🟨Part-427(39:42-49)Az-Zumar(The Groups)

✔️Part-427(39:42-49)Az-Zumar(The Groups)
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
।।সেইদিনা তোমালোকক কোৰআনৰ বিষয়ে সোধ-পোছ কৰা হ’ব-৪৩:৪৪,২৫:৩০।।
.___________________________________________
মিনি সূচিঃPart-427(39:42-49)Az-Zumar
৩৯:৪২✅(Death:Person(nafs)=Consciousnes-See Note/link)
৩৯:৪৩-৪৪✅(Polytheists are Disturbed when God is Mentioned Alone-Intercession
-link-ছুপাৰিছকাৰী=অকল আল্লাহৰ কথা উল্লেখ কৰিলে মুশ্বৰিকসকল বিচলিত হয়-১২:১০৬)
৩৯:৪৫✅(The Greatest Criterion-৩:১৮ আয়াতত সাক্ষ্য দিয়াৰ পিছতো তথাকথিত মুছলমানসকলৰ অধিকাংশই মহম্মদৰ(আ:ছা:) নাম যোগ কৰাৰ ওপৰত জোৰ দিয়ে।-See note)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
⚫৩৯:৪২(Death:Person(nafs)= Consciousness)
اللَّهُ يَتَوَفَّى الْأَنْفُسَ حِينَ مَوْتِهَا وَالَّتِي لَمْ تَمُتْ فِي مَنَامِهَا ۖ فَيُمْسِكُ الَّتِي قَضَىٰ عَلَيْهَا الْمَوْتَ وَيُرْسِلُ الْأُخْرَىٰ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ💢 সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।(39:5).
.
✍️Death💢 is a great mystery to most people:Press link:
.___________________________________________
⚫৩৯:৪৩(Polytheists are Disturbed when God is Mentioned Alone)
أَمِ اتَّخَذُوا مِنْ دُونِ اللَّهِ شُفَعَاءَ ۚ قُلْ أَوَلَوْ كَانُوا لَا يَمْلِكُونَ شَيْئًا وَلَا يَعْقِلُونَ
তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক ছুপাৰিছকাৰী☘️ বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’?
.
✍️BB-ref:(10:18)☘️
১০:১৮
وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَا يَضُرُّهُمْ وَلَا يَنْفَعُهُمْ وَيَقُولُونَ هَٰؤُلَاءِ شُفَعَاؤُنَا عِنْدَ اللَّهِ ۚ قُلْ أَتُنَبِّئُونَ اللَّهَ بِمَا لَا يَعْلَمُ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ
আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে উপকাৰো কৰিব নোৱাৰে; আৰু সিহঁতে কয়, ‘এইবোৰ আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশসমূহ আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিয়া নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যাক অংশী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্দ্ধত।
(☘️Pl find the verse,note 10:18 for Intercession:Press link:
.___________________________________________
⚫৩৯:৪৪
قُلْ لِلَّهِ الشَّفَاعَةُ جَمِيعًا ۖ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ ثُمَّ إِلَيْهِ تُرْجَعُونَ
কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’।
.
✍️BB-ref:(32:4)
৩২:৪
اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ
আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?
.___________________________________________
⚫৩৯:৪৫(The Greatest Criterion)
وَإِذَا ذُكِرَ اللَّهُ وَحْدَهُ اشْمَأَزَّتْ قُلُوبُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ ۖ وَإِذَا ذُكِرَ الَّذِينَ مِنْ دُونِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।
.
✍️Note:(sa).
Through His laws He shall blot out the imprints of human faults. 3:195, 29:7, 39:35
.
✍️Verse/note:
39:45 When God Alone is mentioned, the hearts of those who do not acknowledge the Hereafter are filled with aversion; and when others are mentioned beside Him, they rejoice!

Note.
The majority of the so-called Muslims, despite the testimony in 3:18, insist on adding Muhammed's name. This criterion exposes the fact that those who are not happy with uttering God's name alone, those who enjoy adding the names of Muhammed, Jesus, or any other creature, do not really acknowledge the hereafter 
(3:18; 17:46)(edip).
[Google translate no guarantee:
৩:১৮ আয়াতত সাক্ষ্য দিয়াৰ পিছতো তথাকথিত মুছলমানসকলৰ অধিকাংশই মহম্মদৰ(আ:ছা:) নাম যোগ কৰাৰ ওপৰত জোৰ দিয়ে।  এই মাপকাঠীয়ে এই কথাটো উদঙাই দিয়ে যে যিসকলে কেৱল আল্লাহৰ নাম উচ্চাৰণ কৰি সুখী নহয়, যিসকলে মহম্মদ, যীচু বা আন কোনো জীৱৰ নাম যোগ কৰি ভাল পায়, তেওঁলোকে প্ৰকৃততে আখিৰাতক স্বীকাৰ নকৰে (৩:১৮#; ১৭:৪৬@)]
(#Pl find the verse/notes 3:18:Press link:
(@find 17:46-Link: https://bit.ly/3VrzyQz)
.___________________________________________
⚫৩৯:৪৬
قُلِ اللَّهُمَّ فَاطِرَ السَّمَاوَاتِ وَالْأَرْضِ عَالِمَ الْغَيْبِ وَالشَّهَادَةِ أَنْتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِي مَا كَانُوا فِيهِ يَخْتَلِفُونَ
কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে’।
.
✍️As-ref:6:73
৬:৭৩
وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ وَيَوْمَ يَقُولُ كُنْ فَيَكُونُ ۚ قَوْلُهُ الْحَقُّ ۚ وَلَهُ الْمُلْكُ يَوْمَ يُنْفَخُ فِي الصُّورِ ۚ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
(find the verse/notes 6:73-Press link:
.___________________________________________
⚫৩৯:৪৭
وَلَوْ أَنَّ لِلَّذِينَ ظَلَمُوا مَا فِي الْأَرْضِ جَمِيعًا وَمِثْلَهُ مَعَهُ لَافْتَدَوْا بِهِ مِنْ سُوءِ الْعَذَابِ يَوْمَ الْقِيَامَةِ ۚ وَبَدَا لَهُمْ مِنَ اللَّهِ مَا لَمْ يَكُونُوا يَحْتَسِبُونَ
আৰু যিসকলে যুলুম কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায় লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ🚸 দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপে সেই সকলোবোৰ সিহঁতে দি দিব আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।
.
✍️Sa-ref: 3:91🚸
৩:৯১
إِنَّ الَّذِينَ كَفَرُوا وَمَاتُوا وَهُمْ كُفَّارٌ فَلَنْ يُقْبَلَ مِنْ أَحَدِهِمْ مِلْءُ الْأَرْضِ ذَهَبًا وَلَوِ افْتَدَىٰ بِهِ ۗ أُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ وَمَا لَهُمْ مِنْ نَاصِرِينَ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপে প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।
.___________________________________________
⚫৩৯:৪৮
وَبَدَا لَهُمْ سَيِّئَاتُ مَا كَسَبُوا وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু সিহঁতে যি অৰ্জন কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব আৰু সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।
.
✍️Verse/ref:
39:48. As such, all the chaos that their deeds had created will become visible to them and the doom they used to ridicule will surround them from all sides (79:36)pz,sa.
(৭৯:৩৬
وَبُرِّزَتِ الْجَحِيمُ لِمَنْ يَرَىٰ
আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।
[‘Jaheem’ = Insurmountable Barrier(অতিক্ৰম কৰিব নোৱাৰা বাধা). 
He failed to prime his own ‘self’ for continued progress. 29:54, 39:48, 82:16]
.___________________________________________
⚫৩৯:৪৯
فَإِذَا مَسَّ الْإِنْسَانَ ضُرٌّ دَعَانَا ثُمَّ إِذَا خَوَّلْنَاهُ نِعْمَةً مِنَّا قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ ۚ بَلْ هِيَ ⬅️فِتْنَةٌ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰো তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা ➡️পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।
(➡️Arabic: fitnah. See note to 2:102: link:
.
✍️Note(as)-
"knowledge" - i.e., "my prosperity is due to my own ability and shrewdness"(মোৰ সমৃদ্ধি মোৰ নিজৰ সামৰ্থ্য আৰু চতুৰতাৰ বাবেই): see the first sentence of 28:78.
২৮:৭৮
قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ عِنْدِي ۚ أَوَلَمْ يَعْلَمْ أَنَّ اللَّهَ قَدْ أَهْلَكَ مِنْ قَبْلِهِ مِنَ الْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةً وَأَكْثَرُ جَمْعًا ۚ وَلَا يُسْأَلُ عَنْ ذُنُوبِهِمُ الْمُجْرِمُونَ
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
.___________________________________________
WORD BY WORD MEANING BB:
[39:42] GOD (Ellahu) takes away (Yatawaffaa) the souls (El'Anfusa) at the time (Hiina) of their death 
(Maw'ti-haa) and (Wa) whose (Ellatii) will not (Lam') die (Tamut') during (Fii) its sleep (Manaami-haa). Thus 
(Fa) HE seizes (Yum'siku) that (Ellatii) for which (Ålai'haa) HE has decreed (Qadoa) death (El'Maw'ta) and
(Wa) sends (Yur'silu) the other (El'Ukh'raa) until (ilaa) a fixed (Musamman) term (Ajalin). Indeed (Inna), 
there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who ponder (Yatafakkaruun).
[39:43] Or (Ami) do they have (Ettakhazu') intercessors (10:18) (Shufa'åå'a) besides GOD (Min Duuni-llahi)? 
Say (Qul'): "What if (Awalaw') they (Kaanu') do not (Laa) possess (Yam'likuuna) anything (Shai'an), nor 
(Walaa) do they reason (Ya'qiluun)?" 
[39:44] Say (Qul): "To GOD belongs (Lillahi) the intercession (Es'Shafaa'åtu) entirely (Jamiiån). To HIM 
belongs (Lahu) the dominion (Mul'ku) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di), thus
(Thumma) to HIM (ilai'hi) you will be returned (Tur'jauun).” (32:4)
[39:45] And (Wa) when (Izaa) GOD (Ellahu) alone (Wah'dahu) is mentioned (Zukira), the hearts (Quluubu)
of those who (Ellaziina) do not (Laa) believe (Yu'minuuna) in the hereafter (Bil' Aakhirati) are filled with 
disgust (Esh'ma'azzat'), but (Wa) when (Izaa) those (Ellaziina) other than HIM (Min Duuni-hi) are 
mentioned (Zukira), then (Izaa) they (Hum) rejoice (Yas'tab'shiruun).
[39:46] Say (Quli): "O God (Ellahumma), Originator (Faatira) of the heavens (Es'Samaawaati) and the earth 
(Wal' Ar'di), Knower (Åålima) of the unseen (El'Gai'bi) and (Wa) testimony (Es'Shahaadati), YOU (Anta) will 
judge (Tah'kumu) between (Bai'na) YOUR servants (Ebaadi-ka) concerning (Fii) what (Maa) they used to
(Kaanu') dispute about (Yakh'talifuun Fiihi)." 
[39:47] And (Wa) if only (Law' Anna) whatever (Maa) is on earth (Fiil' Ar'di) altogether (Jamiiån) and (Wa)
the like of it (Mith'li-hi) along with it (Maåhu) would be for those who (Lillaziina) have transgressed 
(Zolamu), they would (La) ransom (Ef'tadaw') thereby (Bihi) from (Min) the evil (Suui) of the punishment 
(El'Åzaabi) on the Day of Resurrection (Yaw'mal' Qiyaamati). And (Wa) what (Maa) they had not (Lam'
Yakuunu') taken into consideration (Yah'tasibuun) will appear to them (Badaa La-hum) from GOD (Minallahi). 
[39:48] And (Wa) the bad deeds (Sayyiaatu) of what (Maa) they had earned (Kasabu') will appear to them 
(Badaa Lahum'), and (Wa) what (Maa) they used to (Kaanu') ridicule (Yas'tah'ziuun Bihi) will afflict them 
(Haaqa Bi-him).
[39:49] And (Fa) whenever (Izaa) adversity (Durrun) touches (Massa) the human being (El' Insaana), he 
invokes Us (Da'åå-naa); but (Thumma) when (Izaa) We bestow him (Khawwal'naa-hu) a blessing (Ni'matan)
from Us (Minnaa), he says (Qaala), "I only (Innamaa) got it (Uutiitu-hu) because of (Ålaa) my knowledge 
(il'mi)!" In fact (Bal'), it (Hiya) is a trial (Fit'natun), but (Walaakinna) most of them (Ak'thara-hum') do not 
(Laa) know (Ya'lamuun). 
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 03.12.2022-N.villa
🟦Work Progress ~ 
🟨Approx. Pages~3,184 nos.
⬛Part ~ 427 ~
.___________________________________________
CONTINUE....
.___________________________________________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)