🟨Part-425(39:22-29)Az-Zumar(The Groups)
✔️Part-425(39:22-29)Az-Zumar(The Groups)
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
✔️Video- https://youtu.be/Nvm-ClEO0HY
.___________________________________________
✔️Why we should study Quran rather than just recite, because GOD commanded us to study Quran, that we ponder and understand HIS command, apply these to our lives (38:29,4:82).
.____________________________________________
✔️ Request template :https://bit.ly/3ixW3Ew
.____________________________________________
মিনি সূচিঃPart-425(39:22-29)Az-Zumar
⭕৩৯:২২-২৩
22-[1️⃣নুৰ মানে কাক আৰু কিয় বুজাইছে?-See Link}
23-{2️⃣ৱহী সংৰক্ষিত হৈ থকা কিতাপখনক কিয় হাদিস বুলি কোৱা হৈছে? -লিংক চাব}{3️⃣কোৰআনৰ কিছুমান আয়াত সুসামঞ্জস্য (مُتَشَابِهًا) মানে কি?-See Link}
{4️⃣আল্লাহে কিয় "যাক ইচ্ছা হিদায়ত কৰে"-See Link}]
⭕৩৯:২৯(কেৱল সত্যৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিজন পণ্ডিত, শ্বেইখ, হাদীছ কিতাপ, ফতোৱা আদি বহুতো পৰস্পৰ বিৰোধী কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিৰ সৈতে একে হ’ব পাৰেনে?)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
📒৩৯:২২
أَفَمَنْ شَرَحَ اللَّهُ صَدْرَهُ لِلْإِسْلَامِ فَهُوَ عَلَىٰ نُورٍ مِنْ رَبِّهِ ۚ فَوَيْلٌ لِلْقَاسِيَةِ قُلُوبُهُمْ مِنْ ذِكْرِ اللَّهِ ۚ أُولَٰئِكَ فِي ضَلَالٍ مُبِينٍ
আল্লাহে ইছলামৰ* বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা 🌀নূৰৰ** ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয়ৰ ব্যক্তিসকলৰ বাবে, যিসকল আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।
.
✍️BB-refs:(3:19)*,(64:8)**
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
৬৪:৮✔️
فَآمِنُوا بِاللَّهِ وَرَسُولِهِ وَالنُّورِ الَّذِي أَنْزَلْنَا ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগতে আমি যি নূৰ আৱতীৰ্ণ কৰিছো তাৰ প্ৰতি ঈমান আনা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
.
✍️Noor🌀: Press link: https://bit.ly/3gJBHbe
.___________________________________________
📒৩৯:২৩(The Best Hadith)
اللَّهُ نَزَّلَ أَحْسَنَ الْحَدِيثِ كِتَابًا ☘️مُتَشَابِهًا مَثَانِيَ تَقْشَعِرُّ مِنْهُ جُلُودُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ اللَّهِ ۚ ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ🍁 (বাণী) সম্বলিত এখন কিতাব, যিখন সুসামঞ্জস্য☘️ আৰু যিখন পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত🌲 কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
(🍁 Press link for Hadith:
(☘️Press link for -مُتَشَابِهًا(সুসামঞ্জস্য):
(🌲Press link for "যাক ইচ্ছা হিদায়ত কৰে":
.___________________________________________
📒৩৯:২৪
أَفَمَنْ يَتَّقِي بِوَجْهِهِ سُوءَ الْعَذَابِ يَوْمَ الْقِيَامَةِ ۚ وَقِيلَ لِلظَّالِمِينَ ذُوقُوا مَا كُنْتُمْ تَكْسِبُونَ
যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ?)* আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি অৰ্জন কৰিছিলা তাৰেই সোৱাদ লোৱা’।
.
✍️Note*
Lit., "who will protect himself with his face": an idiomatic phrase implying that the person concerned has nothing whatever with which to protect himself.(as).
.___________________________________________
📒৩৯:২৫
كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ فَأَتَاهُمُ الْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে অনুভৱো কৰিব পৰা নাছিল।
.___________________________________________
📒৩৯:২৬
فَأَذَاقَهُمُ اللَّهُ الْخِزْيَ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا يَعْلَمُونَ
ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰালে আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন। হায়! যদি সিহঁতে জানিলেহেঁতেন!
.
✍️Verse/note:
39:26 and thus God let them taste ignominy [even] in the life of this world.@ Yet [how] much greater will be the [sinners'] suffering in the life to come - if they [who now deny the truth] but knew it!(as).
Note@
Cf. 16:26, which contains the additional sentence, "God visited with destruction all that they had ever built …", etc., which explains the present reference to their suffering and ignominy "in the life of this world".
(১৬:২৬
قَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَأَتَى اللَّهُ بُنْيَانَهُمْ مِنَ الْقَوَاعِدِ فَخَرَّ عَلَيْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَأَتَاهُمُ الْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, এতেকে আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভেঁটিমূলত আঘাত কৰিছিল; ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।)
.___________________________________________
📒৩৯:২৭
وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِي هَٰذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
.
✍️ Verse/note:
39:27 THUS, INDEED, have We propounded unto men all kinds of parables in this Qur'an, so that they might bethink themselves;* [and We have revealed it]
Note*
As in many other passages of the Qur'an, the use of the term "parable" (mathal) immediately or shortly after a description of men's condition - whether good or bad - in the hereafter is meant to remind us that all such descriptions relate to something that is "beyond the reach of a created being's perception" (al-ghayb), and cannot, therefore, be conveyed to man otherwise than by means of allegories or parables expressed in terms of human experience and therefore accessible, in a general sense, to human imagination.(as).
.___________________________________________
📒৩৯:২৮
قُرْآنًا عَرَبِيًّا غَيْرَ ذِي عِوَجٍ لَعَلَّهُمْ يَتَّقُونَ
আৰবী ভাষাত এই কোৰআন বক্ৰতামুক্ত, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে।
.
✍️Ref:
৪৩:৩
إِنَّا جَعَلْنَاهُ قُرْآنًا عَرَبِيًّا لَعَلَّكُمْ تَعْقِلُونَ
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
.
✍️Note:
Lit., "without any deviousness (iwaj)", i.e., which could obscure its meaning: see on 18:1, where this term occurs in a slightly different phrasing. As regards the stress on the formulation of this divine writ "in the Arabic tongue", see 12:2, 13:37, 14:4
and 41:44(as).
.
✍️Note:
39:28 This Qur’an in Arabic is a Monograph in plain language free of all deviousness so that they might learn and live by the Values ordained in it. [7:158, 12:3, 13:37, 14:4, 25:1, 39:28, 41:3, 42:7](as).
.___________________________________________
📒৩৯:২৯
ضَرَبَ اللَّهُ مَثَلًا رَجُلًا فِيهِ شُرَكَاءُ مُتَشَاكِسُونَ وَرَجُلًا سَلَمًا لِرَجُلٍ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ الْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাৱাপন্ন, আৰু আন এজন মানুহ, যিজন কেৱল এজন মনিবৰ অনুগত; এই দুজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
.
✍️Note:
Can a person who peacefully surrenders only to the Truth be the same as the one who surrenders to many contradictory authorities such as saints, imams, mujtahids, scholars, sheiks, hadith books, sectarian jurisprudence, fatwas?(edip).
(Google translate no guarantee:
শান্তিপূৰ্ণভাৱে কেৱল সত্যৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিজন সাধু, ইমাম, মুজতাহিদ, পণ্ডিত, শ্বেইখ, হাদীছ কিতাপ, সাম্প্ৰদায়িক ফতোৱা, ফতোৱা আদি বহুতো পৰস্পৰ বিৰোধী কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিৰ সৈতে একে হ’ব পাৰেনে?)
.
✍️Note:
The majority of people fail to grasp a simple rule: Belief in Monotheism confers unity among mankind as one single community since their Creator is One. 12:39(sa).
(১২:৩৯
يَا صَاحِبَيِ السِّجْنِ أَأَرْبَابٌ مُتَفَرِّقُونَ خَيْرٌ أَمِ اللَّهُ الْوَاحِدُ الْقَهَّارُ
‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য ৰব ভাল, নে মহাপ্ৰতাপশালী এজন আল্লাহেই ভাল’?)
.___________________________________________
WORD BY WORD MEANING BB:
[39:22] So (Afa-) is he one whom (-Man) GOD has expounded (Sharaha-llahu) his bosom (Sad'ra-hu) to
Submission (3:19) (Lil' Is'laami) and (Fa) he (Huwa) is upon (Ålaa) a light (64:8) (Nuurin) from (Min) his LORD
(Rabbi-hi)? Therefore (Fa) woe (Wai'lun) to those (Lil'-) whose hearts (Quluubu-hum) are hardened (-Qaasiyati) against (Min) the remembrance of GOD (Zik'ri-llahi). Those (U'laaika) are in (Fii) clear (Mubiin)
error (Dolaalin).
[39:23] GOD (Ellahu) has revealed (Nazzala) the best (Ah'sana) discourse (El'Hadiithi); a book (Kitaaban)
similarly (Mutashaabihan) repeating (Mathaaniya). The skins (Juluudu) of those who (Ellaziina) fear
(Yakh'shaw'na) their LORD (Rabba-hum) shiver (Taq'shaerru) thereof (Min'hu), thus (Thumma) their skins
(Juluudu-hum) and (Wa) their hearts (Quluubu-hum) soften (Taliinu) to (ilaa) the remembrance of GOD
(13:28) (Zik'ri-llahi); that (Zaalika) is the guidance of GOD (3:73) (Hudaa-llahi) by which (Bihi) HE guides
(Yah'dii) whomever (Man) HE wills (Yashaau). As for (Wa) one whom (Man) GOD leaves astray (Yud'lili-
llahu), then (Fa) he will have (Lahu) no (Maa Min') guide (Haad).
[39:24] So (Afa-) is he one who (-Man) will be safeguarded (Yuttaqii) with (Bi) his face (Waj'hi-hi)
from the
evil (Suu'a) punishment (El'Åzaabi) on the Day of Resurrection (Yaw'mal' Qiyaamati)? And (Wa) it will be
said (Qiila) to the transgressors (Liz' Zoalimiina), "Taste (Zuuqu') what (Maa) you have (Kuntum) earned
(Tak'sibuun)."
[39:25] Those (Ellaziina) before them (Min Qab'li-him) denied (Kazzaba), so (Fa) the punishment (El'Åzaabu)
came to them (Ataa-humu) from (Min') where (Hai'thu) they did not (Laa) perceive (Yash'uruun).
[39:26] So (Fa) GOD (Ellahu) made them taste (Azaaqa-humu) the disgrace (El'Khiz'ya) in (Fii) the worldly
(Ed'Dun'ya) life (El'Hayaati), but (Wa) the (La) punishment (Åzaabu) of the hereafter (El'Aakhirati) is greater
(Ak'baru); if (Law') they should (Kaanu') know (Ya'lamuun).
[39:27] And (Wa) We have certainly (Laqad') cited (-Dorab'naa) in (Fii) this (Haaza) Koran (El'Qur'aani) of
(Min) every (Kulli) example (Mathalin) for the people (Lin' Naasi), perhaps they (Laållahum) will take heed
(Yatazakkaruun).
[39:28] An Arabic (Årabiyyaan) reading (Qur'aanan) without (Gai'ra-Zii) crookedness (Ewajin) perhaps
they (Laållahum’) will become pious (Yattaquun).
(41:3)
[39:29] GOD cites (Doraba-llahu) an example (Mathalan) therein (Fiihi); a man (Rajulan) with quarrelling
(Mutashaakisuuna) partners (Shurakaau), and (Wa) a man (Rajulan) submitting (Salaman) to (Li)
one man
(Rajulin). Are (Hal') the two equal (Yas'tawiyaani) in comparison (Mathalan)? Praise (El'Hamdu) be to GOD
(Lillahi)! In fact (Bal'), most of them (Ak'tharu-hum) do not (Laa) know (Ya'lamuun).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 01.12.2022-N.villa
🟦Work Progress ~
🟨Approx. Pages~3,168 nos.
⬛Part ~ 425 ~
.___________________________________________
CONTINUE....
.___________________________________________
Comments
Post a Comment