِنْ قَبْلِهِ مِنَ الْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةً وَأَكْثَرُ جَمْعًا ۚ وَلَا يُسْأَلُ عَنْ ذُنُوبِهِمُ الْمُجْرِمُونَ
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
(find,see note- link: https://bit.ly/3OY5k50)
.___________________________________________
🟪৩৯:৫১
فَأَصَابَهُمْ سَيِّئَاتُ مَا كَسَبُوا ۚ وَالَّذِينَ ظَلَمُوا مِنْ هَٰؤُلَاءِ سَيُصِيبُهُمْ سَيِّئَاتُ مَا كَسَبُوا وَمَا هُمْ بِمُعْجِزِينَ
এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰত আপতিত হৈছে, সিহঁতৰ মাজৰ যিসকলে যুলুম কৰে সিহঁতৰ ওপৰত অতিশীঘ্ৰে সিহঁতে যি অৰ্জন কৰিছে তাৰো বেয়া পৰিণাম আপতিত হ’ব আৰু সিহঁতে ৰোধ কৰিব নোৱাৰিব।
.
✍️Ap-refs:
🎉২৮:৭৬-৭৮
۞ إِنَّ قَارُونَ كَانَ مِنْ قَوْمِ مُوسَىٰ فَبَغَىٰ عَلَيْهِمْ ۖ وَآتَيْنَاهُ مِنَ الْكُنُوزِ مَا إِنَّ مَفَاتِحَهُ لَتَنُوءُ بِالْعُصْبَةِ أُولِي الْقُوَّةِ إِذْ قَالَ لَهُ قَوْمُهُ لَا تَفْرَحْ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْفَرِحِينَ
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।
২৮:৭৭
وَابْتَغِ فِيمَا آتَاكَ اللَّهُ الدَّارَ الْآخِرَةَ ۖ وَلَا تَنْسَ نَصِيبَكَ مِنَ الدُّنْيَا ۖ وَأَحْسِنْ كَمَا أَحْسَنَ اللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ الْفَسَادَ فِي الْأَرْضِ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْمُفْسِدِينَ
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
২৮:৭৮
قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ عِنْدِي ۚ أَوَلَمْ يَعْلَمْ أَنَّ اللَّهَ قَدْ أَهْلَكَ مِنْ قَبْلِهِ مِنَ الْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةً وَأَكْثَرُ جَمْعًا ۚ وَلَا يُسْأَلُ عَنْ ذُنُوبِهِمُ الْمُجْرِمُونَ
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
.
🎉৩৪:৩৫
وَقَالُوا نَحْنُ أَكْثَرُ أَمْوَالًا وَأَوْلَادًا وَمَا نَحْنُ بِمُعَذَّبِينَ
সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিত অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।
.___________________________________________
🟪৩৯:৫২
أَوَلَمْ يَعْلَمُوا أَنَّ اللَّهَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ
সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
.
✍️Pz-ref:
২০:১২৪
وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَىٰ
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হৈ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
(তলৰ লিংকত ২০:১২৪টো বিচাৰি টোকা চাওঁক:
.___________________________________________
🟪৩৯:৫৩
۞ قُلْ يَا عِبَادِيَ الَّذِينَ أَسْرَفُوا عَلَىٰ أَنْفُسِهِمْ لَا تَقْنَطُوا مِنْ رَحْمَةِ اللَّهِ ۚ إِنَّ اللَّهَ يَغْفِرُ الذُّنُوبَ جَمِيعًا ۚ إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ
(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।
.
✍️iltifāt note:
এই আয়াতটোত আল্লাহে এক কথা কোৱাৰ বিশেষ শৈলী iltifāt ব্যৱহাৰ কৰিছে যিটোৱে সকলোকে উৎসাহিত কৰিব। Press link:
.___________________________________________
🟪৩৯:৫৪
وَأَنِيبُوا إِلَىٰ رَبِّكُمْ وَأَسْلِمُوا لَهُ مِنْ قَبْلِ أَنْ يَأْتِيَكُمُ الْعَذَابُ ثُمَّ لَا تُنْصَرُونَ
আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।
.
✍️Verse/note:
39:54 Hence, turn towards your Sustainer [alone] and surrender yourselves unto Him ere the suffering [of death and resurrection] comes upon you, for then you will not be succoured.(as).
Note:
Cf. 4:18 - "repentance shall not be accepted from those who do evil deeds until their dying hour, and then say, 'Behold, I now repent'; nor from those who die as deniers of the truth".
(৪:১৮
وَلَيْسَتِ التَّوْبَةُ لِلَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ حَتَّىٰ إِذَا حَضَرَ أَحَدَهُمُ الْمَوْتُ قَالَ إِنِّي تُبْتُ الْآنَ وَلَا الَّذِينَ يَمُوتُونَ وَهُمْ كُفَّارٌ ۚ أُولَٰئِكَ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا
তাওবা সিহঁতৰ বাবে নহয়, যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।)
.___________________________________________
🟪৩৯:৫৫
وَاتَّبِعُوا أَحْسَنَ مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَكُمُ الْعَذَابُ بَغْتَةً وَأَنْتُمْ لَا تَشْعُرُونَ
আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (পুথি) অৱতীৰ্ণ কৰা হৈছে, সেয়ে তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (সেই শাস্তি এনেকৈ আহিব যে) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।
.
39:55. Before that oncoming suffering suddenly overtakes you (without you being aware of it), you should follow the Law revealed by your Rabb. In all matters, you should carefully examine the clause of the Divine Law that is most appropriate for that particular situation, and accordingly act upon it.(39:18)pz.
+39:23,39:10.
(৩৯:২৩
اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এখন কিতাব, যিখন সুসামঞ্জস্য আৰু যিখন পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
Pl find the verse,notes of 39:23: Press link:
.___________________________________________
🟪৩৯:৫৬
أَنْ تَقُولَ نَفْسٌ يَا حَسْرَتَا عَلَىٰ مَا فَرَّطْتُ فِي جَنْبِ اللَّهِ وَإِنْ كُنْتُ لَمِنَ السَّاخِرِينَ
পিছত যাতে কোনোৱেই কবলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলো! আৰু মই উপহাসকাৰীবিলাকৰ অন্তৰ্ভুক্ত আছিলো’।
.___________________________________________
🟪৩৯:৫৭
أَوْ تَقُولَ لَوْ أَنَّ اللَّهَ هَدَانِي لَكُنْتُ مِنَ الْمُتَّقِينَ
অথবা এনেকৈও যাতে কবলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ🌲 অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
.
✍️Note:Taqwa:🌲 https://muktabulraf.blogspot.com/2021/12/taqwamuttaqi-fear-ellah-muttaqi-sl24-25.html?m=1
.___________________________________________
🟪৩৯:৫৮
أَوْ تَقُولَ حِينَ تَرَى الْعَذَابَ لَوْ أَنَّ لِي كَرَّةً فَأَكُونَ مِنَ الْمُحْسِنِينَ
অথবা শাস্তি দেখিও যাতে কোনোবাই কবলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
.
✍️Verse/note:
39:58 or lest he should say, when he becomes aware of the suffering [that awaits him], “Would that I had a second chance [in life], so that I could be among the doers of good!"(sa).
Note.
Cf. 2:167 and 26:102, as well as 6:27.
(২:১৬৭
وَقَالَ الَّذِينَ اتَّبَعُوا لَوْ أَنَّ لَنَا كَرَّةً فَنَتَبَرَّأَ مِنْهُمْ كَمَا تَبَرَّءُوا مِنَّا ۗ كَذَٰلِكَ يُرِيهِمُ اللَّهُ أَعْمَالَهُمْ حَسَرَاتٍ عَلَيْهِمْ ۖ وَمَا هُمْ بِخَارِجِينَ مِنَ النَّارِ
আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।
.
২৬:১০২
فَلَوْ أَنَّ لَنَا كَرَّةً فَنَكُونَ مِنَ الْمُؤْمِنِينَ
‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’(26:102=https://bit.ly/3XVPBrb)
.
৬:২৭
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَى النَّارِ فَقَالُوا يَا لَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِآيَاتِ رَبِّنَا وَنَكُونَ مِنَ الْمُؤْمِنِينَ
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক ওভোতাই দিয়া হ’লহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।)
.___________________________________________
🟪৩৯:৫৯
بَلَىٰ قَدْ جَاءَتْكَ آيَاتِي فَكَذَّبْتَ بِهَا وَاسْتَكْبَرْتَ وَكُنْتَ مِنَ الْكَافِرِينَ
হয়, অৱশ্যে তোমাৰ ওচৰত মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত।
.___________________________________________
WORD BY WORD MEANING BB:
[39:50] Those (Ellaziina) before them (Min Qab'li-him') had already (Qad') said it (Qaala-haa), but (Fa) what
(Maa) they used to (Kaanu') earn (Yak'sibuun) did not (Maa) avail them (Ag'naa Ån'hum).
[39:51] Consequently (Fa) the bad deeds (Sayyiaatu) of what (Maa) they earned (Kasabu') afflicted them
(Asoaba-hum'). And (Wa) those who (Ellaziina) transgress (Zolamu) among (Min') these people (Haaulaai) will
be afflicted (Sa Yusiibu-hum') by the bad deeds (Sayyiaatu) of what (Maa) they earned (Kasabu'); and they
(Hum) cannot (Maa Bi) cause failure (Mu'jiziin).
[39:52] Or (Awa-) do they not (-lam') know (Ya'lamuu') that GOD (Annallaha) extends (Yab'sutu)
sustenance (Er'Riz'qa) for whomever (Liman) HE wills (Yashaa'u) and (Wa) limits (Yaq'diru)? Indeed (Inna),
there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who believe (Yu'minuun).
[39:53] Say (Qul'): "O (Yaa) MY servants (Ebaadiya) who (Ellaziina) have transgressed (As'rafu') against
(Ålaa) their souls (Anfusi-him'), do not (Laa) despair (Taq'natu') of (Min) the mercy of GOD (Rah'mati-llahi).
Indeed, GOD (Innallaha) forgives (Yag'firu) all (Jamiiåån) sins (Ez'Zunuuba). Indeed, HE (Innahu) is (Huwa)
the FORGIVING (El' Gafuuru), the MERCIFUL (Er' Rahiim)."
[39:54] And (Wa) repent (Aniibuu') to (ilaa) your LORD (Rabbi-kum') and (Wa) submit (As'limu') to HIM
(Lahu) before (Min Qab'li An) the punishment (El'Åzaabu) comes to you (Ya'tiya-kumu); then (Thumma) you
will not (Laa) be helped (Tunsoruun).
[39:55] And (Wa) follow (Ettabiuu') the best (Ah'sana) of what (Maa) has been revealed (Unzila) to you (p)
(ilai'kum) from (Min) your LORD (Rabbi-kum) before (Min Qab'li An) the punishment (El'Åzaabu) comes to
you (Ya'tiya-kumu) surprisingly (Bag'tatan) while (Wa) you (Antum') do not (Laa) perceive (Tash'uruun),
[39:56] lest (An) a soul (Naf'sun) should say (Taquula), "O (Yaa) my heartbreak (Has'rataa) over (Ålaa) what
(Maa) I neglected (Farrattu) in (Fii) the aspect of GOD (Janbi-llahi) and (Wa) that (In) I was (Kuntu) among
(Lamina) the mockers (Es'Saakhiriin)."
[39:57] Or (Aw') should say (Taquula), "If only (Law' Anna) GOD (Ellaha) had guided me (Hadaa-nii), I
would have (La) been (Kuntu) among (Mina) the pious (El'Muttaqiin)."
[39:58] Or (Aw') should say (Taquula) when (Hiina) it sees (Taraa) the punishment (El'Åzaaba), "If only
(Law' Anna) I could (Lii) return (Karratan), then (Fa) I would be (Akuuna) among (Mina) the benevolent
(El'Muh'siniin)."
[39:59] Certainly (Balaa), there had already (Qad') come to you (Jaa'at'ka) MY verses (Aayaatii), but (Fa) you
denied them (Kazzab'ta Bi-haa) and (Wa) became arrogant (Es'tak'bar'ta), and (Wa) you were (Kunta)
among (Mina) the disbelievers (El'Kaafiriin).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 04.12.2022-N.villa
🟦Work Progress ~
🟨Approx. Pages~3,188 nos.
⬛Part ~ 428 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
Comments
Post a Comment